Mangaldai Commerce College Student Union 2019-20

Mangaldai Commerce College Student Union 2019-20

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mangaldai Commerce College Student Union 2019-20, Education, .

12/09/2020

পৰীক্ষা সম্পৰ্কে মহাবিদ্যালয়ৰ জাননী

10/09/2020

As per GU notification dated 10/09/2020 ,it is hereby informed to all the students of B.Com 6th Semester of Mangaldai Commerce College that a form is to be filled up for choice of offline/online option to appear in the Examination , 6th Semester 2020 within 17/09/2020 through G.U.IUMS Exam Portal.
Therefore all the 6th Semester students are asked to submit the option form fillup copy to the college on or before 17/09/2020 without fail.

Robin das
General secretary
Mangaldai commerce college

B.com

22/08/2020

ইয়াৰ দ্বাৰা মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়ৰ ২০১৯-২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ( AHSEC ) উত্তীৰ্ণ হোৱা সকলো ছাত্র ছাত্ৰীৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মহাবিদ্যালয়ত তেওঁলোকৰ উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ আৰু নম্বৰৰ তালিকা ( Pass Certificate & Marksheet ) সমূহ দি থকা হৈছে । গতিকে ছাত্র ছাত্ৰী সকলে প্ৰ-পত্ৰ সমূহ মহাবিদ্যালয়ৰ পৰা সংগ্ৰহ কৰি লব পৰিব ।

বি:দ্ৰ - প্ৰত্যেক ছাত্র-ছাত্ৰীয়ে প্ৰ-পত্ৰ সমূহ সংগ্ৰহ কৰাৰ পূৰ্বে নিজৰ নিজৰ Admit card সমূহ দেখুৱাই লব লাগিব ।।

ৰবিন দাস
সাধাৰণ সম্পাদক
মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়

Photos from Mangaldai Commerce College Student Union 2019-20's post 25/07/2020

২০১৯-২০ বৰ্ষৰ নৱ নিৰ্বাচিত ছাত্র একতা সভাৰ উদ্যোগত প্ৰথমটো অনুষ্ঠান জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে চাফাই অভিযানৰ কিছু দৃশ্য । উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ সন্মানীয় প্ৰধান অধ্যক্ষ #পংকজ কুমাৰ সাহা দেৱৰ লগতে মহাবিদ্যালয়ৰ কিছু অধ্যাপক ছাত্র একতা সভাৰ সকলো সদস্য আৰু কিছু ছাত্র ছাত্ৰীৰ উপস্থিতি ত উক্ত কাৰ্যসূচীটো পালন কৰা হয় ।

ছাত্র একতা সভা ২০১৯-২০ বৰ্ষ
মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়

Mangaldai Commerce College 04/07/2020

ইয়াৰ দ্বাৰা জনোৱা হয় যে যি সকল ছাত্ৰ ছাত্ৰীয়ে এইবছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়ৰ স্নাতক মহলাত নামভৰ্তিকৰণ কৰিব বুলি আখাৰে বাট চাই আছিল তেওঁলোকৰ বাবে মহাবিদ্যালয়ৰ পৰা এটি অনলাইন ৱেবচাইট দিয়া হৈছে www.mangaldaicommercecollege.com এই ৱেবচাইটৰ জৰিয়তে তেওঁলোকে নিজ নিজ প্ৰমাণ পত্ৰ সমূহ দি অনলাইন যোগে নাম ভৰ্তিকৰণ সমূহ কৰিব পাৰিব । ধন্যবাদ ।।

ৰবিন দাস
সাধাৰণ সম্পাদক
মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়

Mangaldai Commerce College Free Bootstrap Themes by 365Bootstrap dot com - Free Responsive Html5 Templates

28/06/2020
10/06/2020

ইয়াৰ দ্বাৰা মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সমূহ ছাত্র - ছাত্ৰীক জনোৱা হয় যে মহাবিদ্যালয়ত ইতিমধ্যে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি উপলব্ধ হৈছে । লগতে কিছু ছাত্র ছাত্ৰীয়ে এই পাঠ্যপুথি সমূহ মহাবিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিছে আৰু যি সকল ছাত্র ছাত্ৰীয়ে এতিয়ালৈকে পাঠ্যপুথিসমূহ সংগ্ৰহ কৰা নাই তেওঁলোকক অতি সোনকালে পাঠ্যপুথিসমূহ সংগ্ৰহ কৰিবলৈ জনোৱা হল । ধন্যবাদ ll

ৰবিন দাস
সাধাৰণ সম্পাদক

05/06/2020

মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়ৰ ২০১৯-২০ বৰ্ষৰ ছাত্র একতা সভাৰ এই পেজটো কিছু সমস্যাৰ বাবে আগতীয়াকৈ খোলা হোৱা নাছিল যদিও এতিয়া ৰ পৰা মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়ৰ সকলো গুৰুত্বপূৰ্ণ বাৰ্তাবোৰ এই পেজৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰীক জনোৱা হব লগতে ২০১৯-২০ বৰ্ষৰ আগতে হৈ যোৱা অনুষ্ঠান সমূহ এই পেজৰ জৰিয়তে দিয়া হব ।।

Website