Khan jakir

Khan jakir

funny video

26/06/2022

Video

21/06/2022

বিডিঅ

21/06/2022

Solar চৰৰ তিৰপাল চৰৰ মানুহৰ চাপৰ চৰৰ মানুহৰ চৰকাৰৰ বেছিবাগ আচনি চৰৰ মানুহৰ নামত নাম চৰ তেওলোকে বসবাস কৰে আমি থকা ঠাইতকৈ বহুত ওপৰত আজি কেইদিন ধৰি ভিতৰুৱা ঠাইত বানপানী হোৱাত লাইন নাই কোনো ধৰণৰ লাইট নাই মোবাইল অফ য়োগায়োগ নাই চাজ দিবলৈ হলে ৩০ টকা নদীৰ পানী য়েনেকৈ আহে য়ায় তেনেকৈ ভিতৰৰ বানপানী য়োৱাত সময় বহুত লাগে অসুবিধাই অসুবিধা ॥

Photos from Khan jakir's post 21/06/2022
18/06/2022
18/06/2022

গোমাফুলবাৰীত জিঅৰ টাৱাৰ বিকল হৈ পৰিছে কাৰণ টাৱাৰৰ বেটাৰীত পানী সোমাইছে অলপ আগত বেটাৰী খুলি আনিলো বহুত অসুবিধা হল ॥

17/06/2022

ঘৰৰ ভিতৰত থাকি চিৰিয়াখানাৰ নিচিনা অনুভৱ লাগে 😆😆😆😆😆😆😆😋😫😫😫😿😿😿😿😿😿🙀🙀🙀🙀🙀😼😼😼😽😻😻👹😺😺💥💥💥💥💥💥💥

17/06/2022

বতৰ ভাল হব বুলি অনুমান হয়নে

12/06/2022

New video

Videos (show all)

Pani pani
পানীৰ বিডিঅ
funny video