AAP North Abhayapuri LAC-Bongaigaon

AAP North Abhayapuri LAC-Bongaigaon

Extreme patriotism, honesty and humanism three pillars of AAP.

27/05/2022

অহা কালি ইং ২৮ -০৫ -২০২২ তাৰিখ শণিবাৰে ডিব্ৰুগড় জিলাৰ উদ্যোগত দুলীয়াজান সমষ্টিত এখনি যোগদান কাৰ্যসূচীৰ সভা আয়োজন কৰা হৈছে ।
সেয়ে ডিব্ৰুগড় জিলা সমিতিৰ সমূহ সক্ৰিয় কৰ্মকৰ্তা তথা আপৰ শুভাকাংশীক উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ ।

সময় -দিনৰ ২ বজাত ।
স্থান -আশিষ বিবাহ ভবন
দুলীয়াজান
Contact - 9954222269 (Kamal Das)
ধন্যবাদ

শ্ৰী কমল দাস
জিলা সমন্বয়ক
ডিব্ৰুগড।

24/05/2022

আম আদমি পাৰ্টীত দুৰ্নীতিৰ বাবে কোনো ঠাই নাই l এই জন হৈছে পঞ্জাবৰ স্বাস্থ্য মন্ত্ৰী l টেণ্ডাৰিংৰ বাবে ১% ঘোঁচ বিছাৰিছিলে l মূখ্য মন্ত্ৰীয়ে লগে লগে বৰ্খাস্ত কৰি পুলিচক গতাই দিছে l ইনক্লাব জিন্দাবাদ l

24/05/2022

১০ হাজাৰ টকা ঘোঁচ বিচাৰিবলৈ পুলিছজনে সাহস ক'ত পালে? আইন-শৃংখলা উন্নত কৰিব কাৰনে চুপ্ৰিম কৰ্টৰ কিছুমান গাইডলাইন কাৰ্য্যকৰী কৰাটো খুবেই জৰুৰী l

Photos from AAP North Abhayapuri LAC-Bongaigaon's post 17/05/2022

মাননীয় সঞ্জয় সিং , এম, পি, ডাঙৰীয়াই আজি ( ১৭/০৫/২০২২) গুৱাহাটীত অনুষ্ঠিত অসমৰ কাৰ্যকৰ্তাৰ এখন সভাত এক উদগণিমূলক ভাষণ প্ৰদান কৰে। জয় আই অসম।

Photos from AAP North Abhayapuri LAC-Bongaigaon's post 16/05/2022

প্ৰবল বৃষ্টিপাতকো নেওঁচি আজি 'অৰবিন্দ কেজৰীৱাল' ডাঙৰীয়াৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ছেকেন্দৰ আলী আহমেদ ডাঙৰীয়াৰ সভাপতিত্বত বৰপেটা জিলাৰ দাৱালীয়া পাৰা আৰু কুমুল্লিপাৰা গাওঁ পঞ্চায়তৰ প্ৰায় 300 লোকে "আম আদমী পাৰ্টী"ত যোগদান কৰে। সভাত উপস্থিত থাকে আম আদমি পাৰ্টীৰ ৰাজ্যিক সম্পাদক সনজিত বৰ্মন ডাঙৰীয়া, আম আদমি পাৰ্টীৰ ৰাজ্যিক কায্য কলাপ সম্পাদক কাৰ্তিক সৰকাৰ ডাঙৰীয়া, ৰাজ্যিক কলেজ গোটৰ সাধাৰণ সম্পাদক লগতে বৰপেটা জিলাৰ তত্ত্বাবধায়ক ৰুবুল হাছান আৰু কামৰূপ মেট্রোৰ সাংগঠনিক সম্পাদক ৰেকিবুল আহমেদ, গুৱাহাটী মেট্ৰো কমিটিৰ কায্য কলাপ সম্পাদক ধনজিত তালুকদাৰ ডাঙৰীয়া আৰু আম আদমি পাৰ্টীৰ সক্ৰিয় সদস্য সকল, ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ বৰপেটা জিলাৰ সমন্বয়ক জাকিৰ হুছেইন ডাঙৰীয়াৰ লগতে সক্ৰিয় সদস্য সকল।

15/05/2022

আজি জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত আইৰকাটা গাওঁ পঞ্চায়তত শতাধিক ৰাইজে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ সৎ আৰু কামৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আম আদমি পাৰ্টীত যোগদান কৰে। উক্ত সমূহীয়া যোগদান কাৰ্যসূচীত আপ গোৱালপাৰা সমিতিৰ সমন্বয়ক জাকিৰ হুছেইন আকন্দ, যুটীয়া সমন্বয়ক আব্দুল বাৰী আহমেদ ডাঙৰীয়া তথা জলেশ্বৰ সমষ্টি সমিতিৰ বিষয়ববীয়াসকলৰ লগতে ছাত্ৰ যুৱ সংগ্ৰাম সমিতি, অসমৰ ৰাজ্যিক উপ সভাপতি নুৰ আলম দেৱ উপস্থিত থাকে।

আপ জিন্দাবাদ


Lakshmikant Dubey

15/05/2022

বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰিয় চৰকাৰখনে অসম বিজেপিৰ ৰাজ্যিক চৰকাৰ খনৰ কেন্দ্ৰীয় পুঁজি ধাৰাবাহিকভাৱে কৰ্তন কৰি আছে l যোৱা ৭ বছৰত কেন্দ্ৰীয় অনুদান 23,128 কোটি কৰ্তন l অসমসহ ৮ ৰাজ্যই প্ৰাপ্ত পুঁজিৰ ১৬ হেজাৰ কোটি কৰিব নোৱাৰিলে ব্যয় l কেৱল পুঁজি ব্যয়ৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিল নকৰা বা সময়মতে ধন ব্যয় কৰিবলৈ সক্ষম নোহোৱাৰ অজুহাতেই নহয়, পুনৰ বাজেট নিৰ্ধাৰণৰ অচিলাৰেও কেন্দ্ৰীয় চৰকাৰে পুঁজি কৰ্তন কৰি অহিছে l

15/05/2022
14/05/2022

বিজেপিয়ে নিজৰ ভৰিত নিজেই কোঠাৰ মাৰি আছে l বিজেপিয়ে যিমানেই হিন্দু মুছলমান, ভাৰত পাকিস্তান বাংলাদেশ কৰি থাকিব সিমানেই অসমৰ মানুহে আপৰ কামৰ ৰাজনীতিক আঁকোৱালি লব l

13/05/2022

Congratulations Masuma Begum for your oath taking as Councillor of Guwahati Municipal Corporation. Very hopeful that you will work hard & honestly for people of your ward as well as the city. Wish you all the best. 💐

12/05/2022

আপ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত বৃহৎ গণ যোগদান কাৰ্যসূচী ।।
আম আদমী পাৰ্টি (AAP)
আহক দলে বলে আগুৱাই যাওঁ..!

11/05/2022

বাংলাদেশে অহা পাঁচ বছৰত জি ডি পিত ভাৰতক চেৰ পেলাব l বিজেপিৰ এক ডাঙৰ সাফল্যতা?

Photos from AAP North Abhayapuri LAC-Bongaigaon's post 10/05/2022

ব্যৰ্থ হিমন্ত বিশ্ব চৰকাৰ ⁉️

আজি "আম আদমি পাৰ্টী"য়ে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত বিজেপি-অগপ মিত্ৰজোটৰ চৰকাৰৰ বিফলতাৰ ৬ বছৰ আৰু হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰৰ ১ বছৰ বিফলতাৰ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে।

এই চৰকাৰৰ দিনত ৰাইজে কি পালে ? মাথো হতাশা !!

10/05/2022

Being an appian feeling proud. If today Assam Bidhansabha election conducted in Assam then AAP will get 32% vote. Bjp 39%

University and Pratidin Time Survey Report


Rajesh Sharma AAP
Dr. Bhaben Choudhury
Lakshmikant Dubey

08/05/2022

থাওৰা (শিৱসাগৰ) আম আদমি পাৰ্টীৰ যোগদান কাৰ্য্যসূচী, তাৰিখ- ১০/৫/২২ (মঙ্গল বাৰ) স্থান - ডিমৌ কমামি বিবাহ ভৱন, সময়- দিনৰ ২বজাত
যোগাযোগ - Basanta Deori 7002611301
Bidyajit Machua -9365943836
ৰাজা চাবুকধৰা বিতোপন 9957747531
7002065754

Online Joining Link https://bit.ly/AAPAssam
Lakshmikant Dubey

08/05/2022

অসমে অত্যাধিক ঋণ লোৱাৰ বাবে সুত পৰিশোধত ব্যয় বাজেটৰ বৃহৎ অংশ l

08/05/2022

নিতি আয়োগৰ মতে অসমত বৃদ্ধি পাইছে দৰিদ্ৰৰ সংখ্যা l

08/05/2022

২৯ মে' ত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল গুৱাহাটীত সম্বোধন কৰিব জনসভা

07/05/2022

বিজেপিয়ে অইল বন্ডৰ নামত লাখ কোটি টকা ঘটি আছে l মূল্যবৃদ্ধিৰ ই এক অন্যতম কাৰন- Lakshmikant Dubey

Photos from AAP North Abhayapuri LAC-Bongaigaon's post 07/05/2022

আজি পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিত আম আদমি পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ আহ্বানত এখন যোগদান সভা অনুস্থিত হয়। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি সঁহাৰি জনাই শতাধিক ৰাইজে আম আদমি পাৰ্টীত যোগদান কৰে।
সভাত উপস্থিত থাকি বক্তব্য আগবঢ়া "আপ"ৰ অসম আৰু উত্তৰ পূৱৰ প্ৰভাৰী শ্ৰী ৰাজেশ শৰ্মা ডাঙৰীয়াই আৰু কয় কাৰ্বি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে আপ দায়বদ্ধ বুলি অংগীকাৰ কৰে ৷ সভাত উপস্থিত থাকে আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক ৰাজীৱ শইকীয়া ডাঙৰীয়াৰ লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ভোগেশ্বৰ শ্যাম, সাংগঠনিক সম্পাদক ভিক্টৰ গগৈ, ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক মোছাব্বিৰ চৌধুৰী, ৰাজ্যিক মহিলা শক্তিৰ সমন্বয়ক অনুৰূপা বড়ো, ৰুকচানা বেগম, নাজমা বেগম, পাহাৰীয়া জিলা দুখনৰ জিলা সমন্বয়ক আৰু দলৰ অন্যান্য সদস্য সকল উপস্থিত থাকে ৷৷

২৯ মে’ত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল; গুৱাহাটীত সম্বোধন কৰিব জনসভা, AAPৰ লক্ষ্য ১০ লক্ষ সদস্য ভৰ্ 07/05/2022

২৯ মে’ত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল; গুৱাহাটীত সম্বোধন কৰিব জনসভা, AAPৰ লক্ষ্য ১০ লক্ষ সদস্য ভৰ্তি.

২৯ মে’ত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল; গুৱাহাটীত সম্বোধন কৰিব জনসভা, AAPৰ লক্ষ্য ১০ লক্ষ সদস্য ভৰ্ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আমি আদমী পাৰ্টী এটা ৱাৰ্ডত জয়লাভ কৰাৰ উপৰিও ২৪টা ৱাৰ্ডত দ্বিতীয় স্থানত আছিল।

Photos from AAP North Abhayapuri LAC-Bongaigaon's post 07/05/2022
07/05/2022

মিছলীয়া মোডী চৰকাৰ

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, সমগ্ৰ বিশ্বত কৰ'ণাত প্ৰাণ হেৰুওৱা লোকৰ এক তৃতীয়াংশ আছিল ভাৰতীয়। কিন্তু মোডী চৰকাৰে মৃতৰ সংখ্যা ৫ লাখ বুলি প্ৰতিবেদন দিছিল। বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰা মতে ৪৭ লাখতকৈ অধিক লোকে কৰ'ণাত মৃত্যু বৰণ কৰিছিল।

ইয়াৰ পৰা এটা কথা স্পষ্ট যে মোডী চৰকাৰে প্ৰকৃত তথ্য লুকাইছে। কিন্তু আঁৰৰ ৰহস্য কি? চৰকাৰ ব্যৰ্থতা লুকাবলৈ যত্ন কৰা নাছিল নে?

চৰকাৰে স্বাস্থ্যখণ্ডত কাম নকৰাৰ পৰিণাম এয়া। ইয়াৰ ফলাফল ভাৰতৰ জনতাই লাভ কৰিলে নিজৰ আপোনজনক হেৰুৱাই। এনেদৰে আৰু কিমান চলিব? চৰকাৰ লাজ নালাগে নে?

ব্যৰ্থ মোডী চৰকাৰ, ব্যৰ্থ স্বাস্থ্যখণ্ড!
Rajesh Sharma AAP
Dr. Bhaben Choudhury
Lakshmikant Dubey

07/05/2022

দিল্লীত কিছুমানে (বেছিভাগ বিজেপিৰ অন্ধ ভক্ত) বিনামূলীয়া বিদ্যুৎ নালাগে বুলি চিঞৰি আছিল l এতিয়া কেজৰিৱালে এটা বিকল্প দিছে তেওঁলোকে ইচ্ছা কৰিলে চাবচিডি এৰি দিব পাৰে l বাকী মানুহখিনি আগৰ দৰেই ফ্ৰী সেৱা পাই থাকিব l এতিয়া তেওঁলোকে কি কৰে সেইটো লক্ষনীয় হব l

06/05/2022

In Assam, 70%-90% of tea garden workers suffer from severe
anemia.

06/05/2022

During the British rule, Assam was one of the highest revenue paying states across India. It was the fifth most prosperous state during independence. Today, Assam is the fourth poorest state of India. More than one crore population in the state lives below poverty line (BPL).

06/05/2022

In Assam More than 96% agricultural land is unirrigated. There is an acute lack of irrigation facilities – by far
the worst record in the country.

06/05/2022

Aap Assam Joining Programs.


Dr. Bhaben Choudhury
Lakshmikant Dubey

06/05/2022

এক সুন্দৰ সিদ্ধান্ত।

আগতে ২০০ ইউনিট বিজুলী বিনামূলীয়া বাধ্যতামূলক আছিল। এতিয়া ১ অক্টোবৰৰ পৰা বাধ্যতামূলক নহ'ব, যাৰ সামৰ্থ আছে বা যিজনে বিচাৰে বিজুলী বিল পৰিশোধ কৰিব পাৰিব। যিয়ে নিবিচাৰে বা যাৰ সামৰ্থ নাই তেওঁৰ বাবে এতিয়াও বিনামূলীয়া বিজুলী অব্যাহত থাকিব। সেই টকা শিক্ষা আৰু স্বাস্থ্য খণ্ডত ব্যৱহাৰ কৰা হ'ব।

পিছে এই কথা খিনিকে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই হিন্দীত ক'লে, যাৰ বাবে হয়তো অসমৰ বহুতে হিন্দীতে কোৱা কথাখিনি ভালদৰে নুবুজি ভুৱা প্ৰচাৰ চলাই আছে। আনকি একাংশ সংবাদ মাধ্যমেও ভুল বাতৰি পৰিবেশন কৰা দৃষ্টি গোচৰ হৈছে।

ইয়াৰ পৰা এটা কথা বুজি পোৱা গ'ল যে, আমি হিন্দী ভাষাত এতিয়াও বহুত কেঁচা হৈ আছোঁ।

যি কি নহওঁক, এতিয়া এটা কথা স্পষ্ট হ'ব যে, বিনামূলীয়া বিজুলীৰ বিৰোধিতা কৰা কংগ্ৰেছ-বিজেপিৰ একাংশ নেতাক বিজুলী বিনামূলীয়াকৈ লাগে নে তেওঁলোকে বিজুলী বিল পৰিশোধ কৰিব?সেয়া লক্ষণীয় হ'ব।।

Photos from AAP North Abhayapuri LAC-Bongaigaon's post 06/05/2022

আজি যোৰহাট জিলাৰ লগতে ধুবুৰী জিলাৰ বৃহৎ সংখ্যক ৰাইজে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ সততা, নীতি-আদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আৰু দুৰ্নীতি-ভ্ৰষ্টাচাৰ মুক্ত অসম নিৰ্মাণৰ লক্ষ্যৰে শতাধিক ৰাইজে "আম আদমি পাৰ্টী"ত যোগদান কৰে।

আপ অসমৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।।

এইবাৰ অসমতো অৰবিন্দ কেজৰিৱাল,
এইবাৰ অসমতো আপ !!


Dr. Bhaben Choudhury
Lakshmikant Dubey

06/05/2022

আহক আমি সকলোৱে মিলি হাতে হাত ধৰি এখন সুস্থিৰ প্ৰগতিশীল অসম গঢ় দিওঁ..!
Aam Aadmi Party Assam
Dr. Bhaben Choudhury
Lakshmikant Dubey

Photos from AAP North Abhayapuri LAC-Bongaigaon's post 06/05/2022

কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী ক্ৰমে ৰূপক দাস, কেশৰজ্যোতি নাথ, কমল দাস, চৰিত্ৰ কলিতা, মিতালী ডেকা আৰু ভৃগু কুমাৰ দাসে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নীতি, আদৰ্শ, সততা আৰু মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আজি গুৱাহাটীস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দোবে আৰু ৰাজ্যিক প্ৰচাৰ সমন্বয়ক জয়ন্ত কুমাৰ কলিতা ডাঙৰীয়াৰ উপস্থিতিত "আম আদমি পাৰ্টী"ত যোগদান কৰে।

আপ অসমৰ তৰফৰ পৰা তেখেত সকললৈ আন্তৰিক অভিনন্দন আৰু আদৰণি জনাইছোঁ।


Dr. Bhaben Choudhury
Lakshmikant Dubey

04/05/2022

আপৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিকল্পনা কি?

WHAT IS AAP GAMEPLAN AND STRATEGY FOR 2024 ELECTIONS??

Delhi CM Arvind Kejriwal and Punjab CM Bhagwant Mann will speak at the Lokmat Conclave in Nagpur, Maharashtra on 8th May 2022 at 3 PM
Dr. Bhaben Choudhury
Lakshmikant Dubey

03/05/2022

সমূহ ৰাইজলৈ আপ অসমৰ তৰফৰ পৰা
পবিত্ৰ অক্ষয় তৃতীয়াৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

03/05/2022

পৱিত্ৰ ঈদ-উল ফিটৰৰ শুভক্ষণত সকলোৰে জীৱন আনন্দময় আৰু সূখকৰ হৈ উঠক তথা দেশৰ পৰা হিংসা-ঘৃণা, সাম্প্ৰদায়িকতা চিৰ দিনৰ বাবে নিৰ্মূল হৈ ঐক্য তথা ভাতৃত্ববোধৰ এনাজৰীডাল অধিক মজবুত হওঁক তাৰে শুভেচ্ছাৰে...

🕌 ঈদ মোবাৰক🌙

Photos from AAP North Abhayapuri LAC-Bongaigaon's post 03/05/2022

আম আদমি পাৰ্টী অসমৰ ৰাজ্যিক সমন্বয়ক ডঃ ভৱেন চৌধুৰী ডাঙৰীয়াই আজি দিল্লীত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ লগত এক বৈঠকত মিলিত হয় আৰু তেখেতক অসমলৈ অহিবলৈ নিমন্ত্ৰন জনাই l
লগতে আজি দিল্লীস্থিত আম আদমি পাৰ্টীৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় সম্পাদক শ্ৰীযুত পংকজ গুপ্তা, উত্তৰ-পূৱৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক শ্ৰীযুত ৰাজেশ শৰ্মা, উত্তৰ-পূৱৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী তত্ত্বাৱধায়ক মুনিষ কৌশিক প্ৰমুখ্যে অসমৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীদেৱৰ উপস্থিতিত তলত উল্লেখ কৰা ব্যক্তিসকলে আম আদমি পাৰ্টীত যোগদান কৰে।

১) মনোজ ধানোৱাৰ
২) দ্বিজেন গগৈ
৩) আবুজন উমাপদ লুৱাং
৪) জিতুল ডেকা
৫) দিব্যজ্যোতি শৰ্মা
৬) কমল কুমাৰ মেধি
৭) অনুৰূপা ডেকা ৰজা
৮) দিপাংকৰ কলিতা
৯) বিনয় ডেকা

তেওঁলোকক আপ অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা আপ অসম পৰিয়াল লৈ আদৰণি জনালোঁ। তেওঁলোকৰ আগমণে আম আদমিৰ কণ্ঠ আৰু দুগুণে বলিষ্ঠ হ'ব আৰু অসমৰ ৰাজনীতিত বিৰোধীৰ ভূমিকা পালনত শক্তিশালী ভূমিকা গ্ৰহণ কৰাত সহায়ক প্ৰতিপন্ন হ'ব।

শক্তিশালী আম আদমি, সতেজ-ৰঙীন অসম ভূমি।



Lakshmikant Dubey

Videos (show all)

১০ হাজাৰ টকা ঘোঁচ বিচাৰিবলৈ পুলিছজনে সাহস ক'ত পালে? আইন-শৃংখলা উন্নত কৰিব কাৰনে চুপ্ৰিম কৰ্টৰ কিছুমান গাইডলাইন কাৰ্য্যকৰ...
বিজেপিয়ে অইল বন্ডৰ নামত লাখ কোটি টকা ঘটি আছে l মূল্যবৃদ্ধিৰ ই এক অন্যতম কাৰন- Lakshmikant Dubey
"বিনামূলীয়া বিদ্যুৎ এটা দূৰৱৰ্তী বস্তু, আপুনি লাইট অফ কৰিলে" সঞ্জয় সিঙৰ(AAP MP) পৰা শুনা উত্তৰ প্ৰদেশত বিদ্যুৎ সংকটৰ ব...
🔸BJP - stuck in the 12th Century🔹AAP - has a vision for 21st Century India.