ADRE 2.0, Assam Police & DME পৰীক্ষাৰ প্ৰস্তুতি

ADRE 2.0, Assam Police & DME পৰীক্ষাৰ প্ৰস্তুতি

NEVER GIVE �

29/02/2024

walter scott ' বুলি কাক জনা যায়

🟰ৰজনী কান্ত বৰদলৈক

❓পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলম কেন্দ্ৰটো কত আছে

🟰 গুৱাহাটীত

❓অসমৰ কত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়

🟰 ডিব্ৰগড় আৰু বঙাইগাঁও

❓একেৰাহে সংগীত পৰিচালনা , অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী জন কোন ?

🟰 জুবিন গাৰ্গ

❓অসম হকী এছ 'চিয়ান কিমান চনত সংগঠিত হৈছিল

🟰 ১৯৫৫ চনত

❓ কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল

🟰দিলীপ কুমাৰ দত্তই

❓প্ৰথম অসমীয়া অনূদিত গ্ৰন্থখনৰ নাম কি

🟰 যাত্ৰি কৰ যাত্ৰা

❓ ' চি - য়ু-কি ' নামৰ পুথি খন কোনে ৰচনা কৰিছিল

🟰 হিউমেন চাং

❓গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন

🟰 ড° সতেন্দ্ৰ নাথ শৰ্মা

❓ শিৱসাগৰ তলাতল ঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল

🟰১৭৬৫ চনত

❓ৰংঘৰ কোনে সাজিছিল

🟰 প্ৰমত্ত সিংহই

❓কিমান চনত ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল

🟰 ১৭৪স্বাধীনতা

❓স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল

🟰হৰেশ্বৰ গোস্বামী

❓অসমৰ প্ৰথম ব্ৰিটিছ chif কমিছনাৰ কোন আছিল

🟰 কলোনেল কিটিং

❓অসমৰ প্ৰথম ৰাজ্য পাল কোন আছিল

🟰 আকবৰ

❓অসমৰ গড় তাপমাত্ৰা কিমান

🟰 ৩০° ছেলছিয়াছ আৰু সৰ্বনিম্ন ১০° ছেল ছিয়াছ

❓অসমৰ মৰা পাটৰ কাৰখানা কত আছে

🟰 শিলঘাটত

❓অসমৰ সাৰ কাৰখানা কত আছে

🟰নামৰূপত

❓অসম সমুদ্ৰ - পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত

🟰 ৭৯.৫ মি:

❓ গুৱাহটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত

🟰দক্ষিণে

❓অসমৰ মুঠ মাটি কালি কিমান

🟰৭৮.৪৩৮ বৰ্গ কি : মি

❓অসমৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান

🟰১২৬ খন

❓অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল

🟰নৱম দশম শতিকাত

❓কোন গৰাকী কবিৰ কবিতা আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি বুলি কোৱা হয়

🟰 চন্দ্ৰকুমাৰ আগৱালা

❓বৰ্তমানেও প্ৰচলিত অসমৰ আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকত কোন খন

🟰 জনমভূমি

❓প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটকখনৰ নাম কি

🟰 ৰুক্মিণী হৰণ

❓অসমৰ ৰাজ্যিক বৃক্ষ কি

🟰 হলং

❓কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ মাটিকালি কিমান

🟰৪৩০ বৰ্গ কিলোমিটাৰ

❓CTC ৰ সম্পূৰ্ণ নামটো কি

🟰 Cutting tiyaring and carling ( কাতিং , তিয়াৰিং, কাৰলিং ,

❓গুৱাহাটীত প্ৰথম ব্ৰড গজ কেতিয়া স্থাপন হৈছিল

🟰 ১৯৮৪ চনৰ ২৪ এপ্ৰিলত

❓অসমৰ চিমেণ্ট কাৰখানা কত হৈছিল

🟰 বোকাজান ত

❓বন স্পতি ঘিউ অসমৰ কোন ঠাইত তৈয়াৰ কৰা হয়

🟰 আমিনগাওত



🟡 ভাৰতবৰ্ষৰ দীৰ্ঘতম নদীখনৰ নাম কি

🟰 গংগা

🟡 হিমাচল প্ৰদেশৰ কোন খন ঠাই ' ঈশ্বৰৰ উপত্যকা '( valley of the god ) হিচাপে জনাজাত

🟰 কুলু

🟡 প্ৰথম লোকসভা কিমান চনত গঠন কৰা হৈছিল ?

🟰১৯৫২ চনৰ ১৭ এপ্ৰিলত

🟡 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল

🟰 পণ্ডিত জৱাহৰাল নেহৰু

🟡 প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল

🟰১৯৫২ চনত

🟡 ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি

🟰 জন গণ মন

🟡 গৌতম বুদ্ধই কিমান বছৰ ধৰ্ম প্ৰচাৰ কৰিছিল

🟰৪৫ বছৰ

🟡 অসমৰ ডিগবৈত কোনবিধ খনিজ সম্পদ পোৱা যায়

🟰তেল

🟡 কর্ণাটকৰ কোলাৰ খনিবোৰ কিহৰ কাৰণে বিখ্যাত

🟰 সোণ ( gold )

🟡 বাচন - বৰ্তন প্ৰস্তুতকৰণ ত ব্যৱহৃত খনিজ ধাতুবিধৰ নাম কব পাৰিবানে

🟰 কপাৰ

Photos from ADRE 2.0, Assam Police & DME পৰীক্ষাৰ প্ৰস্তুতি's post 28/09/2023

ৰাজনীতিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ

Website