Kakoi Rajgarh High School, Lakhimpur
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kakoi Rajgarh High School, Lakhimpur, School, .
HSLC-2024 ত প্ৰথম স্থান পোৱা ছাত্ৰ ছাত্ৰী সকললৈ বঁটা বিতৰণ
Uniform Distribution 2024 at Kakoi Rajgarh High school
ষষ্ঠ মান শ্ৰেণীৰ বাচনি পৰীক্ষা তাং 22 | 03 | 2024
Kitchen Garden
২০২৪ বৰ্ষৰ কাকৈ ৰাজগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী সকলৰ প্ৰীতিভোজ |
75th Republic day//Kakoi Rajgarh High School
আজি কাকৈ ৰাজগড় উচ্চ মাধ্যমিক বিদ্যালয়ত পঞ্চম ৰাউণ্ডৰ প্রথম পর্য্যায়ৰ গুনোৎসৱৰ অন্তিমত দিনা বহি: মুল্যায়ক হিচাপে উপস্থিত থাকে Town and Planning ৰ Deputy Director ৰূপজ্যোতি শইকীয়া চাৰ আৰু Asstt Director দিগন্ত পুজাৰী চাৰ ৷ গুনোৎসৱৰ লগত সংগতি ৰাখি কাকৈ জ্যোতি নামৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। প্রাতঃসভাৰে আৰম্ভ হোৱা কাৰ্য্যসুচী আবেলি ৪ টা বজাত সফলতাৰে সামৰনি ঘটে। এই কাৰ্য্যসুচী ফলত কৰাত বহিঃ মূল্যায়ক, বিভিন্ন বিদ্যালয়ৰ পৰা নিৰীক্ষক হিচাপে অহা শিক্ষক শিক্ষয়ত্রী , বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, মাতৃ গোটৰ সদস্য সদস্যা, প্রাক্তন ছাত্র ছাত্রী সমিতিৰ বিষয়ববীয়াক বিদ্যালয় ফালৰ পৰা আন্তৰিক অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ ধন্যবাদ
Farewell meeting of Lilakanta Gogoi, Kakoi Rajgarh High school,Dated:11/01/2023
school week -2023
Field Study
06/12/2023
আজি কাকৈ ৰাজগড় উচ্চ মাধ্যমিক বিদ্যালয়ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ 159 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। বেজবৰুৱাদেৱৰ জীৱন আলোকপাত কৰাৰ লগতে শিক্ষক আৰু ছাত্ৰ - ছাত্ৰীৰ সহযোগিতাৰে অসম সংগীত " অ মোৰ আপোনাৰ দেশ " পৰিৱেশন কৰা হয়।
শ্ৰীযুত পবন বৰুৱা চাৰৰ বিদায়ী সভা // KAKOI RAJGARH HIGH SCHOOL
Smart class
World Mental Health awareness programme is observed by KAKOI RAJGARH HIGH SCHOOL
Road Safety Signs:
International Non-violence Day/2 Oct-2023
আজি আমাৰ স্কুলত "অমৃত বৃক্ষ ৰোপন আন্দোলন" ত উঠা কেইখনমান দৃশ্য
তাৰিখ:১৭/০৯/২০২৩
আজি আমাৰ স্কুলত জগতগুৰু শংকৰ দেৱৰ তিৰোভাৱ তিথিৰ কেইটা মান আলোক দৃশ্য।
আজি 16sep জগতগুৰু শংকৰ দেৱৰ তিৰোভাৱ তিথি।
আজি আমাৰ কাকৈ ৰাজগঁড় উচ্চ মাধ্যমিক বিদ্যালয়, লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য বিভাগৰ অধীনত জলবায়ু পৰিবৰ্তনৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাখন সফল কৰাত বিভাগীয় বিষয়া তথা সমূহ ছাত্ৰ ছাত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
The international Day of Clean Air for Blue Skies Programme