Moon Ster N U

musicians Comedy

05/04/2023

"' সময়ৰ লগত খোজ দিয়ক, অন্যথা ........"'.।

১৯৯৮ চনত Kodak কম্পেনীত ১লাখ ৭০হাজাৰ কৰ্মচাৰী নিয়োজিত আছিল, আৰু ই পৃথিৱীৰ ৮৫% ফটো পেপাৰ বিক্ৰেতা এক বৃহৎ কম্পেনী আছিল। কিন্তু খুব কম দিনৰ ব্যৱধানত ডিজিটেল ফটোগ্ৰাফীয়ে ইয়াক বজাৰৰ পৰা উলিয়াই দিলে। Kodak দেৱলীয়া হৈ গ'ল আৰু ইয়াত নিয়োজিত ১লাখ ৭০হাজাৰ কৰ্মচাৰী বেকাৰ হৈ গ'ল। ঠিক সেই দৰে........

HMT (ঘড়ী)
BAJAJ (স্কুটাৰ)
DYNORA( টি ভি)
MURPHY(ৰেডিঅ)
NOKIA (ম'বাইল)
RAJDOOT(বাইক)
AMBASSADOR( কাৰ)
...এই আটাইবোৰেই উচ্চ গুণ সম্পন্ন থকা স্বত্বেও বজাৰৰ পৰা বেদখল হৈ গ'ল। কাৰণ ঃঃ

সিহঁত সময়ৰ লগত সলনি নহ'ল! আপুনি জানেনে! অহা ১০টা বছৰৰ ভিতৰত পৃথিৱী সম্পূৰ্ণৰূপে সলনি হৈ যাব আৰু আজি চলি থকা ৭০-৯০% উদ্যোগ বন্ধ হৈ যাব।

৪ৰ্থ ঔদ্যোগীক ক্ৰান্তিলৈ আপোনাক স্বাগতম :::

UBER এটা মাত্ৰ চফ্টৱাৰ:: ইয়াৰ নিজৰ গাড়ী নাই, ইয়াৰ পাছতো ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ টেক্সী কম্পেনী। Airbnb পৃথিৱীৰ আটাইতকৈ ডাঙৰ হোটেল কম্পেনী, অথচ ইয়াৰ নিজৰ এখনো হোটেল নাই।

ঠিক সেইদৰে Paytm, Ola cabs, Oyo rooms, আদি অনেক উদাহৰণ আছে।

আমেৰিকাত এতিয়া যুৱা উকীলৰ কোনো কাম নাই, কাৰণ lBM watson নামৰ এটা চফ্টৱাৰে পলকতে সঠিক লিগেল পৰামৰ্শ দিব পাৰে। অহা ১০টা বছৰত আমেৰিকাত ৯০% উকীল বেকাৰ হৈ যাব, যি ১০% বাকী থাকিব সিহঁত super specialist নামে জনাজাত হ'ব।

watson নামৰ চফ্টৱাৰে মানুহৰ তুলনাত কেন্সাৰৰ Diagnosis ৪গুণ সুদ্ধতাৰে কৰিব পাৰে। ২০৩০চনলৈকে কম্পিউটাৰ মানুহতকৈ অধিক intelligent আৰু শক্তিশালী হ'ব।

অহা ১০টা বছৰত পৃথিৱীত ৯০% কাৰ(গাড়ী) গায়ব হৈ যাব। যি ১০% বাচিব সেইবোৰ হয়তো Electronic হ'ব নাইবা Hybrid.

ৰাস্তা খালী হৈ যাব, পেট্ৰলৰ ব্যৱহাৰ ৯০% কমি যাব! ফলত আৰৱ দেশবোৰ দেউলীয়া হৈ পৰিব।

আপুনি uber, olar দৰে এটা চফ্টৱাৰ ক্লিক কৰি গাড়ী মাতিব আৰু চকুৰ পলকতে এখন দ্ৰাইভাৰবিহীন গাড়ী আহি আপোনাৰ দৰ্জামুখত হাজিৰ। তাত যদি আপুনি কাৰোবাৰ লগত চেয়াৰ কৰি যাত্ৰা কৰে, সেই যাত্ৰা বাইকৰ খৰচতকৈও সস্তা হ'ব।

দ্ৰাইভাৰবিহীন গাড়ী হোৱা বাবে ৯৯% দূৰ্ঘটনা বন্ধ হৈ যাব, ফলত "car insurance" নামৰ ধান্দাটোও বন্ধ হৈ যাব, দ্ৰাইভাৰ নামৰ প্ৰাণী টোও নাইকিয়া হ'ব।

যদি চহৰ, নগৰ বোৰত ৯০% গাড়ী গায়ব হৈ যায়, ট্ৰেফিক আৰু পাৰ্কিঙৰ কি প্ৰয়োজন? যি হেতু তেতিয়াৰ এখন গাড়ীয়েই আজিৰ ২০খনৰ সমান হ'ব !

আজিৰ পৰা ১০বছৰ পূৰ্বে এনে এখন ঠাই নাছিল য'ত PCO নাই। লাহে লাহে মানুহৰ পকেটলৈ ম'বাইল আহিল, PCO আউট হৈ গ'ল। PCO খোলা বোৰে recharge voucer বিকিবলৈ ধৰিলে, এতিয়া সেইবোৰো আউট, onlineতে হৈ যায়।

আপুনি ধ্যান দিছেনে? এতিয়া বজাৰত প্ৰত্যেক ৩য় দোকান খনেই ম'বাইলৰ। sale, service, recharge, accessories, repair, maintanence আদিৰ।

এতিয়া সকলো paytmত হৈ যায়, ৰেলৰ, প্লেনৰ টিকেটো ম'বাইলতে হৈ যায়। পইচাৰ লেন-দেনো ম'বাইলতে হৈ যায়। পূৰ্বতে কেতিয়াবা আমি ভাৱি পাইছিলোঁনে এইবোৰ কথা ??

পৃথিৱী দ্ৰোত গতিত সলনি হৈ গৈ আছে, চকু, কাণ, নাক খুলা ৰাখক; অন্যথা আপুনি পিছত থাকি যাব। সময়ৰ লগত খোজ কাঢ়িবলৈ যত্ন কৰক, নিজৰ বেপাৰ, স্বভাৱ-চৰিত্ৰও সময়ৰ লগত মিলাই লওক।

সময়ৰ লগত চলক, নিজকে upgrade কৰক।

(Collected and Copied from Facebook)

09/03/2023

Follow me please

27/02/2023

টাকাটা বৰ না বিসাস টাই হ'ল বৰ মানুস সব সমান না

18/02/2023

এই কথা শুনাৰ পৰ মা আমাকে বললো তুই তৰ বনদুদেৰ সাতে আৰ জাবিনা!

26/01/2023

Follow me and Share Please

21/01/2023

উদাস দুপৰ বেলা

18/01/2023

না দেকলে আফচুছ কৰবেন| 😂😂😂😂😬😬😬😇

17/01/2023

আজি 17/01/23 ৰাতিপুৱা পাভ ৰিজাৰ্ভ ত গড়ৰ আক্ৰমণত (কামি হাড় ভাঙি) আহত হোৱা মফিজুল ইছলাম ।

15/01/2023

এটা বাংলা গান গালো কেনে লাগিল সকলোয়ে Comment কৰি জনাব আৰো মোৰ Video টো সকলোয়ে চাব আৰো Share. like কৰিব | Thanks

14/01/2023
10/01/2023

Hi friends my new page Hokolua page too Follow koribo aru share koribo like koribo. Please

Want your business to be the top-listed Grocery Store in Rajshahi Division?
Click here to claim your Sponsored Listing.

Videos (show all)

Follow me please
আমাৰ Friends আসল ৰুপ😂
ছাচাৰ গান সোনাৰ পৰ আমাৰ মনে হ'ল আপনাদেৰ আৰ গায়ক খুছতে হবেনা
Follow and share please
Follow and share please
এই Video টো দে খাৰ পিছত I'm ত অ বাক  আপোনাৰ কেনে কোৱা লাগিল Comment কৰক
নামাজে পৰতে গিয়া ছুৰা বোলে গেলে যা হয় আৰকি
আশা কৰি আপনাৰ বয়সে এৰকম নামাজ পড়া দেখেন নাই
এৰকম গাড়ী আপনে কি কখনো দেখেছেন Follow and share please
ভাল লাগিলে video টি Follow and share  কৰিদিব please
এই video দেখাৰ পৰ বাবলাম আমি কেডা
আশা কৰিছো  Video টি ভাল লাগিব মোৰ Friend  তাৰাবিৰ নামাজ পঢহিবলৈ গৈ কি কৰিলে ছাই লক এবাৰ ভাল লাগিব

Category

Address


Rajshahi Division

Other Food & Grocery in Rajshahi Division (show all)
บ้านนีมขนมนำเข้าราคาถูก บ้านนีมขนมนำเข้าราคาถูก
Rajshahi Division

ทอดมันบังมาน ‼️ เจ้าเก่าบางใหญ่ อร่อย สะอาด ฮาลาล 100% ชุดละ 40 บาท เท่านั้น

ຮ້ານຂາຍຢາທາລິດສີດວງ ຂອງຕ່າງປະເທດ ຮ້ານຂາຍຢາທາລິດສີດວງ ຂອງຕ່າງປະເທດ
Rajshahi Division

ขายยารักษาริดสีดวงทวารติ่งยุบพายในข้ามคืน

GUL PANRA GUL PANRA
Rajshahi Division

crus kice crus kice
Rajshahi Division

হ্যালো বন্ধুরা আপনারা সবাই কেমন আছেন আশা করি সবাই খুব ভালো আছেন

Abul Fashion House Abul Fashion House
Rajshahi Division, 10001

Abul Fashion House sells new and good quality products.

Rakibul Hasan Rakibul Hasan
Rajshahi Division

J. J. S collage star boy J. J. S collage star boy
Rajshahi Division

Entertainment

Md Sumon Md Sumon
Rajshahi Division

Mr Nc chand Mr Nc chand
Rajshahi Division

hello � my name in Neeraj chand please follow my facebook page� Mr Nc chand � please � suport me

shrirampur prank boy. girl shrirampur prank boy. girl
Rajshahi Division

រស្មី ផល្លី រស្មី ផល្លី
Rajshahi Division

❤️