NORTH EAST অসম

News Media

28/06/2024

👉 অভয়াপুৰীত পথৰ শুভ উদ্বোধন।

👉 আবুল কালাম আজাদ ৰোড আৰু লাল বাহাদুৰ শাস্ত্ৰী ৰোড নামেৰে দুটা পথ শুভ উদ্ধোধন কৰে বিধায়ক প্ৰদীপ সৰকাৰে।

27/06/2024

লেংটিছিঙাৰ মানাহ নদীৰ দলংৰ পৰা জপিয়াই আ**ত্ম**হ**ত্যা কৰা বিবাহিতা যুৱকৰ আজিও উ**দ্ধা**ৰ অ*ভি*যা*ন অ*ব্যা*হ*ত।

যুৱক জন অভয়াপুৰীৰ বেহুলা পাৰাৰ জাহাংগীৰ আলম বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।

27/06/2024

প্ৰসংগ- বঙাইগাঁও জিলাৰ চিপনচিলাৰ কাশিডোবাত সংঘটিত হত্যাকাণ্ড।

পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসলৈ আগতে আহিছিল নেকি হত্যাৰ ভাবুকি?

কি ক'লে সচিব চন্দ্ৰকান্ত দাসৰ পত্নীয়ে-

24/06/2024

⚫ যোগীঘোপাত বন বিভাগৰ বিৰুদ্ধে আমছুৰ তীব্ৰ প্ৰতিবাদ।

⚫ নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগে একেটা পৰিয়ালৰ ভাই ককায়েকক গুলিয়াই হত্যা কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ।

⚫ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ ।

⚫ উত্তৰ শালমাৰা জিলা আমছুয়ে সাব্যস্ত কৰে প্ৰতিবাদ ।

22/06/2024

নতুনকৈ গঠিত হোৱা ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ সন্তোষপুৰ গাওঁ পঞ্চায়তৰ ভাৰালীপাৰা, মেৰেৰচৰ গাওঁ পঞ্চায়তৰ ডুবাচুৰী আৰু ইছাবপুৰ গাওঁ পঞ্চায়তৰ বালাৰগুদাম, ক্ষুদ্ৰখোৱা আদি ঠাইত বান-পানীৰ বুজ লয় বিধায়ক আব্দুল বাতেন খন্দকাৰে।

21/06/2024

বঙাইগাঁৱত মধ্যাহ্ন ভোজনৰ নামত ম্যাদ উকলা বিস্কুট প্ৰদান ছাত্ৰ-ছাত্ৰীক ।

বিস্কুট খাই অসুস্থ হৈ পৰিল কেবাজনো ছাত্ৰ-ছাত্ৰী।

২৭৮ নং হৰিৰাম মহেশ্বৰী হিন্দী প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে দিছিল ম্যাদ উকলা বিস্কুট ।

জিলা আয়ুক্ত নৱদ্বীপ পাঠকে আজি বিদ্যালয়ত উপস্থিত হৈ ঘটনাৰ বুজ লয় ।

21/06/2024

অভয়াপুৰীৰ এছিয়ান কিডছ ইংলিছ স্কুলত আন্তৰ্জাতিক যোগ দিৱস পালন।

21/06/2024

♦️ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দিব্যাংগ ব্যক্তিক ইউকো বেংকে প্ৰদান কৰিলে ই-ৰিক্সা বাহন।

20/06/2024

⚫ সামাজিক মাধ্যমত ভাইৰেল চাইকেল ষ্টানৰ দৃশ্য।

⚫ মৰসাহ বুলিব নে প্ৰতিভা।

⚫ কমেণ্টযোগে জনাবলৈ নাপাহৰিব।

20/06/2024

#অখিল ভাৰতীয় নেৱাৰ সংগঠন অসম ৰাজ্যিক সমিতিৰ তত্বাৱধানত তথা শোণিতপুৰ জিলা সমিতিৰ সহযোগত ৩১ তম প্ৰতিষ্ঠা দিৱস তথা বাৰ্ষিক প্ৰতিনিধি‌ সভা আয়োজন।

19/06/2024

🔴 আই নদীৰ কাল ৰূপ ধাৰণ।

🔴 গড়কাপ্তানী পথৰ ওপৰেদি বাগৰিছে পানী।

🔴 বাইকসহ চালকক উটুৱাই নিলে প্ৰৱাল সোঁতে।

| |

19/06/2024

👉 North East অসমৰ বাতৰিৰ প্ৰভাৱ।

👉 বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে খহনীয়া অঞ্চল পৰিদৰ্শন জিলা আয়ুক্ত আৰু স্থানীয় বিধায়কৰ।

👉 অভয়াপুৰীৰ লতিবাৰীত মানাহ নৈৰ কালৰূপ অব্যাহত।

17/06/2024

#সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উত্তৰ নাগশংকৰ আঞ্চলিক সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান সম্পন্ন।

16/06/2024

♦️ অভয়াপুৰীৰ লতিবাৰীত মানাহ নৈৰ কালৰূপ।

♦️ খহনীয়াত ইতিমধ্যে জাহ গৈছে শ শ বিঘা কৃষি ভূমিৰ লগতে বাসগৃহ।

♦️ নিৰ্লুপ্ত ভুমিকা চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ।

♦️ শীঘ্ৰে খহনীয়াৰ স্থায়ী সমাধানৰ দাবী ভুক্তভোগী ৰাইজৰ।

16/06/2024

#চতিয়া থানাৰ অন্তৰ্গত ইটাখোলাৰ উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক বিদায় সম্বৰ্ধনা।

09/06/2024

🔴 লেংটিছিঙাৰ ডুমুৰীয়াত আজি মুকলি হ'ল আপোন ম'ল নামৰ এখন শ্বপিং ম'ল।

🔴 শ্বপিং ম'ল খনৰ শুভ উদ্বোধন কৰে ৰাজীৱ গান্ধী মেমৰীয়াল কলেজৰ অধ্যক্ষ ড° জহুৰুল ইছলামে।

🔴 ম'ল খনত শিশুৰ পৰা আৰম্ভ কৰি পুৰুষ-মহিলা সকলোৰে বাবে উপলব্ধ আছে বিভিন্ন প্ৰকাৰৰ সাজ-পাৰ।

🔴 লেংটিছিঙাবাসী ৰাইজৰ এটি বহুদিনীয়া সপোন পূৰণ কৰিলে এই ম'ল খনে।

09/06/2024

#ৰঙাপানী ২ নং সমবায় সমিতিৰ সাধাৰণ সভা আৰু নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে ১২ জন সদস্য নিৰ্বাচিত।

09/06/2024

🔴 জামুগুৰিহাটৰ টুপিয়াত ভ*য়ং*ক*ৰ পথ দু*ৰ্ঘ*ট*না৷

🔴 ১৫ ৰাষ্ট্ৰীয় ঘাইপথত CBZ বাইক আৰু Alto 800 বাহনৰ মুখামুখি সং*ঘ*ৰ্ষ৷

09/06/2024

অভয়াপুৰী থানাত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল।

খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাত।

বিধায়ক মৃনণাল শইকীয়াৰ এনে মন্তব্যই উজনি-নামনিৰ মাজত সংঘাত সৃষ্টি কৰাৰ আশংকা এজাহাৰকাৰীৰ।

মৃনাল শইকীয়াই নামনি অসমৰ ইতিহাস নাজানে বুলিও মন্তব্য কৰে এজাহাৰকাৰীয়ে।

08/06/2024

#বালিপৰাৰ ৰঙাজান মিৰি নেপালি চুবুৰীত কীৰ্তন গৃহৰ দ্বাৰ উন্মোচন বিধায়ক কৃষ্ণকমল তাঁতীৰ ।

08/06/2024

🔴 জামুগুৰিহাটত প্ৰকৃতি প্ৰেমৰ নিৰ্দশন দেখুৱালে এগৰাকী যুৱকে।

🔴 পথৰ কাষত উদ্ধাৰ হোৱা কাছ ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ পুখুৰীত এৰি দিয়াৰ সিদ্ধান্ত।

07/06/2024

👉 বঙাইগাঁৱত শো*কা*ৱ*হ ঘটনা।

👉 বতৰৰ ফল আমেই কাল হল কিশোৰ ৰফিকুল ইছলামৰ।

👉 নিউ বঙাইগাঁৱৰ বিজি কলনীত আমৰ গছৰ পৰা পৰি মৃ*ত্যু* এগৰাকী কিশোৰৰ।

👉 বতৰৰ ফল আম পাৰিবলৈ ৰফিকুলক স্থানীয় এজন লোকে আমৰ গছত উঠাই দিছিল ।

👉 পিছে আমেই যেন কাল হল কিশোৰ ৰফিকুলৰ বাবে।

👉 গছৰ পৰা পৰি থিতাতে মৃ*ত্যু* কিশোৰজনৰ।

👉 ঘটনাটোৱে শো*ক*ৰ* ছাঁ পেলাইছে সমগ্ৰ বঙাইগাঁৱত।

07/06/2024

🔴 অভয়াপুৰী অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়

🔴 মহৰ আলী নামৰ এটা হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম লগতে ৫০ হাজাৰ টকাৰ জৰিমনাৰ শাস্তি।

🔴 IPC 302 ধাৰাত শাস্তি দোষী মহৰ আলীক।

🔴 ভূমিকেন্দ্রিক সংঘাতত বাতেন খান নামৰ এজনক হত্যা কৰিছিল মহৰ আলীয়ে।

🔴 ২০১৩ৰ ২১ অক্টোবৰত কোকিলাত সংঘটিত হৈছিল এই হত্যাকাণ্ড।

06/06/2024

#বিশিষ্ট সংগ্ৰামী নেতা প্ৰয়াত ফণী মেধিৰ আজি ১৯ সংখ্যক মৃত্যু তিথি।

#অভয়াপুৰী মহাবিদ্যালয় চৌহদত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় মৃত্যু তিথি।

06/06/2024

♦️ NEET পৰীক্ষাত উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়ালে খালিদ মহাম্মদে।

♦️ এজন সুদক্ষ চিকিৎসক হোৱাৰ সপোন খালিদ মহাম্মদৰ।

♦️ খালিদ মহাম্মদৰ ঘৰ অভয়াপুৰীৰ বেহুলাপাৰাত।

05/06/2024

🔴 সৰ্ব ভাৰতীয় NEET পৰীক্ষাত উজলিল লেংটিছিঙাৰ ৰবিউল আলম।

🔴 উৎফুল্লিত সমগ্ৰ লেংটিছিঙাবাসী ৰাইজ।

🔴 আমছুৰ সম্বৰ্ধনা জ্ঞাপন ৰবিউল আলমক।

🔴 এজন সু-চিকিৎসক হোৱাৰ আশাঁ ৰবিউল আলমৰ।

05/06/2024

👉 অভয়াপুৰীৰ এছিয়ান কিডছ্ ইংলিছ স্কুলত বিশ্ব পৰিৱেশ দিৱস উদযাপন।

👉 বিদ্যালয়ৰ ফালৰ পৰা প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীলৈ গছপুলি বিতৰণ।

Want your business to be the top-listed Advertising & Marketing Company in Rajshahi Division?
Click here to claim your Sponsored Listing.

Videos (show all)

👉 অভয়াপুৰীত পথৰ শুভ উদ্বোধন।👉 আবুল কালাম আজাদ ৰোড আৰু লাল বাহাদুৰ শাস্ত্ৰী ৰোড নামেৰে দুটা পথ শুভ উদ্ধোধন কৰে বিধায়ক প...
লেংটিছিঙাৰ মানাহ নদীৰ দলংৰ পৰা জপিয়াই আ**ত্ম**হ**ত্যা কৰা বিবাহিতা যুৱকৰ আজিও উ**দ্ধা**ৰ অ*ভি*যা*ন অ*ব্যা*হ*ত।যুৱক জন অ...
প্ৰসংগ- বঙাইগাঁও জিলাৰ চিপনচিলাৰ কাশিডোবাত সংঘটিত হত্যাকাণ্ড।পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসলৈ আগতে আহিছিল নেকি হত্যাৰ ভাবু...
⚫ যোগীঘোপাত বন বিভাগৰ বিৰুদ্ধে আমছুৰ  তীব্ৰ প্ৰতিবাদ।⚫ নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগে একেটা পৰিয়ালৰ ভাই ককায়...
নতুনকৈ গঠিত হোৱা ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ সন্তোষপুৰ গাওঁ পঞ্চায়তৰ ভাৰালীপাৰা, মেৰেৰচৰ গাওঁ পঞ্চায়তৰ ডুবাচুৰী আৰু ইছাবপু...
বঙাইগাঁৱত মধ্যাহ্ন ভোজনৰ নামত ম্যাদ উকলা বিস্কুট প্ৰদান ছাত্ৰ-ছাত্ৰীক । বিস্কুট খাই অসুস্থ হৈ পৰিল কেবাজনো ছাত্ৰ-ছাত্ৰী।...
অভয়াপুৰীৰ এছিয়ান কিডছ ইংলিছ স্কুলত আন্তৰ্জাতিক যোগ দিৱস পালন।#Abhayapuri #asiankids #bongaigaon_assam
♦️ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দিব্যাংগ ব্যক্তিক ইউকো বেংকে প্ৰদান কৰিলে ই-ৰিক্সা বাহন।
⚫ সামাজিক মাধ্যমত ভাইৰেল চাইকেল ষ্টানৰ দৃশ্য।⚫ মৰসাহ বুলিব নে প্ৰতিভা।⚫ কমেণ্টযোগে জনাবলৈ নাপাহৰিব।
#অখিল ভাৰতীয় নেৱাৰ সংগঠন অসম ৰাজ্যিক সমিতিৰ তত্বাৱধানত তথা শোণিতপুৰ জিলা সমিতিৰ সহযোগত ৩১ তম প্ৰতিষ্ঠা দিৱস তথা বাৰ্ষিক...
🔴 আই নদীৰ কাল ৰূপ ধাৰণ। 🔴 গড়কাপ্তানী পথৰ ওপৰেদি বাগৰিছে পানী। 🔴 বাইকসহ চালকক উটুৱাই নিলে প্ৰৱাল সোঁতে।#Assam | #Floods20...
👉 North East অসমৰ বাতৰিৰ প্ৰভাৱ।  👉 বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে খহনীয়া অঞ্চল পৰিদৰ্শন জিলা আয়ুক্ত আৰু স্থানীয় বিধায়ক...

Website

Address


Rajshahi Division

Other Advertising Agencies in Rajshahi Division (show all)
Khirad advertisement Khirad advertisement
Rajshahi Division

Facebook & Instagram Ads Company

Media boost Media boost
Rajshahi Division

🎯 تعزيز نشاطك على مواقع التواصل الاجتماعي 🎯نحتفظ بشهادة ضمان لكل عملائنا لضمان تعزيز الخدمة 365 يوم

Weshare.com.bd Weshare.com.bd
On The West Side Of Muktijoddha Complex, Hazipur Post Office/thana:Sherpur(5840) District:Bogura
Rajshahi Division, 5840

এটা আমাদের "weshare.com.bd" এর ফেসবুক পেইজ।