Devdaru Diagnostics, Abhayapuri

Devdaru Diagnostics, Abhayapuri

24 hour Doctor, Lab, X-ray, ECG, Daycare (Bed for patient), Sonography Echocardiography, MTP

Laboratory, Sonography, X-ray, ECG, Echocardiography, Multispecialist Doctor, Bed 4 observation, MTP

14/04/2024

অভয়াপুৰী দেৱদাৰু ডাইগ্নষ্টিকচত এতিয়া প্ৰতিদিন লেডি ৰেডিঅলজিষ্ট উপলব্ধ,যিকোনো ধৰণৰ ছনোগ্রাফী কৰা হয়। যোগাযোগ - 9395642474

05/04/2024

5 points in Dermatology

ছালৰ ৰোগৰ পৰা বাচি থকাৰ প্ৰথম মূলমন্ত্ৰ
১) তলৰ মলম বোৰ চৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও ব্যৱহাৰ নকৰিব৷চিকিৎসকৰ prescription অবিহনে pharmacy ৰ পৰা মলম কিনা অনুচিত৷যদি কেতিয়াবা কিনে,তেন্তে কিনাৰ আগতে চাওক যাতে মলমটোত তলত দিয়া মেডিচিনবোৰ কেতিয়াও নাথাকে৷

clobetasol
Halobetasol
mometasone
beclomethasone
betamethasone
hydrocortisone
fluticasone
desonide
triamcenolone
clobetasone
Dithranol
ইত্যাদি
এইবোৰ মলম সাধাৰনতে তলৰ নামবোৰত উপলব্ধ

Dermikem oc
lobate gm
cosvate
Clobetamil g
skinshine
Hhlite
Melacare
Panderm
Quadriderm
KT5derm
momate
lozivate
derobin
Zalim lotion etc.....

2) এই মেডিচিন বোৰক Steroid বুলি কোৱা হয়৷বহুদিন এই মেডিচিন বোৰ ব্যৱহাৰ কৰিলে ছালখন সম্পূৰ্ণ damage কৰিব পাৰে আৰু অন্য মেডিচিন বোৰে এটা সময়ত কাম নকৰা হয়৷লগতে steroid induced cushing syndrome নামৰ জটিল ব্যাধিয়ে দেখা দিব পাৰে৷

3) প্ৰায়বোৰ চৰ্মৰোগতে এই মেডিচিন বোৰে প্ৰাৰম্ভিক সকাহ দিয়ে কিন্তু তাৰপাছত কাম নকৰা হয় আৰু বেমাৰটো বিয়পিবলৈ ধৰে৷এটা সময়ত প্ৰায়বোৰ মেডিচিনে কাম নকৰা হয় আৰু ইয়াক resistance বুলি কোৱা হয়৷তেতিয়া ৰোগীসকলে চিকিৎসকক গালি পৰা আৰম্ভ কৰে যে---কি ডাক্তৰ,সাধাৰণ খৰ খজতি এটাই ভাল কৰিব নোৱাৰে😊😊

4) প্ৰায়বোৰ অনভিজ্ঞ pharmacy য়ে খৰ খজতিৰ বাবে এইবোৰ মেডিচিন ৰোগীক ব্যৱহাৰ কৰিব দিয়ে যিটো অত্যন্ত মাৰাত্মক হব পাৰে৷

5) গতিকে এই Steroid মলম বোৰ চিকিৎসকৰ বিধান নোহোৱাকৈ কেতিয়াও ব্যৱহাৰ নকৰিব৷

By Dr. Kalyan Nath, Dermatologist

05/04/2024

পাটনাৰ পৰা হাড় বিশেষজ্ঞ।
বুকিঙৰ বাবে যোগাযোগ - 9395642474

13/03/2024

Typist required. HS science background aspirants will be preferred. Salary negotiable. 093956 42474

10/03/2024

পাটনাৰ পৰা হাড় বিশেষজ্ঞ চিকিৎসক আহি আছে 15 মাৰ্চ শুকুৰবাৰে অভয়াপুৰিলৈ..
যোগাযোগ - 9395642474
হোৱাটচ এপ-
093956 42474

Everyone

07/03/2024

Call 9395642474 for booking

04/03/2024

অহা ১০ মাৰ্চ ৰবিবাৰে ৰাতিপুৱা ৯.৩০ বজাৰ পৰা সাক্ষাৎ পাব | বুকিং লওক - 9395642474 নম্বৰত

05/02/2024

পাটনাৰ পৰা হাড় বিশেষজ্ঞ চিকিৎসক আহি আছে 16 ফেব্ৰুৱাৰী শুকুৰবাৰে অভয়াপুৰিলৈ..
যোগাযোগ - 9395642474
হোৱাটচ এপ-
093956 42474

Everyone
I Love অভয়াপুৰী

05/02/2024
02/02/2024
02/02/2024

হাৰ্টৰ সমস্যাৰ বাবে প্ৰতি বুধবাৰে চিকিৎসক পাব । লগতে ই.চি. জি. আৰু ইক' কাৰ্ডিঅগ্ৰাফি কৰাব পাৰিব।

16/01/2024

পাটনাৰ পৰা আহি আছে অস্থি বিশেষজ্ঞ (Ortho Doctor) - ১৯ জানুৱাৰী শুক্ৰবাৰ দুপৰীয়া ২ বজাৰ পৰা সাক্ষাৎ পাব অভয়াপুৰীৰ দেৱদাৰু ভাইগ্নষ্টিকচত ৷ যোগাযোগ- 9395642474

05/01/2024

শ্রদ্ধেয় ৰাইজ,
প্রতি মাহৰ দৰে এইবাৰো অভয়াপুৰী দেৱদাৰু ডাইগ্নষ্টিকচত সাক্ষাত পাব এপলো এক্সেলকেয়াৰ হস্পিটালৰ প্ৰখ্যাত বুকু আৰু হাওঁফাওঁ বিশেষজ্ঞ ডাঃ ৰাহুল কাৰৱা

ডাঃ ৰাহুল কাৰৱা

০৬ জানুৱাৰী ২০২৪ ত শনিবাৰে ডাঃ ৰাহুল কাৰৱাক সাক্ষাত পাব অভয়াপুৰী পুৰণা হস্পিটালৰ সন্মুখত থকা দেৱদাৰু ডায়েগ্নষ্টিকচত

হাপানী,
যক্ষ্মা ৰোগ,
উশাহ চুটি হোৱা,
নিউমনিয়া,
এলাৰ্জিজনিত কাহ ,
পুৰনি কাহ,
কাহৰ সৈতে তেজ অহা,
টোপনিত নাক ঘেৰঘেৰুৱা,
টোপনিত বোবা ধৰা,
হাওঁফাওঁৰ কেঞ্চাৰ ইত্যাদি বিভিন্ন ৰোগৰ বাবে ডাঃ ৰাহুল কাৰৱাক সাক্ষাত কৰিব পাৰিব ০৬ জানুৱাৰী ২০২৪ ত শনিবাৰে৷
আগতীয়াকৈ নামভৰ্তিৰ বাবে যোগাযোগ কৰক -

দেৱদাৰু ডায়েগ্নষ্টিক্চ, অভয়াপুৰী
ফোন নম্বৰ - 9395642474 / 6001291366

25/11/2023

Send a message to learn more

24/11/2023

শ্রদ্ধেয় ৰাইজ,
প্রতি মাহৰ দৰে এইবাৰো অভয়াপুৰি দেৱদাৰু ডাইগ্নষ্টিকচত সাক্ষাত পাব এপলো এক্সেলকেয়াৰ হস্পিটালৰ প্ৰখ্যাত বুকু আৰু হাওঁফাওঁ বিশেষজ্ঞ ডাঃ ৰাহুল কাৰৱা

ডাঃ ৰাহুল কাৰৱা

26 November ৰবিবাৰে ডাঃ ৰাহুল কাড়ৱাক সাক্ষাত পাব অভয়াপুৰী পুৰণা হস্পিটালৰ সন্মুখত থকা দেৱদাৰু ডায়েগ্নষ্টিকচত

হাপানী,
যক্ষ্মা ৰোগ,
উশাহ চুটি হোৱা,
নিউমনিয়া,
এলাৰ্জিজনিত কাহ ,
পুৰনি কাহ,
কাহৰ সৈতে তেজ অহা,
টোপনিত নাক ঘেৰঘেৰুৱা,
টোপনিত বোবা ধৰা,
হাওঁফাওঁৰ কেঞ্চাৰ ইত্যাদি বিভিন্ন ৰোগৰ বাবে ডাঃ ৰাহুল কাৰৱাক সাক্ষাত কৰিব পাৰিব 26 November ৰবিবাৰে৷
আগতীয়াকৈ নামভৰ্তিৰ বাবে যোগাযোগ কৰক -

দেৱদাৰু ডায়েগ্নষ্টিক্চ, অভয়াপুৰী
ফোন নম্বৰ - 9395642474 / 6001291366

15/11/2023

Available doctor today at Devdaru Diagnostics, Abhayapuri

👉 Gynaecologist - Dr.Ruhul Amin 12 noon to 3.30 pm
👉 Medicine specialist
Dr.A.Kalita from 2 pm to 3 pm
👉 Radiologist - Dr H Rahman from 3 pm to 5 pm
👉 urologist - Dr.S kabra from 4pm to 5 pm

Contact 9395642474 for booking

04/11/2023

Dr. K. Jayshankar Renowned Heart Specialist from chennai doing Echocardigraphy at Devdaru Diagnostics, Abhayapuri .. he will see patient tomorrow (sunday) from 7.30 am. Due to over booking few patients seen today itself on request. Many many thanks to the most kind hearted ❤️ heart specialist ever we have seen.

Photos from Devdaru Diagnostics, Abhayapuri's post 04/11/2023

Warm welcome to Dr. K. Jayshankar Renowned cardiologist from Chennai. He is Director and Clinical Leader at Medway Heart Institute Chennai and Director of cardiology and electrophysiology at MIOT international Hospital, Chennai He will see patient at Devdaru Diagnostics, Abhayapuri tomorrow (Sunday) from 7.40 am to 1.30 pm. For booking call 9395642474


Makib Ahmed

02/11/2023

❤️ Heart check up by Best Cardiologist of Chennai only at Rs.3900 now on Abhayapuri on 4rth and 5th November

70-80% Heart disease is preventable. If you are above 40 years, Have a check up and save your Heart from illness.

Book Now on 6001291366 or 9395642474

Grand Heart ❤️ Check Up camp by Dr.K.Jaishankar, MBBS, MD, DM , Cardiologist , Director of Medway Heart Institute, Chennai

Advanced Heart Check up package at only Rs. 5999

Everyone

27/10/2023

চেন্নাইৰ হৃদৰোগ বিশেষজ্ঞ অভয়াপুৰী চহৰত
৪ নভেম্বৰ শনিবাৰ বিয়লি ৩ বজাৰ পৰা আৰু ৫ নবেম্বৰ ৰবিবাৰে পুৱা ৮ বজাৰ পৰা
Cardiologist with 32 years experience from Chennai... Now at Abhayapuri every month

Medway Heart Institute

21/10/2023

৫ নভেম্বৰ ৰবিবাৰ পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ..
বুকিঙ লওক- 9395642474 অথবা 6001291366 নম্ববত
WhatsApp - 093956 42474

হাৰ্টৰ যিকোনো অসুবিধা
বুকুৰ বিষ,
বুকুৰ ধপধপনি,
উশাহ চুটি হোৱা,
বুকু গধুৰ বা চাপ অনুভৱ কৰা,
সহজে ভাগৰ লগা,
মূৰ ঘূৰোৱা,
ব্লাড প্রেচাৰ,
অতিৰিক্ত ঘমা,
পিঠি আৰু কান্ধৰ বিষ ইত্যাদিৰ বাবে সাক্ষাৎ কৰক ৷

Devdaru Diagnostics, Abhayapuri 24 hour Doctor, Lab, X-ray, ECG, Daycare (Bed for patient), Sonography Echocardiography, MTP

Want your practice to be the top-listed Clinic in Abhayapuri?
Click here to claim your Sponsored Listing.

Videos (show all)

শ্রদ্ধেয় ৰাইজ, প্রতি মাহৰ দৰে এইবাৰো  অভয়াপুৰি দেৱদাৰু ডাইগ্নষ্টিকচত সাক্ষাত পাব এপলো এক্সেলকেয়াৰ হস্পিটালৰ প্ৰখ্যাত বুক...
Dr. K. Jayshankar Renowned Heart Specialist from chennai doing Echocardigraphy at Devdaru Diagnostics, Abhayapuri  .. he...
Book on 9395642474#cardiologist from Chennai Medway Heart Institute
চেন্নাইৰ হৃদৰোগ বিশেষজ্ঞ অভয়াপুৰী চহৰত ৪ নভেম্বৰ শনিবাৰ বিয়লি ৩ বজাৰ পৰা আৰু ৫ নবেম্বৰ ৰবিবাৰে পুৱা ৮ বজাৰ পৰাCardiolog...
ভাল মেডিচিন বিশেষজ্ঞ দেখুৱাব খুজিছে নেকি? প্রতিদিন দুপৰীয়া ১.৩০ বজাৰ পৰা অভয়াপুৰী দেৱদাৰু ডাইগ্নষ্টিকচত পাব মেডিচিন বি...
Thank you for believing in us.. Now any sonography available on Sunday also, from 11 am.#radiologist #sonography ABHAYAP...
বিশেষ  সুখবৰ ! যিকোনো সৰু ডাঙৰ বা জটিল স্ত্রী-ৰোগ, যেনে- মাহেকীয়াৰ সমস্যা, ৰক্ত প্রদৰ, বগাস্রাৱ, যোনিৰ ঘা, সন্তান নোহোৱা...
Book on- 9395642474 toConsult Dr. Rahul Karwa on 23 July 2023 at Abhayapuri#cough #asthma #tuberculosis #chestpain
Visit Neurosurgeon Dr. Chandan Sarkar every Thursday afternoon at Abhayapuri Devdaru Diagnostics#spinesurgery #brainheal...
Pulmonologist Dr. Rahul Karwa 23 July 2023 at 10 amFor booking call on +91 93956 42474Services we provide -1. Doctor con...
Looking for Piles Clinic or Sexual Health Clinic?Call for booking - 9395642474#piles #sexuallytransmitteddisease #pilest...
Dr. Rahul Karwa , Pulmonologist and Chest Specialists on 23 July from 10 amCall for booking - 9395642474

Category

Telephone

Website

Address


MG Road, Near Old Hospital
Abhayapuri
783380