DDS LIVE 40

Dist-Barpeta ( Assam)
Pin-781309

07/05/2024

পূৰ্বৰ বাঘবৰ সমষ্টিৰ ছলিমপুৰ ভোট কেন্দ্ৰত বৰ্তমান সন্ধিয়া সময়লৈকে
৭০% ৰ কিছু ওপৰৰ ভোট গ্ৰহণ হৈছে।

07/05/2024

মন্দিয়া ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত উপস্থিত হৈ
কংগ্ৰেছ বিধায়ক ৰহিম আহমেদে কৰা মন্তব্য।

06/05/2024

চেনিমাৰীত অনুষ্ঠিত হোৱা এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভাত বিধায়ক আশ্ৰাফুল ইছলামৰ মন্তব্য প্ৰকাশ।

05/05/2024

২ নং ধুবুৰী লোকসভা সমষ্টিৰ চেনিমাৰীত প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সমৰ্থক সকলৰ ভীৰ ।

05/05/2024

আজি চেনিমাৰী বজাৰ খেলপথাৰত এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভাত হাজাৰ হাজাৰ লোকৰ উপস্হিতি।

05/05/2024
04/05/2024

২ নং ধুবুৰী লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে সমৰ্থক সকলৰ বিশাল বাইক ৰেলি।

04/05/2024

মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভাত নিৰক্ষৰ কবি হাবিল উদ্দিনৰ কংগ্ৰেছ বিদ্বেষী গীত পৰিৱেশন।

04/05/2024

মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভা

04/05/2024

পালহাজীত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে বাবে বিশাল
নিৰ্বাচনী সভাত শ্ৰীযুত গৌৰৱ গগৈৰ অংশ গ্ৰহণ।

03/05/2024

পালহাজীত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিশাল
নিৰ্বাচনী সভাত শ্ৰীযুত গৌৰৱ গগৈৰ অংশ গ্ৰহণ।

03/05/2024

পালহাজীত অনুষ্ঠিত হোৱা এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভাত চেঙা সমষ্টিৰ বিধায়ক
আশ্ৰাফুল ইছলামৰ মন্তব্য ।

03/05/2024

পালহাজীত অনুষ্ঠিত হোৱা এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভাত কেন্দ্ৰীয় যুৱ মৰ্চাৰ সভাপতি
জেহেৰুল ইছলামৰ মন্তব্য।

02/05/2024

পালহাজীত অনুষ্ঠিত হবলগীয়া এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভাস্হলীৰ পৰা লাইভ।

02/05/2024

পালহাজীত অনুষ্ঠিত হবলগীয়া এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভাত দেখা গ'ল অসংখ্য লোকৰ সমাগম ।

02/05/2024

পালহাজীত অনুষ্ঠিত হবলগীয়া বিশাল নিৰ্বাচনী সভাত দেখা গ'ল
বিশাল আকৃতিৰ তলা চাবি।

01/05/2024

মন্দিয়াত অৱস্হিত আগশাৰীৰ ব্যক্তিগত শিক্ষা খণ্ডৰ বিজ্ঞান শিক্ষাৰ অনুষ্ঠান ORBIT SCIENCE ACADEMY ত পাঠদানৰ শুভাৰম্ভ।

01/05/2024

পদ্মপাৰা হাইক্সুল খেল পথাৰত ২ নং ধুবুৰী লোকসভা সমষ্টিৰ A.G.P. আৰু B.J.P.ৰ মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ বিশাল বিজয়‌ সংকল্প সমাবেশ।

30/04/2024

নৱগঠিত চেঙা সমষ্টিৰ অন্তৰ্গত যাদৱপুৰত ৰাইজৰ দলৰ ৰাজ্যিক সভাপতি অখিল গগৈৰ উপস্থিতিত কংগ্ৰেছৰ জনসভাত কাজী নাজিমুল হকৰ মন্তব্য।

30/04/2024

বৰপেটা জিলাৰ অন্তৰ্গত চেঙা সমষ্টিৰ বামুণ দংৰা বিজেপি মণ্ডলৰ আগমন্দিয়া গা:প:ৰ ছলিমপুৰ গাওঁৰ পৰা ৰাজ্যিক সামাজিক মাধ্যমৰ সহ আহ্বায়ক হাচান আলীৰ নেতৃত্বত বহৰি পদ্ম পাৰাত অনুষ্ঠিত হবলগীয়া জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত বিজয় সংকল্পৰ গণ সমাৰোহলৈ বিশাল সমদল।

30/04/2024
29/04/2024

এ আই ইউডি এফৰ নিৰ্বাচনী কাৰ্য্যালয় উদ্বোধন

29/04/2024

নি:সহায় ল'ৰাজনৰ উপকাৰ হ'ব পৰাকৈ ভিডিঅ' টো সকলোৱে শ্বেয়াৰ কৰিব।

29/04/2024

২ নং ধুবুৰী লোকসভা সমষ্টিত সাংসদ হিচাপে এইবাৰ আপুনি কাক বিচাৰে?

29/04/2024

তেমুৰা দংৰা বজাৰত এআই ইউ ডি এফৰ নিৰ্বাচনী কাৰ্য্যালয় উদ্বোধন। উদ্বোধনী সভাত উপস্থিত থাকি বিধায়ক আশ্ৰাফুল ইছলামে দিয়া ভাষণৰ কিছু দৃশ্যাংশ।

29/04/2024

তেমুৰা দংৰা বজাৰত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্য্যালয় উদ্বোধন।

Want your practice to be the top-listed Clinic in Barpeta?
Click here to claim your Sponsored Listing.

Videos (show all)

পূৰ্বৰ বাঘবৰ সমষ্টিৰ ছলিমপুৰ ভোট কেন্দ্ৰত বৰ্তমান সন্ধিয়া সময়লৈকে ৭০% ৰ কিছু ওপৰৰ ভোট গ্ৰহণ হৈছে।
মন্দিয়া ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত উপস্থিত হৈ কংগ্ৰেছ বিধায়ক ৰহিম আহমেদে কৰা মন্তব্য।
চেনিমাৰীত অনুষ্ঠিত হোৱা এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভাত বিধায়ক আশ্ৰাফুল ইছলামৰ মন্তব্য প্ৰকাশ।
২ নং ধুবুৰী লোকসভা সমষ্টিৰ চেনিমাৰীত  প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে  সমৰ্থক সকলৰ ভীৰ ।
আজি চেনিমাৰী বজাৰ খেলপথাৰত এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভাত হাজাৰ হাজাৰ লোকৰ উপস্হিতি।
২ নং ধুবুৰী লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে  সমৰ্থক সকলৰ বিশাল বাইক ৰেলি।
মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভাত নিৰক্ষৰ কবি হাবিল উদ্দিনৰ কংগ্ৰেছ বিদ্বে...
মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এ আই ইউডি এফৰ বিশাল নিৰ্বাচনী সভা
পালহাজীত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে বাবে বিশাল নিৰ্বাচনী সভাত শ্ৰীযুত গৌৰৱ গগৈৰ অংশ গ্ৰহণ।

Category

Telephone

Address


Barpeta
781309

Other Medical & Health in Barpeta (show all)
imrockykhanofficial imrockykhanofficial
Jania Road, FAAMCH Road
Barpeta, 781301

Rocky Khan "Health is First priority".

M/s. Doctor's Medical, Satrakanara Bazar M/s. Doctor's Medical, Satrakanara Bazar
Satrakanara Bazar
Barpeta, 781308

সকলো ধৰণৰ বেমাৰৰ চিকিৎসা কৰা হয়

Anshi Medicare Anshi Medicare
Barpeta, 781301

Pharmacy Laboratory Consultation

Apollo Diagnostics_PCC, Kayakuchi Apollo Diagnostics_PCC, Kayakuchi
Kayakuchi
Barpeta, 781352

Apollo trust, Affordable and Assured quality Blood, Urine, Cough, Stool, Semen etc. tests done here.

Amar Medical Amar Medical
Amar Medical And Diagnostic Center
Barpeta, 781314

Banik Medicos Banik Medicos
Howly Barpeta Road
Barpeta

Belief Health Care & Research Centre Belief Health Care & Research Centre
Dangarkuchi
Barpeta, 781314

Features :- Ultrasound, X-Ray, ECG, All Blood & Urine Test, Doctor & Pharmacy available.

India Block India Block
Kamlabari
Barpeta, 781307

on the button and sharing this page with your friends and family. Finally 10000k

pinky official AAP pinky official AAP
Vill, Garali Pam
Barpeta, 781321

MBBS Abroad North East India MBBS Abroad North East India
Barpeta Road
Barpeta, 781314

Mediflex Lab & Daignostic Centre. Mediflex Lab & Daignostic Centre.
Near FAA Medical College & Hospital
Barpeta, 781301

All type of blood test dine here.

Life Care Diagnostic Centre, Kalgachia Life Care Diagnostic Centre, Kalgachia
Barpeta

Computerised Blood Test Urine Test Stool Test Thyroid Test