Social club & library Gobinda Pur
Nearby media companies
KAYAKUCHI
Vill. 1No Rasulpur P. O . Kadong
Jaina
Barpeta/Howly
Barpeta
781301
Medhirtary
781314
Govt Registered Organization Social club and library Gobinda pur.
কান্দাপাৰা গাওঁৰ গোলাপ হুছেইনৰ আজি গুৱাহাটীৰ মালিগাঁওত থকা স্বাগত হস্পিতালত আনুমানিক প্ৰায় দিনৰ ১১ টা বজাত শেষ নিশ্বাস ত্যাগ কৰে ,খবৰটো পাই বহুত দূখ পাইছো।
Rest In Peace Golap Hussain uncle.
ফটোত থকা মানুহজন ৰফিকুল ইছলাম (নিলচান)
বৰপেটাৰ ইছলামপুৰ গাওঁৰ বাসিন্ধা ! মানুহজন যোৱাকালি আবেলি ২.৩০ বজাত গুৱাহাটীৰ লাষ্টগেটৰ পৰা নিৰুদ্দেশ হৈছে ! এতিয়ালৈকে কোনোধৰণৰ খবৰ পোৱা নাই! কোনোবা সদাশয় ব্যক্তিয়ে দেখা পালে আমাক নিশ্চয় জনাব !
Ph= 8721861602
Smart miter ৰ বিল বেছি আহি আছে । ৰাইজ আপোনালোকে উলাই আহক । ইয়াৰ কাৰণে প্ৰতিবাদ কৰক । নহলে ৰাইজ মৰিব । ধন্যবাদ
78 তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ "Social club & Library Gobinda pur" তৰফৰ পৰা পতাকা উত্তোলন কৰা হয় l
স্থান:- গোবিন্দপুৰ
বানপানীৰ সময়ত আমাৰ অঞ্চলৰ পৰিবেশ
অসমত কোন সমষ্টিত কেতিয়া লোকসভা নিৰ্বাচন? চাওক তালিকা
Please Share this post 🙏🙏
ফটোত থকা ব্যক্তিজন বৰপেটা জিলাৰ গুৰালা গাওঁৰ নয়ান্দী
ব্যক্তিজন মানসিক বিকাৰগ্ৰস্থ! ব্যক্তিজন প্রায় তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছে! কোনোবা সদাশয় ব্যক্তিয়ে এখেতক দেখা পালে বা কোনো তথ্য পালে 9864269103 নম্বৰত যোগাযোগ কৰিব বুলি অনুৰোধ থাকিল!
সকলো পৰীক্ষাৰ্থীক শুভেচ্ছা জনালোঁ club and library তৰফৰপৰা।
পৰীক্ষা শেষ হোৱাৰ পূৰ্বেই ভাইৰেল প্ৰশ্নকাকত। পৰীক্ষা আৰম্ভ হোৱাৰ আধাঘণ্টাৰ ভিতৰতে মোবাইলত উপলব্ধ ইংৰাজীৰ প্ৰশ্নকাকত। কাছাৰৰ বাশকান্দি পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ভাইৰেলৰ অভিযোগ। আজি অনুষ্ঠিত হৈছে HSLCৰ ইংৰাজী বিষয়ৰ পৰীক্ষা।
𝐅𝐨𝐥𝐥𝐨𝐰 SOCIAL CLUB AND LIBRARY GOBINDA PUR
ফটোত থকা ব্যক্তিজন বৰপেটা জিলাৰ ছিধনী গাওঁৰ দেলুৱাৰ হুছেইন (দেলু) !
ব্যক্তিজন মানসিক বিকাৰগ্ৰস্থ !
ব্যক্তিজন প্ৰায় তিনিজিন ধৰি নিৰুদ্দেশ হৈ আছে !
কোনোবা সদাশয় ব্যক্তিয়ে এখেতক দেখা পালে বা কোনো তথ্য পালে 6003483550 আৰু 9678463867 নম্বৰত যোগাযোগ কৰিব বুলি অনুৰোধ থাকিল !
Highlights
🔷এতিয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব কোনোধৰণৰ স্থান
🔷স্থানৰ কোনো গুৰুত্ব নাই বুলি মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ
🔷"মেট্ৰিকত স্থান পালে IITতো এডমিছন নিদিয়ে।স্থান অসমতহে সামাজিকভাৱে স্বীকৃত।ভাৰতবৰ্ষ বা পৃথিৱীৰ কোনো শিক্ষানুষ্ঠানে স্থান লাভক স্বীকৃতি নিদিয়ে।"-ৰণোজ পেগু
আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে Social club and library, তৰফৰপৰা volleyball খেলৰ আয়োজন কৰা হৈছিল আৰু গণৰাজ্য দিৱস উৎযাপন কৰা হয়..
Social club and library Gobinda pur ৰ উদ্যোগত ্ত্ৰ_দিৱস উপলক্ষ্য জাতীয় পতাকা উত্তোলন কাৰ্য্যসূচী পালন কৰা হয়।
উক্ত লৰাজনে নাম ঠিকনা একো কব নোৱাৰে। যোৱাকালি ধানবান্ধাৰ ছোৱালী এজনীৰ পিচা কৰি আছিল যদিওঁ আজি বৰপেটা থানাত চমজাই দিবলৈ গৈ আছে। উক্ত ফটো share কৰি লৰাজনৰ মাক বাপেকৰ সন্ধান পাবলৈ সুযোগ কৰি দিয়ক।
ইয়াৰ দ্বাৰাই বৰপেটা নিৰ্বাচন জিলাৰ অন্তৰ্ভূক্ত সকলো ৰাইজক জনোৱা হয় যে, যোৱা ৮ ডিচেম্বৰ ২০২৩-ৰ পৰা নতুন ভোটাৰৰ নামভৰ্ত্তি, মৃত্যু বা স্হানান্তৰিত হোৱা ভোটাৰৰ নামকৰ্তন, ভোটাৰ তালিকাৰ তথ্যৰ শুদ্ধৰণি আদিৰ বাবে আবেদন কৰিব পৰা হৈছে। আবেদনৰ অন্তিম সময়সীমা ৮ জানুৱাৰী ২০২৪। আবেদন পত্ৰ সমুহ প্ৰতিটো পলিং বুথৰ BLO ৰ ওচৰত লাভ কৰিব। আবেদনপত্ৰসমুহৰ লগত তলত উল্লেখিত প পত্ৰসমুহ দিব লাগিব। আবেদন সমুহ পুৰণ কৰি নিজৰ পোলিং বুথৰ BLO জনৰ হাততে জমা দিব পাৰিব।
*Form 6(নতুনকৈ ভোট তুলিবলৈ)*
*1) বয়সৰ প্ৰমাণ পত্ৰ - যিকোনো এটা*
i) Admit Card
ii) PAN Card
iii) Aadhar Card
iv) Birth Certificate
*2) স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ---*
তলৰ যিকোনো এটা
ক) ৰাষ্ট্ৰীয়কৃত বেংকৰ পাচবুক
খ) ৰেচন কাৰ্ড
গ) আধাৰ কাৰ্ড
ঘ) পাছপৰ্ট
*3) লিংক প্ৰমাণ পত্ৰ---*
i) দেউতাৰ (দেউতা অবিহনে মাকৰ) নাম থকা চলিত ভোটাৰ তালিকাৰ পেজ।
ii) নিজৰ নামৰ লগত দেউতা/মাকৰ নাম থকা যিকোনো এটা প্ৰমাণ পত্ৰ।
*4)* পিছফালে বগা(Background white) 4.5*3.5 জোখৰ ৰঙীন *ফটো এক কপি।*
*N.B- উপৰত উল্লেখিত প্ৰ-পত্ৰ(Documents) 5 টাৰ উপৰিও*
i) যদি বয়স 21 বছৰৰ ওপৰত হয় তেন্তে পৰিশিষ্ট- 3 (Annexure iii) লাগিব যিটো বি এল ও য়ে যোগান ধৰিব।
ii) বিবাহিত মহিলাৰ ক্ষেত্ৰত বিয়াৰ প্ৰমাণ পত্ৰ (Marriage Certificate) নাইবা দুয়োফালৰ গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ লাগিব (গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰত বিয়াৰ তাৰিখ উল্লেখ থাকিব লাগিব)।
*Form 7 (মৃত ব্যক্তিৰ নাম কৰ্তনৰ বাবে)
I)মৃত্যুৰ প্ৰমাণ পত্ৰ
*Form 8(ভোটাৰৰ তথ্যৰ শুধৰণী)
I) ভোটাৰ কাৰ্ডৰ কপি।
Chief Electoral Officer, Assam
মোৰ ভাতৃতুল্য বন্ধু Forhad Ali ৰ পত্নী Sofia Khatun অসুস্থ সোনকালে অপাৰেশ্বনৰ প্ৰয়োজন ! তেখেতৰ চিকিৎস্যাৰ বাবে বৰ্তমান ৩ লাখ টকাৰ আৰ্থিক সহায়ৰ প্ৰয়োজন ! আপোনাৰ সাধ্য অনুযায়ী আৰ্থিক সহায় কৰিলে আমি চিৰকৃতজ্ঞ হৈ থাকিম !
PhonePe/Gpay/Paytm:8723849804
UPI Id: forhadali19994@ybl
অসমীয়া ভাষা-সাহিত্যৰ আত্মপ্ৰতিষ্ঠা কালৰ অন্যতম সাহিত্যিক সত্যনাথ বৰাদেৱক স্মৃতি দিৱসত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।
এগৰাকী কবি আৰু গীতিকাৰ ৰূপে সাহিত্যিক জীৱনৰ পাতনি মেলা বৰাদেৱে তেখেতৰ মহৎ কৃতি বহল ব্যাকৰণ আৰু নানা গভীৰ চিন্তামূলক প্ৰৱন্ধৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি থৈ গৈছে। মানৱ জীৱনৰ উৎকৰ্ষ সাধনৰ বাবে তেখেতে ৰচনা কৰা মৌলিক চিন্তাপ্ৰসূত প্ৰবন্ধসমূহ আজিও আমাৰ বাবে অমূল্য সাহিত্যিক সম্পদ। "ভাষাৰ পৱিত্ৰতা, ভাবৰ পৱিত্ৰতা আৰু চৰিত্ৰৰ পৱিত্ৰতাত আদৰ্শ পুৰুষ" বৰাদেৱৰ কৃতি আৰু কৃতিত্ব জাতীয় জীৱনত সদায়ে আদৰণীয় হৈ ৰ'ব।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the business
Telephone
Website
Address
Barpeta
781308
T. N. D Bazar
Barpeta, 781319
AIE EXPRESS 24 সদায় দুৰ্নীতি আৰু অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে।
Barpeta, 781319
তথ্যনিষ্ঠ বাতৰিৰে আমি আহিছোঁ।আমি মানুহৰ বাবে মানুহৰ স্বাৰ্থত কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।
Barpeta, 781301
NEN Documentary is a news portal from Mandia, Barpeta, Assam-781308.