Akhi Medicos
Business
অহা কালি ৰাতিপুৱা 7 বজাৰ পৰা ৰাতিপুৱা 9.30 বজালৈ Dr. Ayub Ali,MBBS(Chenga PHC)ছাৰ উপস্থিত থাকিব ।
স্থান -আখি মেডিক'জ
খংৰা বজাৰ ।
যোগাযোগৰ নম্বৰ-7002006288
অহা 20 জুলাই অর্থাৎ বুধবাৰৰ পৰা প্ৰতিদিন Dr.Ayub Ali,MBBS (chenga PHC) ছাৰ উপস্থিত থাকিব ।
সময়=ৰাতিপুৱা ৭ বজাৰ পৰা ৰাতিপুৱা ৯ বজালৈ ।
স্থান-আখি মেদিক'জ
খংৰা তিনিআলি ।
যোগাযোগৰ নম্বৰ-7002006288,9365460865
অহা শনিবাৰ তথা ০৭/০৫/২২ তাৰিখে শিশু ৰোগ বিশেষজ্ঞ ডঃ ৰমেজ উদ্দীন(আয়ু),MD,phd scholar, ছাৰ উপস্থিত থাকিব ।
সময়-আবেলি ৪ বজাৰ পৰা ৬ বজালৈ ।
স্থান-খংৰা তিনিআলি,বৰপেটা, অসম ।
যোগাযোগৰ নম্বৰ-৭০০২০০৬২৮৮/৯৩৬৫৪৬0৮৬৫ ,
ধন্যবাদ ।
সকলোলৈ ঈদ উল ফিৎৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পৱিত্ৰ ঈদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, |
ঈদ মুবারাক🌙
অহা কালি গুৱাহাটীৰ পৰা ডঃ মণিৰ উদ্দীন দেৱান(আয়ু)এম ডি,ছাৰ আহি আছে । যৌন, হাত-ভৰি,কঁকাল আদিৰ গাঁঠিৰ বিষ,কিডনিৰ পাথৰ আদি ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা কৰাৰ লগতে ভাল ভাল পৰামৰ্শ আগবঢ়োৱা হব ।
সময়-ৰাতিপুৱা ১০ বজাৰ পৰা ১ বজালৈ ।
স্থান- আখি মেডিক'জ,
খংৰা তিনিআলি,বৰপেটা,অসম |
আগতীয়াকৈ যোগাযোগৰ নম্বৰ- ৭০০২০০৬২৮৮/৯৩৬৫৪৬০৮৬৫
অহা দেওবাৰ অৰ্থাৎ ১৭/০৪/২২ ইং তাৰিখে ডঃ মণিৰ উদ্দীন দেৱান,এম ডি(আয়ু) ছাৰ গুৱাহাটীৰ পৰা আহি আছে ( হাত-ভৰিৰ গাঁঠিৰ বিষ,যৌন আৰু কিডনিৰ পাথৰ )আদি ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা কৰা হব আৰু সুন্দৰ পৰামৰ্শ আগবঢ়াব ।
সময়- ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ২ বজালৈ ।
স্থান- আখি মেডিক'জ
খংৰা তিনিআলি,বৰপেটা, অসম।
আগতীয়াকৈ যোগাযোগৰ নম্বৰ ৭০০২০০৬২৮৮/৯৩৬৫৪৬০৮৬৫
ডঃ মণিৰ উদ্দীন দেৱান,মেডিচিন আৰু যৌনৰোগ বিশেষজ্ঞ (আয়ু) এমডি, অহা ১৭/০৪/22 ইং তাৰিখ তথা দেওবাৰ ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ উপস্থিত থাকিব ।
*স্থান-আখি মেডিক'জ
খংৰা তিনিআলি,বৰপেটা, অসম ।
আগতীয়াকৈ যোগাযোগৰ নম্বৰ-৭০০২০০৬২৮৮
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Website
Address
Barpeta