Rashna's page

মই এগৰাকী শিক্ষয়িত্ৰী। মোৰ মিষ্টাৰো এজন শিক্ষক।আমাৰ দুটা ল'ৰা আছে।আমি বঙাইগাঁৱত থাকো।

07/01/2023

মই মোৰ জীৱনত কেনেদৰে সংগ্ৰাম কৰি আজি এই স্থান পাইছো ..?মধ্যবিত্ত পৰিয়ালৰ (middle class family)সন্তান সকলে নিজৰ সপোনক বাস্তৱ ৰূপ দিবলৈ কিমান কষ্ট কৰিব লগা হয় ।মোৰ বাই-ভনীৰ লগত চিনাকি হওঁ আহকচোন। , , , #শিখাবৰুৱা

05/01/2023

মোৰ মানুহজনৰ আজি জন্মদিন।আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ।তেওঁ যাতে সদায়ে কুশলে থাকে...( )

05/01/2023

কম সময় পঢ়ি কেনেদৰে ভাল ৰিজাল্ট কৰিব পাৰি?এই ভিদিঅটো মোৰ মৰমৰ ছাত্র-ছাত্ৰী সকলৰ বাবে (Age 10 to 25 )সাত(7) দিনতে প্ৰমাণ পাব।

03/01/2023

সৰু সৰু সুখবোৰলৈ জীৱনটো উপভোগ কৰিবলৈ শিকো আহকচোন। সকলো সময়তে কেনেকৈ নিজকে সুখী কৰি ৰাখিব পাৰি?

01/01/2023

সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছাৰে....আমি জা-জোৱালী...(ফটো--০১/০১/২০২৩)

31/12/2022

আজি প্ৰথমবাৰৰ বাবে মই আৰু মোৰ মানুহজন একেলগে ...আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ আজি মোৰ মানুহজনে দিব..লগতে সকলোলৈকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা..সকলো কুশলে থাকক

28/12/2022

এনে এটা বস্তু..যি আপোনাৰ সন্তানক মানুহ হিচাপে গঢ় দিয়াত সহায় কৰিব..কিন্তু!!কি?? আপোনাৰ/মোৰ ছোৱালীজনীয়ে পিঠা বনাব জানেনে আৰু ল'ৰাটোয়ে...??

25/12/2022

আপোনাৰ সন্তানে পঢ়ি থকাৰ সময়ত এইকেইটা কাম ভুলতো নকৰিব। মনোযোগ বৃদ্ধি কৰাৰ পাঁচটা উপায়।

24/12/2022

আমাৰ সন্তান যেতিয়া বহুত খঙাল আৰু জেদি হয় ,তেতিয়া আমি কেনেকৈ ঠিক কৰিব পাৰোঁ? অভিভাৱক সকললৈ কেইটামান সৰু সৰুTIPS

22/12/2022

I've just reached 33K followers! Thank you for continuing support. I could never have made it without each and every one of you. 🙏🤗🎉

21/12/2022

আপোনাৰ Body language য়ে আপোনাৰ ব্যক্তিত্বৰ পৰিচয় দিব পাৰে !! কিন্তু কেনেকৈ? মানুহৰ লগত কথা পাতোতে আপুনি কেনেধৰণৰ শাৰিৰীক ভাষা ব্যৱহাৰ কৰে?

18/12/2022

আমি কেনেকৈ এগৰাকী ভাল পত্নী হ'ব পাৰোঁ? এজন পুৰুষে তেওঁৰ পত্নীৰ পৰা কেনে ধৰনৰ সহাৰি বিচাৰে? Please follow my page..

17/12/2022

নমস্কাৰ, মই ৰাস্নাই আপোনালোক সকলোলৈকে বহুত বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোক এখোজ আগুৱাই যোৱাত সহায় কৰিছে।আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ , মানে আপোনালোকৰ মাজৰে বহুতে মোৰ মিষ্টাৰৰ লগত চিনাকি হ'ব বিচাৰিছে। ভাবিছোঁ নতুন বছৰৰ প্ৰথম দিনটোতে তেওঁক আপোনালোকৰ লগত চিনাকি কৰাই দিম। আপোনালোকে আমাৰ দুজনৰ বিষয়ে কিবা জানিব বিচাৰে নেকি? Comment কৰি জনাবচোন।সেইদিনা ভিদিঅটোতে আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ আমি দুয়োজনে দিবলৈ চেষ্টা কৰিম।পুনৰ সকলোলৈকে মৰম আৰু শ্ৰদ্ধাৰে......ভগৱানে সকলোকে কুশলে ৰাখক।

15/12/2022

সন্তানৰ এইখিনি সময়ত আমি অভিভাৱকসকল সাৱধান নহ'লে, আমাৰ সন্তান বিপথে যাব পাৰে... Please FOLLOW MY PAGE

13/12/2022

অভিভাৱক হিচাপে,আপুনি আপোনাৰ সন্তানৰ শিক্ষাগুৰু সকলৰ লগত কেনেধৰনে আৰু কি কি কথা পতা উচিত? শিক্ষকক এইকেইটা প্ৰশ্ন কেতিয়াবা কৰিছেনে?

12/12/2022

"ছোৱালী তোলনি হ'লে ল'ৰা মানুহৰ মাত শুনিব নাপায়.." কিছু বিশ্বাস ...কিছু অন্ধবিশ্বাস আৰু বৰ্তমান সমাজ

09/12/2022

মোৰ ল'ৰা দুটা পঢ়াত কেনেকুৱা/আমি সিহঁতক কেনেদৰে ডাঙৰ কৰিছোঁ...আপোনালোক সকলোৰে মনত থকা এই ডাঙৰ প্ৰশ্নটোৰ উত্তৰলৈ.... Please FOLLOW my page

06/12/2022

পতি-পত্নীৰ মাজত যেতিয়া বহুত বেছি কাজিয়া হয়😢😢এইকেইটা কাম কৰি চাবচোন,অতি সোনকালে সকলো ভুল বুজাবুজি শেষহৈ যাব।please FOLLOW my page

04/12/2022

এই চাৰিটা অভ্যাস এৰি চাওক,আপোনাৰ জীৱন সলনিহৈ যাব... Please FOLLOW my page

01/12/2022

মানুহক চিনি পোৱাৰ কেইটামান সহজ উপায় ...মুখাপিন্ধা মানুহক কেনেকৈ চিনি পাব পাৰি? please Follow my page..

30/11/2022

Hi everyone! 🌟 You can support me by sending Stars – they help me earn money to keep making content that you love.

Whenever you see the Stars icon, you can send me Stars.

30/11/2022

এটা সুন্দৰ সম্পৰ্কৰ বাবে Control আৰু Care (শাসন আৰু যত্ন) কোনটোক বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে?

29/11/2022

আপুনিও নিজকে ভাল মাতৃ (Good Mother) বুলি ভাবেনে? আমি মাতৃ সকলে কৰা কিছুমান সৰু সৰু ভুল.... Please Follow my page

28/11/2022

ছাত্র-ছাত্ৰীক পঢ়াত মন বহাবলৈ কি কৰিব, লিখিবলৈ মন নকৰিলে কি কৰিব,পৰীক্ষাত পাহৰি যায়....সকলোবোৰ সমস্যাৰ সমাধান দিম.. Please FOLLOW MY PAGE

24/11/2022

এজন পুৰুষ যেতিয়া মানসিক ভাবে ভাঙি পৰে...এজন পুৰুষৰ এটা সঁচা কাহিনী ,শুনিলে আপোনাৰো চকুপানী 😢😢Please follow my page

21/11/2022

সন্তানক সু:সংস্কাৰ দিওঁতে আমিও কৰবাত ভুল কৰোঁ নেকি? এটা জীয়া কাহিনী..লগতে "পিতাইলৈ চিঠি .." গল্পটোৰ বিষয়ে কম..অনুগ্ৰহ কৰি .শেষলৈ চাব , লগতে মোৰ পেজটো FOLLOW কৰিব।

19/11/2022

আপোনাৰ সন্তানেও stress, Depression ত ভুগিছে নেকি?..অভিভাৱকসকলৰ দায়িত্ব.. Please FOLLOW my page

17/11/2022

"নাৰীয়ে নাৰীৰ শত্ৰু..."কথাষাৰ আপুনিও সঁচা বুলি ভাবেনে? please Follow my page

15/11/2022

সন্তানক Quality Time কেনেকৈ দিব? প্ৰতিজন অভিভাৱকক এই ভিদিঅটো চাবলৈ অনুৰোধ জনালোঁ.. Please Follow my page

14/11/2022

ভগৱানে যি কৰে ,ভালৰ কাৰণেই কৰে...অনুগ্ৰহ কৰি ভিদিঅটো সম্পূৰ্ণ চাইহে মন্তব্য কৰে যেন।(please FOLLOW my page)

11/11/2022

সন্তানক পইছাৰ (money) মূল্য কেনেকৈ শিকাব?অভিভাৱক সকললৈ কেইটামান সৰু সৰু TIPS.. Please FOLLOW my page

10/11/2022

নমস্কাৰ, প্ৰথমে মই ৰাস্নাই আপোনালোক সকলোলৈকে সুপ্ৰভাত জনাইছোঁ।আপোনালোকে মোক ইমান মৰম আৰু আশীৰ্বাদ দিছে..তাৰ বাবে সকলোলৈকে বহুত বহুত বহুত ধন্যবাদ জনালোঁ.. আচলতে আপোনালোকৰ মন্তব্য বোৰ পঢ়ি পঢ়ি এনে লাগিছে আপোনালোক যেন মোৰ বহু দিনৰ চিনাকি। সেইবাবে আপোনালোকৰ লগত চিনাকি হ'ব বিচাৰিছোঁ।প্ৰথমে মই মোৰ পৰিচয় দিছোঁ.. মোৰ ঘৰ বঙাইগাঁৱত। মই গহপুৰৰ ছোৱালী আৰু বৰ্তমান বঙাইগাঁৱৰ বোৱাৰী। আপোনালোকেও আপোনালোকৰ ঘৰ ক'ত জনাবচোন লগতে আপোনালোকৰ কিবা প্ৰশ্ন থাকিলেও জনাব দেই।শেষত কেতিয়াবা সময়ৰ অভাৱত আপোনালোকৰ মন্তব্যত ব্যক্তিগত ভাবে উত্তৰ দিব নোৱাৰোঁ ,সেইবাবে ক্ষমা বিচাৰিছোঁ।

07/11/2022

পতি-পত্নীৰ মাজত যেতিয়া কাজিয়া লাগে..এইকেইটা কাম কেতিয়াও নকৰিব..5 SECRET TIPS for a successful relationship.. Please FOLLOW my page

03/11/2022

সন্তানক Discipline কেনেকৈ শিকাব? অভিভাৱক সকললৈ কেইটামান সৰু সৰু TIPS

02/11/2022

5 Signs of true love..সঁচা প্ৰেমৰ পাঁচটা লক্ষণ...অনুগ্ৰহ কৰি ভিদিঅটো চাইহে comments কৰে যেন। pl FOLLOW my page

01/11/2022

এই ভিদিঅটো প্ৰতিগৰাকী Housewife লৈ..এগৰাকী গৃহিণী (housewife) হোৱাটো একেবাৰে সহজ নেকি?Please FOLLOW my page

30/10/2022

Overthinking আৰু Stress ৰ পৰা আমাৰ কি কি অপকাৰ হ'ব পাৰে? ইয়াৰ পৰা আমি কেনেকৈ আতৰত থাকিব পাৰোঁ? please FOLLOW my page

28/10/2022

আপুনি নিজকে ভাল মাতৃ বা ভাল পিতৃ বুলি ভাবেনে?অভিভাৱক হিচাপে এইটো ভুল কেতিয়াও নকৰিব😢 please FOLLOW my page

26/10/2022

পৰকীয়া প্ৰেমৰ ওপৰত ভিদিঅটো বনাই ভুল কৰিলোঁ নেকি??পৰকীয়া প্ৰেম কৰা সকললৈ মোৰ এটা অনুৰোধ😢😢

22/10/2022

ডাঙৰহৈ অহাৰ লগে লগে আপোনাৰ সন্তানে আপোনাৰ কথা নমনা হৈছে নেকি?কাৰণ আৰু উপায়..... Please FOLLOW my page

Want your public figure to be the top-listed Public Figure in Bongaigaon?
Click here to claim your Sponsored Listing.

Videos (show all)

আপুনি নিজকে ভাল অভিভাৱক বুলি ভাবেনে?
স্মৃতি শক্তি বৃদ্ধি কৰাৰ উপায় , আপোনাৰ সন্তানেও পঢ়াবোৰ পাহৰি যায় নেকি?
ৰাতি গভীৰ নিদ্ৰাৰ (টোপনিৰ) বাবে তিনিটা TIPS
খং control ত ৰখাৰ কেইটামান সৰু সৰু TIPS

Address


Bongaigaon
Bongaigaon
783380

Other Motivational Speakers in Bongaigaon (show all)
Dr. Eusuf Inspiration Dr. Eusuf Inspiration
Abhayapuri
Bongaigaon

"Every failed attempt is an important part of winning and succeeding. ”

Sahid assam Sahid assam
Sidal Sati
Bongaigaon, 783380

Saving का जमाना खत्म investment का जमाना है #investment#NSE#BSE#mutual fund#share market#sensex

Bkmd0 Bkmd0
T. R. PHUKAN Road
Bongaigaon, 783380

Madhab Das, a student of Rajyoga.

OVI MNDL OVI MNDL
TR Phukan Road
Bongaigaon, 783380

Ovi mndl is a facebook hindi shayari & sad status page founded by hindi youtuber ovi mndl . This cha

MOKIB Inspiration MOKIB Inspiration
Bongaigaon
Bongaigaon

Life Changing Motivational quotes Inspirational videos bangla shayari great people speech speech

Gita Gyan Gita Gyan
Bongaigaon, 783380

Gita Gyan

chetry nilam chetry nilam
Bongaigaon
Bongaigaon, 783380

motivation

Jivan Ki Raaj Jivan Ki Raaj
Bongaigaon
Bongaigaon, 783380

Join 1 October 2023 || Motivational speech || Krishna best motivational speech

Creater Nayan Creater Nayan
VILL: North Salmara
Bongaigaon, 783383

Hello friends, through this page, I will motivate you every day with a video.

&hayan Motivational quotes &hayan Motivational quotes
Bongaigaon, 783380

I m Responsible for What I say but I m not responsible for what u understand...