Hakimglp
Only true information
AIUDF ত্যাগ কৰি নিৰ্দলীয় হিচাপে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা আব্দুল হকৰ কাৰ্যালয় উদ্বোধন ৷স্থান :হোজাই ,নীলবাগান
ডবকাৰ ৰাজপথত যাত্ৰী বাহী বাছত জুই,
সাবধানঃ সৰৱ বন বিভাগ
কংগ্ৰেছৰ যুৱ নেতা মানস বৰাৰ কংগ্ৰেছক ত্যাগ ।
এটা সময়ত বহুত জনপ্ৰিয় গিটাৰ,এতিয়া হ্ৰাস পাবলৈ ধৰিছে!
আজি হোজাই জিলা আয়ুক্ত শ্ৰীলাচিত কুমাৰ দাসদেৱে জিলা আয়ুক্তৰ কাৰ্যালয়ত হোজাই নিৰ্বাচনী জিলাৰ বাবে এটি নিৰ্বাচনী শুভংকৰ 'লিটিকাই' শুভ উদ্বোধন কৰে।অতিৰিক্ত জিলা আয়ুক্তদ্বয় শ্ৰীজয়শংকৰ শৰ্মা, শ্ৰীমতী সোনাক্ষী ব্ৰহ্ম, নিৰ্বাচনী বিষয়া শ্ৰীকৃষ্ণাণ জ্যোতি ডেকা, জনসংযোগ বিষয়া শ্ৰীমতী ৰাখিশ্ৰী লেখাৰু আৰু আন বিষয়া -কৰ্মচাৰীৰ উপস্হিতিত উদ্বোধন কৰা এই শুভংকৰ 'লিটিকাই'ৰ জৰিয়তে জনসাধাৰণক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্য ৰখা হৈছে।
ধুবুৰীত ৰকিবুলৰ গৰম ভাষন
ধুমুহা
ডবকাত গাড়ী দুৰ্ঘটনা
জাতিক লৈ ৰাজনীতি কৰে আজমলে ,কংগ্ৰেছ - AIUDF য়ে একো কাম নকৰিলে ,ৰাইজে উন্নয়ন বিচাৰে,কামাখ্য প্ৰসাদ তাছা বিপুল ভোটত জিকিব!বিধায়ক জিতু গোস্বমী
মুঠতে বাইদেউ নিৰ্বাচন খেলিব ,ৰাইজৰ দলৰ প্ৰাক্তন সম্পাদিকা দিলোৱাৰা বেগমৰ চূড়ান্ত সিদ্ধান্ত !জয় পৰাজয় বাইদেউ নাজানে !
সত্ৰাধিকাৰ দেবানন্দ গোস্বমীআৰু নাই ৷
নগাওঁ বৰদোৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সত্ৰীয়া কলা সংস্কৃতিৰ সাধক দেবানন্দ গোস্বামী দেৱৰ পৰলোকপ্ৰাপ্তি ঘটে । গোস্বমীৰ বিয়োগত "সদৌ অসম সত্ৰ মহাসভা"ৰ সভাপতি সত্ৰাধিকাৰ ডঃ সুনীল কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
কাইলৈৰ পৰা হজৰত আমিৰে শ্বৰিয়তৰ কাৰ্যসূচী জানক!
আমান্নুল্লাহ পাটোৱাৰী ছাৰৰ জানাজা সম্পূৰ্ণ
ৰাজ্যৰ এখন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ সমাজৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া AAMSU ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ৷
DC হোজাই ,নিৰ্বাচন সন্দৰ্ভত কি কলে শুনক ,গুৰুত্বপূৰ্ণ বিষয় !
হাম হস্পিটালত হৈছে কি?
হস্পিটালত কৰ্তৃপক্ষই সামাজিক মাধ্যমত দিয়া CCTV ৰ বিডিঅ অনুসৰি ডক্টৰে আঙুলি টোঁৱাই টোৱাই কথা পাতিছে ,কোলাত ৰোগীয়া শিশু পুত্ৰক লৈ অধিবক্তা পিতৃয়েও মাজে মাজে হাত দাঙিব চেষ্টা কৰি প্ৰতিক্ৰিয়া কৰিছে কিন্ত হস্পিটালৰ চিকিউৰিটীয়ে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে,কাষতে ৰৈ থকা অধিবক্তাৰ পুত্ৰই সকলোঁ নিৰৱে প্ৰতক্ষ্য কৰিছে,পিচলৈ হয়তো পিতৃক কৰা অপমান সহিব নোৱাৰি 18 বছৰতকৈ কম বয়সীয়া ছাত্ৰই পিতৃক কৰা অপমান সহিব নোৱাৰি ডক্টৰৰ ওচৰলৈ আক্ৰমণ কৰিবলৈ চেষ্টা কৰোতে ডক্টৰজনে আক্ৰমণ- প্ৰত্যাক্ৰমন কৰি মাটিত পৰি যায়,তাৰ পিচত হস্পিটালৰ চিকিউৰিটী,ডক্টৰে মিলি ছাত্ৰ জনৰ হাত বান্ধি পুনৰ মাৰপিট কৰিলে,তাৰ পিচত দুয়োপক্ষৰ গোচৰ হল,আৰক্ষীৰ তদন্ত আৰাম্ভ হল,আজি ডক্টৰৰ এটি দলে সাংবাদ মেল আয়োজন কৰি বহুত কিবা কিবি কলে !
সাধাৰণ ৰাইজক ফাকি দিব পাৰে,আৰক্ষীক দিব পাৰে ,কিন্তু আল্লাহক ফাকি দিব নোৱাৰে ,সকলো চাই আছে !
সচেতন লোকে ন্যায়িক ভাৱে তদন্তৰ কামানা কৰিছে !
ফলাফল ভাল হলে নিজেও সন্তুষ্ট ,অভিভাৱক সমাজো সন্তুষ্ট হয়!
দুৰ্ঘটনাত হাতীৰ মৃত্যু
গৌৰৱ গগৈ,ৰকিৰ ভাষন
কংগ্ৰছৰ বিশাল সভা,কাজিৰঙাৰ প্ৰাৰ্থী আৰু গৌৰৱ গগৈৰ ভাষন
হোজাই জিলাতো কাৰ বিৰুদ্ধে আছুৰ উত্তালপ্ৰতিবাদ
9 তাৰিখে আন্দোলন বাতিল আছুৰ
BJP+AJP ৰ সভা!
ডবকাত পুৱাৰ ভাগত BJP ৰ ৰেলিত দেখা নগল অগপ নেতা সকলক!সন্ধিয়া অগপৰ সভাত কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছৰ - AIUDF ক সমালোচনা !
সংখ্যালঘু অঞ্চলত BJP প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ ধাৰাবাহিক সভা,বিন্নাকান্দিত সমষ্টিত খলকনিৰ সৃষ্টি
BJP ,ৰেলি ,ডবকা
খোৱা পানীৰ নামত বৰবিহ সেৱন কৰিছে ৰাইজেই ,চৰকাৰ প্ৰশাসনে শীঘ্ৰেই ব্যৱস্থা লওক ,ৰাইজৰ দাবী!
মাটি বাৰীৰ কাম আছে নেকি আপোনাৰ ,আজি মাজ নিশাৰ পৰা হোজাই জিলাত কি ঘটিব ,শুনক DC ৰ মুখেৰেই !
Click here to claim your Sponsored Listing.
Videos (show all)
Contact the business
Telephone
Address
Dabaka, 782140
𝓐𝓽 𝓳𝓾𝓼𝓽 𝓸𝓷𝓮 𝓬𝓪𝓵𝓵 , 𝓦𝓮 𝓹𝓻𝓸𝓿𝓲𝓭𝓮 𝔂𝓸𝓾 𝓫𝓮𝓼𝓽 𝓼𝓮𝓻𝓿𝓲𝓬𝓮 𝓲𝓷 𝓦𝓻𝓲𝓽𝓲𝓷𝓰 & 𝓟𝓾𝓫𝓵𝓲𝓼𝓱𝓲𝓷𝓰 . 𝓣𝓪𝓴𝓮 𝔂𝓸𝓾𝓻 𝓟𝓾𝓫𝓵𝓲𝓬𝓪𝓽𝓲𝓸𝓷 𝓽𝓸 𝓷𝓮𝔀 𝓱𝓮𝓲𝓰𝓱𝓽𝓼 𝔀𝓲𝓽𝓱 𝓸𝓾𝓻 𝓮𝔁𝓹𝓮𝓻𝓽 𝓼𝓮𝓻𝓿𝓲𝓬𝓮 .