MB Live

MB Live is a daily news portal. find us on FB & YouTube

04/11/2023

Assam cabinet decision about Anandaram baruah award

25/05/2023

কাৰাগাৰৰ পৰা ব্ৰিটিছক মাফিনামা দি মুক্তি পোৱা হিন্দুত্ববাদী নেতা ছাবাৰকাৰৰ জন্মদিনৰ সৈতে সম্পৰ্ক ৰাখি স্বাধীন ভাৰতবৰ্ষৰ নতুন সংসদ ভৱনৰ উদ্বোধন!

এয়াই চাগে হিপক্ৰেচি!

Photos from MB Live's post 23/05/2023

আজি হোজাইত উপস্থিত ধিং সমষ্টিৰ সন্মানীয় বিধায়ক আলহাজ আমিনুল ইছলাম ডাঙৰীয়া আৰু চেংগা সমষ্টিৰ বিধায়ক সকলোৰে প্ৰিয় তথা যুৱ প্ৰজন্মৰ নয়নৰ মনি আশ্ৰাফুল হুছেইন ছাৰৰ উপস্থিতিত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈ যায়!
হোজাই স্থিত AIUDF দলৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত এই সভাত উপস্থিত থাকে জিলা সভাপতি হেলাল উদ্দিন বিধায়ক চিৰাজ উদ্দিন আজমল চাহাবৰ ৰাজনৈতিক সচিব আকবৰ আলী ডাঙৰীয়া সম্পাদক আব্দুল হাই মিৰ তথা সমষ্টি কমিটীৰ সভাপতি ও অন্যান্য বহু দলীয় কৰ্মী উপস্থিত থাকে!!

28/01/2023
05/12/2022

ৰ পঞ্চম বৰ্ষপুতি অনুষ্ঠানত ডবকা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈ দেৱৰ সংগীত পৰিবেশন।

24/11/2022

কৰৈগুৰি নতুন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ দেৱলক্ষী বড়া বাইদেউৰ কণ্ঠত এক সুন্দৰ গীত। বাইদেউৰ কণ্ঠই সকলোকে মোহিত কৰিলে।

22/11/2022

কোনে লিখিছে নাজানো, কিন্তু #অসাধাৰণ👌

১. মায়ে ৯ মাহ বহন কৰে, দেউতাই বছৰ বছৰ বহন কৰে, দুয়ো সমান,তথাপিও নাজানো কিয় # দেউতা পিছ পৰি ৰয়।
২. মায়ে দৰমহা নোহোৱাকৈ পৰিয়ালটো চলায়, দেউতাই ঘৰৰ বাবে সকলো দৰমহা খৰচ কৰে, দুয়োৰে সমান প্ৰচেষ্টা, তথাপিও নাজানো দেউতা কিয় পিছ পৰি ৰয়।
৩. মায়ে যি মন যায় ৰান্ধে, দেউতাই যি বিচাৰে কিনি আনে, তেওঁলোকৰ মৰম সমান, কিন্তু মাৰ মৰমক শ্ৰেষ্ঠ বুলি দেখুওৱা হয়। ,তথাপিও নাজানো কিয় # দেউতা পিছ পৰি ৰয়।
৪. ফোনত কথা পাতিলে প্ৰথমে মাৰ লগত কথা পাতিব মন যায়, বিপদত পৰিলে 'মা' বুলি কান্দো। প্ৰয়োজনৰ সময়তহে দেউতালৈ মনত পৰে, কিন্তু দেউতাই কেতিয়াও বেয়া নাপায় যে আমি আন সময়ত তেওঁক মনত নেপেলাওঁ? সন্তানৰ পৰা মৰম পোৱাৰ ক্ষেত্ৰত পিতৃসকল কিয় পিছ পৰি আছে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নাজানো।
৫. আলমাৰীটো ৰঙীন শাৰী আৰু ল’ৰা-ছোৱালীৰ বহুত কাপোৰেৰে ভৰি পৰিব কিন্তু দেউতাকৰ কাপোৰ খুব কম, নিজৰ প্ৰয়োজনৰ প্ৰতি তেওঁ গুৰুত্ব নিদিয়ে, ,তথাপিও নাজানো কিয় # দেউতা পিছ পৰি ৰয়।
৬. মাৰ বহুত সোণৰ অলংকাৰ আছে, কিন্তু দেউতাৰ মাত্ৰ এটা আঙঠি আছে যিটো তেওঁৰ বিয়াৰ সময়ত তেওঁক দিয়া হৈছিল। তথাপিও মায়ে কম গহনা বুলি অভিযোগ কৰে আৰু দেউতাই নকৰে। এতিয়াও নাজানো দেউতা কিয় পিছ পৰি ৰয়।
৭. দেউতাই গোটেই জীৱন কষ্ট কৰি পৰিয়ালটো চোৱাচিতা কৰে, কিন্তু স্বীকৃতিৰ কথা আহিলে নাজানো কিয় তেওঁ সদায় পিছ পৰি থাকে।
৮. মায়ে কয় এই মাহত কলেজৰ ফীজ দিব লাগিব, তথাপিও প্লিজ মোক উৎসৱৰ বাবে শাৰী এখন কিনি দিব, কিন্তু দেউতাই নতুন কাপোৰৰ কথাও নাভাবিলে। দুয়োৰে মৰম সমান, ,তথাপিও নাজানো কিয় # দেউতা পিছ পৰি ৰয়।
৯. মাক-দেউতাক বুঢ়া হ’লে ল’ৰা-ছোৱালীবোৰে কয়, ঘৰৰ কাম চোৱাচিতা কৰাত আৰু পৰিয়াল পৰিচালিত কৰাত মা সকলোতকৈ উপযোগী।
দেউতা পিছ পৰি ৰৈছে কাৰণ তেওঁ পৰিয়ালটোৰ #মেৰুদণ্ড। আৰু আমাৰ মেৰুদণ্ড আমাৰ শৰীৰৰ পিছফালে থাকে। তেওঁৰ বাবেই আমি নিজৰ ওপৰত থিয় দিব পাৰো। হয়তো, এই কাৰণেই তেওঁ গোটেই পৰিয়ালটো ধৰি ৰাখিছে...!!!!
*কোনে লিখিছে নাজানো। সকলো পিতৃলৈ উৎসৰ্গিত * পৃথিৱীৰ সকলো পিতৃলৈ প্ৰণাম!!!

(সংগৃহীত)

13/11/2022

Scholars Academic and Scientific Society পৰিয়ালে কবি ৰফিক উদ্দিন দেৱলৈ আগবঢ়ায় SAS Poet of the year 2022 Award.

12/11/2022

পদ খালী
হোজাইৰ হাজী আব্দুল মজিদ মেমোৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্ছ চেন্টাৰ (হাম) হস্পিটেলত ফাৰ্মাচীৰ বাবে যুৱক-যুৱতীৰ প্ৰয়োজন৷

অৰ্হতা:
(১)D.PHARM বা ফাৰ্মাচীত কাম কৰা অভিজ্ঞতা থকা প্ৰয়োজন৷

(২)কম্পিউটাৰৰ জ্ঞান থকা প্ৰয়োজন৷

(৩)প্ৰাৰ্থীজন সৎ আৰু নম্ৰ হব লাগিব৷

(৪)প্ৰাৰ্থীজন অসমীয়া, বাংলা আৰু হিন্দী ভাষা কব পৰাটো বাধ্যতামূলক৷

আবেদনৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ ২০২২

যোগাযোগ:
এইচ আৰ বিভাগ
ফোন: 9101029383 (10 AM TO 5 PM ONLY)
বায়োডাটা প্ৰেৰণ কৰক
Email: [email protected]

09/11/2022

সমাজকৰ্মী সাহাব উদ্দিন মজুমদাৰক কংগ্ৰেছৰ হোজাই জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি নিযুক্তি৷ আজি আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে অসম প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু মৰ্চাৰ চেয়াৰমেন সলমান খানে৷

09/11/2022

আজমল আই.এ.এচ একাডেমীত উপস্থিত আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ।

06/11/2022

.

Photos from MB Live's post 06/11/2022

The Australian people have been lied to _ Covid vaccines are not SAFE -..... Dr. Phillip Altman.

Photos from MB Live's post 01/11/2022

On the occasion of National Unity Day, a Marchpast program organised by Hojai Police at Hojai town in collaboration with 2nd APTF Battalion, Lumding, Hojai.




Himanta Biswa Sarma

Photos from MB Live's post 01/11/2022

নগাঁৱত শিক্ষক তথা কবি ৰফিক উদ্দিন দেৱৰ সপ্তম খন গ্ৰন্থ আই. টি. চেল উন্মোচন।

31/10/2022

আজি বিশ্ব দৰবাৰত নাম ৰৌশ্বন কৰিলে হোজাইৰ চামৰালি গাৱৰ যুৱক শ্বামিম আহমেদে৷
শুভেচ্ছা থাকিল।

30/10/2022

গমধৰ কোঁৱৰক মনত পেলাওঁ আহক

গমধৰ কোঁৱৰ অসম ইতিহাসৰ এটা তেজোদীপ্ত চৰিত্ৰ। আজিৰ পৰা ১৯৩ বছৰৰ আগেয়ে গমধৰে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ পাতনি মেলি শ্বহীদ হৈছিল। গমধৰে বিদ্ৰোহ কৰাৰ সময়ত আহোম ৰজা পুৰন্দৰ সিংহ, চন্দ্ৰকান্ত সিংহ আৰু যোগেশ্বৰ সিংহ জীয়াই আছিল। তথাপি ইয়াণ্ডাবু সন্ধিয়ে অসমীয়া জনজীৱনক কাবু কৰাৰ সময়তো ২১ বছৰীয়া গমধৰ কোঁৱৰক ১৮২৮ চনৰ আজিৰ দিনটোতে (১১ কাতি) ৰ গমধৰ সিংহ নাম দি বিদ্ৰোহীসকলে ৰজা লৈছিল। ১৫ কাতিৰ দিনাখন ৰাতিপুৱাই ব্ৰিটিছ চিপাহীয়ে দেবেৰাপাৰৰ সমীপৰ মৰঙীয়াল গাঁৱৰ নামঘৰত গমধৰ আৰু সহযোগীসকলক ঘেৰি ধৰিছিল। গমধৰ আৰু সহযোগীসকল পলাই সৰাৰ বিপৰীতে ধেনুধৰ কোঁৱৰ আৰু দঁহা কোঁৱৰ ব্ৰিটিছৰ হাতত বন্দী হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে দুয়োজনকে ব্ৰিটিছ চিপাহীয়ে নিৰ্মমভাৱে গুলিয়াই মাৰিছিল।

গমধৰ কোঁৱৰক ৰজা ঘোষণা কৰা আজিৰ দিনটোত তেখেতক স্মৰণ কৰিলোঁ। মই ভাবোঁ যে গমধৰ কোঁৱৰৰ বিষয়ে যিমানখিনি চৰ্চা হ'ব লাগিছিল সিমানখিনি হোৱা নাই। তেখেতৰ বিষয়ে অধিক চৰ্চা আৰু গৱেষণা হওক। এয়া স্বাধীনতা সংগ্ৰামীজনৰ প্ৰাপ্য আৰু আমি সকলোৱে তেখেতক দিব পৰা সৰ্বোৎকৃষ্ট স্বীকৃতি।

Photos from MB Live's post 30/10/2022

মোৰাঝাৰ মহাবিদ্যালয়ৰ ২০২২ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জয়ী হোৱা সমূহ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

আশা কৰোঁ জয়ী হোৱা সকলো প্ৰতিনিধিয়ে কলেজৰ আন্তঃগাথঁনিৰ উন্নতিৰ ক্ষেত্ৰত অগ্ৰনী ভুমিকা পালন কৰি যাব।

21/10/2022

ডুবাইত আকস্মিক মৃত্যু সদৰ গাঁওৰ যুৱক ইমৰান হুছেইনৰ ।
হোজাই জিলাৰ নীলবাগানৰ সমীপৱৰ্তী সদৰ গাওঁৰ যুৱক ইমৰান হুছেইন কৰ্মসূত্ৰে গৈছিল ডুবাইলৈ ।
আজি পৱিত্ৰ শুক্ৰবাৰ উপলক্ষে জুম্মাৰ নমাজ আদায় কৰে আৰু ইয়াৰ ঠিক পাছতেই হৃদ ৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যুক সাৱটি লয়।
যোৱা কেইমাহমান আগত ইমৰানৰ সৰু লৰা এটা পুখুৰীত পৰি মৃত্যু হয়।

Photos from MB Live's post 21/10/2022

#এপিএচছি পৰীক্ষাত স্থান লাভ হোজাই জিলাৰ দুই ভাতৃ-ভগ্নীৰ
এচিএছৰ ৬ নম্বৰ স্থানত আইৰিছ আৰমান আহমেদ
শ্ৰম পৰিদৰ্শকৰ দশম স্থান লাভ আৰ্শ্বাদ ৱাছিম আহমেদৰ৷
#আইৰিছ আৰু #ৱাছিম মোৰাঝাৰৰ অৱসৰপ্ৰাপ্ত অভিযন্তা আলা উদ্দিন আহমেদ আৰু ৰুজামিন চৌধুৰীৰ সন্তান৷
দুয়োলৈ অভিনন্দন ৷

Photos from MB Live's post 11/10/2022

দেৱস্থানত বাঘৰ আতংক, দেৱস্থান বজাৰৰ পৰা তিনি কিলোমিটাৰ নিলগত বাঘমৰা অঞ্চলত বাঘৰ আতংকত আতংকিত গাঁওবাসী।

11/10/2022

সাৱধান

06/10/2022

News Flash

03/10/2022

ডবকাৰ নিকটৱৰ্তী গনিপুৰ অঞ্চলৰ দশম শ্ৰেণীৰ ছাত্ৰ সকলৰ বাবে সু-খবৰ ।
সোনকালে যোগাযোগ কৰক ।
আসন সীমিত।

04/09/2022

Today's Best Photo ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️








's Best














Want your business to be the top-listed Media Company in Dabaka?
Click here to claim your Sponsored Listing.

Videos (show all)

#dancers #pksfilmhouse#danger_dancer #Ram_chahe_Leela_chahe ... #song #dancechallenge #muslimgirl
#reelsfb #reelsvideo #reelstrending #reelsviral #reelit #reelsinstagram
#dobokalive ৰ পঞ্চম বৰ্ষপুতি অনুষ্ঠানত ডবকা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈ দেৱৰ সংগীত পৰিবেশন।#dobokalive #Dobo...
কৰৈগুৰি নতুন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ দেৱলক্ষী বড়া বাইদেউৰ কণ্ঠত এক সুন্দৰ গীত। বাইদেউৰ কণ্ঠই সকলোকে ম...
#tiedyefashion #reelstrading #shortvideo2022 #Tye
Virat Kohli #lovers
আজমল আই.এ.এচ একাডেমীত উপস্থিত আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ।
Arshdeep Singh ICC - International Cricket Council #indiancricket #ballerlife
MB Live #videooftheday #bestdancer
অসমৰ বঙাইগাঁও জিলাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা মাদ্ৰাছা খন ইতিমধ্যে বঙাইগাঁও জিলা প্ৰশাসনে ভাঙি চূৰমাৰ কৰ...

Category

Telephone

Website

Address


Dabaka
782440

Other Digital creator in Dabaka (show all)
Tanisha's World Tanisha's World
Barhawar, Doboka
Dabaka, 782439

𝘽𝙚𝙝𝙞𝙣𝙙 𝙚𝙫𝙚𝙧𝙮 𝙜𝙧𝙚𝙖𝙩 𝙙𝙖𝙪𝙜𝙝𝙩𝙚𝙧 𝙞𝙨 𝙖 𝙩𝙧𝙪𝙡𝙮 𝙖𝙢𝙖𝙯𝙞𝙣𝙜 𝙙𝙖𝙙.

digi life digi life
Modertoli
Dabaka, 782440

Anis eslam Anis eslam
Doboka
Dabaka, 782445

RUA91 RUA91
Hojai
Dabaka, 782445

Hello my dear friends Welcome to my Page I share my hills driving and reels videos.

P.H Blogs P.H Blogs
Dabaka, 782440

@de__edits__2.3 Look at the sky. We are not alone. The whole universe is favorable to us and conspires to give rewards to those who dream and work hard.📝we are hopeful that you wi...

Ruhon Lx Ruhon Lx
Dabaka, 782440

vlog Ruhon lx

RDN  RAJU RDN RAJU
Dabaka

Welcome to RDN Raju Page

Assam Ka Dancer Team Assam Ka Dancer Team
Jamunamukh
Dabaka

Dancer team

Nomadrajiv Nomadrajiv
Dabaka

This is official page of Rajib das

Alam all in one Alam all in one
Doboka, AS, India
Dabaka, 782445

Entertainment videos page by Alam all in one

Nazrul Islam Nazrul Islam
Dabaka, 782445

💓💓I Always try create something new for you.So You also support me because create better 💓💓

AIUDF Gallery AIUDF Gallery
Dabaka, 782445

Good Vibes Only