Mr.alone Øfficial

Mr.alone Øfficial

thanks all of you �

21/05/2022

17/03/2022

💔

13/03/2022

❣️❣️


ــہہـــــــــــــــــــــ٨ــــــــــــــــــــــــ❥ــ٨ــــــــــــــــــــــــہـــــــــــــــــــــ❥ــ٨ـــــــــــــــــــــــــــــــہ

22/02/2022

funny

20/02/2022

Brahmon xomaj 2022

18/02/2022

Darrang & Odalguri brahmon xomaj 2022

16/02/2022

😳😳Ki baru aibilak😳😳

16/02/2022

😳😳

15/02/2022

🍸🍸Valentines day special 🍸🍸

04/02/2022

.alone øfficial

হে প্ৰভু 😊😊

04/02/2022

04/02/2022

31/01/2022

#কলিৰ যুগৰ উঠি অহা new jeneration

26/01/2022

24/01/2022

21/01/2022

13/01/2022

❤️❤️Bihu main,,,❣️❣️❣️
জাতি ধৰ্ম পিছত প্ৰথম মই অসমীয়া ,,, মৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🤗🤗

07/01/2022

❤️Helmat jindabad ❤️
#21

25/12/2021

18/12/2021

17/12/2021

#জীৱন
#অসম #ছিপাঝাৰ #মঙ্গলদৈ

শ্ৰেণীত সদায় প্ৰথম হোৱা লৰাটোৱে এতিয়া এটা প্ৰাইভেট কোম্পানীত কাম কৰে, টাৰ্গেটৰ পিছত দৌৰি থাকে। শ শ ডেকাৰ বুকুত চুৰী বহুৱাই ক্লাছৰ আটাইতকৈ ধুনীয়া ছোৱালী জনীয়ে তাইতকৈ বিছ পঁচিছ বছৰে ডাঙৰ ধনী মানুহ এজনৰ সেন্দূৰ পিন্ধিলে। কাৰণ তাইৰ ঘৰৰ মানুহক নিৰাপত্তা লাগে। সকলোৰে চকুত দেখাত বেয়া ছোৱালীজনীয়ে আজিকালি বিউটি পাৰ্লাৰ চলায়, য'ত চিনেমাৰ, টিভিৰ হিৰোইনৰ অসম্ভৱ ভীৰ। এদিন নামজ্বলা সাহিত্যিক হব বুলি শিক্ষকে ভৱিষ্যতবাণী কৰা লৰাটোৱে আজিও হাতত স্ক্ৰীপ্ট লৈ প্ৰডিউচাৰৰ, উপন্যাসৰ পাণ্ডুলিপিলৈ, প্ৰকাশকৰ পিছে পিছে ঘূৰি ফুৰে। আৰ বহীত, তাৰ বহীত চাই চুচৰি বাগৰি মেট্ৰিকপাছ কৰা লৰাটো আজি চেণ্ট্ৰেলৰ চাকৰিয়াল। লাষ্ট বেঞ্চত চাধা মৰা লৰাটো এতিয়া চাৰি পাচখন জেচিবিৰ মালিক। ডিঙিত তাৰ এতিয়া তিনি চাৰিডাল মোটা সোণৰ চেইন। কাৰাটে কুংফুত সদায় ব্লেকবেল্টৰ সপোন দেখা লৰাটোৱে এতিয়া গ্ৰীলৰ দোকানত হাতুৰি কোবাই। কাৰণ জীয়াই থাকিব লাগে। লতা মংগেশকাৰ হব খোজা ছোৱালী জনী তিনিটা সন্তানৰ মাক। চেৰেলেক, ঔষধ, টিউচনৰ মাজত নিজৰ বাবে ভাবিবলৈ তাইৰ আজিকালি সময় নাই। তাই ভীষণ ব্যস্ত। তেণ্ডুলকাৰ হব খোজা লৰাটোৱে আজিকালি শ্বিফ্ট সলাই সলাই ডিউটি কৰে। কাৰণ চেন্নাই চুপাৰ কিংচ তাৰ প্রিয় টীম। এখন খেলো সি মিছ কৰিব নোখোজে। পঢ়াত সকলোৰে আদৰ্শ, এদিন আই পি এছত ভৰ্তি হোৱাৰ সপোন দেখা লৰাটোয়ে আজিকালি সংগঠন চলাই। দেশ সলোৱাৰ সপোন দেখে।কলেজত অনবৰতে দেশৰ প্ৰতি স্বাভিমানৰ কথা কোৱা, তীব্ৰ জাতীয়তাবাদী লৰাটোৱে আজিকালি আমেৰিকাত থাকে। মাল্টিনেচনেল কোম্পানীৰ কোটি টকাৰ দৰমহা পায়।

আচৰিত। আমি এদিন কি হব খোজো। কি হৈ যাওঁ। সপোনৰ পিছেপিছে দৌৰি আধা বাটত থমকি ৰও।

কিয়?

কাৰণ জীয়াই থাকিব লাগে।

জীৱনত অনিশ্চয়তা,
অনিশ্চয়তাত জীৱন
আৰু সেয়ে চাগৈ

জীৱন ধুনীয়া
Life is always beautiful
☺☺

©copied
#যিয়ে_লিখিছে_সুন্দৰ_লিখিছে_অন্তৰ_চুই_গ'ল ❤️।সঁচাই জীৱনটো বৰ আচৰিত।কোন পলকত কাৰ জীৱন কোনপিনে ঢাপলি মেলে গমেই নাপাই।।এয়াই জীৱন,এয়াই জীৱনৰ শিক্ষা🙂
#কবিজন আচৰিত বৰ্তমান হৈ থকা কথা❣️❣️

17/12/2021

11/12/2021

.steps

07/12/2021

Badam👑👑

07/12/2021

03/12/2021

YouTube

03/12/2021

Want your business to be the top-listed Home Improvement Business in Darrang?
Click here to claim your Sponsored Listing.

Videos (show all)

#Assam #trending
💔#Assam #brokenheart #dukhiaatma
❣️❣️#me #Assam #babaji #trending #trendingnow #random  ــہہـــــــــــــــــــــ٨ــــــــــــــــــــــــ❥ــ٨ـــــــــــ...
#me #life
#Assam #Assamese funny #me
#Assam Brahmon xomaj 2022#byaspara #anandipara
#Assam #me #babaji      Darrang & Odalguri brahmon xomaj 2022
#Assam #trendingreels #mama    😳😳Ki baru aibilak😳😳
#india #assam #trendingreels                 😳😳
#Assam #trendingreels #india #valentines 🍸🍸Valentines day special 🍸🍸
#Mr.alone øfficial#Assam     হে প্ৰভু 😊😊
#Assam

Website

Address


Darrang
784145