Dighirpar Raas Mahotsav, Darrang Videos

Videos by Dighirpar Raas Mahotsav in Darrang. Dighirpar Raas Mohotsav is a yearly festival organized at Dighirpar, Mangaldai Darrang. This festiva

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ আজি সাংস্কৃতিক সন্ধিয়াত উপস্থিত ৰাইজৰ একাংশ ।

Other Dighirpar Raas Mahotsav videos

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ আজি সাংস্কৃতিক সন্ধিয়াত উপস্থিত ৰাইজৰ একাংশ ।

নাগাৰা নাম উপভোগ কৰিবলৈ ভক্তি প্ৰাণ ৰাইজৰ আগ্ৰহ দেখি ৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতি অভিভূত হৈছোঁ।

শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাঙ্গ ৰাস লীলা চাবলৈ দৰ্শকৰ ভিৰ, সঁচাই কৃতাৰ্থ হৈছোঁ ।

৬৯ সংখ্যক দীঘিৰ পাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱত ২৮ আৰু ২৯ নৱেম্বৰ ২০২৩ তাৰিখে ৰুদ্ৰাক্ষ থিয়েটাৰৰ নাট প্ৰদৰ্শন কৰিব। নাট্য প্ৰেমী ৰাইজৰ উপস্হিতি কামনা কৰিলোঁ।

মহা ৰাসৰ আখৰা।

মহা ৰাসৰ প্ৰস্তুতি

৬৯ সংখ্যক দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাসোৎসৱৰ এই বেলিও যোৱা বৰ্ষৰ দৰে মহা ৰাসৰ বিশাল আয়োজন কৰা হৈছে।সেয়েহে সকলো ইচ্ছুক লৰা - ছোৱালীকে অহা ৪ নৱেম্বৰ ২০২৩ শনিবাৰে আবেলি ৩.৩০ বজাত শ্ৰী শ্ৰী হৰি মন্দিৰৰ প্ৰাংগণত উপস্থিত হৈ নিজৰ নিজৰ নাম সমূহ সমিতিৰ হাতত পঞ্জীয়ন কৰাবলৈ আহ্বান জনোৱা হৈছে। অহা ০৫ নৱেম্বৰ ২০২৩ তাৰিখ ৰবি বাৰৰ আবেলিৰ পৰা মহা ৰাসৰ প্ৰশিক্ষণ যোৱা বছৰৰ দৰে উত্তৰ লখিমপুৰৰ বদলা পদ্ম আতা সত্ৰৰ বৰ বায়ন শ্ৰী উপেন্দ্ৰ চন্দ্ৰ বৰুৱা আৰু তেখেতৰ সহযোগী সকলৰ দ্বাৰা কৰা হব।উল্লেখ থাকে যে এই প্ৰশিক্ষণৰ বাবে কোনো মাছুলৰ ব্যবস্থা নাথাকে। সেয়েহে আগ্ৰহী সকলো লৰা - ছোৱালীকে যথা সময়ত নাম সমূহ পঞ্জীয়ন কৰিবলৈ পুনৰ বাৰ আহ্বান জনোৱা হল।

ৰাসোৎসৱত নাৰায়নপুৰ বদলা সত্রৰ বৰবায়ন উপেন্দ্ৰ চন্দ্ৰ বৰুৱা দেৱৰ পৰিচালনাৰে আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা শ্ৰী কৃষ্ণৰ পুৰ্নাংগ ৰাস লীলা আৰু মহাৰাস থাকিব সন্ধিয়া ২৭ নৱেম্বৰ , ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰ ... ৫ ডিচেম্বৰত কেৱল ৰাস লীলা খিনি থাকিব... বাকী সন্ধিয়া ২৮,২৯ নৱেম্বৰ ২,৩ থাকিব বিশেষ সাংস্কৃতিক অনুষ্ঠান এই অনুষ্ঠানত ৰাস লীলা ৰ ওপৰত বিভিন্ন নৃত্যৰ মহাবিদ্যালয় আমন্ত্রন কৰা হৈছে কুশল ডেকাৰ পৰিচালনাৰে ত্রিনয়ন সংগীত মহাবিদ্যালয়ৰ নৃত্য প্ৰদৰ্শন , ৰুপশিখা শালৈ বাইদেউৰ পৰিচালনাৰে নৃত্যাংগন সংগীত মহাবিদ্যালয়ৰ নৃত্য প্ৰদৰ্শন , ভাৰত নাত্যম বিদ্যালয়ৰ নৃত্য প্ৰদৰ্শন , চয়ানিকা কালচাৰেল একাডেমীৰ নৃত্য প্ৰদৰ্শন , আৰু এখন সংগীত বিদ্যালয়ে নৃত্য প্ৰদৰ্শন কৰিব... বিশেষ সাংস্কৃতিক অনুষ্ঠানত আটাইকেইদিনৰ এদিন এদিন জনপ্ৰিয় কন্ঠশিল্পী হেমেন অৰ্নৱ, মনিন বৰুৱা দেৱ, আশ্

অবিভক্ত দৰং জিলাৰ এখন পুৰণি আৰু ঐতিহ্য মন্দিত দীঘিৰ পাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস উৎসৱ খনি এই বেলি ২০২৩ বৰ্ষত ৬৯ বৰ্ষত ভৰি দিলে। এই বৰ্ষত ১১ দিনিয়াকৈ বনাধ্য কায্যসুচিৰে অহা ২৬ নৱেম্বৰ ৰ পৰা ০৬ ডিচেম্বৰ লৈ আয়োজনৰ প্ৰস্তুতি কৰা হৈছে।সমূহ ভক্ত প্ৰাণ ৰাইজৰ সহায় সহযোগীতা আন্তৰিকতাৰে কামনা কৰা হল।

প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় মংগলদৈ শাখাৰ দ্বাৰা জীৱন মানৱ প্ৰতিমা প্ৰদৰ্শন

মহাৰাসৰ এটা অংশ

৬৮ তম্ ৰাসোৎসৱ ৰ কিছু অংশ

জনসমুদ্ৰত পৰিনিত আমাৰ ৰাসোৎসৱ.

#দীঘিৰপাৰ_ৰাস

#দীঘিৰপাৰ_ৰাস

সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছো

বিশাল আয়োজনৰে নতুনত্ব সংযোজনৰে ৬৮ তম্ দীঘিৰপাৰ ৰাসোৎসৱৰ পুৰ্ন গতিত প্ৰস্তুতি চলি আছে সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছো..