Batash Orang

President. Sonitpur District
Bharatiya Janata Party (BJP)

29/06/2023
Photos from Batash Orang's post 27/02/2023

অসম চৰকাৰৰ মন্ত্ৰী মাননীয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কন্যাৰ বিয়াত উদয় দা আৰু মই।

Photos from Batash Orang's post 27/02/2023

অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা আৱন্টিত্ব এটি Knowledege center ভৱন ঠেলামৰাত আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত শ্ৰী দেৱ কুমাৰ মিশ্ৰ মহোদয়ৰ উপস্থিতিত শিলান্যাস কৰা হয়।
Himanta Biswa Sarma
Sarbananda Sonowal
Bhabesh Kalita
Phanindranath Sarma
BJP Assam Pradesh

Photos from Batash Orang's post 18/02/2023

শিৱ মহাৰাত্ৰী উপলক্ষে ঐতিহাসিক প্ৰসিদ্ধ গুপ্তেশ্বৰ দেৱালয়ত সাংসদ শ্ৰী পল্লৱ লোচন দাস আৰু বিধায়ক শ্ৰী গনেশ কুমাৰ লিম্বুৰ সৈতে সেৱা জনাওঁ।
Himanta Biswa Sarma
Sarbananda Sonowal
Bhabesh Kalita Official
Phanindranath Sarma
BJP Assam Pradesh

Photos from Batash Orang's post 06/02/2023

ঢেকিয়াজুলি সমষ্টিৰ হাবিগাওঁ ধূনাগুৰিৰ শ্ৰী শ্ৰী বাসুদেৱ নামঘৰৰ দ্বি-শতবাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি সত্ৰ নগৰী মাজুলিৰ দক্ষিনপাট সত্ৰৰ সত্ৰধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱগোস্বামী দেৱক সেৱা জনাওঁ।
Himanta Biswa Sarma
Sarbananda Sonowal
Bhabesh Kalita Official
Phanindranath Sarma
BJP Assam Pradesh

Photos from Batash Orang's post 02/02/2023

ঢেকিয়াজুলি শান্তিপাৰা যুৱ সমাজে আয়োজন কৰা শ্যামাকালী মন্দিৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ মা কালী দেৱীৰ আৰ্শীবাদ লওঁ।
Himanta Biswa Sarma
Sarbananda Sonowal
Bhabesh Kalita Official
Phanindranath Sarma
BJP Assam Pradesh

Photos from Batash Orang's post 29/01/2023

আজি চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভালুকমাৰী গাওঁপঞ্চায়তৰ গামানি গাৱৰ ১২নং বুথত ৯৭তম প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানত উপস্থিত থাকোঁ।
Himanta Biswa Sarma
Sarbananda Sonowal
Bhabesh Kalita Official
Phanindranath Sarma
BJP Assam Pradesh

Photos from Batash Orang's post 27/01/2023

আজি ঢেকিয়াজুলি সমষ্টিৰ হুগ্ৰাজুলি চাহবাগিছাৰ পঞ্চৰত্ন যুৱক সংঘই শ্ৰী সৰস্বতী পূজাৰ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ।
Himanta Biswa Sarma
Sarbananda Sonowal Bhabesh Kalita Official Phanindranath Sarma BJP Assam Pradesh

Photos from Batash Orang's post 27/01/2023

আজি ঢেকিয়াজুলি সমষ্টিৰ বালিসুটি নাট্য মঞ্চই আয়োজন কৰা নাটকৰ প্ৰথম দিনাৰ বন্তী প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰি নিজকে সৌভাগ্য অনুভৱ কৰিলো।
Himanta Biswa Sarma
Sarbananda Sonowal Bhabesh Kalita Official
Phanindranath Sarma
BJP Assam Pradesh

Photos from Batash Orang's post 27/01/2023

যোৱা কালি ঢেকিয়াজুলি সমষ্টিৰ হিৰাজুলি চাহ বাগিছাত ৭৪ সংখ্যক গনতন্ৰ দিৱস আৰু সৰস্বতী পূজা উপলক্ষে অনুস্থিত্ব হোৱা সাংস্কৃতিক সন্ধিয়া কাৰ্য্যসূচীত অংশগ্ৰহণ কৰো।
Himanta Biswa Sarma
Sarbananda Sonowal
Bhabesh Kalita Official
Phanindranath Sarma
BJP Assam Pradesh

Photos from Batash Orang's post 26/01/2023

যোৱা ৰাতি ঢেকিয়াজুলি টাউনত ভক্তগনৰ লগত ভাগৱত পাঠত মহাৰাজ শ্ৰীচৰনত সেৱা লও।

Photos from Batash Orang's post 25/01/2023

আজি ঢেকিয়াজুলি সমষ্টিৰ ভোটপাৰা গাৱৰ আই মাতৃ মহিলা সকলৰ লগত আমাৰ চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কে আলোচনা কৰোঁ।

24/01/2023

ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাৰ দৃশ্য।

24/01/2023

সকলোলৈ পবিত্ৰ বাথৌ পূজাৰ শুভেচ্ছা জনালোঁ।

Photos from Batash Orang's post 22/01/2023

চৰকাৰ আৰু আদিবাসী বিদ্ৰোহী গোট আলনা আদিবাসী শান্তিচুক্তী স্বাক্ষৰ কৰা সংগঠন ৰৈ যোৱা অৱশিষ্ট অস্ত্ৰ সমূহ আজি শোণিতপুৰ জিলা প্ৰশাসনৰ ওচৰত সম্বৰন কৰা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰোঁ।

Photos from Batash Orang's post 21/01/2023

আজি তেজপুৰ convention centre ত কেন্দ্ৰীয় মন্ত্ৰী মাননীয় শ্ৰী সৰ্বানন্দ সনোৱাল ডাঙৰীয়াৰ উপস্থিতিত বিশেষ কাৰ্য্যসূচী অন্তৰঙ্গ আলাপ ত সকলো দলীয় কাৰ্য্যকৰ্তা সকলৰ লগত অংশগ্ৰহণ কৰোঁ।

Photos from Batash Orang's post 19/01/2023

প্ৰধান মন্ত্ৰীৰ "পৰীক্ষা পে চৰ্চা" কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি আজি ১৯ জানুৱাৰী ২০২৩ তাৰিখে শোণিতপুৰ জিলা ভিত্তিত তেজপুৰৰ “ৰণিত কলা একাডেমি“ৰ সৌজন্যত বালিপুখুৰী তিনিআলিস্থিত বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত "EXAM WARRIOR" চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়।

Photos from Batash Orang's post 18/01/2023

ঢেকিয়াজুলি ৬ নং ৰ্ৱাডত অহাকালিৰ পৰা অনুষ্ঠিত্ব হবলগীয়া শ্ৰী শ্ৰীমদ্ভাগৱত পাঠ ও প্ৰবচনৰ বাবে প্ৰস্তূতি প্ৰায় সম্পূৰ্ন হৈছে। সেয়ে উক্ত অনুষ্ঠানত সকলো ভক্তপ্ৰান ৰাইজৰ উপস্থিতি একান্তভাবে কামনা কৰিলোঁ।

Photos from Batash Orang's post 18/01/2023

বিন্দুকুৰি অঞ্চলৰ কঠালগুৰি চাহবাগিছাত একল অভিযানৰ উদ্যোগত আয়োজন কৰা শ্ৰী শ্ৰী মদ্ভাগৱত পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ।

Photos from Batash Orang's post 17/01/2023

অৱসাদ মুক্ত এটি আবেলি। বন্ধুসকলৰ লগত আমাৰ পামঘৰৰ খেতিৰ মাজত কিছু মূহূৰ্ত।

Photos from Batash Orang's post 17/01/2023

শ্বহীদ নগৰী ঢেকিয়াজুলিৰ অন্তৰ্গত মনোজুলি গাৱত অনুষ্ঠিত্ব হোৱা শ্ৰী শ্ৰী শনিধাম মন্দিৰৰ ৭ তম প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ শনিৰাজ মহাদেৱৰ আশীষ লওঁ।

17/01/2023

আজি শিল্পী দিৱসৰ দিনা মহান আৰু ৰূপান্তৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক শ্ৰদ্ধাৰে সুৱৰিছোঁ।

Photos from Batash Orang's post 16/01/2023

মেধিচুবুৰী গাৱত MCC ক্লাৱে আয়োজন কৰা দিৱানৈশ ক্ৰিকেট প্ৰতিযোগিতা খেলত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰোঁ।

Photos from Batash Orang's post 16/01/2023

ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত বালিগাওঁত অনুষ্ঠিত্ব হোৱা ঐতিয্যমন্ডিত গোঁসাই মেলাত উপস্থিত হৈ সেৱা জনাওঁ।

Photos from Batash Orang's post 15/01/2023

আজি ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ঘগৰা শান্তিপুৰ মন্ডলীৰ G L church ৰ শতবৰ্ষ জয়ন্তী সমাৰোহ অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ।

Photos from Batash Orang's post 14/01/2023

বৃহতৰ পাচনৈ যুৱসমাজৰ উদ্যোগত আয়োজন কৰা উৰুকাৰ নিশা উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি নথৈ আনন্দিত হলোঁ। তাৰে কিছু দৃশ্য মূখপুস্তিকাত সাচি ৰাখিলোঁ।

14/01/2023

আজি উৰুকাৰ দিনত সকলোৱে ভালকৈ এসাজ খাব বিছাৰে। সেয়ে আমাৰ ঢেকিয়াজুলি সমষ্টিৰ সমৰ্পিত দলীয় সতীৰ্থ সকলে কিছু অন্তোদয়া পৰিয়ালক সহায় কৰে।

Photos from Batash Orang's post 14/01/2023

সমূহ ৰাইজলৈ অসমৰ বাপতি সাহোন ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। আজি পুৱাৰ ভাগত ঢেকিয়াজুলি সমষ্টিৰ দলীয় সতীৰ্থৰ মৰম স্নেহ পাই অতি সুখী অনুভৱ কৰাৰ লগতে সকলোৰে মঙ্গল কামনা কৰোঁ।

13/01/2023

আজি ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বটা বিতৰণী সভাত অংশগ্ৰহণ কৰোঁ।

Photos from Batash Orang's post 12/01/2023

** I am the creator of my own destiny. All power is within me; I can do anything and everything.**
মোৰ আদৰ্শ পুৰুষ ¸ দাৰ্শনিক তথা আধুনিক ভাৰতৰ নিৰ্মাতা স্বামী বিবেকানন্দৰ জন্মজয়ন্তীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো। লগতে আজি ভাৰতীয় জনতা যুৱ মৰ্চা শোণিতপুৰ জিলা সমিতিয়ে স্বামী বিবেকানন্দ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা মাৰাথান দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰোঁ।

Photos from Batash Orang's post 10/01/2023

আজি ঢেকিয়াজুলি সমষ্টিত বুথ সশক্তিকৰন সভাত উপস্থিত থাকো।

Photos from Batash Orang's post 07/01/2023

আজি কেহেৰুখন্দা উচ্চ মাধ্যমিক বিদ্যালয় ৰ হৈ যোৱা সোণালী জয়ন্তী সমাৰোহ হিচাপ দাখিল সভাত উপস্থিত থাকো।

Photos from Batash Orang's post 06/01/2023

আজি ঢেকিয়াজুলিত ড: লক্ষ্মী প্ৰসাদ পৰাজুলি স্মাৰক বক্তৃতানুষ্ঠানত অংশ গ্ৰহণ কৰোঁ।

05/01/2023

আজি সন্ধিয়া ঢেকিয়াজুলি টাউনত দলীয় সতীৰ্থৰ লগত # চাই পে চাৰ্চা #

Photos from Pulok Gohain's post 05/01/2023
04/01/2023

আজি দিনটোৰ ব্যস্ততাৰ মাজত সময় লৈ মোৰ সতীৰ্থ শ্ৰী ৰঞ্জন কুমাৰ বড়াৰ মাতৃ বিয়োগৰ খবৰ লওঁ।

Photos from Batash Orang's post 04/01/2023

আজি বৰছলা মন্ডলত সাংসদ শ্ৰীমতী কুইন ওঝা বাইদেউৰ লগত বুথ সশক্তিকৰন সভাত অংশগ্ৰহণ কৰোঁ।

Photos from Batash Orang's post 01/01/2023

সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি শ্ৰীশ্ৰী গুপ্তেশ্বৰ মন্দিৰ ত পৰিয়ালৰ সৈতে সেৱা এভাগ জনাওঁ।লগতে মোৰ মৰমৰ বিশ্বাসী বন্ধু তথা মোৰ সহধৰ্মিনী শ্ৰী দময়ন্তীৰ আজি জন্ম দিন সেয়ে পৰিয়ালৰ সকলোৱে মিলি প্ৰীতিৰে এসাজ বনভোজ খাওঁ।

01/01/2023

*HAPPY NEW YEAR* *2023* নিৰাশা বোৰ নাইকিয়া হৈ আশাবোৰ পুৰণ হওঁক, সাচি থোৱা প্ৰতিটো সপোন পলকতে বাস্তৱত পৰিণত হওক, আৰু এই নতুন বছৰটোৰ প্ৰতিটো দিনেই ,প্ৰতিটো মুহুৰ্তই আপোনাৰ আৰু আপোনালোকৰ বাবে কঢ়িয়াই আনক আনন্দ আৰু সুখৰ বন্যা তাৰেই কামনাৰে আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে প্ৰতি নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
Regards Batash Orang
President, Sonitpur BJP

Photos from Batash Orang's post 31/12/2022

আজি ২০২২ চনৰ অন্তিম দিন । ইংৰাজী নৱবৰ্ষৰ ২০২৩ বৰ্ষ টি আদৰণী জনাবলৈ চপাই চাহ বাগিছাৰ স্পৰ্টছ ক্লাৱ আৰু মহিলা সমিতি আয়োজন কৰা সাংস্কৃতিক সন্ধিয়া কাৰ্য্যসূচীত উপস্থিত থাকো।

Want your public figure to be the top-listed Public Figure in Dhekiajuli?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Dhekiajuli
784110

Other Politicians in Dhekiajuli (show all)
Benudhar Nath Benudhar Nath
Dhekiajuli

To establish a local, strong, effective and dynamic leadership in Dhekiajuli LAC

Dr Shudhansu Trivedi fans page Dr Shudhansu Trivedi fans page
Dhekiajuli

national spokesperson of Bharatiya Janata party (BJP)and member of parliament (Rajya sabha)

अशक शिंहल अशक शिंहल
Vidhayak Seva Kendra
Dhekiajuli, 781112

मावख'आरि बड' पेज | आसाम सरकारनि न' लुनाय आरो नोगोरारि हाबाफारि आरो दै जगायनाय बिफाननि मन्थ्रि ।

Ashok Singhal Ashok Singhal
Dhekiajuli

Minister for the Department of Housing & Urban Affairs and Irrigation, Government of Assam