Guwahati college NSUI unit
NSUI is one of the largest students organization in the India in different colleges and universities.
All students are cordially invited ❤️
Guwahati college NSUI unit wishes you Merry Christmas ⛄🎄 .
May the true spirit of Christmas shine in your heart and light your path*,
Merry Christmas To you & ur Family 🎄 🎅
প্ৰথম পুৰস্কাৰ লাভ কৰা কবিতা "Euphoric sensation" সমূহ কবিতা প্ৰেমী সকলো ৰ বাবে ❤️
গুৱাহাটী মহাবিদ্যায় এন এছ ইউ এই গোট ৰ উদ্যোগত স্বৰচিত কবিতা লিখা প্ৰতিযোগিতা আজি অৰ্থাৎ শিশু দিৱস ৰ সুভক্ষণ ত আয়োজন কৰা হৈছিল । বহু কেইখন গুৱাহাটীৰ আগ শাৰীৰ মহাবিদ্যালয় ৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী এ এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে । তাৰ পৰা ক্ৰমে প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ ৰ লগতে নিচুকনি পুৰস্কাৰ ও প্ৰদান কৰা হয় । এই পুৰস্কাৰ সমূহ ক্ৰমে - সুদৰ্শনা কলিতা ( পদাৰ্থ বিজ্ঞান বিভাগ, পঞ্চম ষান্মাসিক ) তেওঁৰ কবিতা "Euphoric sensation" , মাধুমিতা দাস ( অৰ্থবিজ্ঞান বিভাগ, তৃতীয় ষান্মাসিক ) তেওঁৰ কবিতা "Change" , সুস্মিতা ডেকা ( ৰসায়ন বিজ্ঞান বিভাগ , পঞ্চম ষান্মাসিক ) তেওঁৰ কবিতা "স্তব্ধ সেই দিনবোৰ"
আৰু বিটোপন ৰয় (পদাৰ্থ বিজ্ঞান বিভাগৰ, পঞ্চম ষান্মাসিক ) তেওঁৰ কবিতা The solid of disappearing things এ পুৰস্কাৰ সমূহ লাভ কৰে । আগন্তুক সময়ত সংস্কৃতিক দিশৰ লগতে মহাবিদ্যালয় সকলো দিশতে গুৱাহাটী মহাবিদ্যালয় এন এছ ইউ এই ৰ ফালৰ পৰা বিভিন্ন অনুষ্ঠান পতা হব আৰু ছাত্ৰ সমাজ ৰ হকে আমি কাম কৰিম 🙏
#জয়তু গুৱাহাটী মহাবিদ্যালয় 🙏
ধন্যবাদ সকলোঁলৈ..... গুৱাহাটী মহাবিদ্যালয়ৰ লগতে আন বহু কেইখন মহাবিদযালয়ৰ পৰা ভালে সংখ্যক ভৱিষ্যত ৰ কবিয়ে এই স্বৰচিত কবিতা লিখা প্ৰতিযোগিতা ত অংশ গ্ৰহণ কৰে । বিজয়ী বিবেচনা কৰাত বহুত টান হৈছিল যদিও ৩ গৰাকী বিজয়ী ৰ লগতে নিচুকণি বঁটা ও বিচাৰি উলিওৱা হৈছে । গতিকে ১৪ নবেম্বৰ ২০২২ ৰ বিয়লি ১২.৩০ বজাত এই বিজয়ী ৰ ঘোষণা কৰা হব । গতিকে সকলোৰে উপস্থিতি কামনা কৰিলো 🙏।
NSUI Guwahati College Unit Will Organize a Online Poem Writing Competition on Behalf of Children's Day,
The Online Competition Will Start From 9th November 2022 Till 13th November 2022
Results Will be Declared on 14th November (Children's Day)
Certificates & Trophies will be distributed for the Winner, Runner up & 2nd Runner Up
There will be No Topic regarding the Poem Competition, one can write whatever you want
Those who are interested can participate in the Online Poem Competition, by writing the Poem, mentioning their name & phone numbers,
By sending in the above WhatsApp number & mail ID given below
Whatsapp no- +919365463343
Email address - [email protected]
We will announce the winners on 14th November
গুৱাহাটী মহাবিদ্যালয় NSUI গোট পৰিয়ালৰ পৰা সকলো লৈ আজিৰ এই শুভ ক্ষণ ত সুভকামনা জনালোঁ 🙏
গুৱাহাটী মহাবিদ্যালয় এন এছ ইউ এই গোটৰ পৰা সকলোকে পোহৰৰ উৎসৱ দীপান্বিতা ৰ বহুত বহুত মৰম আৰু শুভকামনা থাকিল । দীপাৱালী ৰ পোহৰৰ দৰে ঘৰখন সদায় উজ্বলি থাকক।এন্ধাৰ বোৰ নাশ হৈ পোহৰাই তোলক আপোনাৰ জীৱন।Happy Diwali🪔
GGuwahati CollegeCollege
১৯-১০-২০২২
গুৱাহাটী মহাবিদ্যালয়
আজি NSUI ( National Students Union of India ) গুৱাহাটী মহাবিদ্যালয়ৰ ৰ নতুন গোট তোৰ প্ৰথম বৈঠক ত সভাপতি হিৰক জ্যোতি বেজবৰুৱা ৰ নেতৃত্বত বিভিন্ন ধৰণৰ আলোচনা কৰা হয় যাতে মহাবিদ্যালয় ৰ ছাত্ৰ ছাত্ৰীৰ হকে আগন্তুক দিনত কাম কৰি আৰু সংগঠন তোক আৰু শক্তিশালী কৰি তুলিব পাৰি ।
জয়তু গুৱাহাটী মহাবিদ্যালয় 🙏
আজি ১৪-১০-২০২২ তাৰিখে গুৱাহাটী মহাবিদ্যালয়ৰ ৰ (২০২২-২০২৩ ) বৰ্ষৰ NSUI ( National students union of India ) ৰ গোটটো গঠন কৰা হয় । আগন্তক বছৰ টো এইটো গোট ৰ পৰা ছাত্ৰ সমাজ ৰ হকে কাম কৰি এই গোটতো আৰু শক্তিসালি ৰূপে গঢ়ি তুলিব লাগিব ।
জয়তু গুৱাহাটী মহাবিদ্যলয় ।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Telephone
Website
Address
Gauhati
Gauhati University
Gauhati, 781014
NSUI is one of the largest Student Organization in the World, with members at Universities and Colleges across India.
Gauhati
Gauhati
page of APYC for no 7, Gauhati LokSabha.
Deendayal Upadhay Road
Gauhati, 781019
Development for ST community