Mridul bhuyan fan club All assam
Eyat sokolokyeAssamr jonopriyo Abhineta Mridul bhuyan dadar sokolo kotha janibo paribo.
Hahi main☺️❤️😍
জীৱনত সুখী হ'বলৈ হ'লে যিবোৰ ভাল পাই...
সেইবোৰ পাবলৈ চেষ্টা কৰি যাওক।
নতুবা জীৱনত যি আছে তাক ভাল
পাবলৈ শিকি লওক।😊💯💞
MriMridul Bhuyan মৃদুল ভূঞাuMridul Bhuyan মৃদুল ভূঞাদMridul Bhuyan মৃদুল ভূঞাঞা
🙏😊😊Apunalok xokolore morom
😎😎🤩
Ajir nibedon aibosoror akhn jonopriyo sorbosestho naat Morom bisari jau bola.Xokolre uposthiti kamona krilu🤗🙏✨
2k23-24 Kisu byotikromi ayojon.Axirbad kribo sokooloye 😊🙏🙏
MriMridul Bhuyan মৃদুল ভূঞাuMridul Bhuyan মৃদুল ভূঞাদMridul Bhuyan মৃদুল ভূঞাঞা
🙏✨✨
AAditi BhuyanBhuyan MMridul Bhuyan মৃদুল ভূঞাBMridul Bhuyan মৃদুল ভূঞামMridul Bhuyan মৃদুল ভূঞাভMridul Bhuyan মৃদুল ভূঞা
Xokoloye sabo sun abar vlog video tu.link share kribo bhal lagile👇Mridul Bhuyan মৃদুল ভূঞা
Vlog video with AssamesePopular actor MridulBhuyan/ItihasTheatre/NalbariRakh2k22/MoromBisariJaubola Watch out mine latest another Yutube vlog video with Assamese popular actor at Nalbarirakh2k22 from t...
Babu❤️❤️❤️
🙏🙏❤️
Dhonyobad Xokoloke 😍🙏🙏
MriMridul Bhuyan মৃদুল ভূঞাuMridul Bhuyan মৃদুল ভূঞাদMridul Bhuyan মৃদুল ভূঞাঞা ShaSharmistha ChakrabortyaSharmistha Chakraborty
Morom bisari jau bola❤️😌
Sharmistha Chakraborty Mridul Bhuyan মৃদুল ভূঞাাঞা
Ahi ase oti sunkale ek natun kahinire xokolore axirbad bisarisu😊🙏🙏
-24
Mridul Bhuyan মৃদুল ভূঞা Aditi Bhuyan
Ek juz...monor logot.
Dehor logot....🙏🙏💗Coming soon theatre surjya 2k22-23
MriMridul Bhuyan মৃদুল ভূঞাuMridul Bhuyan মৃদুল ভূঞাদMridul Bhuyan মৃদুল ভূঞাঞা
🎉✨💞🙏🙏🙏🙏👏👏❤️Maina
❤️❤️🔥Babu
🙏🙏❤️
Akou ata bhal khobor 😊🙏Xokoloke bht besi dhonyobad 🙏
Xokoloke bht bht dhonyobad 😍🙏🙏
ইতিহাসৰ প্ৰেক্ষাগৃহৰ বাহিৰত জনসমুদ্ৰ । মৰম বিচাৰি যাওঁ ব'লা ৰ প্ৰথম দৰ্শনী চাবলৈ অপেক্ষাৰত দৰ্শক ।
আজি নলবাৰী ৰাস মহোৎসৱত ইতিহাস থিয়েটাৰৰ মঞ্চত তিনিটাকৈ দৰ্শনীত অভিজিত ভট্টাচাৰ্যৰ মৰম বিচাৰি যাওঁ ব'লা ।🔥🔥🔥
'মৰম বিচাৰি যাওঁ বলা'
নলবাৰী ৰাস মহোৎসৱত আজি তৃতীয় নিশাৰ দ্বিতীয় দর্শনীৰ টিকট উপলব্ধ হল টিকট কাউণ্টাৰত ।
সকলোৰে মুখে মুখে এতিয়া কেৱল
'মৰম বিচাৰি যাওঁ বলা' 👍🔥🔥
মৰম বিচাৰি যাওঁ ব'লা ❤️❤️❤️
নলবাৰী ৰাস মহোৎসৱত ইতিহাসৰ প্ৰেক্ষাগৃহত জনসমুদ্ৰৰ জোৱাৰ । কেৱল মানু্হ আৰু মানু্হ । দৰ্শকৰ পাৰভঙা উচাহেৰে প্ৰথম আৰু দ্বিতীয় দৰ্শনী মঞ্চস্থ । নিশা ১১ বজাত তৃতীয় দৰ্শনী ।
Sokolke bht bht besi dhonyobad 🥺🙏🙏
৮৯তম নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱত ইতিহাস থিয়েটাৰৰ আজি দ্বিতীয় নিশাৰ নাট প্ৰদৰ্শন ।
যোৱা নিশা দৰ্শকৰ বিপুল সমাদৰ লাভ কৰি ইতিহাস থিয়েটাৰে নাট্যপ্রেমী ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আজি পুনৰ প্ৰতিটো দৰ্শনীত একেখনেই নাট মঞ্চস্থ কৰিব সেয়া হ'ল অভিজিৎ ভট্টাচার্যৰ ৰচনা পৰিচালনাৰে "মৰম বিচাৰি যাও ব'লা"
আজি প্ৰথম দৰ্শনী সন্ধিয়া ৫.৩০ বজাত
দ্বিতীয় দৰ্শনী নিশা ৮ বজাত। ইতিহাসৰ মঞ্চত অভিনয়ত দেখিবলৈ পাব ট্ৰেজেডী কিং মৃদুল ভূঞা, চিৰসেউজ অভিনেতা পদ্ম বৰা, কৌতুক অভিনেতা বীৰেন ভূঞা, প্ৰমোদ চুতীয়া, চম্পক মেধি, অমৰেন্দ্ৰ অলেম্যান ডেকা,ভৈৰৱজ্যোতি ভূঞা, অংকুৰ শইকীয়া, মোহময়ী অভিনেত্রী শৰ্মিষ্ঠা চক্ৰৱৰ্তী, ননী দেৱী আৰু মৌচুমী লস্কৰ।
সমূহ নাট্যপ্রেমী ৰাইজৰ সহযোগিতা, উপস্থিতি কামনা কৰিলো। ধন্যবাদ ।🙏(writing frm bhramyoman) MMridul Bhuyan মৃদুল ভূঞাBMridul Bhuyan মৃদুল ভূঞামMridul Bhuyan মৃদুল ভূঞাভূঞা SSharmistha Chakraborty Fan Club OfficialCSharmistha Chakraborty Fan Club OfficialFSharmistha Chakraborty Fan Club OfficialCSharmistha Chakraborty Fan Club OfficialOSharmistha Chakraborty Fan Club Official
নলবাৰী ৰাস মহোৎসৱত ইতিহাস থিয়েটাৰৰ প্ৰেক্ষাগৃহৰ বাহিৰত জনসমুদ্ৰ । অভিজিত ভট্টাচাৰ্যৰ মৰম বিচাৰি যাওঁ ব'লা উপভোগ কৰিবলৈ দৰ্শকৰ লানি নিছিগা সোঁত । এয়া প্ৰথম দৰ্শনীৰ চিৰনমস্য দৰ্শকবৃন্দ ।🔥🔥🔥🎭
ভ্ৰাম্যমাণ নাট্যমঞ্চৰ মহামিলনৰ ক্ষেত্ৰ নলবাৰী ৰাস মহোৎসৱত আজিৰে পৰা ইতিহাস থিয়েটাৰৰ নাট প্ৰদৰ্শন । আজি গৌৰৱোজ্জ্বল প্ৰথম নিশাত নাট্যদলটোৱে নিবেদন কৰিব স্বনামধন্য নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ৰচনা আৰু পৰিচালনাৰে 'মৰম বিচাৰি যাওঁ বলা' ।
ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বেলশৰ, গণেশগুৰি, পুঠিমাৰী, শুৱালকুছি আদিত দৰ্শকৰ জন জোৱাৰেৰে অভিলেখ ৰচা তথা 'নেবকছ নেচনেল এৱাৰ্ড ২০২২-২৩'ৰ শ্ৰেষ্ঠ নাটকৰ খিতাপ অর্জন কৰা ''মৰম বিচাৰি যাওঁ বলা'' নাটখন চাবলৈ উৎকণ্ঠাত থকা ৰাইজৰ অলেখ সহাঁৰি পৰিলক্ষিত হৈছে।
কিয়নো ৰাস মহোৎসৱৰ প্ৰতিটো কোণত এতিয়া দৰ্শকৰ মুখে মুখে- "মৰম বিচাৰি যাওঁ বলা". Mridul Bhuyan মৃদুল ভূঞা Sharmistha Chakraborty Fan Club Official
🙏🙏🙏
প্রতিজন দর্শকৰ মুখে মুখে কেৱল "মৰম বিচাৰি যাওঁ বলা"..
মহানগৰীৰ মাজমজিয়াত গনেশগুৰিত যোৱা দুটা নিশাত দর্শকৰ অভুতপুর্ব্ব সহাঁৰিয়ে আমাক অতিকৈ আনন্দিত কৰিছে.....যোৱা দুটা নিশাত আমাক ইতিহাস থিয়েটাৰৰ পৰিয়ালবর্গক মৰম আর্শীবাদ যাচিলে এই চেগতে গনেশগুৰিবাসী ৰাইজক বহুত বহুত ধন্যবাদ যাচিলোঁ...আজি আমাৰ বিদায় নিশাত দুটাকৈ দর্শনীৰে নাট নিবেদন কৰিম প্রথম দর্শনী "জীৱন যোদ্ধা" আৰু দ্বিতীয় দর্শনী ৰাইজৰ বিপুল দাবীত পুনৰ নাট নিবেদন কৰিম "মৰম বিচাৰি যাওঁ বলা"....
প্ৰতীক্ষাৰ অন্ত পৰিল মহানগৰবাসীৰ .......।
আজিৰে পৰা গণেশগুৰিত ইতিহাস থিয়েটাৰ...।
প্ৰতিনিশাই তিনিটাকৈ দর্শনীত উপভোগ কৰক ৰাজ্যৰ সৰ্বত্ৰ চৰ্চিত নাট 'মৰম বিচাৰি যাওঁ বলা'..।
https://www.facebook.com/100051618668788/posts/660655652331718/?app=fbl
Ahibo sokooloye sabole ☺️🙏🙏
মাজত মাত্ৰ কেইটামান দিন । অহা ৬,৭ আৰু ৮ নৱেম্বৰত গণেশগুৰিৰ গোপাল বড়ো হাইস্কুল খেলপথাৰত ইতিহাস থিয়েটাৰৰ মঞ্চত প্ৰতি নিশাই তিনিটাকৈ দৰ্শনীত মৰম বিচাৰি যাওঁ ব'লা ।
মৰম বিচাৰি যাওঁ ব'লা ❤️❤️❤️
ইতিহাস থিয়েটাৰ🎭🎭🎭
❤️❤️💕
লংকাকাণ্ড
Sokoloye saabo sun ai southor cover song tu .Ati adbhut byotikromi sesta Assamor lorar .dedicated to late actor 👇
https://youtu.be/oQojGoWE0Fo
Raajakumara/Bombe Helutaithe Song cover in RohanVoice/Puneethrajkumar/PriyaAnand Assam/VHarikrishna Presenting all of you my 1st south song cover with original music Which is dedicated to my personal favourite a...
মহানায়কৰ সান্নিধ্যত থাকি কাম কৰাটো মোৰ পৰম সৌভাগ্য । শকুন্তলা থিয়েটাৰত থকা সময়ছোৱাত নিপন দাৰ পৰা শিকা বহু কথাই আজি আমনি কৰিছে । সময়তকৈ আগত দৌৰা এনে এজন মহান শিল্পীৰ সৈতে কটোৱা মধুৰ সময়বোৰ আমৃত্যু বুকুত বান্ধি থাকিম । এই ফটোখন শকুন্তলা থিয়েটাৰত অভিজিত ভট্টাচাৰ্যৰ মৰমে মৰম বিচাৰে নাটখনৰ আখৰাৰ প্ৰথম দিনটোৰ । লগত অভিনেত্ৰীদ্বয় অঞ্জলি চেত্ৰী আৰু প্ৰস্তুতি পৰাশৰ ।
প্ৰণাম নিপন দা 🙏🙏🙏
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the public figure
Website
Address
Guwahati
Gauhati
Gauhati
Acting is my passion & it is the only thing that can drive me. For professional query ☎️ 8811058208