Tarali Gogoi Entertainment

Hi this is Tarali Gogoi.. This is the official page where you can get all the updates of my songs

01/03/2024

💙

Photos from Tarali Gogoi Entertainment 's post 28/02/2024

চাওঁতে চাওঁতে এটা বছৰ কেনেকৈনো পাৰ হৈ গ'ল গমেই নাপালোঁ।
চেনেহৰ ৰঙালী বিহুতিক আদৰিবলৈ আমি অধিৰ অপেক্ষাত আছোঁ।
আপোনালোক বাৰু সাজুনে....?

21/02/2024

আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ বিগত বৰ্ষৰ দৰে এইবাৰো ন পুৰনি গীত লৈ আমি সাজু ।
ব'হাগ বিহুৰ মঞ্চত মঞ্চত পাবৰ বাবে আগতীয়াকৈ যোগাযোগ কৰিব পাৰে 👇🏻👇🏻
9395274977
6002142705

Photos from Tarali Gogoi Entertainment 's post 07/02/2024

তোমাক বাৰে বাৰে ক'ম
তোমাৰে হৈ মই ৰ'ম
মন আকাশৰ জোন তুমি
তৰা হৈ মই ৰ'ম..💝

05/02/2024

#ৰিনিকি ৰিনিকি"
অকমান গাবলৈ চেষ্টা কৰিলোঁ সম্পূৰ্ণ গীতটি শুনিবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক। 👇👇
https://youtu.be/WnUHM1g_bZk?si=19nCn4nDDLQwhBn9
Please follow কৰিব দেই 🙏
Tarali Gogoi

Photos from Tarali Gogoi Entertainment 's post 31/01/2024

Morning all friends 💝

31/01/2024

ভোগালী বিদায় অনুষ্ঠানৰ ভাল লগা সময়বোৰ।।
সকলোৱে এবাৰ শুনি চাবচোন দেই কেনে হৈছে নাজানো আৰু দেই, সকলোৱে মৰম আৰু আশীৰ্বাদ দিব দেই ।💝

Photos from Tarali Gogoi Entertainment 's post 29/01/2024

ভোগালী বিদায় অনুষ্ঠানৰ কিছু ভাল লগা মূহুৰ্ত ।
"ধেনুধৰা" বাসী ৰাইজক লগ পাই আৰু মৰম চেনেহ পাই বহুত ভাল লাগিলে আশাকৰোঁ সদায় এনেদৰেই আমাৰ লগত থাকে।।
(২৭-০১-২০২৪)
Pc-: Pulin Borah

23/01/2024

সুপ্ৰভাত দেই
সকলো ভালে থাকক..💝

Photos from Tarali Gogoi Entertainment 's post 23/01/2024

💝

20/01/2024

চৰাইদেউ সাপেখাতি (শিৱসাগৰ)
Stage show
14-01- 2024

20/01/2024

অহা কালিলৈ সমূহ নিগম বাসী ৰাইজক লগ পোৱাৰ হেঁপাহেৰে আহি আছে (Dristi music band)। আমাৰ নিগমলৈ আহিব বুলি জানি সঁচাকৈয়ে বৰ ভাল লাগিছে , কাৰণ আমাৰ অনুষ্ঠানবোৰত আপোনালোক সকলোকে লগ পাই আহিছো, Band টোৰ সকলোলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ দেই, আকৌ লগ পাম আহিব।
💝

20/01/2024

মাগনি (গহপুৰ)
Stage show
14-16-2024

Photos from Tarali Gogoi Entertainment 's post 17/01/2024

যোৱা কালি হৈ যোৱা পাহাৰী মইনা বিহু দলৰ সৌজন্যত আয়োজন কৰা ভোগালী বিহুৰ অনুষ্ঠানৰ কিছু ভাল লগা অংশ
১৬-০১-২০২৪

16/01/2024

আজিৰ অনুষ্ঠান....👇👇
Performing tonight at Gohpur, magoni . Join us. For more info 9395274977

Photos from Tarali Gogoi Entertainment 's post 16/01/2024

যোৱা কালি হৈ যোৱা অনুষ্ঠানৰ কিছু ভাল লগা মূহুৰ্ত,, ১৪/০১/২০২৪
মৰাণহাবি মেডেলাজানৰ আৰু কলাকটা ৰাইজৰ মৰম বোৰ পায় বহুত ভাল লাগিল ।
আপোনালোকে সদায় আমাক এনেদৰেই মৰম দি আগুৱাই নিব ....

14/01/2024

সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনালোঁ,
আমাৰ আজিৰ অনুষ্ঠান ১/ মৰাণহাবি মেদেলাজান (শিৱসাগr)🤘
Performing tonight at 1.No Moransabi medelajan ( Sivsagor ). Join us. For more info 9395274977

Photos from Tarali Gogoi Entertainment 's post 14/01/2024

সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ...💝
সকলো ভালে থাকক...🙏

06/01/2024

সুপ্ৰভাত দেই....🌅
সকলোকে লগ পোৱাৰ হেঁপাহেৰে.....🙏
Madhab Ranjan

05/01/2024

Ronjan দা আৰু rani বাৰ....🎤
জাৰৰে ৰাতি গীতটো...🎤🎤
অকমান গাবলৈ চেষ্টা কৰিলোঁ দেই, কেনে হৈছে নাজানো আৰু........
ভাল লাগিলে অলপ share কৰিব দেই ।।
দা আপোনাক অতি সোনকালেই লগ পাম

04/01/2024

নাচিবলৈ ভালকৈ নাজানো বাৰু borah বাৰ মৰম লগাই লৈ গীতটো অকমান নাচিবলৈ চেষ্টা কৰিলোঁ , কেনে হৈছে নাজানো আৰু দেই.....।।
সকলোৱে চাবচোন দেই ভাল লাগিলে like আৰু share কৰিব আৰু লগতে মোৰ youtube channel টো subscribe কৰিব বুলি আশাকৰিলোঁ....।। 🙏🙏
https://youtu.be/gFINtxZsBqE?si=FPDDAUwoeKA3k53P

04/01/2024

মৰম লগাই লৈ......💝
সম্পূৰ্ণ Video টো চাবলৈ তলত দিয়া লিংক টো clik কৰিব ....
আৰু যদি video টো চাই ভাল পাই অলপ share কৰিব বুলি আশা কৰিলোঁ.....।।
https://youtu.be/gFINtxZsBqE?si=f8NR8uEaWEsDCRR7

Photos from Tarali Gogoi Entertainment 's post 04/01/2024

💙

Photos from Tarali Gogoi Entertainment 's post 30/12/2023

হাতো নেমেলিবি আনকে চাবলৈ,
মনো নেমেলিবি আনকে পাবলৈ,,
নহ'লে মৰিয়ে যাম সঁচাকৈ......।।💕💕

Want your public figure to be the top-listed Public Figure in Gohpur?
Click here to claim your Sponsored Listing.

Videos (show all)

#ৰিনিকি ৰিনিকি"অকমান গাবলৈ চেষ্টা কৰিলোঁ সম্পূৰ্ণ গীতটি শুনিবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক। 👇👇https://youtu.be/WnUHM1g...
লগৰবোৰে..……💛
ভোগালী বিদায় অনুষ্ঠানৰ ভাল লগা সময়বোৰ।।সকলোৱে এবাৰ শুনি চাবচোন দেই কেনে হৈছে নাজানো আৰু দেই,  সকলোৱে মৰম আৰু আশীৰ্বাদ ...
চৰাইদেউ সাপেখাতি (শিৱসাগৰ) Stage show 14-01- 2024
মাগনি (গহপুৰ)Stage show14-16-2024
💙
14  januwary#Tarali Gogoilive #Taraligogoi  For more info 9395274977
@Madhab Ronjan দা আৰু @Barasha rani বাৰ....🎤 জাৰৰে ৰাতি গীতটো...🎤🎤অকমান গাবলৈ চেষ্টা কৰিলোঁ দেই, কেনে হৈছে নাজানো আৰু......
মৰম লগাই লৈ......💝 সম্পূৰ্ণ Video টো চাবলৈ তলত দিয়া লিংক টো clik কৰিব ....আৰু যদি video টো চাই ভাল পাই অলপ share কৰিব ব...
ৰাস মহোৎসৱ গহপুৰ (ডুবিয়া)
##Mur kolijate roi thakiba xekholoi 🥰Please follow koribo dei...🙏Tarali Gogoi  Entertainment

Category

Website

Address


Gohpur
784178

Other Public Figures in Gohpur (show all)
Migam Mili Migam Mili
Gohpur
Gohpur, 784169

The Nayan jyoti official The Nayan jyoti official
Gohpur, 784168

https://instagram.com/the.nayan_jyoti_official?igshid=YmMyMTA2M2Y=

𝚓𝚒𝚋𝚘𝚗 𝚛𝚎𝚎𝚕𝚜 𝚓𝚒𝚋𝚘𝚗 𝚛𝚎𝚎𝚕𝚜
7𝚗𝚘 𝚋𝚊𝚕𝚒𝚓𝚊𝚗
Gohpur, 784168

𝙰𝚕𝚕 𝚊𝚛𝚎 𝚕𝚒𝚔𝚎

RUHIT Bhai2.0 RUHIT Bhai2.0
Gohpur, 784168

Bijoy Basumatary Bijoy Basumatary
Gohpur

The Future Belongs To The Competent, Get Good, Get Better, Be The Best! ✌️

Bishnu Adhikari first channel Bishnu Adhikari first channel
Simaluguri, Narayanpur
Gohpur, 784165

video upload

GANJU JCB BHAI GANJU JCB BHAI
Karibil Kachari
Gohpur, 784170

Ajay

rishab.doley rishab.doley
Gohpur

page

Sujata das Sujata das
Gohpur

for entertainment

Tejasswi prakash Fans Tejasswi prakash Fans
Gohpur

All about Tejasswi prakash