Golakganj Sports Association
The official page of GSA. Like and follow to create a better sports culture. PLAY AND GROW
নমস্কাৰ গ্ৰহণ কৰিব ।
আহাকালি ঠিক ৰাতিপুৱা ১১:০০ ৰ পৰা আৰম্ভ হব, বৃহৎ কোচ কমতা ফুটবল প্ৰতিযোগিতা। একেৰাহে ১৫ তাৰিখ লৈকে চলি থাকিব। ধন্যবাদৰ পাত্ৰ আমাৰ "গোলকগঞ্জ যুৱ সমাজ" যে তেওঁলোকে আজি ইমান এখন ডাঙৰ প্ৰতিযোগীতা আৰম্ভ কৰিবলৈ ওলাইছে লগতে ধন্যবাদ দিও যি সকল ব্যক্তি খেল প্ৰিয় আৰু গোটেই খেলপ্রেমি ৰাইজক সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ।
ধন্যবাদ
সাদৰে নমস্কাৰ গ্ৰহণ কৰিব 🙏
আপোনাক/ আপোনালোকক জনাবলৈ পাই অতিকৈ আনন্দিত হৈছো যে অহা ১১,সোমবাৰৰ ১২, মঙ্গলবাৰ ১৩, বুধবাৰ ১৪, বৃহষ্পতিবাৰ আৰু ১৫ শুক্ৰবাৰৰ দিনা ছেপ্টেম্বৰ মাহত ২০২৩ বৰ্ষ দিনা " FIT INDIA " উপলক্ষ্যে "গোলকগঞ্জ যুৱ সমাজ"ৰ উদ্যোগত আৰু "গোলকগঞ্জ ক্ৰীড়া সংস্থা "ৰ সহযোগত এখন বৃহৎ " কোচ কামতা ফুটবল প্ৰতিযোগিতা"ৰ আয়োজন কৰা হৈছে ।
গতিকে উক্ত দিনটোত সকলো ৰাইজে উপস্থিত থকাৰ কাৰণে আহ্বান জনালোঁ।
ধন্যবাদ
আপোনাক/ আপোনালোকক জনাবলৈ পাই অতিকৈ আনন্দিত হৈছো যে অহা ইং- ২৯ /০৮/২০২৩ সোমবাৰৰ দিনা " ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস" উপলক্ষ্যে এখন বৃহৎ মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।
গতিকে উক্ত দিনটোত সকলোৰে উপস্থিত থকাৰ বাবে সলগৰ শৰাই আপোনাক/ আপোনালোকলৈ আগবঢ়োৱা হল ।
ধন্যবাদ
https://www.youtube.com/live/S2VhnsuCi6Y?feature=share
Agomani VS kadrasha Sports clubIndependence Day Cup Independence Day Celebration Mahabir Chilarai Football Tournament Organized by Golakganj Sports Association ( G Sports Live - 9706200923 )with CameraFi Live
Agomani VS kadrasha Sports clubIndependence Day Cup Independence Day Celebration Mahabir Chilarai Football Tournament Organized by Golakganj Sports Association ( G Sports Live - 9706200923 )with CameraFi Live
G.S.A Executive meeting for upcoming football tournament ⚽
🙏
It's the era ✨ ⚽ teamIndia🇮🇳
নমস্কাৰ 🙏 আগন্তুক 13 , 14, 15 আগষ্টত দেশৰ 76 তম স্বাধীনতা দিৱসত গোলকগঞ্জত GSA দ্বাৰা নব নিৰ্মাণ হোৱা ষ্টেডিয়ামত নতুনকৈ এখন ডাঙৰ ফুটবল⚽ খেলৰ আয়োজন কৰা হৈছে । ৰাইজৰ সহায়-সহযোগিতা একান্ত ভাবে কামনা কৰা হল।
ধন্যবাদ 🙏
2ND MALLAKHAMB WORLD CHAMPIONSHIP - 2023, Organised by : Thakur Panchanan Barma Seva Sangh, 2ND MALLAKHAMB WORLD CHAMPIONSHIP - 2023, LIVE FROM GOLAKGANJ STADIUM, DUBRI, ASSAM, Organised by : Thakur Panchanan Barma Seva Sangh, Under the auspices of ...
Golakganj sports Association আৰু Mallakhamb fedaration of India ৰ সৌজন্যত Golakganj indoor outdoor stadium ত 2nd world championship Mallakhamb খেল 9 may ৰ পৰা 12 may লৈকে হব।ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ।
Welcome back to home young stars 🇮🇳
Our brothers representing Indian handball team proud moment for us and Golakganj🇮🇳🎊
Women team Sapatgram Vs Golakganj
Our chief Guests are playing 🏀
যোৱা বছৰৰ দৰে এই বছৰো আমাৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ OBC মৰ্চাৰ ৰাজ্যিক সভাপতি আৰু লগতে Golakganj Sports Association ৰ মুখ্য উপদেষ্টা মাননীয় শ্ৰীযুত অশ্বিনী ৰায় সৰকাৰ ৰ প্ৰয়াত " পিতৃ শ্ৰীযুত কালিকান্ত ৰায় সৰকাৰ আৰু মাতৃ শ্ৰীমতী মনোময়ী দেৱী সৰকাৰৰ" স্মৃতিত Golakganj Sports Association আৰু ' ক ' আলোচনীৰ উদ্যোগত গোলাকগঞ্জ প্ৰধানী মৈদাম ত অনুষ্ঠিত হোৱা Volleyball Knock Out Tournament 2022 ৰ কিছু দৃশ্য ।
GSA Volleyball Tournament live
Rajbonshi team v/s Charaikhola with CameraFi Live
Volley ball day night tournament will be held on up coming Republic day ....at Prodhani field golakganj ..... Organised by GOLAKGANJ SPORTS ASSOCIATION.... Please do participate...
For participate contact Golakganj Sports Association - 7002851457/7002337332/7002143908
1️⃣9️⃣ MEDALS - 🇮🇳 India's best ever tally at a Paralympic Games, finishing 2️⃣4️⃣th.
💥 2021 Tokyo has been the largest and most successful games for 🇮🇳 with respect to both the contingent size and medal tally.
👏 From Praveen Kumar - the youngest winner at 1️⃣8️⃣ to Singhraj Adhana - the oldest at 3️⃣9️⃣, this Paralympics has given us many success stories.
🤝 What these success stories tell us, is to learn & embrace disability, give them the respect & support they deserve like able athletes.
📈 The 2021 & Paralympics is just the start of bigger and greater things we need to achieve. Can't stop here. We need to keep moving ahead & marching forward.
⏭️ Our NEXT mission: Paris 2024
🇮🇳
A 19 year-old from just gifted her nation an unforgettable sporting moment! 🌟
's medal is the nation's first ever in shooting and the first ever for an Indian woman at the Games. 😍
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Telephone
Website
Address
Golakganj , College Road
Golakganj
783334