Videos by Barta Live 24 in Guwahati. We report news the way It is : Unfiltered and unbiased It's time for you to explore your neighborhood with authentic news.We report to you with hard-hitting journalism and trustworthy news. Join us and discover the world at your fingertips...
মঙলদৈ বিদ্যুৎ কাৰ্যালয়ৰ সমীপত অগ্নিকাণ্ড
ৰাজনৈতিক মতাদৰ্শ পৃথক হ'ব পাৰে! কিন্তু এই ভিডিঅ'টো চাই আপুনি বহু কথাই ভাবিবলৈ বাধ্য হ'ব। অখিল গগৈয়ে ব্যৱস্থা কৰি দিয়া এম্বুলেঞ্চত ৰোগাক্ৰান্ত পুত্ৰক গুৱাহাটীলৈ আনিলে মহিলাই। এতিয়া শিৱসাগৰলৈ যাবলৈ ধনৰ অভাৱ। GMCHতেই থকা অখিল গগৈক কান্দি কান্দি পুনৰ সহায় বিচাৰিলে মহিলাগৰাকীয়ে। তাৰ পাছৰখিনিয়ে মন চুই যাব আপোনাৰ।
📌কাইলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিন আফ্ৰিকাৰ মাজত হব লগা খেলৰ বিশেষ নিয়মাবলী ॥ 📌অসম ক্ৰিকেট সহ্নাই দিলে বিশেষ নিৰ্দেশনা ॥ 📌কাইলৈ খেলৰ বাবে লগত কি কি নিব পাৰিব? কি কি নিব নোৱাৰিব? ACA দিলে নিৰ্দেশনা ॥
📌দৰঙ জিলাৰ দলগাও প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ওন্দোলাঝাৰ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত মেনাপাৰা প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হয় "TLM MELA"
📌ভাৰতীয় নবজাগৰনৰ শ্ৰষ্টা ৰাজা ৰামমোহন ৰায়ৰ ২৫০ তম জন্মজয়ন্তী উপলক্ষে মঙ্গলদৈত মহিলা সৱলীকৰণৰ সজাগতা সভা আৰু সমদল
📌ভাইৰেল এটা বিশেষ কল ৰেকৰ্ডিং 📌আকৌ গান চুৰিৰ অভিযোগ সংগীত পৰিচালক অজয় ফুকনৰ বিৰুদ্ধে ভাইৰেল এটা বিশেষ কল ৰেকৰ্ডিং
📌নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া চুতীয়া যুৱ সন্মিলন, অসমৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াৰ
📌অন্ধ্ৰপ্ৰদেশৰ ১২চকীয়া অ'টো গাড়ী ডিব্ৰুগড়ত জব্দ। 📌ডিব্ৰুগড় পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত অ'টো মালবাহি গাড়ী খন জব্দ কৰি আইনী ব্যৱস্থা প্ৰক্ৰিয়া আৰম্ভ কৰে