Barta Live 24

Barta Live 24

Join us and discover the world at your fingertips...

We report news the way It is : Unfiltered and unbiased
It's time for you to explore your neighborhood with authentic news.We report to you with hard-hitting journalism and trustworthy news.

Photos from Shobharanee Jateeya bidyalaya, Assam's post 27/01/2024
04/12/2022

মঙলদৈ বিদ্যুৎ কাৰ্যালয়ৰ সমীপত অগ্নিকাণ্ড

15/11/2022

দৰং জিলাৰ ৰঙামাতি ৰ নিৱাসী , যুৱ সমাজ কৰ্মী সৰ্বানন্দ বৰাৰ পৰলোকগামী । দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ নিজ গৃহত শেষ নিস্বাস ত্যাগ কৰে সমাকজকৰ্মী জনে

30/10/2022

ৰাজনৈতিক মতাদৰ্শ পৃথক হ'ব পাৰে! কিন্তু এই ভিডিঅ'টো চাই আপুনি বহু কথাই ভাবিবলৈ বাধ্য হ'ব। অখিল গগৈয়ে ব্যৱস্থা কৰি দিয়া এম্বুলেঞ্চত ৰোগাক্ৰান্ত পুত্ৰক গুৱাহাটীলৈ আনিলে মহিলাই। এতিয়া শিৱসাগৰলৈ যাবলৈ ধনৰ অভাৱ। GMCHতেই থকা অখিল গগৈক কান্দি কান্দি পুনৰ সহায় বিচাৰিলে মহিলাগৰাকীয়ে। তাৰ পাছৰখিনিয়ে মন চুই যাব আপোনাৰ।

07/10/2022

মথনী উৎসবত দেবানন্দত আহি আছে থিয়েটাৰ সূৰ্য।

01/10/2022

📌সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো আৰক্ষী দিৱস পালন।

01/10/2022

📌বিধ্বস্ত পথ।ভোট বৰ্জনৰ হুংকাৰ লাহোৱালৰ মদাৰখাটবাসী একাংশ ৰাইজৰ।

01/10/2022

📌কাইলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিন আফ্ৰিকাৰ মাজত হব লগা খেলৰ বিশেষ নিয়মাবলী ॥

📌অসম ক্ৰিকেট সহ্নাই দিলে বিশেষ নিৰ্দেশনা ॥

📌কাইলৈ খেলৰ বাবে লগত কি কি নিব পাৰিব? কি কি নিব নোৱাৰিব? ACA দিলে নিৰ্দেশনা ॥

01/10/2022

📌সাম্প্ৰদায়িক শক্তিৰ লগত নাথাকে কংগ্ৰেছ

30/09/2022

📌দৰঙ জিলাৰ দলগাও প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ওন্দোলাঝাৰ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত মেনাপাৰা প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হয় "TLM MELA"

29/09/2022

📌ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত নাওঁ দুৰ্ঘটনাত

29/09/2022

📌ভাৰতীয় নবজাগৰনৰ শ্ৰষ্টা ৰাজা ৰামমোহন ৰায়ৰ ২৫০ তম জন্মজয়ন্তী উপলক্ষে মঙ্গলদৈত মহিলা সৱলীকৰণৰ সজাগতা সভা আৰু সমদল

29/09/2022

📌এই বাৰ দৰঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক নামিল চুলাই মদ বন্ধৰ অভিযানত

28/09/2022

📌ভাইৰেল এটা বিশেষ কল ৰেকৰ্ডিং
📌আকৌ গান চুৰিৰ অভিযোগ সংগীত পৰিচালক অজয় ফুকনৰ বিৰুদ্ধে

ভাইৰেল এটা বিশেষ কল ৰেকৰ্ডিং

28/09/2022

📌আলফালৈ গ'লে আকৌ ঘূৰি আহিব লাগে লগতে আলফাত গৈ লাভ নাই বুলি এই মন্তব্য
কৰে নগাঁৱত জুবিন গাৰ্গে

28/09/2022

📌সমগ্ৰ ৰাজ্যজুৰি শাৰদীয় দূৰ্গা পূজাৰ উখলমাখল পৰিবেশৰ মাজতে ডিব্ৰুগড়ৰ বকুল পূজা স্থলীৰ সমিপত সৃস্থি হ'ল এক উত্তপ্ত পৰিস্থিতি

28/09/2022

📌কেঁচা চাহপাতৰ মূল্য হ্ৰাস : টিংখাঙত হাজাৰ - হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ

28/09/2022

📌নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া চুতীয়া যুৱ সন্মিলন, অসমৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াৰ

27/09/2022

📌অন্ধ্ৰপ্ৰদেশৰ ১২চকীয়া অ'টো গাড়ী ডিব্ৰুগড়ত জব্দ।
📌ডিব্ৰুগড় পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত অ'টো মালবাহি গাড়ী খন জব্দ কৰি আইনী ব্যৱস্থা প্ৰক্ৰিয়া আৰম্ভ কৰে

27/09/2022

📌কৰিমগঞ্জত গ্ৰেপ্তাৰ আন এজন PFI ৰ সদস্য

27/09/2022

📌কাছাৰত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় ইয়াভা টেবলেট

27/09/2022

📌আজি বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পিয়ুচ হাজৰিকা উপস্থিত হল বিশ্বনাথ চাৰিআলিত

27/09/2022

📌 দুৰ্গা পূজাৰ প্ৰতিমাত শেষ পৰশ দি প্ৰস্তুত কৰাত ব্যস্ত বিশ্বনাথৰ মৃৎ শিল্পীসকল

27/09/2022
26/09/2022

📌নামনি অসমৰ ধুবুৰী জিলাত প্ৰদেশ কংগ্ৰেছ(ই)ৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী

26/09/2022

📌ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পোষণ মাহ এমনিয়া কেম্প আয়োজন

26/09/2022

📌মঙলদৈত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠক মি. ভৱজ্যোতি গোস্বামীয়ে উদ্বোধন কৰিলে অত্যাধুনিক “আইৰণ ট্ৰাইব ” নামৰ জিম কেন্দ্ৰটি।

26/09/2022

📌আছাম ষ্টেট আউটচৰৰ্চ পাৱাৰ ৱাকাৰ্চ ইউনিয়নৰ সংবাদমেল

25/09/2022

📌বিশ্বনাথৰ মিজিকাজান চাহ বাগিছাত কৰম মহোৎসৱ উদযাপন৷

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

মঙলদৈ বিদ্যুৎ কাৰ্যালয়ৰ সমীপত অগ্নিকাণ্ড
ৰাজনৈতিক মতাদৰ্শ পৃথক হ'ব পাৰে! কিন্তু এই ভিডিঅ'টো চাই আপুনি বহু কথাই ভাবিবলৈ বাধ্য হ'ব। অখিল গগৈয়ে ব্যৱস্থা কৰি দিয়া এম...
মথনী উৎসবত দেবানন্দত আহি আছে থিয়েটাৰ সূৰ্য।
📌সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো আৰক্ষী দিৱস পালন।
📌কাইলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিন আফ্ৰিকাৰ মাজত  হব লগা খেলৰ বিশেষ নিয়মাবলী ॥📌অসম ক্ৰিকেট সহ্নাই দিলে বিশেষ নি...
📌সাম্প্ৰদায়িক শক্তিৰ লগত নাথাকে কংগ্ৰেছ
📌দৰঙ জিলাৰ দলগাও প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ওন্দোলাঝাৰ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত  মেনাপাৰা প্ৰাথমিক বিদ্যালয়ত অনুস্...
📌ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত নাওঁ দুৰ্ঘটনাত
📌ভাৰতীয় নবজাগৰনৰ শ্ৰষ্টা ৰাজা ৰামমোহন ৰায়ৰ ২৫০ তম জন্মজয়ন্তী উপলক্ষে মঙ্গলদৈত মহিলা সৱলীকৰণৰ সজাগতা সভা আৰু সমদল
📌এই বাৰ দৰঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক নামিল চুলাই মদ বন্ধৰ অভিযানত
📌ভাইৰেল এটা বিশেষ কল ৰেকৰ্ডিং 📌আকৌ গান চুৰিৰ অভিযোগ সংগীত পৰিচালক অজয় ফুকনৰ বিৰুদ্ধে ভাইৰেল এটা বিশেষ কল ৰেকৰ্ডিং
📌সমগ্ৰ ৰাজ্যজুৰি শাৰদীয় দূৰ্গা পূজাৰ উখলমাখল পৰিবেশৰ মাজতে ডিব্ৰুগড়ৰ বকুল পূজা স্থলীৰ সমিপত সৃস্থি হ'ল এক উত্তপ্ত পৰিস্...

Telephone

Address


Kahilipara Road
Guwahati
781019

Other News & Media Websites in Guwahati (show all)
The Inquilaab The Inquilaab
Guwahati, 783445

The Inquilaab Is one of the India's leading source of news Cricket Matchs and other Cricket series r

Marwadi in Assam Marwadi in Assam
Guwahati, 781001

Friends, I created this page for Marwari brothers who live in Assam. So that everyone can stay c***e

Assam Insight Assam Insight
Guwahati
Guwahati, 781024

News

The Opinion The Opinion
Guwahati, 781003

Analytical News Platform.

Singjuri Live Singjuri Live
Singjuri Lanka Hojai
Guwahati

Due to lack of development road c***ectivity system in the area, this channel is for awakening the p

Inside Northeast BODO Inside Northeast BODO
Guwahati

It’s an independent media run by a team of dedicated and experienced Journalist of North East from

Assam Barta 24 Assam Barta 24
Guwahati

News

সত্য প্ৰচাৰ সত্য প্ৰচাৰ
Guwahati

সত্য সংবাদৰ বাবে আমাৰ সৈতে থাকক...

GuwahatiJob24 GuwahatiJob24
Guwahati, 781037

Job Information Page Update Everyday Gov Job, private Job 🌟 Don't miss out on daily job opportunities! Follow us for diverse roles, career insights, and community support. Your d...

Anupam deka Anupam deka
Guwahati, AKASH123

from : Sonapur wish me: 13 Jun

DeshBachao DeshBachao
Guwahati
Guwahati

media and news

ASSAM News 24×7 ASSAM News 24×7
Guwahati

সত্যৰ সন্ধানত ৰাইজৰ পক্ষত । আপোনাৰ জিলা বা অঞ্চলৰ বাতৰি চাবলৈ Follow ASSAM NEWS 24×7