Alternative Astro24 by Dr. Paraash M Sarmah

Lal Kitab, KP Astrology, Numerology, Astro-Vaastu,Tarot Cards,Aghore & Kamakhya Tantra&Hoodoo Magic! Online Astrology Consultancy and Teaching

Photos from Alternative Astro24 by Dr. Paraash M Sarmah's post 16/06/2024

Today's Ambuchaci Mela Special Show DY365 ...

Photos from Alternative Astro24 by Dr. Paraash M Sarmah's post 12/06/2024

3rd All India Astrology Conference…

Photos from Alternative Astro24 by Dr. Paraash M Sarmah's post 10/06/2024

Jai Neem Karoli Babaji🙏🙏🙏

09/06/2024

📌Neem karoli Baba ৰ আশ্ৰমত হনুমান সাধনা…

05/06/2024

Thank you News Daily 24

05/06/2024

✅শনি জয়ন্তীত আপুনি কি কৰিব…
Call ☎️: 97063-41606

04/06/2024

Thank you ETV Bharat Assam

22/05/2024

টকাৰ অভাৱ দূৰ কৰিবলৈ বুদ্ধ পূৰ্ণিমাৰ দিনা কৰক এই কাম…Buddha Purnima 2024

21/05/2024

➡️Today's show

12/05/2024

➡️Remedies for Business owner🔱

ধন-সম্পত্তি বৃদ্ধিৰ বাবে অক্ষয় তৃতীয়াৰ দিনা কৰক এই পূজা - Akshaya Tritiya 2024 10/05/2024

Thank you ETV Bharat Assam

ধন-সম্পত্তি বৃদ্ধিৰ বাবে অক্ষয় তৃতীয়াৰ দিনা কৰক এই পূজা - Akshaya Tritiya 2024 Akshay Tritiya: অক্ষয় তৃতীয়ৰ দিনা তাৎপৰ্য কি ? ধন-সম্পত্তি বৃদ্ধিৰ বাবে অক্ষয় তৃতীয়ৰ দিনা কি নিয়ম পালন কৰিব এই সন্দৰ্ভত জনাল...

আজি পবিত্ৰ অক্ষয় তৃতীয়াত প্ৰিয়জনক উপহাৰ হিচাপে দিয়ক এইবিধ সামগ্ৰী 10/05/2024

May this day be filled with prosperity and good fortune for you…🙏

আজি পবিত্ৰ অক্ষয় তৃতীয়াত প্ৰিয়জনক উপহাৰ হিচাপে দিয়ক এইবিধ সামগ্ৰী অক্ষয় তৃতীয়াত প্ৰেমিক বা প্ৰেমিকাক উপহাৰ হিচাপে দিয়ক এইবিধ সামগ্ৰী। তেতিয়া আপোনাৰ জীৱনটো ধন টকা পইচাৰে উপচ.....

07/05/2024

শ্মশানত মই কিয় যাওঁ🧟‍♀️

07/05/2024

Jai Maa kamakhaya🙏

02/05/2024

Thank you ETV Bharat Assam

30/04/2024

How to Grow your Financial Condition...

ঘৰত কেনকৈ বৃদ্ধি কৰিব ধন? ধন বৃদ্ধিৰ বাবে কি কৰিব লাগে? 29/04/2024

Thank you News18 Assam & NE

ঘৰত কেনকৈ বৃদ্ধি কৰিব ধন? ধন বৃদ্ধিৰ বাবে কি কৰিব লাগে? ঘৰৰ আৰ্থিক অৱস্থা উন্নত কৰিবৰ বাবে নাইবা ঘৰখনত ধন বৃদ্ধিৰ বাবে কি কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় জ্যোতি...

চাকৰি বিচাৰি আছে নেকি ? তেন্তে আজি হনুমান জীক অৰ্পণ কৰক এই সামগ্ৰী - Hanuman jayanti 2024 23/04/2024

Jai Shree Ram ❤️

চাকৰি বিচাৰি আছে নেকি ? তেন্তে আজি হনুমান জীক অৰ্পণ কৰক এই সামগ্ৰী - Hanuman jayanti 2024 Hanuman jayanti 2024 : আজি যিহেতু পূৰ্ণিমা আৰু হনুমান জয়ন্তী একেলগে পৰিছে সেয়ে আজিৰ দিনত এই কেইটা সামগ্ৰী অৰ্পণ কৰিলে আপোনাৰ জ.....

23/04/2024

Distance between the earth and the sun is somewhat accurately mentioned in the 18th verse (जुग सहस्त्र जोजन पर भानु) of Hanuman Chalisa.

Calculation of distance between Earth and the Sun as mentioned in Hanuman Chalisa.
1 जुग = 12,000
1 सहस्त्र = 1000
1 जोजन = 8 miles
(जुग x सहस्त्र x जोजन) = 9,60,00,000 miles

1 mile = 1.6 kms
9,60,00,000 miles x 1.6 = 1,53,600,000 kms

As per astronomy the distance between the earth and sun varies as the earth revolves round the sun in an elliptical manner. The longest distance from earth to sun is on 3rd of July which is 1,52,171,522 kilometres which is roughly the same distance (1,53,600,000 kms) as mentioned in Hanuman Chaisa.
It is commendable that Tulsi Das was more or less accurate in the 16th century itself without the help of any advanced science & technology we have today...

22/04/2024

হনুমান চালিশাঃ কি? কিয় আৰু পাঠ কৰাৰ নিয়ম

হনুমান হৈছে প্ৰকৃতাৰ্থত শক্তি, সাহস, শ্ৰদ্ধা আৰু একান্ত সেৱক তথা ভক্তৰ প্ৰতীক। তেওঁ দাস্য ভক্তিত সৰ্বোত্তম। প্ৰভু শ্ৰীৰাম আৰু সীতাদেৱীৰ পৰম ভক্ত। যাৰ হৃদয় গহ্বৰত কেৱল প্ৰভু ৰামচন্দ্ৰৰ নাম। তেওঁৰ অদম্য সাহস আৰু শক্তি লক্ষ্মণক মৃত্যু তথা সংকটৰ পৰা ৰক্ষা কৰিছিল। সেয়েহে পৱন পুত্ৰ হনুমানক আমি সকলোৱে শ্ৰদ্ধা আৰু ভক্তিৰে স্মৰণ কৰিব লাগে, তেতিয়া হনুমানে আমাক সংকটৰ পৰা ৰক্ষা কৰে ।

এতিয়া আহিছো হনুমান চালিশাৰ প্ৰসংগলৈ। হনুমান চালিশা আচলতে কি?
পৱন পুত্ৰ প্ৰভু হনুমানৰ গুণৰ বর্ণনা কৰি, ১৬০০ শতাব্দীৰ প্ৰসিদ্ধ কবি শ্রীতুলসী দাসৰ ৰচনা কৰা স্তৱকক হনুমান চালিশা বুলি কোৱা হয়। এই স্তৱকত মুঠ ৪০টা শ্লোক তথা পদ আছে আৰু সেইবাবে ইয়াক চালিশা কোৱা হয়। হনুমান চালিশাত হনুমানৰ ১০৮টা নাম উল্লেখ আছে। এই নাম আমি উচ্চাৰণ কৰিলে বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাব পাৰি।

হনুমান চালিশা কিয় পাঠ কৰা উচিত ?
নিজকে আমি যদি কেতিয়াবা সুৰক্ষিত নহয় বুলি অনুভৱ কৰো বা মনত সংশয়, সংকটৰ ভাৱে দেখা দিয়ে তেতিয়া আমি হনুমান চালিশা পাঠ কৰা উচিত। ইয়াৰ ফলত মনৰ ভিতৰত থকা অসুৰক্ষিত ভাৱ, সংশয় আদি সকলোবোৰ দূৰ হৈ যায়। কেতিয়াবা কেতিয়াবা কিছুমান বেয়া শক্তিক দূৰত ৰাখিবলৈও হনুমান চালিশা পাঠ কৰিব লাগে। দীঘলীয়া যাত্ৰাৰ সময়তো হনুমান চালিশা পাঠ কৰি যাত্ৰা কৰিলে ভাল।

হনুমান চালিশা পাঠ কৰাৰ নিয়মঃ

• যেতিয়া আপুনি হনুমান চালিশা পাঠ কৰিবলৈ বহিব, সেই হনুমান চালিশা কেতিয়াওঁ আধৰুৱাকৈ নপঢ়িব। হনুমান চালিশা সম্পূর্ণ পাঠ কৰাৰ পাছতহে আপুনি বহাৰ পৰা উঠিব। শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিব। হনুমান চালিশা পাঠ কৰাৰ আগতে প্রভু শ্রীৰাম আৰু দেৱী সীতাক প্রণাম আৰু স্মৰণ কৰিব।

• পৰাপক্ষত আসনত বহি , হনুমানৰ মূৰ্তিৰ আগত হনুমান চালিশা পাঠ কৰিব পাৰিলে বেছি লাভদায়ক হয়। লগতে আসনৰ কাষত এটি তামৰ বা ধাতুৰ পাত্ৰত পানী থব লাগে আৰু সেই পানীখিনি হনুমান চালিশা পাঠ কৰা হোৱাৰ পিছত খাব লাগে বা আপুনি সৰ্বশৰীৰত মচি দিব লাগে।লগতে পানীখিনি আপোনাৰ ঘৰৰ চাৰিওকাষে চটিয়াই দিব পাৰে, তেতিয়া আপোনাৰ ঘৰৰ সকলো নেতিবাচক শক্তি দূৰ হৈ যায়।

হনুমান চালিশা পাঠ কৰাৰ উপকাৰিতাঃ
• আপুনি যদি আৰ্থিক সংকটত ভুগি আছে তেনেহ’লে হনুমান চালিশা পাঠ কৰক আৰু আৰ্থিক সমস্যাৰ পৰা মুক্তি লাভ কৰক।
• হনুমান চালিশা পাঠ কৰিলে দেহ, মন আৰু আত্মা শুদ্ধ হয়, লগতে ৰোগ-ব্যাধিৰ পৰাও মুক্তি লাভ কৰিব পাৰি।
• হনুমান চালিশা পাঠ কৰিলে মনৰ ইচ্ছা পূৰণ হয়। সেয়ে হনুমান চালিশা পাঠ কৰিব লাগে।
• হনুমান চালিশা আমি নিজ হাতে লিখি বা প্ৰকাশ কৰি যদি হনুমান মন্দিৰত অৰ্পণ কৰিব পাৰো তেতিয়াও আমি আৰ্থিক সংকট, মনৰ সংশয় ভাৱ আদি বিভিন্ন সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰো

এনেধৰণে হনুমান চালিশা পাঠ কৰি আমি বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাব পাৰো। তলত সকলোৰে সুবিধাৰ্থে হনুমান চালিশা অসমীয়া ৰূপ দিয়া হ’ল---

হনুমান চালিশাঃ

শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে।
কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে।।
শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ।
চতুবৰ্গ ফল যেন লভো অনুক্ষন।।
বুদ্ধিহীন মই অতি পবন কুমাৰ।
গুচোৱা মনৰ ক্লেশ মনৰ বিকা।।
জয় জয় হনুমান গুণৰ সাগৰ।
জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ।।

জয় জয় হনুমান গুণৰ সাগৰ।
জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ।।

শ্ৰীৰামৰ দূত তুমি অতি বলবান।
অঞ্জনাৰ পুত্ৰ তুমি পবনসুত নাম।।

মহাবীৰ ব্ৰজৰঙ্গী তুমি হনুমান।
কুমতি নাশিয়া কৰা সুমতি প্ৰদান।।

কাঞ্চন বৰণ তযু তুমি হে সুবেশ।
কৰ্ণত কুণ্ডল শোভে কুঁচি কুঁচি বেশ।।

ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ।
কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ।।

অপৰূপ বাহু তৱ পবন নন্দন।
মহাতেজ জ্যোতিৰূপ জগত বন্দন।।

বিদ্যাৱান গুণৱান তুমি হে চতুৰ।
শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আঁতুৰ।।

সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন।
হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ।।

সূক্ষ্মৰূপ ধৰি তুমি লঙ্কা প্ৰবেশিলা।
বিকট ৰূপৰে লঙ্কা ধ্বংস কৰিলা।।

ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ।
সৰ্বকাৰ্য্য সিদ্ধি দাতা শ্ৰীৰামচন্দ্ৰৰ।।

সঞ্জীবন আনি তুমি জীয়ালা লক্ষ্মণ।
ৰঘুবীৰ তাৰ বাবে আনন্দিত মন।।

ৰঘুনাথে দিলে তোমাক আলিঙ্গন দান।
দান কৰে ভাতৃ স্থান ভৰত সমান।।

ত্ৰিভুৱনে বিয়পিয় তযু যশ খ্যাতি।
এই বুলি আলিঙ্গন কৰে ৰঘুপতি।।

সনক ব্ৰহ্মাদি যত দেৱ-মুনিগণ।
নাৰদ সাৰদ আদি দেৱ ঋষিগণ।।

যমৰাজ কুবেৰ আৰু দিকপালগণ।
কবি কবিৰে যত ভৰা ত্ৰিভুৱন।।

সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা।
ৰামৰ লগত মিলাই ৰাজপদ দিলা।।

তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ।
হৈছিল ৰাৱণৰ ভয়ে কম্পমান।।

সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্য্যদেৱে দেখে।
সুমধুৰ ফল বুলি ভাবে একে গ্ৰাসে।।

জয় ৰাম বুলি তুমি অসীম সাগৰ।
পাৰ হৈ প্ৰবেশিলা লঙ্কাৰ ভিতৰ।।

দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুবনে।
সুগম কৰিলা তুমি ’ৰাম-ৰাম’ গানে।।

শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে।
তযু অনুমতি বিনা সোমাব নোৱাৰে।।

শৰণ লইনু প্ৰভু আজি যে তোমাৰ।
ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ।।

নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ।
তোমাৰ হুঙ্কাৰতে কম্পে ত্ৰিভুৱন।।

ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে।
মহাবীৰ তযু নাম সেই সদা ত্মৰে।।

ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ।
মহাবীৰ তযু নাম স্মৰে নিৰন্তৰ।।

সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ও ৰজা।
শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা।।

তোমাৰ চৰণে যেয়ে মন প্ৰাণ দিব।
জীৱনত সেইজনে সদা সুখ পাব।।

প্ৰৱল প্ৰতাপ তযু হে বায়ু নন্দন।
তযু নামে উজ্জ্বলিব এই ত্ৰিভুবন।।

সাধু-সন্যাসীকো ৰক্ষা কৰা মতিমান।
শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান।।

অষ্টসিদ্ধি নবসিদ্ধি কিবা যদি আছে।
সকলোই সিদ্ধি হয় তোমাৰে কৃপাতে।।

তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ।
ৰামৰ তুমিয়ে দাস জানে সৰ্বজন।।

তোমাৰ ভজন কৰি লভিব ৰামক।
জনমে জনমে সেয়ে দুখ বিমোচক।।

অন্তকালে পাব তেওঁ ৰামৰ চৰণ।
এই সাৰ কথা শুনা সব ভক্তগণ।।

সকলো বিষয় ত্যাগি বোলা হনুমান।
হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান।।

সৰ্বদুখ আঁতৰিব সঙ্কটো কাটিব।
সেইজনে হনুমন্তক স্মৰণ কৰিব।।

জয় জয় জয় প্ৰভু জয় হনুমান।
তযু কৃপা বিনে মোৰ গতি নাই আন।।

যেইজনে শতবাৰ এই পাঠ কৰে।
সকলো অশান্তি তাৰ নাশ হৈ পৰে।।

হনুমান চালিশা যেয়ে সদা পাঠ কৰে।
সিদ্ধি লাভ কৰে আৰু বিপদত তৰে।।

তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস।
মনৰমন্দিৰত প্ৰভু সদা কৰা বাস।।

ত্ৰিপদী
পবন নন্দন সঙ্কট হৰণ
মঙ্গল মুৰুটি ৰূপ।
শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন
তুমি হৃদয়ৰে ভূপ।।

পবন নন্দন প্ৰবল বিক্ৰম
ৰাম অনুগত অতি।
চালিশা ইয়াতে সমাপ্ত কৰিছো
পদে থাকে যেন মতি।।

ড০ পৰশমণি শৰ্মা
আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন জ্যোতিষ বিশেষজ্ঞ

12/04/2024

Thank you @ News18 Assam & NE

08/04/2024

Watch me...

08/04/2024

বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। নিশা ৯:১২ বজাত আৰম্ভ হ'ব সূৰ্যগ্ৰহণ আৰু অন্ত পৰিব নিশা ২:২২ বজাত। ৫৪ বছৰৰ পাছত বিৰল সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী। অৱশ্যে ভাৰতত দৃশ্যমান নহ'ব এই সূৰ্যগ্ৰহণ। সূৰ্যগ্ৰহণক লৈ NASAৰ সতৰ্কবাণী। সূৰ্যগ্ৰহণ দৃশ্য মোবাইলত আবদ্ধ কৰিলে ক্ষতি হ'ব পাৰে মোবাইলৰ।

08/04/2024

আজি সোমৱতী অমাৱস্যা...

আজি চন্দ্ৰ উত্তৰভদ্ৰপদ নক্ষত্ৰত আছে আৰু আজি সূৰ্যগ্ৰহণ হয়। আজি তন্ত্ৰ ক্ৰিয়াৰ বাবে এক অতি ফলপ্ৰসূ নিশা হ'ব।

সকলো তান্ত্ৰিক পৰীক্ষা আৰম্ভ কৰাৰ বাবে আজিৰ নিশা অনুকূল✅✅✅

08/04/2024

আজি সোমৱতী অমাৱস্যা...

আজি চন্দ্ৰ উত্তৰভদ্ৰপদ নক্ষত্ৰত আছে আৰু আজি সূৰ্যগ্ৰহণ হয়। আজি তন্ত্ৰ ক্ৰিয়াৰ বাবে এক অতি ফলপ্ৰসূ নিশা হ'ব..

👇👇👇
বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ:

নিশা ৯:১২ বজাত আৰম্ভ হ'ব সূৰ্যগ্ৰহণ আৰু অন্ত পৰিব নিশা ২:২২ বজাত।
ভাৰতত দৃশ্যমান নহ'ব এই সূৰ্যগ্ৰহণ।

🌑🌑🌑সকলো তান্ত্ৰিক পৰীক্ষা আৰম্ভ কৰাৰ বাবে আজিৰ নিশা অনুকূল✅✅✅

03/04/2024

🫵🫵Know Your Numerological Predictions in terms of Your Date of Birth
9,18,27 @ any month🫵🫵

02/04/2024

🫵🫵Know Your Numerological Predictions in terms of Your Date of Birth
8,17,26 @ any month🫵🫵

01/04/2024

🫵🫵Know Your Numerological Predictions in terms of Your Date of Birth
6,15,24 @ any month🫵🫵

31/03/2024

🫵🫵Know Your Numerological Predictions in terms of Your Date of Birth
5,14,23 @ any month🫵🫵

30/03/2024

🫵🫵Know Your Numerological Predictions in terms of Your Date of Birth
7,16,25 @ any month🫵🫵

Want your practice to be the top-listed Clinic in Guwahati?
Click here to claim your Sponsored Listing.

Dr Paraash M Sarmah24

Dr Paraash M Sarmah24 provides various services like Numerology, Tarot Card Reading, Horoscope/ Kundali making.

He is based out of Guwahati, Assam India. He is an expert in his field and enjoys an excellent reputation.

For online consultation with Astro specialist Dr.Paraash M Sarmah.

You may contact @9706341606(WhatsApp), 8133043407.

Videos (show all)

📌 Neem karoli Baba ৰ আশ্ৰমত হনুমান সাধনা…
✅শনি জয়ন্তীত আপুনি কি কৰিব… Call ☎️: 97063-41606
📌বাস্তু অনুসৰি জীৱনৰ উদ্দেশ্য বিচাৰিবলৈ কি কৰিব?..#astrology #purpose #assam #career
টকাৰ অভাৱ দূৰ কৰিবলৈ বুদ্ধ পূৰ্ণিমাৰ দিনা কৰক এই কাম …@ Buddha Purnima 2024    #BuddhPurnima #GautamBuddha #BuddhPurnima...
বাস্তু অনুসৰি বিদেশত পঢ়িবলৈ যাবলৈ হ'লে কি কৰা উচিত? #vastu #studyabroad #visaproblem #foreigntravel #alternativeastro24...
📌বাস্তু  অনুসৰি আপোনাৰ পঢ়া টেবুলখন কোনটো দিশত ৰাখিলে ভাল…
ক'লা তুলসী: ব্যৱসায়ত কেনেকৈ কৰিব ধন বৃদ্ধি।#astrology #alternativeastro #alternativeastro24
✅Educational Remedies for Students 🔱
শত্ৰুৰ পৰা বাচিবলৈ এইটো কৰক। For more such remedies stay connected to our Page ! #astro #astrology #remedies #shiva #shi...
শ্মশানত মই কিয় যাওঁ🧟‍♀️
Jai Maa kamakhaya🙏
#ganeshji #learning

Telephone

Address


DPI Kahilipara, Janakpur Path, Laxmi Niwas
Guwahati
781019

Other Astrologists & Psychics in Guwahati (show all)
pandit_santosh_ji_shastri pandit_santosh_ji_shastri
Kamakhya Mandir
Guwahati, 781010

love marriage problem��,lost love �,hus.& wife problem, divorce�,job& business�

Pandit Ganga Ram Shastri Pandit Ganga Ram Shastri
Maa Kamakhya Guwahati
Guwahati

सभी समस्याओं का समाधान वशीकरण स्पेशलिस्ट

Guru nikhil sharma Guru nikhil sharma
Guwahati, 781010

{{ गुरु निखिल शर्मा.}} {•Whatsapp•}��हरेक धर्म ?

Astrologer Sanjay Shashtri ji Astrologer Sanjay Shashtri ji
Chudi Bazar
Guwahati, 781010

All love problem solution Black magic ya Kiya karaya all problem solution here call +91-8107865842

Nayantarot Nayantarot
Sewali Path
Guwahati, 781038

Follow the path to the answer you need to hear. -Tarot Clarity & personal development. -Guidance on personal & professional. -Consultant �Mumbai

Debi ma Debi ma
Kamakhya
Guwahati

The Light Sheer’s Tarot The Light Sheer’s Tarot
Basistha Road
Guwahati, 781029

It’s a Tarot reading with spritual power

Life Healer Shri Badri Life Healer Shri Badri
Guwahati, 781010

Celebrity Astrologer Counsler and Healer Get your Love Back Palm reading ,Face reading,Kundli vigyan 20,000+ Happy Clients all over the world Shri Badri Vishvakalyan Sansthan Call/...

Jyotish Sanstha Kamakhya, India Jyotish Sanstha Kamakhya, India
Kamakhya Temple
Guwahati, 781010

ᴍɪʟʟɪᴏɴᴀɪʀᴇꜱ ᴅᴏɴ'ᴛ ᴜꜱᴇ ᴀꜱᴛʀᴏʟᴏɢʏ, ʙɪʟʟɪᴏɴᴀɪʀᴇꜱ ᴅᴏ. ꜱᴏʟᴜᴛɪᴏɴ ᴛᴏ _ ʟᴏᴠᴇ, ᴍᴀʀʀɪᴀɢᴇ, ꜰᴀᴍɪʟʏ, ᴄʜɪʟᴅ, ᴇᴛᴄ.

Astrologer Love problem solutions Astrologer Love problem solutions
Guwahati, 781010

specialist:-Lost love back,love problem, divorce problem, husband wife issues,birth chart, business problem manny more......

Astrologer Rajpurohit Rahul ji Astrologer Rajpurohit Rahul ji
Guwahati, 781002

You can find solution to any of your problems with astrology, famous astrologer Rajpurohit ji

Aankita Vedic Astro Aankita Vedic Astro
Guwahati

Vedic astrological counseling with Vaastu and numerology....