Assam Degree College Non Teaching Employee Association
সামাজিক উন্নয়ন আৰু কৰ্মচাৰী ঐক্যতা ৷
https://youtu.be/l3Czroz8_DU?si=PiGQL9lawQV_JhQK
Contract Employees Regularisation Supreme Court Order 2024,खुशखबरी सभी संविदाकर्मी होंगे परमानेंट-SC Contract Employees Regularisation Supreme Court Order 2024,खुशखबरी सभी संविदाकर्मी होंगे परमानेंट-SC🔥 1 क्लिक में SUBSCRIBE:https://www.youtube.com/c/educat...
আজি আমি অসমৰ শিক্ষামন্ত্ৰী মহোদয় ক লগ কৰি আমাৰ অনা-শিক্ষক কৰ্মচাৰী সকলৰ দৰমহা নিয়মীয়া হাৰত প্ৰদান কৰাৰ বাবে অনুৰোধ জনোৱা হয় । আমাৰ কথা খিনি শুনাৰ পিছত মন্ত্রী মহোদয় এ সোনকালে নিয়মীয়া হাৰত দৰমহা প্ৰদানৰ বাবে অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তাৱ পঠাব বুলি আমাক আশ্বাস প্ৰদান কৰে ।
কলেজ বন্ধ কৰিব লোৱা সিদ্ধান্তক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ । এই সিদ্ধান্ত কেতিয়াওঁ মানি লোৱা নহব ।
With MLA Teras gowala, Diganta Kalita And Leader of Opposition Debabrat Saikia . At MLA hostel .
https://m.facebook.com/story.php?story_fbid=24477613271852757&id=100000922716792&mibextid=Nif5oz
সতীৰ্থ সকল বক্তব্য খিনি আমাৰ বাবে মিথাচাৰ হয় নে?
২০২১ চনত প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰী সকলৰ দৰমহা ফিক্স পেৰ পৰিবৰ্তে দৰমহা আৰু সকলো চৰকাৰী সা-সুবিধা নিয়মীয়া হাৰত প্ৰদান কৰি অনা-শিক্ষক কৰ্মচাৰী সকল ক ন্যায় প্ৰদান বাবে শিক্ষা মন্ত্ৰী মহোদয়। আইন আৰু ন্যায় মন্ত্ৰী মহোদয় আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক বাইদেউ ক স্মাৰক পত্ৰ প্ৰদান কৰো।
ধন্যবাদ sir আমাৰ সমস্যা খিনি সদনত উত্থাপন কৰা বাবে বহুত ধন্যবাদ ।
https://m.facebook.com/story.php?story_fbid=24023981397215949&id=100000922716792&mibextid=Nif5oz
আমাৰ প্ৰতিজনৰ জীৱনৰ বাটৰ মাৰ্গদৰ্শক শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈ পবিত্ৰ 'শিক্ষক দিৱস'ৰ শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলো |
চৰকাৰে শিক্ষাখন্দ্দৰ আমুল পৰিবৰ্তন কৰিছে | ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্ত্তন কৰিবলৈ নিৰ্দেশনাৰ পিছত নিৰ্দেশনা | কিন্ত্তু চৰকাৰ খনে মুল মুল সমস্যাসমুহ-শিক্ষক-কৰ্মচাৰীসকলৰ সমস্যা সমুহ সম্পুৰ্ন আওকান কৰা দেখা গৈছে | শিক্ষা বিভাগৰ বৰমুৰীয়া ৰ শুভ বুদ্ধিৰ উদয় হওঁক তাৰে কামনা কৰিলো ...
Press meet 03-09-2023
অৱশেষত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ #সন্দীপ #মেহেতা আৰু ন্যায়াধীশ #অৰুণ #দেৱ #চৌধুৰী দেৱৰ খণ্ড বিচাৰপীঠে প্ৰদেশিকীকৰণৰ ওপৰত উচ্চ ন্যায়ালয়ত নতুনকৈ ৰুজু হোৱা গোচৰ দুটাৰ শুনানি গ্ৰহণ কৰি প্ৰাদেশিকীকৰণ সম্বন্ধীয় গোচৰৰ বিষয়ে কিছু কঠোৰ হয় । উচ্চ ন্যায়ালয়ত ৰুজু হোৱা প্ৰাদেশিকীকৰণৰ সম্বন্ধীয় গোচৰ সমূহ সমস্যা অনুসৰি পৃথক পৃথক কৰি একে উদ্দেশ্যৰ গোচৰ সমূহ একেলগ কৰি এখন বিশেষ বিচাৰপীঠ গঠন কৰি সেই বিচাৰপীঠৰ অধীনতে গোচৰ সমূহৰ দৈনিক শুনানি গ্ৰহণ কৰি অতি শীঘ্ৰে গোচৰ সমূহ নিষ্পত্তি কৰাৰ নিৰ্দেশনা দিয়ে ।
মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাদেশিকীকৰণ সম্বন্ধীয় গোচৰ সমূহ অতি শীঘ্ৰে নিষ্পত্তি কৰাৰ বাবে এখন বিশেষ বিচাৰপীঠ গঠন কৰাৰ কাৰণে শেহতীয়া ভাৱে দিয়া কঠোৰ নিৰ্দেশনাক আমি আদৰণি জনাইছোঁ ।
অহা ০১/০১/২০২৪ ইং তাৰিখৰ পৰা সকলো Non-Teaching Staffৰ পদ একেলগে নিয়মীয়া কৰাৰ সপক্ষে চৰকাৰে উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।
যোৱাকালি ১৮/১০/২০২২ ইং তাৰিখে জনতা ভৱনত গৈ শিক্ষামন্ত্ৰী মহোদয়ক লগকৰি আমাৰ দৰমহা নিয়মীয়া কৰাৰ বাবে দাবী জনাও ৷
বহু দিনৰ মুৰত আজি সচিবালয়ত Block c আৰু CM block ত গৈ CM সাক্ষাৎ বিচাৰি আবেদন জনালোঁ ৷
যোৱাকালিৰ শান্তিপুৰ্ণ প্ৰতিবাদত বহি থকা ধুবুৰী জিলাৰ ধৰমশালা কলেজৰ অনা-শিক্ষক কৰ্মচাৰী সকলক পুলিচে গ্ৰেপ্তাৰ কৰি অসম চৰকাৰ প্ৰশাসনে নিজৰ ফেচিষ্ট চৰিত্ৰ উদঙাই দিলে ৷ তাৰবাবে অসম চৰকাৰক ধিক্কাৰ দিলোঁ ৷ শান্তিপুৰ্ণ প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰকখনক গৰিহনা জনালোঁ ৷
07-08-2022 Press meet .
আজিৰ কাৰ্যসুচী বিভিন্ন কলেজত
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the organization
Telephone
Address
Maligaon Guwahati
Guwahati
781012
Guwahati
Official Page Of All Assam District Administration Employees Union
Aranya Bhawan, Panjabari
Guwahati, 781007
APFBC Society is a collaborative endeavour of the Govt of Assam & Agénce Française de Développement.
Ulubari
Guwahati
The CID is a wing of Assam Police dedicated for overall monitoring of the crime situations of the state. Cyber crimes . Anti Human trafficing' women and child protection , narcot...
Office Of Deputy Commissioner, Kamrup( Metro), MG Road, Pan Bazaar
Guwahati, 781001
This is the official page of Kamrup Metropolitan Excise Department to share data related to our enfo