Abdul Rasid
serve people who really need us.
এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী, অসমৰ ৰাজ্যপাল গুলাবচন্দ কাটাৰিয়া ৰাজস্থানত বিজেপিৰ প্ৰচাৰত ব্যস্ত, এয়া সাংবিধানিক নীতি-নিয়মৰ গুৰুতৰ উলংঘা। গণতন্ত্ৰৰ বাবে ইয়াতকৈ ডাঙৰ ভাবুকি কি হ'ব পাৰে ?
আজি অসম তৃণমূল যুৱ কংগ্ৰেছৰ উদ্যোগত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ৰাজহুৱা সভাত সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বিৰুদ্ধে হাতীগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰো। উক্ত কায্যসূচী গুৰি ধৰে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি মেহবুব আলীয়ে । উপস্থিত থাকে উপ সভাপতি আহমেদ আলী, সাধাৰণ সম্পাদক মিন্তু শৰ্মা, হাচান আহমেদ, আচিফ আলী,লগতে কামৰূপ মহানগৰ জিলাৰ সম্পাদক আজাহাৰ আলী।https://www.facebook.com/share/v/rRohzqRb79Em1RzF/?mibextid=jmPrMh
#শিক্ষক সকলক মন্দিৰৰ পুৰোহিত হিছাবে দায়িত্ব দিৱ লাগে
Click here to claim your Sponsored Listing.
Category
Contact the organization
Telephone
Website
Address
781029
Guwahati, 781028
Digital Sociology Adhoc group is to focus on academic and research activities
Village-dhupuri Simlabari, P/s Panbari Dist, Chirang State
Guwahati, 783391
kisushikhar puthi boral
Guwahati, 781008
CO-INCHARGE POLICY AND RESEARCH DEPARTMENT BJP ASSAM PRADESH MINORITY MORCHA.
Hatigaon
Guwahati, 781038
Our foremost priority is the Educated Assam , Healthy Society, Development of Society, Removal of Poverty, Hunger and Malnutrition, Establishing the Needs for the Common People's...