Badla Tiapara Diamond Club
Social services
March 11, 2021
Himanta Biswa Sarma Narendra Modi
স্বচ্ছ আৰু নিকা নিৰ্মাণ হ'ব লাগিব Himanta Biswa Sarma Narendra Modi
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হ'বলৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱাটো অতি দূৰ্ভাগ্যজনক। এটা সময়ত এনেকুৱা বহুত দেৱানী আছিল যিয়ে নিজৰ গাঁঠিৰ ধন/শাৰীৰিক পৰিশ্ৰম ব্যয় কৰি বিদ্যালয় স্থাপন কৰিছিল। এতিয়াৰ কিছুমান মানুহে সেই অনুষ্ঠান সমূহক ধ্বংস কৰিবলৈকে এনেকুৱা পন্থাৰ অৱলম্বন কৰে। এক বিৰাট আত্মসমালোচনাৰ প্ৰয়োজন আহি পৰিছে। বিদ্যালয়ত এনেকুৱা কিনো আছে যাৰ কাৰণে হাজাৰ হাজাৰ টকা পৰ্যন্ত খৰচ কৰি সভাপতি হ'ব লাগে। ই একপ্ৰকাৰৰ ডাঙৰ দুৰ্নীতিৰ সুযোগ দিয়া,ইয়াৰ বাহিৰে অন্য একো বুজিব নোৱাৰোঁ।
🙏জয় বিদ্যালয় জয় শিক্ষানুষ্ঠান 🙏
অইন অইন বছৰৰ দৰে আমি এইবেলিও আমাৰ বদলা টিয়াপাৰা ডাইমণ্ড ক্লাৱৰ তৰফৰ পৰা ষষ্ঠ বাৰ্ষিক অধিবেশন আৰম্ভ কৰিম। সেয়ে আপোনালোকৰ তৰফৰ পৰা ভাল পৰামৰ্শ বিচাৰিছোঁ কাৰ্যসূচী খন কেতিয়াৰ পৰা আৰাম্ভ কৰিম..? কমেন্ট কৰি জনাবচোন!
Members of BTDC🔥🥰♥️😍🎉🌞
হৈ যোৱা ৫ম বাৰ্ষিক প্ৰাইজমানী ভলীবল খেল অধিবেশনৰ সম্বৰ্ধনা ও খেল উদ্বোধন কৰাৰ মুহূৰ্ত।
Work time 💪
প্ৰতি মাননীয়/মাননীয়া....................................
ছালাম/নমস্কাৰ গ্ৰহন কৰিব।
সন্মান সহকাৰে আপোনাক/আপোনালোকক জনাবলৈ পাই সুখি হৈছোঁ যে অইন অইন বছৰৰ দৰে এই বেলিও আমি বদলা টিয়াপাৰা ডাইমন্ড ক্লাবৰ সৌজন্যত অহা ২০ আৰু ২১ মে' ২০২৩ ইং (শনিবাৰ আৰু ৰবিবাৰ) তাৰিখত দুদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাইজমানী ভলীবল খেল (C টিমৰ বাবে) অনুষ্ঠিত কৰিবলৈ মানস কৰিছোঁ।
গতিকে আমাৰ এই দুদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীত আপোনাৰ/আপোনালোকৰ সহায় সহযোগিতা ও উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
ধন্যবাদেৰে-
Badla Tiyapara Diamond Club
ডাইমন্ড ক্লাবৰ জ্ঞাতৰ্থে জনাওঁ যে অহা কালি ৰবিবাৰ তাৰিখ ১৪-০৫-২০২৩ ইং, আবেলি ৫:০০ বজাত স্থান: পাৰঘাট প্ৰাঙ্গনত এখন সাধাৰণ সভাৰ আয়োজন কৰা হৈছে। সেয়ে উক্ত সভাত যথা সময়ত ডাইমন্ড ক্লাবৰ সমূহ সদস্যবিন্দ লগতে সন্মানীয় ৰাইজৰ উপস্থিত আন্তৰিকতাৰে কামনা কৰিলোঁ। ইতি-
ইতি-
ধন্যবাদেৰে
সভাপতি, ব:টি:ডা:ক্লাব
সম্পাদক, ব:টি:ডা:ক্লাব
Good morning 🌅🌄 gys
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Website
Address
Guwahati
781127
Guwahati, 781028
Digital Sociology Adhoc group is to focus on academic and research activities
Village-dhupuri Simlabari, P/s Panbari Dist, Chirang State
Guwahati, 783391
kisushikhar puthi boral
Guwahati, 781008
CO-INCHARGE POLICY AND RESEARCH DEPARTMENT BJP ASSAM PRADESH MINORITY MORCHA.
Hatigaon
Guwahati, 781038
Our foremost priority is the Educated Assam , Healthy Society, Development of Society, Removal of Poverty, Hunger and Malnutrition, Establishing the Needs for the Common People's...