Satvik Mime & Theatre
Satvik Mime & Theatre is a Cultural organization.We organised different Cultural,Seminar,Programs etc
পুৰোধ্যৰ সান্নিধ্য
পদ্মশ্ৰী,সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত নৃত্যচাৰ্য যতীন গোস্বামীৰ সৈতে আন্তৰিক আলাপ।
আমি সমৃদ্ধ🌸
বেচিজিল জীৱনটি চিজিল লগোৱাৰ অহৰহ প্ৰয়াস..... "মই মোৰ দৰেই হ'ব খোজো।"
ভাল পাই কিন্তু তাই...... নিশাৰ মাদকতা ...🤍
✍️ ৰুজী ✨
Satvik Mime & Theatre
mudoi
Congratulations mudoi🎉
মূকাভিনয় জগত খনত ২০১৬ চনত মোৰ ভন্টি গায়ত্ৰী মুদৈয়ে খোজ পেলাইছিল । আজি ৭ বছৰে তাই বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠনসমূহত বহুতো মূকাভিনয় শিল্পীৰ সৈতে মূকাভিনয় প্ৰদৰ্শন কৰি আহিছে । আৰু উল্লেখযোগ্য যে " Third theatre- a socio-cultural organisation " ৰ হৈ " লৰ্ড কৃষ্ণ " শীৰ্ষক এটি মূকাভিনয় প্ৰদৰ্শন কৰি SANSKRITI SANGAM,2019 1st International & 5th National Multi-Lingual Instrumental Music,Dance & Drama Competition/Festival ত শ্ৰেষ্ঠ মূকাভিনয় শিল্পীৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল।
আৰু আজি গুৰু মইনুল হক ৰ Moinul Haque তত্বাৱধানত ২০২১-২২ বৰ্ষৰ Cultural Resources and Training Centre (CCRT) Ministry of Culture, NEW DELHI Govt. Of India ৰ অধীনত মুকাভিনয় বিষয়ত ৰাষ্ট্ৰীয় জলপানি National Scholarship পাবলৈ সক্ষম হয় ।
এই জলপানি পোৱাৰ ক্ষেত্ৰত মুকাভিনেতা বিজিত কুমাৰ দাসে Bijit Kumar Das সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়াই আমাক উপকৃত কৰি তুলিছে।
লগতে প্ৰতিটো সময়ত তাইক সাহস দিয়া মোৰ মাঁ লৈ বহুত মৰম আৰু তাইৰ প্ৰতিজন শুভাকাংশীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
Dance is the hidden language of the soul.Dancing is surely the most basic of relevant of all forms of expression. Nothing else can so effectively give outward form to an inner experience...
"সাত্বিক মাইম এণ্ড থিয়েটাৰ"ৰ এইয়া প্ৰথম খোজ 🌼
এটি সৰু পদক্ষেপ চিত্ৰাংকণ প্ৰতিযোগীতা🌼
সাত্বিক মাইম এণ্ড থিয়েটাৰ...
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Fatashil Ambari Manpara, Nabin Chandra Boro Path
Guwahati
781025
Rajgarh Road, By Lane Number/3
Guwahati, 781003
Artogram is an online platform which aims to make purchase of Art works easier.It hosts a wide colle
Bishnu-jyoti Path. Bylane-A. K. Azad Path. Hatigaon. Guwahati/38
Guwahati
�With the moto, "HELP YOU TO HELP OTHERS"..organise a set up of rehabilitation centre with the help of special Educator's, professionals, doctors,art &craft professional,
Guwahati
Handmade gifts � From Guwahati,Assam � Only pre-orders available at present� Min order ₹200 Shipping only in India� No COD � DM to order �
Guwahati
-Handmade goods made even better. -A good creation can always provide happiness to its owners.
Basisthasal, Bye Lane No. 7, House No. 26, Near Ganeshnagar, Basistha
Guwahati, 781029
Handcrafted items for your home decor. DM to place your order now. Customisations available.