News Care 24 Assam, Guwahati Videos

Videos by News Care 24 Assam in Guwahati.

Other News Care 24 Assam videos

দক্ষিণ শালমাৰাত AGP প্ৰাৰ্থী জাবেদ ইছলাম LIVE

#হাটশিঙিমাৰীত কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু। AGP প্ৰাৰ্থী জাবেদ ইছলামৰ বিৰুদ্ধে বিৰোপ মন্তব্য কৰাৰ বাবে AGP কৰ্মীয়ে কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

#AIUDF দলক মই আগৰ পৰা বেয়া পাওঁ। #AIUDF দল লাহে লাহে নাইকিয়াৰ দিশে গৈ আছে-মন্তব্য মানকাচৰৰ কংগ্ৰেছ কৰ্মী শাজিবুল হাছান মোল্লাৰ।

#মানকাচৰত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিশাল জনসভা। #News Care 24

মানকাচৰত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিশাল জনসভা LIVE

#মানকাচৰৰ এজনো ভোটাৰৰ লগত আজমলৰ নম্বৰ নাই। AIUDF দল ত্যাগ কৰি AGP ত যোগদান কৰিয়েই কেইবাটাও বিষ্ফোৰক মন্তব্য কৰে প্ৰাক্তন AIUDF নেতা ইউছুফ জাকাৰিয়া(সাজু)।

#হাটশিঙিমাৰীত AIUDF ৰ EX-MDC ৰ ঘৰত AGP দলৰ যোগদান সভা। প্ৰাক্তন MDC সহ দুই শতাধিক AIUDF দলৰ কৰ্মী AGP দলত যোগদান।

#ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ছোৰহাব আলী। #মৌলানা বদৰ উদ্দিন আজমলৰ প্ৰতি ক্ষোভ ছোৰহাব আলীৰ।

#চেষ্টা কৰিলে সকলো সম্ভৱ।

#বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে মন্তব্য দি AIUDF দলৰ পৰা বহিস্কাৰ হ'ল ইউছুফ জাকাৰীয়া (সাজু)। সংবাদ মাধ্যমৰ সন্মুখত কি কৈছিল জাকাৰীয়া। চাওঁক সম্পূৰ্ণ ভিডিঅ'টো।

#ধুবুৰীত AGP প্ৰাৰ্থী জাবেদ ইছলামৰ মটৰ চাইকেল ৰেলী। #AGP #Zabed Islam #News Care 24

#ষ্ট্ৰবেৰিৰ খেতিৰে জিলিকি উঠিল গিয়াচুদ্দিন আহমেদ। #News Care 24

#মানকাচৰত জাবেদ ইছলামক উষ্ম আদৰণি।

হাটশিঙিমাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন LIVE

হাটশিঙিমাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন