News Care 24 Assam

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News Care 24 Assam, Media/News Company, Hatsingimari, South Salmara Mankachar, Guwahati.

13/04/2024

দক্ষিণ শালমাৰাত AGP প্ৰাৰ্থী জাবেদ ইছলাম LIVE

12/04/2024

#ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ধুবুৰীৰ বিভিন্ন ঠাইৰ পৰা ড্ৰাগছ সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ । Police Care 24

07/04/2024

#আপুনি কোন প্ৰাৰ্থী বিচাৰে? #কোন প্ৰাৰ্থী জয়ী হ'লে ধুবুৰীৰ উন্নয়ন হ'ব? Care 24

04/04/2024

#হাটশিঙিমাৰীত কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু। AGP প্ৰাৰ্থী জাবেদ ইছলামৰ বিৰুদ্ধে বিৰোপ মন্তব্য কৰাৰ বাবে AGP কৰ্মীয়ে কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

02/04/2024

দলক মই আগৰ পৰা বেয়া পাওঁ।
দল লাহে লাহে নাইকিয়াৰ দিশে গৈ আছে-মন্তব্য মানকাচৰৰ কংগ্ৰেছ কৰ্মী শাজিবুল হাছান মোল্লাৰ।

02/04/2024

#মানকাচৰত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিশাল জনসভা। Care 24

02/04/2024

মানকাচৰত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিশাল জনসভা LIVE

01/04/2024

#মানকাচৰৰ এজনো ভোটাৰৰ লগত আজমলৰ নম্বৰ নাই। AIUDF দল ত্যাগ কৰি AGP ত যোগদান কৰিয়েই কেইবাটাও বিষ্ফোৰক মন্তব্য কৰে প্ৰাক্তন AIUDF নেতা ইউছুফ জাকাৰিয়া(সাজু)।

01/04/2024

#হাটশিঙিমাৰীত AIUDF ৰ EX-MDC ৰ ঘৰত AGP দলৰ যোগদান সভা। প্ৰাক্তন MDC সহ দুই শতাধিক AIUDF দলৰ কৰ্মী AGP দলত যোগদান।

29/03/2024

#ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ছোৰহাব আলী। #মৌলানা বদৰ উদ্দিন আজমলৰ প্ৰতি ক্ষোভ ছোৰহাব আলীৰ।

25/03/2024

#ৰাজ্যবাসী লৈ হোলীৰ শুভেচ্ছা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোনোৱালৰ। Care 24

24/03/2024

#চেষ্টা কৰিলে সকলো সম্ভৱ।

23/03/2024

#বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে মন্তব্য দি AIUDF দলৰ পৰা বহিস্কাৰ হ'ল ইউছুফ জাকাৰীয়া (সাজু)। সংবাদ মাধ্যমৰ সন্মুখত কি কৈছিল জাকাৰীয়া। চাওঁক সম্পূৰ্ণ ভিডিঅ'টো।

23/03/2024

#ধুবুৰীত AGP প্ৰাৰ্থী জাবেদ ইছলামৰ মটৰ চাইকেল ৰেলী। Islam Care 24

17/03/2024

#ষ্ট্ৰবেৰিৰ খেতিৰে জিলিকি উঠিল গিয়াচুদ্দিন আহমেদ। Care 24

16/03/2024

#মানকাচৰত জাবেদ ইছলামক উষ্ম আদৰণি।

13/03/2024

হাটশিঙিমাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন LIVE

13/03/2024

হাটশিঙিমাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন

07/03/2024

#ধুবুৰীত হাই প্ৰফাইল যুঁজ। #আপোনাৰ মতে দিল্লী লৈ কোনে উৰা মাৰিব? Care 24

06/03/2024

#আহি আছোঁ মানকাচৰ লৈ- জুবিন গাৰ্গ।

06/03/2024

#শুক্ৰবাৰ, ৮ মাৰ্চত হাটশিঙিমাৰী ষ্টাৰ কেয়াৰ মেডিকেলত আহিব Dr. Jyotirmoy Das

05/03/2024

#ধুবুৰীত আপোনাৰ কোন প্ৰিয়?
#জনাওঁক আপোনাৰ মতামত?

04/03/2024

#লোকসভা নিৰ্বাচনক লৈ তৎপৰ AIUDF
#পুনৰ ধুবুৰী জয় কৰাৰ আশা আজমলৰ।
Care 24

04/03/2024

#আৰক্ষীৰ বৃহৎ সফলতা। হাটশিঙিমাৰীত ড্ৰাগছ সহ এজন গ্ৰেপ্তাৰ। Bandha Police

04/03/2024

#মানকাচৰ DTO ৰ সংবাদমেল। কৰ নিদিয়া বাহনৰ গৰাকীক কৰ আদায় দিয়াৰ আহ্বান।

01/03/2024

https://www.facebook.com/profile.php?id=61556344541695&mibextid=ZbWKwL

News Care 24 News Care 24 is fully dedicated Digital News Media From South Salmara Mankachar, Gauhati, Assam.

15/02/2024

#মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লৈ মহুৰী ছোৰহাব আলীৰ বিশেষ আহ্বান। বঞ্চিত হিতাধিকাৰীক পুনৰ ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি, PM-Kisan আৰু PMAY গৃহ প্ৰদানৰ দাবী। মহুৰী সকলোকো আঁচনি প্ৰদানৰ দাবী। Assam Himanta Bishwa Sarma NEWS PLUS

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

দক্ষিণ শালমাৰাত AGP প্ৰাৰ্থী জাবেদ ইছলাম LIVE
#হাটশিঙিমাৰীত কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু। AGP প্ৰাৰ্থী জাবেদ ইছলামৰ বিৰুদ্ধে বিৰোপ মন্তব্য কৰাৰ বাবে AGP কৰ্মীয়ে ...
#AIUDF দলক মই আগৰ পৰা বেয়া পাওঁ।#AIUDF দল লাহে লাহে নাইকিয়াৰ দিশে গৈ আছে-মন্তব্য মানকাচৰৰ কংগ্ৰেছ কৰ্মী শাজিবুল হাছান ম...
#মানকাচৰত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিশাল জনসভা। #News Care 24
মানকাচৰত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিশাল জনসভা LIVE
#মানকাচৰৰ এজনো ভোটাৰৰ লগত আজমলৰ নম্বৰ নাই। AIUDF দল ত্যাগ কৰি AGP ত যোগদান কৰিয়েই কেইবাটাও বিষ্ফোৰক মন্তব্য কৰে প্ৰাক্তন...
#হাটশিঙিমাৰীত AIUDF ৰ EX-MDC ৰ ঘৰত AGP দলৰ যোগদান সভা। প্ৰাক্তন MDC সহ দুই শতাধিক AIUDF দলৰ কৰ্মী AGP দলত যোগদান।
#ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ছোৰহাব আলী। #মৌলানা বদৰ উদ্দিন আজমলৰ প্ৰতি ক্ষোভ ছোৰহাব আলীৰ।
#চেষ্টা কৰিলে সকলো সম্ভৱ।

Telephone

Address


Hatsingimari, South Salmara Mankachar
Guwahati
783135

Other Media/News Companies in Guwahati (show all)
VOX NorthEast VOX NorthEast
Guwahati, 781028

Voice of The Mass

The Assam post The Assam post
Guwahati

Marwadi in Assam Marwadi in Assam
Guwahati, 781001

Friends, I created this page for Marwari brothers who live in Assam. So that everyone can stay c***e

Voice of assam youth Voice of assam youth
Boginodi
Guwahati, 84

this page is news and entertainment

Right Newz Right Newz
Bhetapara Road
Guwahati, 781038

কেৱল সত্য আৰু ৰাইজৰ পক্ষত

NIVAZ ASOM LIVE NIVAZ ASOM LIVE
Panjabari Bagharbari Satgaon Guwahati Pin
Guwahati, 781037

Assamese News Channel REGD NO: UDYAM-AS-03-0033640

ASSAM TV 24 ASSAM TV 24
Guwahati

ASSAM TV 24 ৰ তৰফৰ পৰা সমুহ অসম বাসিলৈ স্বাগতম জনাইছো।

Right News NE Right News NE
Guwahati

কেৱল সত্য আৰু ৰাইজৰ পক্ষত

All Time Assam News Digital All Time Assam News Digital
Guwahati

সত্যৰ আধাৰত অসমৰ সকলো সংবাদ প্ৰচাৰৰ এ?

Maligaon Press Club Maligaon Press Club
Maligaon
Guwahati

Assam Barta 24 Assam Barta 24
Guwahati

News