Global Gyan in Assamese
Nearby schools & colleges
Zoo Road, Gauhati
Rangapani
Ananda Nagar By Lane 4 Pandu
Gobindanagar
Bhetapara, Gauhati
Nh-17
781369
781001
Gauhati 781021
You may also like
Competitive exam ৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰী সকলৰ উপযোগী হোৱাকৈ এটি বিশেষ ধৰনৰ YouTube Channel �
Q.বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে দিছিল ?
⭕ ভাৰত চৰকাৰৰ নতুন কেন্দ্ৰীয় মন্ত্ৰীসকল :-
https://youtu.be/DJECKvsMh_I?si=HrMg7t5NhXbts_0O
★★☘️☘️★★
★প্ৰধানমন্ত্ৰী - নৰেন্দ্ৰ মোদী
★গৃহমন্ত্ৰী - অমিত শ্বাহ।
★বিত্ত মন্ত্ৰী - নিৰ্মলা সীতাৰমন।
★প্ৰতিৰক্ষা মন্ত্ৰী - ৰাজনাথ সিং।
★ বৈদেশিক মন্ত্ৰী - এছ. জয়শংকৰ।
★ পথ পৰিবহণ মন্ত্ৰী - নীতিন গাদকাৰী।
★ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী - জে পি নড্ডা।
★কৃষি মন্ত্ৰী - শিৱৰাজ সিং চৌহান।
★ শিক্ষা মন্ত্ৰী - ধৰ্মেন্দ্ৰ প্ৰধান।
★ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী - সৰ্বানন্দ সোণোৱাল।
★ ৰেল মন্ত্ৰী - অশ্বিনী বৈষ্ণৱ।
★সাংস্কৃতিক তথা পৰ্যটন মন্ত্ৰী - গজেন্দ্ৰ সিং শেখাৱট।
★ পৰিৱেশ, বন তথা জলবায়ু মন্ত্ৰী - ভূপেন্দ্ৰ যাদৱ।
★মহিলা আৰু শিশু বিকাশ মন্ত্ৰী - অন্নপূৰ্ণা দেৱী।
★পেট্ৰোলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী - হৰদীপ সিং পুৰী।
★ ক্ৰীড়া মন্ত্ৰী - মনসুখ মন্দাভিয়া।
★ পঞ্চায়তীৰাজ মন্ত্ৰী - লল্লন সিং।
☘️https://youtube.com/?si=2hdGKHYuBrmM-MpE
👁🗨The Global Gender Gap Index 2024 Rankings :-
🔝Top 10 Countries :-
01• Iceland.
02• Finland.
03• Norway.
04• New Zealand.
05• Sweden.
06• Nicaragua.
07• Germany.
08• Namibia.
09• Ireland.
10• Spain.
♦️India' Rank In 2024 : 129.
♦️India' Rank In 2023 : 127.
✅India's Neighbouring Countries :-
01• Bangladesh : 99.
02• Nepal : 117.
03• Sri Lanka : 122.
04• Bhutan : 124.
05• India : 129.
06• Pakistan : 145.
✔️Total Countries : 146
🔚Last Countries : Sudan.
Very important
List of Cabinet ministers with frame
's cabinet :- 3
Q.2024 বৰ্ষৰ শিল্পী বঁটা লাভ কৰা ব্যক্তি গৰাকী কোন ?
ক.ৰমেন চৌধুৰী
খ.মনিষা হাজৰিকা
গ.তৰালি শৰ্মা
Very important questions for upcoming exam's.
আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ সাম্ভাব্য প্ৰশ্নোত্তৰ।
YouTube channel link
https://youtube.com/?si=NqCCePRpwx_M5Rxg
Telegram channel link
https://t.me/GlobalGyanInAssamese
জৱাহৰলাল নেহৰুৰ পিছত ক্ৰমে তৃতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হিচাপে শপত ল'লে নৰেন্দ্ৰ দামোদৰ মোডীৰ। একেৰাহে তৃতীয় বাৰৰ প্ৰধান মন্ত্ৰী কাৰ্যভাৰ গ্ৰহণ কৰা দ্বিতীয় গৰাকী ব্যক্তি হ'ল নৰেন্দ্ৰ মোদী।
চৰকাৰ সলনি হ'লে আহিব লগা দিনবোৰত কি প্ৰভাৱ পৰিব বুলি ভাবে?
কোনে কোনে পঢ়িছিল ?
Totally free study materials for ADRE exams*
★Important notice ★
এনে ধৰণৰ প্ৰশ্নসমূহ সম্পূৰ্ণ বিনামূল্যে নিয়মীয়াকৈ খণ্ড খণ্ডকৈ পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলটো তলত দিয়া লিংকত গৈ Follow কৰক।
telegram channel link
https://t.me/GlobalGyanInAssamese
*Assam direct requirment playlist*
Assam Direct Recruitment 2023-24: https://www.youtube.com/playlist?list=PLQATa-c3gBLwUxQthZPmEo0p5X8estwQg
★★★★★★★★★★★
★Very important ★
🎯https://youtu.be/IZBWiQMGlgs?si=HRBUtArTP-0Ku67h
🙏https://youtu.be/juh4SsQpzoc?si=FcQ5JRedh4iKD-za
🎯 Very important topic idioms and phrases
★ Part :- 1
List of Idioms
Idiom
Meaning
Example Sentence
1. Kick the bucket
To die
a) He's so old; he might kick the bucket soon.
2. Hit the nail on the head
Accurately describe or identify something
a) Her explanation hit the nail on the head.
3. Get out of hand
Not in one's control anymore
a) The party started off as a small gathering, but it quickly got out of hand with more and more people arriving.
4. To burn the midnight oil
To work late into the night
a) She had to burn the midnight oil to finish her project.
5. Like two peas in a pod
Be together always
a) Me and my best friend are like two peas in a pod.
6. Know which way the wind blows
To understand what is happening
a) She always knows which way the wind blows when it comes to fun activities.
7. Catch more flies with honey than you can with vinegar
Getting what you want by being nice
a) He decided to be polite and friendly, like this, she can catch more flies with honey than you can with vinegar.
8. Let someone off the hook
Releasing someone or letting someone go
a) Charlie forgot to do his homework, but the teacher let her off the hook when he explained that his dog had chewed up her assignment.
9. Like riding a bicycle
A skill that you learn and will never forget
a) Learning to swim was challenging at first, but once I got the hang of it, it was like riding a bicycle.
10. Blame one's tools
Blaming something on someone else
a) Luke didn't do well on his art project and tried to blame his tool.
11. It's not rocket science
Not that difficult to comprehend
a) Winny, don't worry! Solving this math problem is not rocket science.
12. Spill the beans
Reveal a secret
a) Ketty accidentally spilt the beans about the surprise party.
13. Get the show on the road
Start something or begin an enterprise
a) After spending hours preparing for the event, it's time to get the show on the road and start welcoming the guest
14. Pull the last straw
The final point in a series of unfortunate events when you feel you cannot take it anymore
a) I had been late to school multiple times and when he missed an important exam, it was like he pulled the last straw for.
15. That ship has sailed
It is too late to do something
a) Shelly wanted to apply for that scholarship, but she missed her chance and now she realizes that the ship has sailed.
Q.10017 : 333 : : 91005 : ?
A.433
B.268
C.267
Q.6,48,24,192,96,?
Q. সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কি ?
ক.মাকাম
খ.মহিৰুহ
গ.ইয়াৰুঈঙ্গম
ঘ.মৃত্যুঞ্জয়
https://youtube.com/shorts/eteMSHNGIac?feature=share
ৰাম কৃষ্ণ ❤ ৰাম কৃষ্ণ ❣️🗓️ @globalgyaninassamese #adre2 #shreeram #shreekrishna #ram #horinam #gk তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সাম্ভাব্য গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ 📑 📌 Latest 2024 World 🌎 , Indian 🇮🇳 & Assam ❣️ Current Affairs 📑📌https://y...
Totally free study materials for ADRE exams*
★Important notice ★
এনে ধৰণৰ প্ৰশ্নসমূহ সম্পূৰ্ণ বিনামূল্যে নিয়মীয়াকৈ খণ্ড খণ্ডকৈ পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলটো তলত দিয়া লিংকত গৈ Follow কৰক।
telegram channel link
https://t.me/GlobalGyanInAssamese
*Assam direct requirment playlist*
Assam Direct Recruitment 2023-24: https://www.youtube.com/playlist?list=PLQATa-c3gBLwUxQthZPmEo0p5X8estwQg
★★★★★★★★★★★
★Very important English grammar...common questions ★
https://youtu.be/LujghUbX4eE?si=zJZVjyY6MLQARjLV
১/ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত আৰু কোন ঠাইত হৈছিল ?
উত্তৰ:- ১৯১৭ চনত ২৬ ডিচেম্বৰত, শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল।
২/ কোন তিনিজন সাহিত্যিকক জোনাকী যুগৰ ত্ৰিমুৰ্তি বুলি কোৱা হয় ?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।
৩/ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা মিচিং সকলৰ উৎসৱৰ নাম কি ?
উত্তৰ:- আলি আয়ে লৃগাং।
৪/ প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালকজনৰ নাম কি ?
উত্তৰ:- প্ৰমথেশ বৰুৱা।
৫/ প্ৰথম অসমীয়া গল্প পুথিখনৰ নাম কি ?
উত্তৰ:- সুৰভি।
৬/ প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ?
উত্তৰ:- লৰাবন্ধু।
৭/ অসমৰ প্ৰথম বিশ্ববিদ্যালয়ৰ নাম কি ?
উত্তৰ:- কটন কলেজ।
৮/ সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ?
উত্তৰ:- ঈয়াৰুইংগম (১৯৬০) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
৯/ অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ পুথিখনৰ নাম কি ?
উত্তৰ:- গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ।
১০/ ‘অসমৰ মানচেষ্টাৰ’ বুলি কোনখন ঠাইক কোৱা হয় ?
উত্তৰ:- শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়।
১১/ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ:- ৰাধানাথ ফুকন।
১২/ ওমৰ খয়ামৰ ‘ৰুৱায়ত’খন ‘ওমৰতীৰ্থ’ নামেৰে কোনজন সাহিত্যিকে অসমীয়ালৈ অনুবাদ কৰিছিল ?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।
১৩/ অসমৰ দ্বিতীয়খন বিশ্ববিদ্যালয়ৰ নাম কি ?
উত্তৰ:- ডিব্ৰুগড় বিশ্ববিদ্যালয়।
১৪/ আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি ?
উত্তৰ:- পূবেৰুণ।
১৫/ অসম সাহিত্য সভাৰ উদ্ধোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ ৰচনা কোনে কৰিছিল ?
উত্তৰ:- মিত্ৰদেৱ মহন্ত।
১৬/ ‘অসীমত যাৰ হেৰাল সীমা’ গ্ৰন্থৰ ৰচয়িতাগৰাকীৰ নাম কি ?
উত্তৰ:- কাঞ্চন বৰুৱা। তেওঁৰ প্ৰকৃত নাম আছিল ভুবন মোহন বৰুৱা।
১৭/ অসমৰ একমাত্ৰ সৈনিক স্কুল ক’ত অৱস্থিত ?
উত্তৰ:- গোৱালপাৰা জিলাত অৱস্থিত।
১৮/ অসমৰ জাতীয় উৎসৱ কি ?
উত্তৰ:- বিহু
১৯/ অসমৰ প্ৰথম আই. চি. এছ. বিষয়া কোন ?
উত্তৰ:- আনন্দৰাম বৰুৱা।
২০/ অসম প্ৰকাশন পৰিষদৰ প্ৰতিষ্ঠা কিমান চনত হৈছিল ?
উত্তৰ:- ১৯৫৮ চনত অসম প্ৰকাশন পৰিষদৰ প্ৰতিষ্ঠা হৈছিল।
লগতে চাওক - অসম কুইজ (প্ৰথম খণ্ড)
২১/ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি ?
উত্তৰ:- ডঃ ফকৰুদ্দিন আলি আহমেদ।
২২/ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ব্যক্তিজনৰ নাম কি ?
উত্তৰ:- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।
২৩/ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি ?
উত্তৰ:- পাৰ্বতী কুমাৰ গোস্বামী
২৪/ 'অসম কেশৰী' উপাধিৰে সন্মানিত হোৱা অসমৰ কবি সাহিত্যিক জনৰ নাম কি ?
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰী।
২৫/ অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰ:- ১৮৮৫ চনত।
২৬/ অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকীৰ নাম কি ?
উত্তৰ:- প্ৰতাপ বৰুৱা।
২৭/ ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন ?
উত্তৰ:- বিজয় চৌধুৰী।
২৮/ প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী গৰাকীৰ নাম কি ?
উত্তৰ:- আইদেউ সন্দিকৈ।
২৯/ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?
উত্তৰ:- অবুজ বেদনা।
৩০/ প্ৰথম অসমীয়া সামাজিক নাটকৰ নাম কি ?
উত্তৰ:- ৰাম নৱমী।
৩১/ কোনখন চলচ্চিত্ৰৰ বাবে ড॰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল আৰু কিমান চনত এই বঁটা লাভ কৰিছিল?
উত্তৰ:- ৰুদালি চলচ্চিত্ৰৰ বাবে ড॰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল আৰু এই বঁটা লাভ কৰিছিল ১৯৯২ চনত।
৩২/ প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিল আৰু কিমান চনত ৰচনা কৰিছিল ?
উত্তৰ:- মাইকেল ব্রঞ্চন চাহোবে ৰচনা কৰিছিল ১৮৬৭ চনত।
৩৩/ অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি ?
উত্তৰ:- বীণ বৰাগী।
৩৪/ অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আৰু কিমান চনত প্ৰকাশিত হৈছিল ?
উত্তৰ:- অৰুনোদই । ১৮৪৬ চনত প্ৰকাশিত হৈছিল।
৩৫/ আহোম যুগৰ শ্ৰেষ্ঠ কবি জনৰ নাম কি ?
উত্তৰ:- কবিৰাজ চক্ৰৱৰ্তী।
৩৬/ অৰুণোদয় যুগৰ এজন লিখকৰ নাম কি ?
উত্তৰ:- আনন্দৰাম ঢেকিয়াল ফুকন।
৩৭/ অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কাক বোলা হয় আৰু প্ৰথম অসমীয়া চুটিগল্পৰ নাম কি ?
উত্তৰ:- অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰথম অসমীয়া চুটিগল্প হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 'কন্যা'।
৩৮/ জ্ঞান-মালিনীৰ কবি কাক বোলা হয় ?
উত্তৰ:- মফিজুদ্দিন আহমদ হাজৰিকাদেৱক জ্ঞান-মালিনীৰ কবি বোলা হয়।
৩৯/ শ্ৰীমন্ত শংকৰদেৱে মুঠ কেইখন অংকীয়া নাটক ৰচনা কৰি উলিয়াইছিল ?
উত্তৰ:- ছয় খন অংকীয়া নাটক ৰচনা কৰি উলিয়াইছিল।
৪০/ হেজাৰী ঘোষা বুলি কোনখন গ্ৰন্থক কোৱা হয় ?
উত্তৰ:- 'নামঘোষা'ক হেজাৰী ঘোষা বুলি কোৱা হয়।
৪১/ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি ?
উত্তৰ:- ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
৪২/ সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি আৰু কিমান চনত এই বঁটা লাভ কৰিছিল ?
উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা। ১৯৫৫ চনত বনফুল কবিতাপুথিৰ বাবে লাভ কৰিছিল।
৪৩/ নিজৰাৰ কবি বুলি কাক কোৱা হয় ?
উত্তৰ:- শৈলধৰ ৰাজখোৱা।
৪৪/ নটসূৰ্য উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল ?
উত্তৰ:- ফণী শৰ্মা।
৪৫/ গীতিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয় ?
উত্তৰ:- পাৰ্বতী প্ৰসাদ বৰুৱা।
৪৬/ বিহগী কবি কাক কোৱা হয় ?
উত্তৰ:- ৰঘুনাথ চৌধাৰী।
৪৭/ বিদ্ৰোহী কবি ৰূপে কোনজন ব্যক্তি খ্যাত ?
উত্তৰ:- প্ৰসন্নলাল চৌধুৰী।
৪৮/ লুইত কোঁৱৰ কাক বোলা হয় ?
উত্তৰ:- ৰুদ্ৰ বৰুৱা।
৪৯/ লোকপ্ৰিয় উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল ?
উত্তৰ:- গোপীনাথ বৰদলৈ।
৫০/ শেৱালি কবি ৰূপে কোনজন ব্যক্তি জনাজাত ?
উত্তৰ:- ৰত্নকান্ত বৰকটকী।
৫১/ সাহিত্য ৰত্ন কাক বোলা হয় ?
উত্তৰ:- চন্দ্ৰধৰ বৰুৱা।
৫২/ গণশিল্পী কাক বোলা হয় ?
উত্তৰ:- বিক্ৰম সিং য়েইন।
৫৩/ অগ্নিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয় ?
উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য।
৫৪/ দেশভক্ত কাক বোলা হয় ?
উত্তৰ:- তৰুণৰাম ফুকন।
৫৫/ কলাগুৰু কাক বোলা হয় ?
উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা।
৫৬/ সাহিত্যৰথী আৰু ৰসৰাজ উপাধিৰে কোনজন ব্যক্তিক জনা যায় ?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
৫৭/ কৰ্মবীৰ কাক বোলা হয় ?
উত্তৰ:- নবীন চন্দ্ৰ বৰদলৈ।
৫৮/ প্ৰতিমাৰ খনিকৰ ৰূপে কোনজন ব্যক্তি পৰিচিত ?
উত্তৰ:- চন্দ্ৰ কুমাৰ আগৰৱালা।
৫৯/ বীৰবালা উপাধিৰে কাক সন্মানিত কৰা হৈছিল ?
উত্তৰ:- কনকলতা।
৬০/ ৰূপকোঁৱৰ উপাধি কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল ?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।
৬১/ 'অ ফুল অ ফুল নুফুল কিয়' শীৰ্ষক কবিতাটোৰ নাম কি আছিল?
উত্তৰ:- ফুল ফুলাৰ কথা।
৬২/ 'অ ফুল অ ফুল নুফুল কিয়' শীৰ্ষক কবিতাটোৰ কবি কোন আছিল?
উত্তৰ:- নিৰ্মলপ্ৰভা বৰদলৈ।
৬৩/ জ্ঞানপীঠ বঁটা অৰ্জন কৰা তৃতীয় জন অসমীয়া ব্যক্তিৰ নাম কি?
উত্তৰ:- নীলমণি ফুকন। (তেওঁ ২০২১ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম জন অসমীয়া ব্যক্তি আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তেওঁ ১৯৭৯ চনত "মৃত্যুঞ্জয়" উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছিল, দ্বিতীয়তে মামণি ৰয়ছম গোস্বামী, তেওঁ ২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তৃতীয়তে ২০২১ চনত জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল অসমীয়া ভাষাৰ কবি, অধ্যাপক, কলা-সমালোচক, সাহিত্যিক নীলমণি ফুকন।)
৬৪/২০২১ বৰ্ষৰ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- অনুৰাধা শৰ্মা পূজাৰী। তেওঁ "ইয়াত এখন অৰণ্য আছিল" উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
৬৫/২০২১ বৰ্ষৰ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমিৰ শিশু-সাহিত্য বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- মৃণাল চন্দ্ৰ কলিতা। তেওঁ "বকুল ফুলৰ দৰে" শিশু গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ শিশু-সাহিত্য বঁটা লাভ কৰে।
৬৬/ ২০২১ বৰ্ষৰ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- অভিজিৎ বৰা। তেওঁ "ডেউকা কোবাই যায়" গল্প গ্ৰন্থৰ বাবে অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
৬৭/২০২১ বৰ্ষৰ বড়ো ভাষা শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰা কবি গৰাকীৰ নাম কি?
উত্তৰ:- মোদাই গাহাই। তেওঁ "খৰো ছায়াও আৰ' হিমালয়" কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
৬৮/২০২১ বৰ্ষৰ বড়ো ভাষা শিতানত সাহিত্য অকাডেমিৰ শিশু-সাহিত্য বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- ৰত্নেশ্বৰ নাৰ্জাৰী।
৬৯/২০২১ বৰ্ষৰ বড়ো ভাষা শিতানত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- গৌতম দৈমাৰী।
৭০/সাহিত্য আৰু শিক্ষাৰ বাবে ২০২২ বৰ্ষৰ পদ্মশ্ৰী বঁটা অসমৰ কোনজন ব্যক্তিয়ে লাভ কৰিছিল?
উত্তৰ:- ধনেশ্বৰ ইংতি।
৭১/২০২২ বৰ্ষৰ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- মনোজ কুমাৰ গোস্বামী (গল্প সংকলন - ভুল সত্য)
৭২/২০২৩ বৰ্ষৰ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- প্ৰণৱজ্যোতি ডেকা (গল্প সংকলন- ড৹ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প)
Global Gyan in Assamese Global Assamese
☕চাহ..........এক ভীষণ নিচা
সুখতো এপিয়লা দুখতো এপিয়লা,
ফাগুনৰ সন্ধিয়া কিম্বা ব'হাগৰ দুপৰীয়া!
বৰষুণ জাক উপভোগ কৰিবলৈ চাহ এক উন্মত্ত মাদকতা।
আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস ☕
প্ৰতিগৰাকী চাহ প্ৰেমীলৈ শুভেচ্ছা।
Totally free study materials for ADRE exams*
★Important notice ★
এনে ধৰণৰ প্ৰশ্নসমূহ সম্পূৰ্ণ বিনামূল্যে নিয়মীয়াকৈ খণ্ড খণ্ডকৈ পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলটো তলত দিয়া লিংকত গৈ Follow কৰক।
telegram channel link
https://t.me/GlobalGyanInAssamese
*Assam direct requirment playlist*
Assam Direct Recruitment 2023-24: https://www.youtube.com/playlist?list=PLQATa-c3gBLwUxQthZPmEo0p5X8estwQg
★★★★★★★★★★★
★Very important ★
https://youtu.be/LujghUbX4eE?si=Wb4AKRlcSzSsotpP
🎯Part :- 2
★*ভাৰতৰ প্ৰধান নদীৰ পাৰত অৱস্থিত প্ৰধান চহৰ*
১৩) অলকনন্দ নদী – বদ্ৰীনাথ
১৪) টুংগভদ্ৰ নদী – কুৰ্ণুল, শিমলা
১৫) যমুনা নদী – মথুৰা, আগ্ৰা, দিল্লী, এলাহাবাদ
১৬) গংগা নদী – এলাহাবাদ, হৰিধৰ, কানপুৰ, পাটনা, বাৰাণসী (বানাৰস)
১৭) ঝেলুম নদী – শ্ৰীনগৰ
১৮) তাপতি নদী – চুৰাট
১৯) মুছি নদী – হায়দৰাবাদ
২০) স্বৰ্ণ ৰেখা নদী – জামছেদপুৰ
২১) সাবৰমতী নদী – আহমেদাবাদ
২২) কৃষ্ণ নদী – বিজয়ৱাড়া
২৩) ভীমা নদী – পান্ধৰপুৰ
২৪) ৰামগংগা নদী – বাৰেলী
২৫) বেতোৱা নদী – অৰ্ছা
২৬) শিপ্ৰা বা ক্ষীপ্ৰা নদী – উজ্জয়িন
২৭) গংগা আৰু সোণ নদী - পাটনা
Q.অইল ইণ্ডিয়া লিমিটেড কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?
a) 1969
b) 1947
c) 1950
d) 1959
Totally free study materials for ADRE exams*
★Important notice ★
এনে ধৰণৰ প্ৰশ্নসমূহ সম্পূৰ্ণ বিনামূল্যে নিয়মীয়াকৈ খণ্ড খণ্ডকৈ পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলটো তলত দিয়া লিংকত গৈ Follow কৰক।
telegram channel link
https://t.me/GlobalGyanInAssamese
*Assam direct requirment playlist*
Assam Direct Recruitment 2023-24: https://www.youtube.com/playlist?list=PLQATa-c3gBLwUxQthZPmEo0p5X8estwQg
★★★★★★★★★★★
https://youtu.be/CM_bejPWUWQ?si=lm5fgK0WqOzC9Dlt
🎯🎯🎯
মে ২০২৪ সাম্প্ৰতিক পৰিস্থিতি:
🔸'আন্তঃৰাষ্ট্ৰীয় পোহৰ দিৱস' (আন্তঃৰাষ্ট্ৰীয় পোহৰ দিৱস ২০২৪) প্ৰতি বছৰে ১৬ মে'ত ইউনেস্ক'ৰ উদ্যোগত পালন কৰা হয়।
🔸অলিম্পিক চেম্পিয়ন 'নীৰাজ চোপ্ৰা'ই জেভলিন নিক্ষেপ প্ৰতিযোগিতা 'ফেডাৰেচন কাপ ২০২৪'ত স্বৰ্ণ পদক লাভ কৰিছে।
🔸৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাত আমেৰিকান অভিনেত্ৰী মেৰিল ষ্ট্ৰিপক সন্মানীয় অতিথি ‘পাম ডি অ’ৰ’ বঁটাৰে সন্মানিত কৰা হৈছে।
🔸নতুন দিল্লীত ভাৰত-জিম্বাবুৱে যুটীয়া বাণিজ্য সমিতিৰ তৃতীয় অধিৱেশনৰ সামৰণি পৰিল।
🔸দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে চীনত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি 'ভ্লাদিমিৰ পুটিন'।
🔸প্ৰথমবাৰৰ বাবে 'নাগৰিকত্ব সংশোধনী আইন' (CAA)ৰ অধীনত ১৪ জন লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে।
🔸দাৰ্জিলিঙৰ বাংডুবিত প্ৰাক্তন সেনাবাহিনীৰ কল্যাণ বিভাগৰ উদ্যোগত 'সমধান অভিযান'।
🔸ভাৰতীয় টেবুল টেনিছৰ তাৰকা খেলুৱৈ ‘মণিকা বাতৰা’ বিশ্ব মহিলা একক ৰেংকিঙত শীৰ্ষ ২৫ ৰ ভিতৰত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে।
🔸প্ৰতি বছৰে ১৬ মে'ত ছিকিমত 'ৰাজ্য দিৱস' পালন কৰা হয়।
🔸বানপানীৰ ফলত হোৱা বিধ্বংসী পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰে কেনিয়াক ১০ লাখ ডলাৰৰ মানৱীয় সাহায্য আগবঢ়াইছে ৷
🔸চিনেমা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰতৰ বিখ্যাত অভিনেত্ৰী 'শবানা আজমী'ক 'ফ্ৰিডম অৱ দ্য চিটি অৱ লণ্ডন' উপাধিৰে সন্মানিত কৰা হৈছে।
🔸বিশিষ্ট সাহিত্যিক 'ৰস্কিন বণ্ড'ক 'সাহিত্য অকাডেমী ফেল'শ্বিপ' প্ৰদান কৰা হৈছে।
Q.ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন?
a.ৰাম সৰস্বতী
b. মাধৱ কন্দলি
c.অনন্ত কন্দলি
d.শংকৰদেৱ
Totally free study materials for ADRE exams*
★Important notice ★
এনে ধৰণৰ প্ৰশ্নসমূহ সম্পূৰ্ণ বিনামূল্যে নিয়মীয়াকৈ খণ্ড খণ্ডকৈ পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলটো তলত দিয়া লিংকত গৈ Follow কৰক।
telegram channel link
https://t.me/GlobalGyanInAssamese
*Assam direct requirment playlist*
Assam Direct Recruitment 2023-24: https://www.youtube.com/playlist?list=PLQATa-c3gBLwUxQthZPmEo0p5X8estwQg
★★★★★★★★★★★
https://youtu.be/CM_bejPWUWQ?si=lm5fgK0WqOzC9Dlt
❇️ *ভাৰতৰ প্ৰধান নদীৰ পাৰত অৱস্থিত প্ৰধান চহৰ* ❇️
১/ লুনি নদী – আজমেৰ
২) মন্দাকিনী নদী – কেদাৰনাথ
৩/ সৰ্যু নদী – অযোধ্যা
৪) চাম্বল নদী – কোটা, গোৱালিয়ৰ
৫) গোদাবৰী নদী – নাশিক
৬) কাবেৰী নদী – শ্ৰীৰংগপট্না
৭) ব্ৰহ্মপুত্ৰ নদী – সোকোভা ঘাট, ডিব্ৰুগড়, গুৱাহাটী
৮) ছাতলেজ নদী – ফিৰোজপুৰ, লুধিয়ানা
৯) মহানদী – কটক, সম্বলপুৰ
১০) হুগলী নদী – কলকাতা
১১) গোমতি নদী – লক্ষ্ণৌ, জৌনপুৰ, দ্বাৰকা
১২) নৰ্মাদা নদী – জবলপুৰ
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the school
Address
Guwahati
Guwahati
SmartSchool Education is an Indian based K-12 Education company with back end office in US. Innovati
Guwahati, 781035
Global innovations is the best education consultant in india. We provide free counsuling and services.
Azara
Guwahati, 781017
Official Page of Hari Gayatri Das College, Azara (affiliated to Gauhati University, Estb. 1996)
Guwahati, 781038
UPSC and APSC aspirants https://youtu.be/Z5d1UV_b4sE?si=Cyf3uq0OyfNEQrM5