New Vision N.G.O

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from New Vision N.G.O, Construction Company, HOWRIAPET NO 2, P. O SAPKATA, P. S GOSSAIGAON, DIST KOKRAKHAR(B. T. A. D), Guwahati.

15/04/2023
09/04/2023
28/12/2022
08/11/2022

মানৱতা এতিয়াও জীয়াই আছে।

31/10/2022

বিজ্ঞানে কয় যে এজন প্ৰাপ্তবয়স্ক স্বাস্থ্যৱান পুৰুষে এবাৰ যৌন সম্ভোগ কৰাৰ পিছত, মুকলি হোৱা বীৰ্যৰ পৰিমাণত 40 কোটি শুক্ৰাণু থাকে। সেয়েহে, লজিক অনুসৰি, যদি ছোৱালীবোৰৰ গৰ্ভত সেই সমপৰিমাণৰ শুক্ৰাণু স্থান পালে হয়, তেন্তে 40 কোটি কেঁচুৱাৰ সৃষ্টি হ'লহেঁতেন, এই 40 কোটি শুক্ৰাণু মাতৃৰ জৰায়ুৰ ফালে পাগলৰ দৰে দৌৰি গৈ থাকে, আৰু গৈ থকা অৱস্থাত জীয়াই থাকে মাত্ৰ 300-500 শুক্ৰাণু। আৰু আনবোৰ? এই দৌৰৰ পথত তেওঁলোক ভাগৰুৱা বা পৰাজিত হৈ মৃত্যুবৰণ কৰে। কণীৰ ওচৰ চাপিবলৈ সক্ষম হোৱা এই 300-500 শুক্ৰাণুৰ ভিতৰত, কেৱল এটা অতি শক্তিশালী শুক্ৰাণুয়ে কণীটো নিষিক্ত (ফার্টিলাইজ) কৰে বা কণীত স্থান লয়। সেই ভাগ্যৱান শুক্ৰাণুটো আপুনি বা মই বা আমি সকলো।

🤔 আপুনি কেতিয়াবা এই মহান যুদ্ধৰ বিষয়ে ভাবিছে নে?

❒ যেতিয়া আপুনি দৌৰিছিল, তেতিয়া আপোনাৰ নাছিল চকু, হাত, ভৰি, মুৰ... কিন্তু তথাপিও আপুনি জিকিছে।

❒ যেতিয়া আপুনি দৌৰিছিল, তেতিয়া আপোনাৰ ওচৰত নাছিল কোনো certificate, নাছিল কোনো মগজু ... তথাপিও আপুনি জিকিছে

❒ যেতিয়া আপুনি দৌৰিছিল, তেতিয়া আপোনাৰ নাছিল কোনো শিক্ষা, নাছিল কোনেও সহায় কৰা ... কিন্তু আপুনি তথাপিও জিকিছে।

❒ যেতিয়া আপুনি দৌৰিছিল - আপোনাৰ এটা গন্তব্য স্থান আছিল আৰু সেই গন্তব্যস্থানৰ ফালে নিৰ্ধাৰিত উদ্দেশ্যৰ সৈতে অকলে দৌৰিছিল, আৰু শেষত আপুনিহে জিকিছিল।

🤔তাৰপিছত

❒ বহুতো কেঁচুৱা মাতৃৰ পেটতে মৃত্যু হয় কিন্তু আপোনাৰ মৃত্যু হোৱা নাই, আপুনি গোটেই 10 মাহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।

❒ বহুতো কেঁচুৱা জন্মৰ সময়ত মৃত্যু হয়। কিন্তু আপুনি বাচি গৈছিল।

❒ জন্মৰ প্ৰথম পাঁচ বছৰত বহুতো কেঁচুৱাৰ মৃত্যু হয়, কিন্তু আপুনি এতিয়াও জীয়াই আছে।

❒ বহুতো শিশু পুষ্টিহীনতাৰ ফলত মৃত্যু হয়। কিন্তু আপোনাৰ একো হোৱা নাই।

❒ বহুতে ডাঙৰ হোৱাৰ পথত পৃথিৱী এৰি গৈছে, কিন্তু আপুনি এতিয়াও তাত আছে।

🤔আৰু আজি

যেতিয়া কিবা ঘটে, আপুনি হতাশ হৈ পৰে, আপুনি হতাশ হয়, কিন্তু কিয়? আপুনি কিয় ভাবে যে মই হাৰিছো? আপুনি কিয় আত্মবিশ্বাস হেৰুৱাইছে? এতিয়াও আপোনাৰ বন্ধু, ভাই-ভনী, certificate, সকলো আছে। আপোনাৰ হাত আৰু ভৰি আছে, আপোনাৰ শিক্ষা আছে, পৰিকল্পনা, বুদ্ধি কৰিবলৈ আপোনাৰ মগজু আছে, আপোনাৰ সহায় কৰিবলৈ মানুহ আছে, তথাপিও আপুনি আশা হেৰুৱাইছে। যেতিয়া আপুনি আপোনাৰ জীৱনৰ প্ৰথম দিনটো এৰি দিয়া নাছিল। যেতিয়া আপুনি 40 কোটি শুক্ৰাণুৰ সৈতে এক মাৰাত্মক যুঁজত নিৰন্তৰ দৌৰি কাৰো সহায় অবিহনে অকলে প্ৰতিযোগিতাখন জিকিছিলা।

🤔 তেতিয়া হলে ইমান হতাশ কিয়?🤔

❒ কোনোবাই আপোনাৰ জীৱনৰ পৰা এৰি গুচি গলে। কিয় গ্ৰহণ কৰিব নোৱাৰে।

❒ কিবা এটা হলে কিয় আপুনি হতাশ হৈ যায়?

❒ কিয় কোৱা? মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নাই।

❒ কিয় কোৱা? মই হাৰিছো গৈছো

এনে ধৰণৰ হাজাৰ হাজাৰ কথা উল্লেখ কৰা সম্ভৱ, কিন্তু আপুনি কিয় নিৰাশ হৈছে? আপুনি কিয় হেৰুৱাব? কিয় এৰি দিব? আপুনি আৰম্ভণিতে জিকিছে, আপুনি মাজতে জিকিছে। আপুনি শেষত জিকিব, নিজকে সময় দিয়ক, আৰু আপোনাৰ মনক সোধক আপোনাৰ কি প্ৰতিভা আছে (hidden talent)? সদায়ে মনৰ আকাংক্ষাক গুৰুত্ব দিয়ক, সদায়ে Allah k মনত ৰাখক, সেৱা কৰক। আপুনি দেখিব যে আপুনি জিকিব,

কেৱল আপোনাৰ মনৰ শক্তিৰে যুঁজি থাকক, আপুনি জিকিব।

Photos from Prag News's post 13/10/2022

Great job

04/09/2022
30/10/2021
18/08/2021

ইউৰোপ মহাদেশৰ এখন সৰু ৰাষ্ট্ৰ হ'ল নৰৱে। এই নৰৱেৰ নাগৰিকৰ সভ্যতা আৰু সংস্কৃতিৰ এটি উদাহৰণ মন কৰক। নৰৱেৰ ৰেষ্টোৰাঁ বিলাকত গ্ৰাহক আহে, কেশ কাউণ্টাৰত খাদ্যৰ অৰ্ডাৰ দিয়ে, পেমেণ্ট কৰে, শ্লিপ লয়, কিচেনলৈ গৈ শ্লিপ জমা কৰি খাদ্য লয় আৰু খাই বৈ গুচি যায়।

এক ভদ্ৰ মহিলা আহে আৰু কয়-
"5 Coffee, 1 Suspension" ( অৰ্থাৎ ৫ টা কফি, তাৰে এটা ৰাখি দিয়ক)। তেওঁ ৫ টাৰ দাম পৰিশোধ কৰি ৪ টা লৈ যায়, এটা এৰি যায়।

কিছু সময় পাছত আকৌ এক ভদ্ৰলোক আহি কয়-
"4 Lnch, 2 Suspension" (অৰ্থাৎ ৪ টা লাঞ্চ, ২ টা ৰাখি দিব)। চাৰিটাৰ দাম দি দুটা লৈ যায়, দুটা থৈ যায়।

আকৌ এজন আহে আৰু কয়-
"10 Coffee 6 Suspension" (দহটাৰ দাম পৰিশোধ কৰি ছয়টা এৰি যায় চাৰিটা লৈ যায়)।

কিছু সময় পাছত কাউণ্টাৰত এক বৃদ্ধ আহে আৰু সোধে,
"Any suspended coffee?" ( অৰ্থাৎ কোনোবাই মূল্য পৰিশোধ কৰি যোৱা কফি আছেনে?)

কাউণ্টাৰৰ ছোৱালীজনীয়ে উত্তৰ দিয়ে-
"Yes" আৰু এক কাপ গৰম কফি দি দিয়ে।

কিছু সময় পাছত আকৌ এজন দাড়িৱালা বয়োজেষ্ঠ লোক আহে আৰু সোধে,
"Any Suspended Lunch?"
কাউণ্টাৰত থকা ৰিছিপচনিষ্টে তেওঁক পানীৰ বটল সহ গৰম খাদ্যৰ এটি পাৰ্চেল দি দিয়ে।
এইদৰে সমগ্ৰ নৰৱেৰ হোটেল, ৰেষ্টোৰা, ধাবা আদি সকলোতে এটা গ্ৰুপৰ দ্বাৰা অধিক খাদ্যৰ দাম পৰিশোধ কৰি থকা হৈ আছে আৰু দেশৰ বৃদ্ধ, জ্যেষ্ঠ, অসহায়, নিৰহ, নিচলা, দাৰিদ্ৰসকলে আহি বিনামূল্যে আহাৰ গ্ৰহন কৰি আছে। দিন নাই, ৰাতি নাই, ২৪ ঘণ্টাই চলিছে এই প্ৰক্ৰিয়া। যুগ যুগ ধৰি চলিছে অজ্ঞাত-অপৰিচিত দানকৰীৰ দান। দানকাৰীৰ চেহেৰা নেদেখাকৈ জৰুৰতমন্দ্ আৰু অভাৱগ্ৰস্তই লাভ কৰিছে এই নিষ্কলুষ সহায়। ধনী কোন, ভিখাৰী কোন, অভাৱী কোন সৰ্বসাধাৰণে নাজানে। আজি নৰৱেত নাই কোনো দৃশ্যমান ভিখাৰী। এয়াই নৰৱেৰ পৰম্পৰা, এয়াই নৰৱেৰ সংস্কৃতি। দিনক দিনে নৰৱেৰ এই সংস্কৃতি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে আৰু ইউৰোপৰ কেবাটাও ৰাষ্ট্ৰত এই পৰম্পৰা বিয়পি পৰিছে।

আৰু আমি??
হস্পিটালত গ্ৰুপে-গ্ৰুপে গৈ বেমাৰীসকলক এটা এটা কল দিওঁ, ৰাস্তাৰ ভিখাৰীক এটা বিস্কুট বা এটা চিঙৰা দিওঁ আৰু নিজৰ দল-সংগঠনৰ সকলোৱে মিলি ভিখাৰীজনক ঘেৰাও কৰি ধৰি ফটোৰ বাবে প'জ দিওঁ। যেন কিবা চোৰহে ধৰা পৰিছে। লগে লগে টিভি, পেপাৰ, ফেচবুক, ৱাটচাপত সেই ছবি ভাইৰেল কৰোঁ। এয়াই আমাৰ সংস্কৃতি।
ভাৰত বা আমাৰ ৰাজ্য অসমত এনে suspension প্ৰক্ৰিয়াৰে ভোকাতূৰ আৰু আৰ্তজনক সহায় কৰাৰ কথা কেতিয়াবা কল্পনা কৰিব পাৰি ...

(সংগ্ৰহিত)

13/05/2021

New Vision NGO তৰফৰ পৰা সকলো ইছলামধৰ্মালম্বী তথা অসমবাসী ৰাইজক EID UL FITAR ৰ শুভেচ্ছা জ্ঞাপন কৰিলো।।।

20/01/2021

Deeply saddened by the demise of our beloved honourable Ex EM Singho Ram Boro (Subaijhar Constituency). His enormous contribution for our region will always be marked and remembered. My prayers are with the bereaved family. Wishing strength for his wife, daughter and son to overcome this great loss.🙏🏻

20/01/2021

মৰিয়ম আফিফা'ই ৰচিলে ইতিহাস,সকলোতকৈ কম বয়সতে হল নিউৰো চাৰ্জন,(NEURO-SURGON), ভাৰতবৰ্ষৰ প্ৰথম মুছলিম মহিলা নিউৰো চাৰ্জন, মালেগাওঁৰ উৰ্দুমিডিয়ামৰ স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি হায়দৰাবাদৰ পৰা মেট্ৰিক পৰীক্ষাত সোনৰ পদক লাভ কৰে,আফিফাই ওচমানিয়া মেডিকেল কলেজৰ পৰা MBBS পাচ কৰে ২০১৯ চনত লন্ডনৰ পৰা ৰয়েল কলেজ অব চাৰ্জন স্নাতকোত্তৰ ডিগ্ৰী এম,আৰ,চি,এচ, সম্পুৰ্ণ কৰে | ALLAH bless u...

06/01/2021

Exam schedule of HSLC

25/12/2020

Merry Christmas to all friends

08/12/2020

মাজত মাথোন এটা দিন ,সমূহ ৰাইজ লৈ এটাই অনুরোধ এইবাৰ আবেগেরে নহয় বিবেগেরে ভোট দিয়ক।।।।

03/11/2020

Humble request to all my fb frnds to subscribe ,like nd share this channel....

23/10/2020

May you be showered with eternal bliss, good health and success as Maa Durga arrives from her heavenly abode this year. May the auspicious sounds of the dhak and the divine shankho reverberate in your life. May Maa Durga's arrival end all your miseries. Happy Durga Puja to you and your family.

4RM NEW VISION NGO

07/10/2020

Photos from New Vision N.G.O's post 05/10/2020

We New Vision NGO glad to inform you that we are going to framing poultry...some of clips given below........ day #

15/08/2020

Happy Independent Day

15/01/2020

Wishing you all happy Bhogali Bihu....

01/01/2020

Wishing you all a happy new year 2020

Want your business to be the top-listed Engineering Company in Guwahati?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


HOWRIAPET NO 2, P. O SAPKATA, P. S GOSSAIGAON, DIST KOKRAKHAR(B. T. A. D)
Guwahati
783360

Other Construction Companies in Guwahati (show all)
Priti Construction Priti Construction
No. 1 Salbari, Noonmati
Guwahati, 781020

Insulation work at Tanks, Pipes, Vessels, Boilers etc.

A&L Infratech A&L Infratech
Guwahati

In the pursuit of photos that tell stories and move people.

Suryam Group Suryam Group
4th Floor, Central Mall, GS Road
Guwahati, 781007

Food and Beverages Real Estate Cables & Electricals Contact Number : +91 9435562191

Chitrabi Infra Chitrabi Infra
Bamunimaidan
Guwahati, 781021

We are here for you to build your home as you like in your dream.

swarm infra swarm infra
GMCH Road
Guwahati, 781016

Together we Build Our Moto belongs to all of Us.. We are committed to develop quality of Constructi

LYDS Demolition Service LYDS Demolition Service
Guwahati, 781037

We do Demolition & Construction work in northeast India. Contract & Supply all kinds. 🌀🦺👣

Spirent India Infratech Pvt. Ltd. Spirent India Infratech Pvt. Ltd.
Thana Road, Howly, Ward No./01, Barpeta District
Guwahati, 781028

Architectural Drawing (2D&3D) Structural Analysis Interior and Exterior design Supervision Plan and E

Ecstacy Fabricators Ecstacy Fabricators
Guwahati, 781028

Construction Company dealing with Fabrication of Steel.

M.A construction .Guwahati -Assam M.A construction .Guwahati -Assam
M. A Construction Sundarban Nagar, Kanaklata Path Ghy
Guwahati, 781028

GRID_Design GRID_Design
Guwahati

GRID is a Guwahati-based interior design enterprise. We provide a hassle-free and enjoyable experien

Ziaur Rahman Constructions- ZRC Ziaur Rahman Constructions- ZRC
Guwahati, 781028

What can we do for you: Land preparation Clearing/excavating Foundations Framing Installing Roof Interiors Installing fixtures Complete flooring job (Tiles/Carpet) Painting walls (...

AnuRam Construction AnuRam Construction
#30/31, SRB Road, Behind Repose
Guwahati, 781007

We provide design and planning for both new and existing building projects