Robijita Gogoii Page
Indian Theatre Director , Acting Instructor , activist
ৰমেন বৰুৱা দেব নিখোঁজ হোৱাৰ উদ্ভিগ্নতা শেষ হোৱাৰ আগতেই, তেখেতক বিচাৰি ওলিয়াবলৈ পুলিচ বিভাগৰ অকুন্ঠ চেষ্টা চলি থকা সময়তে এই সমগ্র ঘটনাটোৱে অন এটা মূৰ লয় | তেখেত নিখোঁজ হোৱাৰ কাৰণ সম্পর্কে (অনুমান কৰি কিন্তু তথ্য ভিত্তিক) সাংবাদিক অতনু ভূঞা ডাঙৰীয়াই দিয়া VDO Post আৰু আন এজন জেষ্ঠ সাংবাদিক শিবানু বৰা ডাঙৰীয়া ৰ F.B.ত দিয়া post ২টা পোৱাৰ পাচত |
সাধাৰণ নাগৰিক হিচাপে মই শংকিত হৈছো কাৰণ সামাজিক মাধ্যম আৰু Degital Media ত কথাবোৰ বহুল ভাবে চর্চ্চা হব এতিয়া | Troll, কথাবোৰৰ বহুমাত্রিক তাৎক্ষণিক বিশ্লেষণে আন সমাজৰ বহু গুৰুত্বপূর্ণ দিশ বিসংগতি পূর্ণ ভাবে উপস্থাপন হোৱাৰ সম্ভাবনা থাকে | তলত দিয়া কথা কেইটা ই মোক বৰকৈ শংকিত কৰাত সামাজিক মাধ্যমতে লিখিলোঁ | আৰু , সদায় নিৰব হৈ থকাও উচিত নহয় বুলিও ভাবিলোঁ | সমাজ এখন নোহোৱাকৈ কি আমি জীয়াই থাকিব পাৰোঁ ?
১) অসমৰ এজন জেষ্ঠ শিল্পী নিখোঁজ:
এই খিনি সময়ত তেখেতৰ সন্তান গৰাকীক আক্রমণ কৰি ধৰাতো বৰ ঠিক নহব নেকি? তাৰ ফলো হিতে বিপৰীত হব পাৰে | মানসিক জগত খনৰ কথা আমি বাহিৰৰ পৰা একোবেই কব নোৱাৰো |
তেঁও ভয়ংকৰ দোষ কৰিব পাৰে | দোষটো কৰিলেই আগতেই | বিচাৰ হব | হব লাগিবই | কিন্তু অকনমান ৰৈ হলে ভাল হব | নিখোঁজ মানুহজনক বিচাৰি উলিওৱাটো আৰু আমাৰ মাজৰপৰা এজন শিল্পী নিখোজ হোৱাৰ সামাজিক চিন্তাটো মুখ্য হৈ থকাটো ভাল হব।
2) সন্তান/ ছোৱালী :
'ছোৱালী' বুলি বৰকৈ আলোচনা নকৰি সন্তানবুলি আলোচনা কৰিলে ভাল হব | ভাৰতীয় সাংবিধানে বহু ক্ষেত্রত দুয়োটা লিংগকে সম অধিকাৰ দিছে _ গতিকে লৰা ছোৱালী সকলোৰে পিতৃ মাতৃৰ প্রতি সমান দ্বায়িত্ব থাকে | গতিকে ছোৱালী বুলি নকৈ সন্তান বুলি আলোচনা কৰিলেহে ভাল হব | যেনে: ৰামেন বৰুৱা দেৱৰ ছোৱালী হৈ / সন্তান হৈ ; এনে এখন সাংস্কৃতিবান পৰিয়ালৰ ছোৱালী হৈ নহয় সন্তান হৈ --- ইত্যাদি
৩) মদ:
মদ পৃথিবীৰ সকলো ঠাইতে বহুলভাবে প্রচলিত | উত্তৰ পূর্ব ভাৰতৰ জনজাতীয় এলেকা সমূ্হত মহিলা সকলেই ঘৰতে মদ বনায়, বিলায়, খায় | পৃথিবীৰ বহু ঠাইত মদৰ মহিলাৰ বাবেও একেই এটা পানীয় মাথো | গতিকে ' মদ খাই ছোৱালী জনীয়ে বুলি নাভাবি মদ খাই সন্তান গৰাকীয়ে' বুলি ভাবকচোন _ লিংগভিত্তিক আক্রমণ বহু খিনি কমি যায় | ( বিঃ দ্ৰ: মদ খাই সঁচাইকায়ে যদি এইবোৰ কৰিছে, খুব বেয়া কৰিছে | মইও ধিকাৰ দিওঁ | )
No matter what happens in life, a mother's love for her daughter stands the test of time.
photo: Mainee s first visit to a metro station during our recent visit to Kolkata
নাৰী দিবসৰ দিনা জিৰছং থিয়েটাৰৰ কিছু সংখ্যক শুভ চিন্তকৰ সতে পাৰ কৰিলোঁ | ভাল লাগিল |
কবীন্দ্র দাস আমাৰ অতি মৰমৰ অভিনেতা | তেখেত শাৰীৰিক ভাবে অলপ অসুস্থ হৈ আছে। সেই কথা আপোনালোকক আগতেও জনাইছোঁ |
আজি আমি কেইজনমান গৈ তেখেতক দেখা কৰি আহোঁ | হাঁহি ধেমালিৰে কিছু সময় পুৰণি স্মৃতিৰ কথা সোৱৰি পাৰ কৰোঁ | তেখেত আগতকৈ সুষ্ঠ |
লগতে জিৰছং থিয়েটাৰৰ তৰফৰ পৰা পঞ্চাশ হাজাৰ এটকাৰ এক আর্থিক সাহায্য আগবঢ়াই তেখেতৰ আশু আৰোগ্য কামনা কৰিলো |
লগতে জিৰছং থিয়েটাৰৰ এই আৰ্থিক পুঁজি গঠণ কৰাত সহায় কৰা মৃনাল জ্যোতি গোস্বামী, জ্বলি শইকীয়া প্রাঞ্জল কে শইকীয়া, অংকুৰ শইকীয়া , মীনা ইংতিপী , নিহাৰ ৰঞ্জন ৰয়, ক্ষিৰোদ নেওগ , জ্বলি ভট্টাচার্য , নিলাক্ষী হাজৰিকা , মেঘালি কলিতা, উমাকান্ত সোনোৱাল , আচাবুৰ ৰহমান, মনিমালা দাস , মৃদুল গুপ্তা ,বিপুল শর্মা, ৰিমঝিম ডেকা, ৰূপম চেতিয়া , জিতু কুমাৰ ,
মিঠুৰাজ বৰা, জ্বলি লঙ্কৰ , মৌচুমী ভঁৰালী , কিশোৰ কুমাৰ, মানব জ্যোতি কলিতা, দিপাংক শর্মা, ৰবিজিতা গগৈ, ছত্র ঠেঙাল, কবিতা ঠাকুৰীয়া , মনোৰঞ্জন দত্ত, উর্মিলা বৰুৱা, পৰিনীতা শর্মা, উষা চৌধৰী ,বৰষা বৰ্মণ , জ্যোতিস্মিতা শর্মা , জুনমণি মহন্ত ,নমিতা গোস্বামী আৰু শৈলেন কাকতিক অন্তৰিক ধন্যবাদ জনালোঁ |
নতুন নাটক এখনৰ আখৰা চলি আছে |
১৫ ফেব্ৰুৱাৰীত কলাক্ষেত্রত নাটখনৰ প্রথম প্রদর্শনী অনুষ্ঠিত হব | আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ | প্রবেশ পত্ৰৰ বাবে আগতীয়াকৈ যোগাযোগ কৰিব পাৰে৷
আজিৰ দিনটোত ভাবিছোঁ:
ৰাম- ৰামায়ণ যেন ভাৰতীয় মানুহৰ আবেগ অনুভূতি | মহাকাব্যিক সাহিত্যৰ এয়া সুদূৰপ্ৰহৰী প্ৰভাৱ। বৈদিক সাহিত্য, সংস্কাৰ জ্ঞান, বৈদিক বিজ্ঞান আৰু মহাকাব্য কেইখনে ভাৰত ক এখন পুৰাতন সভ্যতাৰে চহকী ৰাষ্ট্ৰ হিচাপে পর্যাবেশিত কৰিছে। সেয়ে সমগ্র পৃথিবীৰ ভাৰতৰ প্রতি এক আকর্ষণও আছে | পুৰুষৰ পাছত পুৰুষ ৰাম, হনুমান, ৰাবণ, দৈবকী, কৃষ্ণ, কৰ্ণ বা সমূহ মহাকাব্যিক চৰিত্ৰ আৰু কাহিনী ভাৰতীয় মন মগজু আগুৰি থাকে। ভাৰতীয় মানে, এতিয়াৰ ভাৰত, নেপাল, ইন্দোনেছিয়া, থাইলেণ্ড এই দক্ষিণ পূব এচিয়াৰ ৰামায়ণী গাঁথা- ই যোৰা লগাই থোৱা বিশাল ভাৰতখনৰ কথা কৈছোঁ। টাই সকলৰ ৰামাকিন, ভানুভক্তৰ নেপালী ৰামায়ণ, ইন্দোনেছিয়াৰ ৰামায়ণ, অসমীয়াৰ মাধব কন্দলীৰ ৰামায়ণ ( ভাৰতৰ দ্বিতীয়খন আঞ্চলিক ৰামায়ণ) ৰ পৰা আৰম্ভ কৰি জনগোষ্ঠীৰ অসংখ্য ৰামায়ণী গাঁথাৰে সমৃদ্ধ বৃহত্তৰ ভাৰত |
অজি যেন সেযে ৰাজনৈতিক দৰ্শনৰ উৰ্দ্ধত ভাৰতীয় মানুহৰ দিন |
এক পুৰাতন সাংস্কতিক স্মৃতিৰ উদযাপনৰ দিন | unavoidable
ৰাম মন্দিৰ থলুৱা ভাৰতীয় মানুহৰ আবেগ ।
নতুন বছৰত
নতুন কাম
New play in the pipeline
Jirsong Theatre
Lets teach acting
Thinking of starting a new batch of acting students .
Lets see how many of you are interested
Let me know if you are interested
Throw Back 2022
Throwback-
Last September, while all my friends from Diphu came to our Theatre Festival SWAYAM
What Can I expect more -
আমাৰ আলোচ্য আবেলি সক্ৰিয় হৈ আছে। সকলো কে সাদৰ আমন্ত্ৰণ।
ওম!
শুভ আৰম্ভণি !
আজিৰ পৰা আমাৰ ' স্বয়ম নাট সমাৰোহ আৰু আলোচনা সত্ৰ' লৈ আমি আপোনালোকৰ মাজলৈ আহি আছোঁ।
কাব্যেষু নাটকম ৰম্যম !
কালিদাসে কৈছে, কাব্যৰ ভিতৰত নাটকেই উৎকৃষ্ট। আমি মহাকবি কালিদাসৰ উক্তিৰ সত্যতা প্ৰমাণ কৰিব পাৰোঁ নে নাই নাজানো, কিন্তু চেষ্টাৰ ক্ৰুটি কৰা নাই।
আপোনালোকৰ উপস্থিতি আমি অতি আগ্ৰহেৰে কামনা কৰিলোঁ।
আহক, লগ পাম, কথা পাতিম, আলোচনা শুনিম, নাটক চাম।
Thank you Assamiya pratidin
Pratidin Time
Sabitri Gogoi
Karishma Baro
৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ ডিজিটেল ডেস্কঃ সুদীৰ্ঘ প্ৰায় তিনি দশক ধৰি অসমৰ নাট্যক্ষেত্ৰৰ অৰ্থবহ প্ৰসাৰতাৰ বাবে অবিৰতভাৱে সেৱাত ব্ৰতী হৈ অহ.....
View post
আমি সাজু হৈছোঁ
স্বয়ম নাট সমাৰোহ
8 9 আৰু 10 September
শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক পেক্ষাগৃহ
সকলোকে দেখা পাম বুলি আশা কৰিলোঁ ।
Karishma Baro Nobin Buragohain Subham Dey Dipankar Baishya Sabitri Gogoi
নাট সমাৰোহৰ কাৰ্য্যসূচী আপোনালোকক জনালোঁ। আহিব
শিল্পী সকলক উৎসাহিত কৰিব
সাদৰ আমন্ত্ৰণ জনালোঁ।
আমি আশাবাদী।
লৰা হওঁক পাগল
তথাপিটো সি পুৰুষ - বিন্দুৰ কথা
ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'স্ত্ৰীৰ পত্ৰ' নামৰ গল্পটো নাৰীবাদী দৃষ্টি কোনোৰ পৰা এটা গুৰুত্বপূৰ্ণ গল্প। এই গল্পটোৰ মই অনুবাদ কৰি অসমৰ পৰিপেক্ষত এখন নাটক প্ৰস্তুত কৰিছিলোঁ 2012 তে। কি আচৰিত, স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটত ৰচনা কৰা গল্পটোৰ context এতিয়াও প্ৰাসংগিক । এগৰাকী মহিলাই ঘৰত কব নোৱাৰা কথাখিনি ঘৰত পৰা আঁতৰি গৈ চিঠি আকাৰে লিখিছে।
আহিব। আমি একেলগে শুনিম -
মৃণালিনী ৰ কথা
বিন্দুৰ কথা
আৰু
স্বাধীনতাৰ সংগ্ৰামী শৰতৰ কথা।
I am glad to share with you all , dera friends
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the establishment
Telephone
Address
Noonmati
Guwahati
781020