Studio Shruti
Nearby media companies
Drive Zakir Hussain Road, Gauhati
781001
Kailash Nagar Setu Marg, Chittorgarh
Nedungolam, Kollam
Bellampalle 781005
26/27,Industrial Estate,Bamunimaidam, Gauhati
Anil Nagar, Gauhati
Kanpur
Iit Guwahati
Polayathod, Kollam
Kollam 691010
Valanchery 679338
Kollam 690518
Music Media, Dubai
my email address is :: [email protected]
ষ্টুডিঅ’ত বাণীবন্ধন কৰিবলৈ লোৱা মোৰ লেখা আৰু সুৰেৰে প্ৰথম গীতটো
---------
মোৰ পদুলিত আজিও ফুলে
তুমি ৰুই যোৱা ফুল |
আজিও সন্ধ্যা ৰজনী গন্ধাই
সুৰভি বিলায় আমোলমোল ||
আজিও পদুলি উদুলি মুদুলি
পুৱা গধুলি শিশুৰে খেলা.
শাৰদী আকাশত নিশা জোনাকত
তৰালী শুকুলা মেঘৰে মেলা |
বহাগ আহিলে, কুলিয়ে বিনালে
মোৰ মন বিয়াকুল ||
তুলি গ’লাগৈ সৌ সিদিনাতে
ইমান অভিমানি হৈ.
মই থাকিলোঁ ইয়াতে ৰৈ ৰৈ
তোমাৰ ভাৱনাতে বন্দিনী হৈ |
কেতিয়াবা মোৰ এনে ভাৱ হয়
যেন এপাহঁ সৰা ফুল ||
ৰামচৰণ পাঠক
ৰামচৰণ পাঠকৰ গীত | সমবেত সংগীত (কোৰাছ)-- “আমি গাই যাওঁ উদাত্ত কন্ঠেআই অসমীৰ গান” | আমি গাই যাওঁ উদাত্ত কন্ঠেআই অসমীৰ গান|আমি লিখি যাম স্বৰ্ণ বৰ্ণেৰেমহীয়ান খতিয়ান, খতিয়ান গৰীয়ান ||অ’ আই অ’সাগৰ বিশাল...
ৰামচৰণ পাঠকৰ গীত | কবিৰ ঘৰ বিচাৰি বিচাৰি হাবাথুৰি খালোঁ ৰামচৰণ পাঠকৰ গীত | কবিৰ ঘৰ বিচাৰি বিচাৰি হাবাথুৰি খালোঁ ===মই আহিছিলোঁ দূৰণিৰে পৰাবিচাৰি কবিৰে ঘৰ |ভাবিছিলোঁ মই কবি....
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the business
Telephone
Website
Address
Bir Chilarai Path, Birubari
Guwahati
781016
Guwahati
Welcome to the world of your favorite films! 🎬 Discover film-related videos, thoughts, & information
Guwahati
We love movies as well as them too! Join us to review and enjoy Cinema of all kinds. Let's go🔥😊
Guwahati
Guwahati, 781033
Khamrubu is a platform where you have always wanted to be with your team and with your product. At K
Guwahati, 781012
Hi guys, I am here to supply you all kind of information of technical products (Mobile, Smartphone, Camera, Laptop, Camera etc) You can subscribe to my Youtube Channel: https://you...
Guwahati, 781003
A production company based in Assam, India. Films, Music, Storytellers, Artists & More.