News Live

This is the official page of NEWS LIVE, the most-watched satellite News Channel in Assam

This is the official page of NEWS LIVE, the most-watched satellite channel in the North-east.

30/03/2024

⭕ '২০৩২ চনত কংগ্ৰেছ শূন্য হ'ব অসম, ৰাজীৱ ভৱন খালী হ'লে তাত BJPৰ শাখা বনাই দিম।'
⭕ 'তিনি গগৈয়ে কোনে কাক কেতিয়া লেং মাৰে তাৰ কোনো ঠিকনা নাই।'
⭕ 'ৰাজ্যৰ বিহু কমিটিসমূহক দিবলগীয়া ধন নিৰ্বাচনী অধিসূচনা অন্ত পৰাৰ পিছতে প্ৰদান কৰিম।'
⭕ 'কাইলৈ মাজুলীলৈ যাম, ১ এপ্ৰিলত মাজুলীত চাইকেল ৰেলীত অংশ ল'ম'
⭕ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

30/03/2024

যোৰহাট লোকসভা সমষ্টিত নাই কংগ্ৰেছৰ সমন্বয়। বিৰোধীৰ মিত্ৰদলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ক'লে- গৌৰৱ গগৈ জিকিবলৈ হ'লে আৰু ভাল হ'ব লাগিব কংগ্ৰেছৰ সমন্বয়। নাজিৰা আৰু তিতাবৰত কিমান অগ্ৰগতি লাভ কৰিব তাক লৈও সন্দেহ অখিল গগৈৰ।

30/03/2024
Lok Sabha Elections: Union Minister Sarbananda Sonowal on a mega campaign trail - News Live 30/03/2024

| Lok Sabha Elections: Union Minister Sarbananda Sonowal on a mega campaign trail

Lok Sabha Elections: Union Minister Sarbananda Sonowal on a mega campaign trail - News Live Former Assam Chief Minister and presently an Union Minister, Sarbananda Sonowal, in fray from the Dibrugarh Lok Sabha constituency is on a blazing campaign

30/03/2024

কংগ্ৰেছত পদত্যাগৰ ছুনামি; ২ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ পুত্ৰ মানস বৰা, অনুজ বৰকটকীৰ লগতে কংগ্ৰেছ নেতা গৌৰৱ সৌমানিৰ বিজেপিত যোগদান

30/03/2024

🔴 'লোকসভাত ১৩খন আসনৰ দিশে বিজেপি; প্ৰথমবাৰলৈ সংখ্যালঘুৱে পাইছে সুশাসনৰ সোৱাদ'
🔴 সংখ্যালঘুৱে ভোট নিদিলে আত্মসমালোচনা কৰিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
🔴 আজমল দিল্লীলৈ গ'লে মানুহে শান্তি পাব, ৰকিবুল হুছেইন দিল্লীলৈ গ'লে গঁড়বোৰে শান্তি পাব বুলি মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
🔴 দৰং-ওদালগুৰিত বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ

IPL 2024, MATCH 11: LSG VS PBKS - News Live 30/03/2024

| IPL 2024, MATCH 11: LSG VS PBKS

IPL 2024, MATCH 11: LSG VS PBKS - News Live KL Rahul-led Lucknow Super Giants are all set to face Shikhar Dhawan-led Punjab Kings at the Bharat Ratna Shri Atal Bihari Vajpayee Ekana Cricket Stadium in

30/03/2024

ৰাজ্যত গৰম হৈছে নিৰ্বাচনী বতাহ। প্ৰাৰ্থীৰ মুখত হট ডায়লগ। কোনোবাই নাচিছে, কোনোবাই গীত গাইছে। ১৪টা সমষ্টিতেই নিৰ্বাচনী খদমদম। শাসক-বিৰোধীয়ে জঁপিয়াই পৰিছে নিৰ্বাচনী যুঁজত

30/03/2024

বিয়া পাতিলে এতিয়াই পাতি লওক। নিৰ্বাচনৰ পাছত বিয়া পাতিলে জেললৈ যাব লাগিব। কাৰণ নিৰ্বাচনৰ পাছত অসমত প্ৰযোজ্য হ'ব UCC। মই আকৌ বিয়া পাতিব পাতিব পৰা হৈ আছোঁ বুলি আজমলে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। ইফালে জে'ললৈ যোৱাৰ ভয়তে বিয়া পতা নাই বুলি মন্তব্য আজমলৰ।কংগ্ৰেছ-AIUDFৰ প্ৰেমক লৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

30/03/2024

ভূপেন বৰাৰ বাবে মই আসন এৰিবলৈ সাজু, ভূপেন বৰা মুখ্যমন্ত্ৰী হ'লে মই বেয়া নাপাওঁ; কিন্তু মুখ্যমন্ত্ৰী হ'বলৈ হ'লে তেওঁ বিজেপিলৈ আহিব লাগিব: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

30/03/2024

কংগ্ৰেছৰ বিৰুদ্ধে বৰাকত বিক্ষোভ, কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰচিদ চৌধুৰীৰ বিৰুদ্ধে গৰজি উঠিছে মাইমাল মুছলমান সম্প্ৰদায়; মাইমাল মুছমানসকলক অপৰাধী আখ্যা দিছিল কংগ্ৰেছ বিধায়ক হাফিজ ৰচিদ চৌধুৰীয়ে

30/03/2024

কংগ্ৰেছত পুনৰ মোক্ষম আঘাত, কংগ্ৰেছৰ ৩ গৰাকী নেতাই দল এৰি যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টিত

30/03/2024

🔴 নিউজ লাইভৰ বাঘবৰস্থিত সাংবাদিক আব্দুল আজিজ আহমেদলৈ শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা
🔴 গুৱাহাটীস্থিত নিৰ্মল শৈক্ষিক ন্যাসে ঘোষণা কৰা এই বঁটা আজি প্ৰদান কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত

Assam: APCC General Secretary Manash Borah quits Congress party - News Live 30/03/2024

| Assam: APCC General Secretary Manash Borah quits Congress party

Assam: APCC General Secretary Manash Borah quits Congress party - News Live In another setback for Assam Pradesh Congress Committee (APCC), Manash Borah, general secretary of APCC has tendered his resignation from the grand old party

30/03/2024

~ এইবাৰ কংগ্ৰেছ ত্যাগ APCCৰ সাধাৰণ সম্পাদক মানস বৰাৰ

30/03/2024

কংগ্ৰেছ নেতা গৌৰৱ ছুমানিৰ দল ত্যাগ, আজি BJPত যোগদান কৰাৰ সম্ভাৱনা ছুমানিৰ

Photos from News Live's post 30/03/2024

~ কংগ্ৰেছত আন এক মোক্ষম আঘাত, এইবাৰ দলত্যাগ APCCৰ সাধাৰণ সম্পাদক মানস বৰাৰ; মল্লিকাৰ্জূন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ মানস বৰাৰ

Congress leader Manash Bora, son of former Assam Minister Akon Bora, quits party

30/03/2024

দৰং-ওদালগুৰি সমষ্টিত প্ৰচাৰত ব্যস্ত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া, বাগানে বাগানে শ্ৰমিকসকলৰ পৰা ভোট বিচাৰি প্ৰচাৰ প্ৰাৰ্থীগৰাকীৰ

30/03/2024

ওদালগুৰিত মুখ্যমন্ত্ৰী, দৰং-ওদালগুৰি সমষ্টিৰ বিজেপি-AGP আৰু UPPLৰ নেতা-কৰ্মীৰ সৈতে বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

30/03/2024

বৰপেটাৰোডত মৰ্মান্তিক দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে স্কুটী; নিহত একেটা পৰিয়ালৰ তিনি কিশোৰ-কিশোৰী

All India Professionals' Congress president Gauravv Somani resigns - News Live 30/03/2024

| All India Professionals' Congress president Gauravv Somani resigns

All India Professionals' Congress president Gauravv Somani resigns - News Live In a major setback to Assam Congress, All India Professionals' Congress President Gauravv Somani resigned from the primary membership of the party on March 30.

"Somebody denying tax to govt is denying benefit to poor": Assam CM attacks Congress - News Live 30/03/2024

| "Somebody denying tax to govt is denying benefit to poor": Assam CM attacks Congress

"Somebody denying tax to govt is denying benefit to poor": Assam CM attacks Congress - News Live After the Congress alleged that the party has received fresh notices from the income-tax department, Assam Chief Minister Himanta Biswa Sarma on Friday said

30/03/2024

দেশৰ ৫গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী দ্বয় চৌধুৰীচৰণ সিং আৰু পি ভি নৰসিংহ ৰাও, কৃষি বিজ্ঞানী স্বামীনাথন, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰক মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ভাৰতৰত্ন। দেশৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন গৃহমন্ত্ৰী এল কে আদৱানিলৈকেও আগবঢ়োৱা হয় ভাৰতৰত্ন সন্মান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মৰণোত্তৰভাৱে আগবঢ়োৱা ভাৰতৰত্ন বঁটাপ্ৰাপকৰ পৰিয়ালবৰ্গক প্ৰদান কৰে

President Murmu confers Bharat Ratna on former PMs Narasimha Rao, Charan Singh, two others posthumously - News Live 30/03/2024

| President Murmu confers Bharat Ratna on former PMs Narasimha Rao, Charan Singh, two others posthumously

President Murmu confers Bharat Ratna on former PMs Narasimha Rao, Charan Singh, two others posthumously - News Live President Droupadi Murmu on Saturday conferred Bharat Ratna, the country's highest civilian honour, on former prime ministers P V Narasimha Rao and Chaudhary

30/03/2024

ওদালগুৰিত মুখ্যমন্ত্ৰী, দৰং-ওদালগুৰি সমষ্টিৰ বিজেপি-AGP আৰু UPPLৰ নেতা-কৰ্মীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে

30/03/2024

মাইমাল মুছলমানক দুষ্কৃতিকাৰী, দালাল আৰু অপৰাধী আখ্যা কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ; বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে বৰাকত প্ৰতিবাদ; জ্বলিল কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰতিকৃতি; ক্ষমা খোজাৰ দাবী

Assam: CM Sarma assures ministerial berth to Cong president Bhupen Borah - News Live 30/03/2024

| Assam: CM Sarma assures ministerial berth to Cong president Bhupen Borah

Assam: CM Sarma assures ministerial berth to Cong president Bhupen Borah - News Live Days after claiming that the present Assam Congress president Bhupen Borah will be joining the BJP, Assam CM and one of the BJP's top strategist, Himanta

Lok Sabha polls: Amit Shah to visit Assam on April 6 - News Live 30/03/2024

| Lok Sabha polls: Amit Shah to visit Assam on April 6

Lok Sabha polls: Amit Shah to visit Assam on April 6 - News Live Assam Chief Minister Dr Himanta Biswa Sarma on Friday said that Union Home Minister Amit Shah will visit Assam on April 6.

30/03/2024

লোকসভা নিৰ্বাচনক লৈ অগপ আৰু UPPLৰ গুৰুত্বপূৰ্ণ বৈঠক

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

২০৩২ চনত কংগ্ৰেছ শূন্য হ'ব অসম, ৰাজীৱ ভৱন খালী হ'লে তাত BJPৰ শাখা বনাই দিম: CM
যোৰহাট লোকসভা সমষ্টিত নাই কংগ্ৰেছৰ সমন্বয়: অখিল গগৈ
🔴 'লোকসভাত ১৩খন আসনৰ দিশে বিজেপি; প্ৰথমবাৰলৈ সংখ্যালঘুৱে পাইছে সুশাসনৰ সোৱাদ'
মানস বৰা, অনুজ বৰকটকীৰ লগতে কংগ্ৰেছ নেতা গৌৰৱ সৌমানিৰ বিজেপিত যোগদান
কংগ্ৰেছ নেতা গৌৰৱ ছুমানিৰ দল ত্যাগ, আজি BJPত যোগদান কৰাৰ সম্ভাৱনা ছুমানিৰ
বৰপেটাৰোডত তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে স্কুটী; নিহত একেটা পৰিয়ালৰ তিনি কিশোৰ-কিশোৰী
দৰং-ওদালগুৰি সমষ্টিত প্ৰচাৰত ব্যস্ত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া
দেশৰ ৫গৰাকী বিশিষ্ট ব্যক্তিলৈ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন
মাইমাল মুছলমানক দুষ্কৃতিকাৰী, দালাল, অপৰাধী আখ্যা কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ
লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৬টা গুৰুত্বপূৰ্ণ মন্তব্য
🔴 আজমল নহয়, ধুবুৰীত ৰকিবুল হুছেইন জিকাটো বিচাৰে মুখ্যমন্ত্ৰীয়ে! কিয়?
কাইলৈ পৰা ১ এপ্ৰিললৈ তিনিখন জিলাত প্ৰস্তাৱিত পেট্ৰল পাম্প বন্ধ প্ৰত্যাহাৰ

Category

Address


G. S. Road
Guwahati
781005

Other Media in Guwahati (show all)
AIR Guwahati AIR Guwahati
Chandmari
Guwahati, 781003

From its inception as the Shillong-Guwahati station of All India Radio on the 1st July 1948, the Guwahati station of AIR is presently a full-fledged Regional Station with 3 channel...

Vijoyskar Vijoyskar
Guwahati

https://youtube.com/@SSmixking320

Tighten Adi Tighten Adi
Guwahati

ADIL HUSSAIN LASKAR Allhamdullah For everything

Ajad Hardware Store Ajad Hardware Store
Dakhin Gaon Kahilipara G H Y
Guwahati

We are making false cilling And All Type of Aluminium Works

Cinema Scope Cinema Scope
Near 16 Sree Shyam Fruit And Juice Shop , G S Road
Guwahati, 781032

Cinema Scope

Buddha Bikash Official Buddha Bikash Official
BijoyNagar
Guwahati

Pratah Time News

Vivek fun media Vivek fun media
Guwahati
Guwahati

धर्मो रक्षति रक्षितः

Dotakus Dotakus
Shillong
Guwahati

We are a newly formed page created for the sole purpose to entertain people with our contents.Do supp

Pranshi..k Pranshi..k
Titabor
Guwahati, 785630

KAJOL PRIYA KAJOL PRIYA
Guwahati
Guwahati

Mega serial (RENGONI TV)

The Guwahati Express The Guwahati Express
Guwahati, 781017

Follow us for fast and reliable news updates

Beyond Imagination Beyond Imagination
Guwahati, 781038

We are a media house offering services like Event Coverage(live & offline) Documentary & Short films(production & post)