Rafiqul Islam

Member of Assam Legislative Assembly representing LA-44 Jania.

Photos from Rafiqul Islam's post 17/12/2023

গুৱাহাটীৰ আমিনগাঁওৰ পৰা জনীয়া হৈ দক্ষিণ শালমাৰা পৰ্যন্ত ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, বঙাইগাঁও-অভয়াপুৰীৰ পৰা জনীয়া-বৰপেটা টাউন হৈ গুৱাহাটীলৈকে নতুনকৈ ৰেলপথ স্থাপনৰ বাবে আৰু লগতে জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মজিদভিটা অথবা চিকনীৰ পৰা মিলিজুলি লৈকে বেঁকী নৈৰ ওপৰত দলং আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰপেটা জিলাত এখনি দলং নিৰ্মাণৰ বাবে নতুনকৈ পূঁজিৰ আৱন্টন কৰাৰ বাবে লোকসভাৰ পবিত্র সদনত বিষয়কেইটা উত্থাপন কৰাৰ বাবে এআইইউডিএফ দলৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবক ধন্যবাদ জ্ঞাপন কৰিলো। জনীয়া সমষ্টি তথা বৰপেটা জিলাবাসী ৰাইজৰ বহুদিনীয়া সমস্যাবোৰৰ সমাধানাৰাৰ্থে লোকসভাৰ মজিয়াত বিষয়টো উত্থাপন কৰাৰ লগতে বিভাগীয় মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ বাবে আজমল চাহাবৰ প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

06/12/2023

অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছত দিল্লীত সংবাদ মাধ্যমৰ আগত মন্তব্য দাঙি ধৰো। আমি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত অসমৰ ৰাইজৰ হৈ বিষয়টোৰ ওপৰত প্ৰথমৰে পৰা গুৰুত্বসহকাৰে লাগি আছো।

Photos from Rafiqul Islam's post 15/11/2023

Congratulations Team India on an outstanding victory! 🇮🇳 Your skill, determination, and teamwork have truly shone through. A well-deserved triumph that has made the nation proud.

Photos from Rafiqul Islam's post 04/11/2023

I am highly grateful to Maulana Badruddin Ajmal sahab, intellectuals from different parts of Jania LAC, MLAs Karim Uddin Barbhuiya and Ashraful Hussain for taking part in the intellectual meet organised during the visit of AIUDF President and MP Dhubri Maulana Badruddin Ajmal Sahab.

Photos from Rafiqul Islam's post 03/11/2023

এআইইউডিএফ দলৰ ভেঁটি সূদৃঢ় কৰিবলৈ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু জনীয়া সমষ্টি কমিটিৰ সহযোগত বেকী-ভেলি জনতা ছেকেণ্ডাৰী স্কুলত এখনি দলীয় সভা অনুষ্ঠিত হয়। আজিৰ সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে এআইইউডিএফৰ সন্মানীয় সভাপতি তথা ধুবুৰীৰ সাংসদ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব। তাৰোপৰি সভাখনিত উপস্থিত থাকে এআইইউডিএফৰ সাধাৰণ সম্পাদক ৰাজনৈতিক পৰিক্রমা তথা সোণাই বিধানসভা সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা চাহাব, চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, এআইইউডিএফৰ বৰপেটা জিলা সমিতিৰ সভাপতি মুফতি ছামছ উদ্দিন আহমেদ চাহাব, সাধাৰণ সম্পাদক প্রশাসনিক আশ্ৰাফুল মামুন আৰু লগতে দলৰ বিভিন্ন পর্যায়ৰ কর্মকর্তা সকল। জনীয়া সমষ্টিত এআইইউডিএফ দলৰ ভেঁটি সূদৃঢ় কৰিবলৈ অনুষ্ঠিত হোৱা সভাখনিত উপস্থিত থকা দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবক ধন্যবাদ জ্ঞাপন কৰিলো।

Photos from Rafiqul Islam's post 02/11/2023

Attended the AIUDF workers meet at Bamon-Dongra under newly constituted Chenga LAC. The meeting was attended by AIUDF President and Dhubri MP Maulana Badruddin Ajmal sahab, AIUDF Gen. Secy and MLA Karim Uddin Barbhuiya, MLA Ashraful Hussain and several other leaders from the central, district and local committees.

Photos from Rafiqul Islam's post 22/10/2023

Had the privilege of attending the DRSC meeting in Kerala, accompanied by fellow MLAs from Assam. It was an informative session where we discussed key educational initiatives. Honored to have the Hon'ble Education Minister of Kerala V Sivankutty ji present, sharing insights and ideas for improving education.

Photos from Rafiqul Islam's post 17/10/2023

I extend my heartfelt congratulations to the four victorious candidates of UDSF including General Secretary of Nabajyoti College Students Union. Your hard work and dedication have paid off, and we look forward to your leadership. I would also like to thank UDSF Jania LAC committee, UDSF Nabajyoti college unit,UDSF District committee, Jania LAC youth & women front and parent committee for their cooperation and hard work.

12/10/2023

আলগাপুৰ সমষ্টিৰ বিধায়কৰ বাসভৱনত এআইইউডিএফৰ আলগাপুৰ সমষ্টি কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এখনি কৰ্মী সভাত উপস্থিত থাকোঁ। উক্ত কর্মী সভাত উপস্থিত আছিল এআইইউডিএফৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি ড° কে এম বাহাৰুল ইছলাম ডাঙৰীয়া, আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰী ডাঙৰীয়া, চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, কাটলিছেৰা বিধানসভা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰ ডাঙৰীয়া, হাইলাকান্দি জিলা সমিতিৰ সভাপতি অধিবক্তা আফজল হুসেন লস্কৰ ডাঙৰীয়া।

01/10/2023
18/09/2023

‘बिल्डिंग बदलने से नहीं होगा, दिल बदलना पड़ेगा।’ - AIUDF President Maulana Badruddin Ajmal Sahab’s strong statement against the attack on the Constitution, Muslims and Dalits.

13/09/2023

My today’s speech on Higher Education.

13/09/2023

আজি অসম বিধানসভাত হোৱা আলোচনাৰ সময়ত মোৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত চলি থকা গৰাখহনীয়াৰ বিষয়টো উত্থাপন কৰো।

During the discussion in Assam Legislative Assembly today, I have raised the issue of river erosion in various parts of my constituency.

24/08/2023

Those on Instagram can follow me on my official Instagram account. To follow, search for the username .islamofficial or scan the QR code. You may also follow the link
https://instagram.com/dr.islamofficial?igshid=OGQ5ZDc2ODk2ZA==

23/08/2023

I extend my heartfelt congratulations to the ISRO - Indian Space Research Organisation team for the impeccable ex*****on of the Chandrayaan mission. The remarkable success stands as a testament to ISRO’s unwavering commitment, innovative prowess and meticulous planning. Your achievement not only elevates India’s stature in global space community but also kindles the spirit of exploration and scientific curiosity for generations to come. Kudos to the entire ISRO team for this monumental feat. 🌌

Photos from Rafiqul Islam's post 21/08/2023

Welcoming the guests at Guwahati Airport for the Peace and Justice Movement program to be held tomorrow at Pragjyoti ITA Centre Machkhowa, Guwahati.

15/08/2023

জনীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ এচাহাক আলী চাহাবৰ মৃত্যুৰ খবৰ পায় অতিকৈ মৰ্মাহত হৈছোঁ। ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰাজিউন। মহান আল্লাহ তা'আলাৰ ওচৰত তেখেতৰ ৰূহৰ মাগফিৰাত কামনা কৰিছোঁ আৰু লগতে তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গ আৰু গুনমূগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

15/08/2023

On this auspicious occasion of Independence Day, let us remember the sacrifices made by our freedom fighters who fought tirelessly for our nation's independence. It is a day to honor their bravery and pay our respects to those who laid down their lives for our freedom.

Happy Independence Day. Jai Hind! 🇮🇳

13/08/2023
Photos from All India United Democratic Front - AIUDF's post 12/08/2023
10/08/2023
01/08/2023
31/07/2023

দৰং জিলাৰ মঙ্গলদৈত বজৰং দলৰ কৰ্মকৰ্তাই মুকলিভাৱে অস্ত্ৰৰ প্ৰশিক্ষণ লোৱা ঘটনা সন্দৰ্ভত জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰে।

31/07/2023
27/07/2023

ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন।
বহুদিন মোৰ দেহৰক্ষী হিচাপে কাম কৰা ৰমজান আলীৰ মৃত্যু হোৱাৰ খবৰটো পাই মর্মাহত হৈছোঁ। মোৰ দেহৰক্ষী হিচাপে কৰ্মৰত হৈ থকা ৰমজান আলী পৰৱৰ্তী সময়ত বিভাগীয় প্ৰমোচন লৈ বদলি হৈছিল। ৰমজান আলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো আৰু তেওঁৰ শোকগ্ৰস্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। মহান কৰুণাময় আল্লাহৰ ওচৰত তেওঁৰ মাগফিৰাতৰ বাবে দোৱা মাগিছোঁ।

23/07/2023
23/07/2023

বিজেপি চৰকাৰৰ দুটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়াহে গাঁৱৰ কথা মনত পৰিছে। দেৰীকৈ হলেওঁ, চৰকাৰ গাঁৱলৈ যাব, সেয়া ভাল কথা। অসমৰ গ্ৰাম্যাঞ্চলত চৰকাৰী আঁচনিসমূহ ভালদৰে ৰূপায়ন হৈছে নে নাই চৰকাৰে সেই বিষয়বোৰ ভালকৈ পৰ্যৱেক্ষণ কৰক। এনৰেগাৰ ধন জিলাই জিলাই পৰিত্যক্ত অৱস্থাত আছে, জবকাৰ্ডৰ ১০০ দিনৰ কামৰ প্ৰতিশ্ৰুতি থকাৰ পিছতো কাম পোৱা নাই জনতাই। চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক আছেনে নাই সেই বিষয়ে চৰকাৰে পৰ্যালোচনা কৰক। ৰাজ্যৰ অন্নদাতা কৃষকসকলে কি কি সমস্যাৰ সন্মুখীন হৈছে সেই বিষয়ে চৰকাৰে খবৰ লওঁক।

22/07/2023

আধা লিটাৰ মদৰ বটলৰ ক্ষেত্ৰত কোনো অসুবিধা নাই, কিন্তু পানীৰ আধা লিটাৰৰ বটল কিনিব নোৱাৰিব৷

23/06/2023

অসমত হোৱা মধ্যৱৰ্তীকালীন সমষ্টিসমূহৰ পুনৰ গঠনৰ বাবে সমগ্র ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰপতিৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হোৱা অসমৰ একমাত্ৰ সন্তান প্ৰয়াত ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰা জনীয়া সমষ্টিৰ বিলুপ্তি কাৰণে জনীয়াবাসী ৰাইজৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত শ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাই প্ৰতিষ্ঠা কৰা ঐতিহ্যবাহী জনীয়া সত্ৰৰ গৰিমাক ম্লান কৰি জনীয়া সমষ্টিটো কোনো যুক্তি নহোৱাকৈ বিলুপ্তি কৰাত আজি সন্দেহৰ অৱকাশ ঘটিছে।
অসমৰ বুৰঞ্জীৰ আৰু চাৰিসীমাৰ কোনো ভৌগোলিক জ্ঞান নথকা নিৰ্বাচন আয়োগৰ এই কাৰ্য্যত সমষ্টিবাসী তথা বৰপেটা জিলাবাসীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মই জনীয়া সমষ্টিৰ এই বিলুপ্তকৰণৰ তীব্ৰ বিৰোধিতা কৰোঁ।

মই পবিত্র হজ্বৰ উদ্দেশ্যে মক্কাত থকা বাবে মোৰ হৈ মোৰ দলে জনীয়া সমষ্টিবাসী তথা বৰপেটা জিলাবাসীৰ দাবী সঠিক ফ'ৰামত উত্থাপন কৰিব।

22/06/2023

২০১১ চনৰ লোকপিয়লৰ তথ্য থকা স্বত্বেও কি যুক্তিৰ আধাৰত ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰা হৈ আছে? ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি যদি জম্মু-কাশ্মীৰত সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰিব পাৰে অসমত নোৱাৰে কিয়?

22/06/2023
21/06/2023

নিৰ্বাচন আয়োগে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰিছে। Delimitation Act অমান্য কৰি খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষণাবেক্ষণৰ দোহাই দি বিজেপিৰ ভোট বেংক ৰক্ষা কৰিবলৈ নিৰ্বাচন আয়োগে এই সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰিছে। Delimitation Act অমান্য কৰি মধ্যৱৰ্তীকালীন সময়ত কৰা সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কাৰ্য্যক আমি বিৰোধিতা কৰিছোঁ। সৰ্ব ভাৰতীয় পৰ্য্যায়ত ২০২৬ চনত হ'বলগীয়া সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ সৈতে অসমৰ সমষ্টিসমূহৰো সীমা নিৰ্ধাৰণ একেলগে হোৱা উচিত। ২০২৬ চনৰ Delimitation ত ভাৰতবৰ্ষৰ সকলো ঠাইতে সমষ্টিৰ সংখ্যা বৃদ্ধি পাব আৰু সেই হিচাপত সমষ্টি অনুপাতে আৰু ৰাজ্য বিশেষে বাজেটৰ ধনো বৃদ্ধি পাব। অসমত সূদীৰ্ঘ ৫২ বছৰ পিছত সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ হ'বলৈ গৈ আছে, য'ত সমষ্টিৰ সংখ্যা বৃদ্ধি নাপায় আৰু সেই অনুপাতে অসমে কেন্দ্ৰৰ পূঁজিৰ পৰা বঞ্চিত হ'ব। এই Delimitation ৰ পৰা ৰাজ্যৰ সামগ্ৰীক কোনো লাভ নহয়, বৰঞ্চ লোকচান হে হ'ব; সেয়া নিশ্চিত।

18/06/2023
12/06/2023

কেন্দ্ৰীয় চৰকাৰৰ আদেশক অমান্য কৰি মিজো আগ্ৰাসনকাৰীসকলে আকৌ সীমান্তত আক্ৰমণ আৰম্ভ কৰিছে। মিজোৰামে হাইলাকান্দিত বুলডোজাৰেৰে পাহাৰৰ মাটি কাটি ৰাস্তা নিৰ্মাণ কৰি আছে। ফলত সীমান্ত অঞ্চলত এক নতুন আতংক আৰু উত্তেজনাৰ সৃষ্টি হৈছে লগতে স্থানীয় লোকসকলৰ মাজত নিৰাপত্তাৰ অভাৱ পৰিলক্ষিত হৈছে। স্থানীয় লোকসকলে আশংকা কৰে যে আগ্ৰাসনকাৰীসকলে যিকোনো মূহুৰ্ততে অসমীয়াৰ ওপৰত আক্ৰমণ কৰিব পাৰে।

কেন্দ্ৰীয় চৰকাৰৰ আদেশক ভেঙুচালি কৰি আগ্ৰাসনকাৰীসকলে অসমৰ ভূমি বেদখল কৰাৰ সময়ত ঘোৰ নিদ্ৰাত অসম চৰকাৰ। অসম চৰকাৰ কেতিয়া সাৰ পাব এই টোপনিৰ পৰা?

08/06/2023

পৰম কৰুণাময় আল্লাহৰ কৃপাত আজি পবিত্ৰ হজৰ উদ্দেশ্যে ৰাওনা হৈছোঁ। ৰাজ্যবাসীৰ কল্যাণৰ বাবে মই আল্লাহৰ ওচৰত দোৱা কৰিম। আল্লাহৰ আদেশ তথা পবিত্র হজৰ নিয়মাৱলীসমূহ যাতে সুচাৰুৰূপে পালন কৰিব পাৰোঁ, তাৰ বাবে সকলোৰে পৰা দোৱা মাগিছোঁ।

06/06/2023

ৰাজকোষৰ ধনেৰে বিলাসী এ.চি. গাড়ীৰ কনভয় লৈ ফূৰা বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে পেট্ৰ'লৰ মুল্যবৃদ্ধিৰ বাবে সাধাৰণ ৰাইজক ‘চাইকেল চলোৱাৰ পৰামৰ্শ’ দিয়াটো হাস্যকৰ!

06/06/2023

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সমূহ শিক্ষাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভৱিষ্যত জীৱনত সফলতাৰে আগুৱাই যাবলৈ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

23/05/2023

Congratulations to all those who have cleared the civil services examination. Especially, Mayur Hazarika who has secured 5th rank in the country and made us proud. And also my heartfelt congratulations to the other six students who have cleared UPSC from the state.

Photos from Aminul Islam's post 12/05/2023
Want your public figure to be the top-listed Public Figure in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছত দিল্লীত সংবাদ মাধ্যমৰ আগত মন্তব্য দাঙি ধৰো।...
‘बिल्डिंग बदलने से नहीं होगा, दिल बदलना पड़ेगा।’ - AIUDF President Maulana Badruddin Ajmal Sahab’s strong statement agai...
Raised the issue of river erosion in Assam Legislative Assembly.
My today’s speech on Higher Education.
My today’s question regarding Beki river protection.
Raised the issue of requirement of embankment cum road from south side of Lengtisinga Bazar towards Nasatra, Pakhakhata,...
Speech on erosion problem and the rehabilitation of eroded families.
My today’s question on Agriculture.
Discussion on MGNREGA schemes.
Today’s discussion on river protection.
My today’s speech on Assam Budget 2023-24 .
My today’s question on forest land and prf land.

Category

Website

Address


Guwahati

Other Politicians in Guwahati (show all)
Saurav Jhunjhunwala Saurav Jhunjhunwala
Ward No 15
Guwahati, 781001

Ward Councillor, GMC 15 No. Ward | BJP Karyakarta | Vice President, BJYM Guwahati | Media Panelist

Sunil Deka সুনীল ডেকা Sunil Deka সুনীল ডেকা
Ganesh Mandir Path
Guwahati, GUWAHATI

Central Vice-President, Asom Gana Parishad- AGP. ex Central President, Asom Yuva Parishad., s

Snigdha Doimari Snigdha Doimari
Guwahati

GMC WARD 28 COUNCILLOR (BJP) SOCIAL WORKER SPORTS PERSON

We Love Our Forest Minister Parimal Suklabaidya We Love Our Forest Minister Parimal Suklabaidya
Guwahati

True Nature lover of Assam Our Hon'ble Forest & Environment Minister respected Shri. Parimal Suklaba

Gaurav Gogoi FC Gaurav Gogoi FC
Guwahati, 781001

Fan Club Of Gaurav Gogoi / 2 - Term MP, Deputy Leader Lok Sabha INC , WEF Young Global Leader

Ataur Rahman Ataur Rahman
Guwahati, 781024

Engaged in social work and lead a normal life. I hate playing with caste and religion.

Bidyut Kalita Bidyut Kalita
Guwahati

SPOKESPERSON AAM AADMI PARTY ASSAM

Bikul Deka Bikul Deka
Guwahati

Chairman Assam Petro-Chemicals Ltd Secretary, BJP, Assam Pradesh

ᴏsᴍᴀɴ ᴀɢʜᴀᴛ ᴏғғɪᴄɪᴀʟ ᴏsᴍᴀɴ ᴀɢʜᴀᴛ ᴏғғɪᴄɪᴀʟ
Hatipara
Guwahati

জনহিতাৰ্থে কাম কৰি যাম

Tabibar Rahman Tabibar Rahman
Rajiv Bhawan
Guwahati

General secretary and Office incharge Assam Pradesh Congress Committee, Minority Dept.