N Axom 365

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from N Axom 365, Comedian, Guwahati.

20/03/2024

👉 কলগাছিয়াৰ বিভিন্ন প্ৰান্তত ২৪ ঘণ্টা ধৰি বিদ্যুৎ নথকাত ৰাইজৰ প্ৰ*তি*ক্ৰিয়া।

👉 সৰভোগ বিদ্যুত বিভাগে বিদ্যুৎ যোগান নধৰিলে অহাকালি তী*ব্র আ*ন্দো*লন গঢ়ি তোলাৰ হুং*কা*ৰ দিয়ে।

15/03/2024

🟢 কলগাছিয়াৰ এখন ভিতৰুৱা গাঁৱৰ যুৱক-যুৱতীয়ে বিয়াৰ পৰা বঞ্চিত।

🟢 কিয়নো ভঙা আৰু অতি দু*ৰ্গম ৰাস্তা-ঘাটৰ বাবে ছোৱালীক বিয়া দিব নোৱাৰে আৰু লৰাবোৰক বিয়া কৰাব নোৱাৰে।

🟢 গাঁওখন হৈছে ৮২ নং জনতা গাঁও পঞ্চায়তৰ বালিকুৰি এন চি গাঁও। গাওখনলৈ পিঠি দিছে জনপ্ৰতিনিধিয়ে।

13/03/2024

কা'ৰ বিৰুদ্ধে ব্যাপক আ*ন্দোলন।

12/03/2024

কা' ব*ল*ৱতৰ বি*ৰুদ্ধে কলগাছিয়া চাৰিআলিত ৰাজপথ অৱ*ৰোধ কৰি প্ৰতিলিপি দা*হ চি পি আই এমৰ।

10/03/2024

⭕ আধাৰশিলা স্থাপনত বিধায়ক শ্বেৰমান আলী আহমেদক বা*ধা এজন ব্যক্তিৰ।

⭕ বিধায়কে ওলোটাই বা*ধা নিদিবলৈ আহ্বান জনোৱাৰ লগতে পুলিচ দি এ*ৰেষ্ট কৰাম, একদম চু*প থাকক বুলি ভা*বু*কি শ্বেৰমান আলীৰ।

⭕ তাৰকান্দি উপ স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপনত সং*ঘটিত হয় এই ঘ*টনা।

08/03/2024

🔴 বিধায়কৰ ভতিজাই ফেচবুক মেচেঞ্জাৰৰ জড়িয়তে অ*শা*লী*ন ভা*ষা*ৰে কৰিলে গা*লি গলাজ।

🔴 ৰাজনৈতিক ভাবে বি*ৰোধ কৰাৰ বাবেই বিধায়কৰ ভতিজাই টা*ৰ্গেট কৰি লগে আম আদমীৰ নেতাক।

🔴 বিধায়কৰ পৰিয়ালৰ লোকে মেচেঞ্জাৰৰ জড়িয়তে কৰা এনে আচৰণক দু*খ প্ৰকাশ কৰে।

🔴 ৰাজনৈতিক ভাবে বি*ৰো*ধিতা কৰাৰ বাবে বিধায়কে যদি নিজ ভতিজাক ব্যৱহাৰ কৰি এনে কা*ৰ্য্য কৰিব বিচাৰিছে তেন্তে এই কা*ণ্ডৰ ঘৃ*ণনীয় বুলি মন্তব্য আম আদমী নেতা গৰাকীৰ।

🔴 ঘ*টনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল।

11/02/2024

🔴 কলগাছিয়াত হ*স্ত নিৰ্মিত পিষ্টল সহ এজনক গ্ৰে*প্তা*ৰ।

🔴 লগতে ৮ জাই সজীৱ গুলি আৰু বি*স্ফো*ৰ*ক সামগ্ৰী তৈয়াৰ কৰা বিশেষ পাউডাৰ জ*ব্দ।

10/02/2024

কলগাছিয়া ষ্টেট বেংকৰ সম্মুখত চাৰিচকীয়া আৰু বাইকৰ মু*খামুখি খু*ন্দাত নি*হত গুনীয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ।

10/02/2024

কাৰ ভূ*লৰ বাবে কলগাছিয়াত পথ দু*ৰ্ঘ*ট*নাত মৃ*ত্যু হয় অমৰ ফাৰুক নামৰ যুৱকজন।

17/01/2024

APSC ৰ ফলাফল ঘোষণা।

APSC ২০২২ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল NE Live Anchor তথা কলগাছিয়াৰ বোৱাৰী Shabana Rakia Ahmed.

14/01/2024

👉 জাগি উঠক অসমৰ ধৰ্মীয় সংখ্যালঘু সকল, জাগি উঠক অসমৰ হিন্দু বঙালী সকল।

👉 আমি এইখন দেশৰ ভূমিপুত্ৰ।

👉 এইদৰে অসমৰ বঙালী হিন্দু আৰু মুছলমান ওপৰত অ*ত্যা*চা*ৰ চলা সন্দৰ্ভত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আব্দুল আৱালৰ প্ৰতিক্ৰিয়া।

14/01/2024

✍️ কোনে শুনিব উচ্ছেদিত লোকৰ বি*ননী।

✍️ চকুৰ সন্মুখত নিজৰ ঘৰ ভ*ঙা দৃশ্য দেখি উচুপি উঠিল উচ্ছেদিত পৰিয়াল।

11/12/2023
10/12/2023

উল্লেখযোগ্য যে দেউকুৰা গাঁৱৰ এজন যু*ৱ*ক*ৰ সৈতে ন*য়া*গাঁ*ওৰ এ*জ*নী যু*ৱ*তী*ৰ সৈ*তে কিছু*দিন ধ*ৰি গ*ঢ়ি উঠিছিল প্ৰে*ম*ৰ স*ম্প*ৰ্ক

01/12/2023

ভ*য়ং*ক*ৰ বা*ছ দু*ৰ্ঘ*ট*না*ত নাৰিকল গছে ৰ*ক্ষা কৰিলে অ*ৰ্ধশ*তা*ধিক লো*ক*ৰ প্ৰা*ণ

01/12/2023

দুজন অষ্টোলিয়ান নাগৰিক।

এজনে ভা*ঙি*লে ১৪০ কোটি ভাৰতীয়ৰ হৃ*দ়য়।

আৰু আনজন দিলে ১৪০ কোটি ভাৰতীয় নাগৰিকক আনন্দ।

অষ্টোলিয়াৰ ক্ৰিকেট দলৰ অধিনায়ক পেট কামিনচে ক্ৰিকেট বিশ্ব কাপত ফাইনেলত ১৪০ কোটি ভাৰতীয়ৰ হৃ*দয় ভা*ঙি আনন্দ কৰিছিল।

01/12/2023

১৪৩৬ নং পূৱ গলীয়া প্ৰাথমিক বিদ্যালয়ত অ*নিয়*মে*ৰে সভাপতি পতাৰ অ*ভি*যো*গ।

24/11/2023

কলগাছিয়াৰ ডিমাপুৰত ভ*য়ং*ক*ৰ প*থ দু*ৰ্ঘ*ট*না

20/11/2023

আদৰি সৰকাৰৰ কণ্ঠত সু-মধুৰ বাংলা গীত।

07/11/2023
03/11/2023

ভূপেন হাজৰিকাৰ চিৰযুগমীয়া ঢৌ তুলি গীতটো ইংৰাজীত সুন্দৰকৈ গাইছে সুভাংগী দাসে

26/10/2023

মা তুমি কত গৈছা, আহা মোৰ ভাল লগা নাই।

মই ভাত খোৱা নাই, তুমি সোনকালে আহা।

তুমি যতেই নাথাকা কিয় সোনকালে অহা।

তুমি অভিসনে মোৰ টোপনি নধৰে।

মহিলা গৰাকীৰ দুই পুত্ৰ-কন্যাই মাকক বিচাৰি এনেদৰে কাতৰ আহ্বান জনাইছে।

20/10/2023

🛑 অখিল গগৈয়ে এইবাৰ ওস্তাদি মাৰিলেও কাম নহ'ব।

🛑 অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে খ*ঙ*ত টিঙিৰিতুলা বিধায়ক ৰূপজ্যোতি কুৰ্মী।

🛑 অখিল গগৈয়ে কেৱল টকা আৰু নিজৰ স্বাৰ্থৰ বাবেহে আ*ন্দো*ল*ন কৰে ।

🛑 ৰাইজক ঠগি-মেলি ৰাজনীতি কৰিলে কাম নহ'ব এতিয়াৰ যুগত : এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ ।

11/10/2023

🛑 জনীয়াৰ কান্দাপাৰাত বায়ু সেনাৰ হেলিকপ্টাৰৰ যান্ত্ৰিক বি+জু+তি
🛑 জৰুৰী অৱতৰণ কৰি প্ৰা+ণ ৰ+ক্ষা পাইলট সহ চাৰিজনৰ

10/10/2023

মহিলাজনীৰ নাম- শুকুৰজান, স্বামীৰ নাম- ছায়েদ আলী, মহিলা জনীৰ পুত্ৰৰ নাম শুকুৰ মাহমুদ, ঘৰ- বৰপেটা জিলাৰ মহিশবাতান।

আজি সন্ধিয়া হঠাৎ মহিলাজনী ৰাস্তা হেৰুৱাই কলগাছিয়াত উপস্থিত হৈছে। বৰ্তমান মহিলা জনী কলগাছিয়া আৰক্ষী থানাত আছে।

02/10/2023

🛑 কেতিয়া আৰম্ভ হব কলগাছিয়াৰ শওপুৰস্থিত আদৰ্শ আৱাসিক বিদ্যালয় ?

29/09/2023

🛑 কলগাছিয়া ৰেডিয়েন্স একাডেমীৰ ওচৰত বাছৰ খু*ন্দাত আ*হত ছাত্ৰ।

🛑 সং*ক*টজন*ক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ।

27/09/2023

মুফতি মকিবুৰ ৰহমান আজহাৰীলৈ Open Challenge. সেই কল ৰেকৰ্ডিং আপোনাৰ নহলে আজীৱন মই আপোনাৰ গোলাম খাটিম -আয়ুব আলি

26/09/2023

এই বিষাদভৰা বুকুখন খালি কৰি তুমি কলৈ উৰা মাৰিলা আফছানা

Want your public figure to be the top-listed Public Figure in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

👉 কলগাছিয়াৰ বিভিন্ন প্ৰান্তত ২৪ ঘণ্টা ধৰি বিদ্যুৎ নথকাত ৰাইজৰ প্ৰ*তি*ক্ৰিয়া।👉 সৰভোগ বিদ্যুত বিভাগে বিদ্যুৎ যোগান নধৰিলে ...
🟢 কলগাছিয়াৰ এখন ভিতৰুৱা গাঁৱৰ যুৱক-যুৱতীয়ে বিয়াৰ পৰা বঞ্চিত। 🟢 কিয়নো ভঙা আৰু অতি দু*ৰ্গম ৰাস্তা-ঘাটৰ বাবে ছোৱালীক বি...
কা'ৰ বিৰুদ্ধে ব্যাপক আ*ন্দোলন।
কা' ব*ল*ৱতৰ বি*ৰুদ্ধে কলগাছিয়া চাৰিআলিত ৰাজপথ অৱ*ৰোধ কৰি প্ৰতিলিপি দা*হ চি পি আই এমৰ।
⭕ আধাৰশিলা স্থাপনত বিধায়ক শ্বেৰমান আলী আহমেদক বা*ধা এজন ব্যক্তিৰ।⭕ বিধায়কে ওলোটাই বা*ধা নিদিবলৈ আহ্বান জনোৱাৰ লগতে পুলিচ...
🔴 বিধায়কৰ ভতিজাই ফেচবুক মেচেঞ্জাৰৰ জড়িয়তে অ*শা*লী*ন ভা*ষা*ৰে কৰিলে গা*লি গলাজ।🔴 ৰাজনৈতিক ভাবে বি*ৰোধ কৰাৰ বাবেই বিধায়কৰ ...
🔴 কলগাছিয়াত হ*স্ত নিৰ্মিত পিষ্টল সহ এজনক গ্ৰে*প্তা*ৰ। 🔴 লগতে ৮ জাই সজীৱ গুলি আৰু বি*স্ফো*ৰ*ক সামগ্ৰী তৈয়াৰ কৰা বিশেষ পাউ...
কলগাছিয়া ষ্টেট বেংকৰ সম্মুখত চাৰিচকীয়া আৰু বাইকৰ মু*খামুখি খু*ন্দাত নি*হত গুনীয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ।
কাৰ ভূ*লৰ বাবে কলগাছিয়াত পথ দু*ৰ্ঘ*ট*নাত মৃ*ত্যু হয় অমৰ ফাৰুক নামৰ যুৱকজন।
👉 জাগি উঠক অসমৰ ধৰ্মীয় সংখ্যালঘু সকল, জাগি উঠক অসমৰ হিন্দু বঙালী সকল।👉 আমি এইখন দেশৰ ভূমিপুত্ৰ। 👉 এইদৰে অসমৰ বঙালী হিন্দ...
✍️ কোনে শুনিব উচ্ছেদিত লোকৰ বি*ননী।✍️ চকুৰ সন্মুখত নিজৰ ঘৰ ভ*ঙা দৃশ্য দেখি উচুপি উঠিল উচ্ছেদিত পৰিয়াল।
.

Category

Telephone

Website

Address


Guwahati

Other Comedians in Guwahati (show all)
ripon088 ripon088
Guwahati

T̊h̊å ÅR̊ h̊ål̊i̊m̊ T̊h̊å ÅR̊ h̊ål̊i̊m̊
B̊åh̊ån̊g̊n̊åm̊år̊i̊ B̊år̊k̊h̊e̊t̊i̊ N̊ål̊b̊år̊i̊ Ås̊s̊åm̊
Guwahati, 781126

g̊åm̊e̊s̊

A marak A marak
Guwahati

R.m assam comedy R.m assam comedy
Guwahati

WW comadiyan  video WW comadiyan video
Guwahati

Facebook

Janaprio teer Janaprio teer
Guwahati

subscribe my page

Assam Bangla Short Fun Assam Bangla Short Fun
Mukalmua
Guwahati, 781126

Assam Bangla short fun https://youtube.com/channel/UC5zYo086_zsIN-txgmHrEUA

YT chutia gm YT chutia gm
Jamlai Nagarbera
Guwahati, 781127

#trailer# #comedy# @ rts rahman#

Anika Junior funny Anika Junior funny
Guwahati, 781308

Irfan Irfan
India, Assam
Guwahati

Hi friend this is comedy video content only f***y video . please like and follow .

Abhi singh Abhi singh
Guwahati

cumedian motivation

Rinku Robidas Rinku Robidas
Golaghat
Guwahati, 785614

ईस पेज पे में शॉर्ट विडियोज अपलोडिंग करूंगा यूनिक यूनिक शॉर्ट्स वीडियो अपलोगोको मिलती रहेगी