Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.

This is the Official Page of Latasil Durga Puja. This Durga Puja Pandal is one of the oldest Durga Puja Pandal in Guwahati established in the year 1978.

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 23/12/2023

আজি প্ৰয়াত জয়ন্ত দাস (ৰাজু)ৰ স্মৃতিত লতাশিল খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থা, শিল্পী সমাজ (অসম), কামৰূপ নাট্য সমিতি, প্ৰগতি শিল্পী সংঘ, সূৰ্য্য, গুৱাহাটী বিহু সন্মিলনী, গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতি সমূহীয়া উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সমাজৰ বিভিন্ন সন্মানীয় ব্যক্তি, স্থানীয় ৰাইজ উপস্থিত থাকে আৰু প্ৰয়াত জয়ন্ত দাস (ৰাজু)ক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

16/12/2023

অসমৰ জনপ্ৰিয় অভিনেতা, গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতি, লতাশিলৰ সক্ৰিয় সদস্য উজান বজাৰৰ নিবাসী জয়ন্ত দাস (ৰাজু) আজি সন্ধিয়া চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা বিদায় লয়। তেখেতৰ মৃত্যু অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাইছোঁ। ওম শান্তি।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 25/10/2023

মা'ৰ বিদাই বেলাৰ কিছু স্থিৰচিত্ৰ। মা দুৰ্গায়ে সকলো ভক্তপ্ৰাণ ৰাইজক সু-স্বাস্থ্যৰ অধিকাৰী কৰি অহা বছৰ আকৌ লতাশিলৰ বাকৰিত পদাৰ্পন কৰে তাৰে কামনা কৰিলোঁ। জয় মা দুৰ্গা।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 22/10/2023

নিউজ ১৮ অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা আজি গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা কমিটি, লতাশিলক নিউজ ১৮ পূজা প্ৰতিযোগিতাৰ "শ্ৰেষ্ঠ প্ৰতিমা" পুৰস্কাৰৰে পুৰস্কৃত কৰা হয়। আমি পূজা কমিটি তৰফৰ পৰা News18 Assam & NE আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সকলো ভক্ত প্ৰাণ ৰাইজ, প্ৰতিমা দাতা আৰু প্ৰতিমা খনিকৰক আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 21/10/2023

গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা কমিটি, লতাশিলৰ ২০২৩ চনৰ পূজা মণ্ডপ আৰু দেৱী দুৰ্গাৰ প্ৰতিমা। সকলো ভক্তপ্ৰাণ ৰাইজলৈ পৱিত্ৰ দুৰ্গা পূজাৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।

19/10/2023

গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা কমিটি, লতাশিলৰ ২০২৩ বৰ্ষৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ভক্তপ্ৰাণ ৰাইজৰ
উপস্থিতিতি সাদৰেৰে কামনা কৰিলোঁ।

13/10/2023

।। শুভ মহালয়া ।।

গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা কমিটি, লতাশিলৰ তৰফৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজলৈ পৱিত্ৰ মহালয়াৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। মা ভগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোৰে সু-স্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰিলোঁ। জয় মা দুর্গতিনাশিনী।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 06/10/2022

গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতি, লতাশিলৰ ৪৩ তম দুৰ্গা পূজাৰ আজি শুভ বিজয়া দশমীৰ কিছু স্থিৰচিত্ৰ।

06/10/2022
06/10/2022

লতাশিল খেলপথাৰৰ পৰা LIVE।

06/10/2022

শুভ বিজয়া।

06/10/2022

গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতি, লতাশিলৰ শুভ বিজয়া দশমীৰ পৰা LIVE।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 05/10/2022

বিজয়া দশমীৰ কিছু স্থিৰচিত্ৰ।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 04/10/2022

মহা নৱমী পূজাৰ কিছু স্থিৰচিত্ৰ।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 03/10/2022

মহা অষ্টমী পূজাৰ কিছু স্থিৰচিত্ৰ।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 02/10/2022

মহা সপ্তমী পূজাৰ কিছু স্থিৰচিত্ৰ।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 01/10/2022

মহা ষষ্ঠী পূজাৰ কিছু মূহুৰ্ত।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 01/10/2022

গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতি, লতাশিল খেলপথাৰৰ ২০২২ চনৰ দুৰ্গা পূজাৰ মূল মণ্ডপৰ স্থিৰ চিত্ৰ।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 01/10/2022

৪৩ তম গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতি, লতাশিলৰ ২০২২ বৰ্ষৰ দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি।

Photos from Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.'s post 27/09/2022

২০২২ বৰ্ষৰ ৪৩ তম গুৱাহাটী সাৰ্বজনীন দূৰ্গা পূজা সমিতি, লতাশিল খেলপথৰৰ দূৰ্গা পূজাৰ মূল মণ্ডপৰ কিছু স্থিৰচিত্ৰ।

Want your place of worship to be the top-listed Place Of Worship in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

লতাশিল খেলপথাৰৰ পৰা LIVE।
শুভ বিজয়া।
গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতি, লতাশিলৰ শুভ বিজয়া দশমীৰ পৰা LIVE।

Website

Address


Latasil Playground, Uzan Bazar
Guwahati
781001

Other Religious Organizations in Guwahati (show all)
Sukreshwar Shringar Utsav Sukreshwar Shringar Utsav
Guwahati

SUKRESWAR DEVALAYA ALOUKIKA SHRINGAR UTSAV 2023

Memorial day Memorial day
12 Mile Ambher Kamrup Metrolian
Guwahati, 793101

GOOD LUCK TO YOU

Guwahati Kanyamandal Guwahati Kanyamandal
MG Road
Guwahati, 781001

Under the guidance of Terapanth Mahila Mandal Guwahati.

NorthEast Gospel TV NorthEast Gospel TV
Guwahati

The purpose of this group is to spread Gospel of Jesus Christ,who took our sin,died and washed all our sin and made us righteous. (Romans 3: 24)

Jisu ke kanghon Jisu ke kanghon
Guwahati

thank god

Krishna-the word is enough Krishna-the word is enough
Guwahati, 781001

The purpose of this page is to make people understand about God consciousness

Kamakhya Temple Kamakhya Temple
Nilachal Hill
Guwahati

The Kamakhya Temple কামাখ্যা দেৱালয় also known as Kamrup-Kamakhya temple, Kamakhya Devalaya, is a Hindu temple dedicated to the Mother Goddess Kamakhya. It is one of the Oldest of...

Satsang Guwahati Satsang Guwahati
GS Road, Near Big Bazaar, SATSANG VIHAR, Bhangagarh, Guwahati 781005
Guwahati, 781034

Satsang is a philanthropic organization founded by Sree Sree Thakur Anukulchandra. It is one of the major spiritual and cultural movements started in the early 20th century.

Sri Sri Pandu Ganesh Devalaya Sri Sri Pandu Ganesh Devalaya
Nath Basti Pandu Maligaon River Side
Guwahati, 781012

Gopal Than Anchalik Nagara Naam Dol Gopal Than Anchalik Nagara Naam Dol
Guwahati, 781381

গোপাল থান আঞ্চলিক নাগাৰা নাম দল । স্থান- কৰৰা মৰানৈ পাৰ । যোগাযোগ নং- ৯১০১১৪৭১১৫ আৰু ৯৯৫৭৩৩২৮৫৬

Shree Shyam Satsang Mandal,Guwahati Shree Shyam Satsang Mandal,Guwahati
Guwahati

यह धार्मिक पेज श्री श्याम बाबा की आराधना एवं प्रचार प्रसार हेतु है