Bilal Ahmed Mazumdar

সপোন দেখিব , হয়তো এদিন আপোনাক আপোনাৰ সপোনে লক্ষ্যত উপনীত কৰাব। Independent Video Creator

30/03/2024

Free Medical Camp at Ambari Jatiya Vidyalaya, Hojai

30/03/2024

▪️আজিৰ প্ৰজন্ম‌ই হয়তো চিনিয়েই নাপাব।
▪️কোনে কোনে ইয়াক দেখা পাইছে
▪️ইয়াৰ নাম কি ?
যদি জানে কমেন্ট কৰি জনাব 🙏

29/03/2024

ইফতাৰত শাক খোৱাটো গ্ৰাম্য অঞ্চলৰ এক প্ৰকাৰ পৰম্পৰা হৈ পৰিছে। ইয়াৰ স্বাস্থ্য সন্মত কাৰণো আছে।
- সেয়ে ৰমজান মাহত স্থানীয় বজাৰত দেখা যায় বিভিন্ন ধৰণৰ শাক পাচলি।

Photos from Bilal Ahmed Mazumdar's post 29/03/2024

•ঈদৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে আমবাৰীৰ প্ৰতিখন কাপোৰৰ দোকান।
•Online বা বাহিৰত শ্বপিং কৰিবলৈ যোৱাৰ আগত এবাৰ স্থানীয় দোকান বোৰত চকু ফুৰাই যাব।
•আপোনাৰ সহযোগীতায় স্থানীয় ব্যৱসায়ি সকল উৎসাহিত হ'ব। লগতে
•আপুনি আপোনাৰ পচন্দৰ বস্তুটো চহৰৰ দোকানতকৈ কম মূল্যত কিনিব পাৰিব।

29/03/2024

আচৰিত ঘটনা - অস্বাভাৱিক হাৰত মেকুৰীৰ মৃত্যু।
আমাৰ ঘৰত এনে ধৰণৰ দহ বাৰটা বিভিন্ন বয়সৰ মেকুৰী আছিল। অতি সুন্দৰ আৰু মৰম লগা।

মেকুৰী কেইটা এক প্ৰকাৰ আমাৰ ঘৰৰ সদস্যৰ দৰে আছিল। আমাৰ খোৱা বোৱাৰ ওপৰত সিহঁতৰ সম্পূৰ্ণ অধিকাৰ। আমি যি খাও সিহঁতক দিয়াটো বাধ্যতামূলক আছিল।
কিন্তু অতি আচৰিত ভাবে মাত্ৰ দুদিনৰ ভিতৰত এই মেকুৰী কেইটা মৰি শেষ হৈ গ'ল কিবা অজ্ঞাত কাৰণত। কোনো অসুখ নাই কোনো আঘাত নাই। বাৰীৰ বিভিন্ন স্থানত মেকুৰী কেইটা আমি মৃত অৱস্থাত পালোঁ।

কোনো ধৰণৰ খাদ্যৰ পাৰ্শ্বক্ৰিয়া হৈছে বুলি আমাৰ ধাৰণা নহয়। প্ৰতিটো মেকুৰী অত্যন্ত সুস্থ সৱল আছিল। কিবা অচিন ৰোগত আক্ৰান্ত হৈ মেকুৰী কেইটা মাৰিছে বুলি আমাৰ সন্দেহ হৈছে।

সিহঁত অবিহনে ঘৰখন উকা উকা অনুভৱ হৈছে। সদায় চকুৰ আগত খেল ধেমালি কৰি থকা মেকুৰী কেইটাৰ অনুপস্থিতিয়ে আমাক মৰ্মাহত কৰি তুলিছে।

বহুতৰে বিষয়টো লৈ হাহি উঠিব পাৰে কিন্তু এই নিৰিহ প্ৰাণী কেইটাৰ এনে আকস্মিক মৃত্যুয়ে আমাক চিন্তিত কৰি তুলাৰ লগতে বহু কথা ভাবি চাবলৈ বাধ্য কৰাইছে।

মৃত্যু যে কিমান নিষ্ঠুৰ। ইয়াৰ পৰা কাৰো ৰেহাই নাই। সকলো প্ৰাণীয়ে এদিন মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব‌ই লাগিব এয়া চিৰ সত্য। আপুনি যিমান পৰাক্ৰমী বা শক্তিশালী নহ‌ওক কিয় ? সকলোৰ বাবে মৃত্যু অনিবাৰ্য। সকলোৱে এদিন এই মৃত্যুৰ ওচৰত হাৰ মানিব‌ই লাগিব।

আমাৰ গাওঁ অঞ্চলত এটা কথা প্ৰচলিত আছে যে মেকুৰীৰ প্ৰাণটো অতি শক্তিশালী ই সহজে ওলাই নাযায় বা মেকুৰীৰ সহজতে মৃত্যু নহয়। মেকুৰীৰ প্ৰাণটো ওলাই যাওঁতে যথেষ্ট সময় লয় কিন্তু আমাৰ মেকুৰী কেইটাৰ এই অস্বাভাৱিক আৰু সহজ মৃত্যুয়ে প্ৰমাণ কৰিলে যে মৃত্যুৰ লগত কাৰো কোনো আপোচ নাই , মৃত্যু সকলোৰ বাবে সমান আৰু আপোচবিহীন এক শ্বাসত সত্য।

আপোনালোকৰ অঞ্চলত মেকুৰীজাতীয় প্ৰাণীৰ এনে অস্বাভাৱিক মৃত্যু হৈছে নেকি কমেন্ট কৰি জনাব।।‌ যদি হৈছে বিষয়টো চিন্তা কৰিবলগীয়া। কাৰণ আজিৰ পৰা দুই বছৰ মান আগত এই অনুৰূপ ঘটনা আমাৰ ঘৰত সংগঠিত হৈছিল।
ধন্যবাদ

28/03/2024

I've just reached 59K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

27/03/2024

In this Ramadan May Allah bless all of Us, Forgive us

27/03/2024

-
- Free চকুৰ চিকিৎসা শিবিৰ।
- আমবাৰী জাতীয় বিদ্যালয়ৰ উদ্যোগত।

25/03/2024

পূব জাৰুণীৰ খানক্কাহ আহমদীয়াই সম্পূৰ্ণ কৰিলে ২৭ বছৰ।
আপুনিও এই কামত সহযোগী হ'ব পাৰে,
Phonepe: 9435420786
A/c no: 4182632704
SBI Murajhar Branch
IFSC : SBIN0008751

25/03/2024

হলিৰ ৰঙত ৰঙীন মৌলানা আজহাৰী চাহাব -

24/03/2024

মৌলানা আজাদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এক ব্যতিক্ৰম প্ৰচেষ্টা 🤗

24/03/2024

শৰীৰ চৰ্চা কিমান জৰুৰী ? আৰু ইয়াৰ উপকাৰিতা।

23/03/2024

ইফতাৰি - ইমান বেছিকৈ দিয়াৰ কিবা অৰ্থ আছেনে ?
এনেই প্ৰথাটো সমাজ বিৰোধী।

23/03/2024

Alhamdulillah 14 Million View মাত্ৰ কয়েক দিনের মধ্যে 🤗

বিশ্বৰ 14M [BBN Live ত] মানুহে শুনিলে
এই দুই বন্ধুৰ সুমধুৰ আজান। ইয়াৰ উপৰিও অসমৰ বিভিন্ন পেইজত এই আজান লাখ লাখ মানুহে চাইছে।

22/03/2024

হিফ্জ উল কোৰআন পাঠ্যক্ৰমৰ শুভ উদ্বোধন
SAS International Model School, BORHAWOR Hojai Assam.

Admission is going on..
Please contact -
9707342234, 7035881527

21/03/2024

◽অসমীয়াত অধ্যয়ন কৰক কোৰআন আৰু হাদিছৰ A2Z .
◽প্ৰথম বাৰৰ বাবে অসমীয়া ভাষাত প্ৰকাশিত হৈছে কোৰআন আৰু হাদিছৰ অতি সৰল বিশ্লেষণ।

🔹সবিশেষ জানিবলৈ চাওক আজিৰ এই বিশেষ প্ৰতিবেদন।
🔹বিতং তথ্যৰ বাবে যোগাযোগ কৰক,
মৌলানা নুৰুল আমিন কাছিমী।
Mo No 7002626832

ধন্যবাদ।

21/03/2024

~ এমন দৃশ্য যদি প্রত্যেক মুসলমানের ঘরে দেখা যেত।।

21/03/2024

🔹Maulana Shams Uddin Sahab

21/03/2024

পবিত্ৰ কোৰআনত দুই ধৰণৰ আয়াত আছে।
▪️Moulana Abdul Kadir Sahab

20/03/2024

হৃদয় চুই যোৱা কোৰআন তিলাৱত।

World's most beautiful recitation of Surah Ar-Rahman | سورة الرحمن

20/03/2024
20/03/2024

🔹 এজন শিক্ষকৰ এই ৫ পাঁচটা গুণ।

আনৰ হৃদয়ত জুই জ্বলাবলৈ হ'লে নিজৰ হৃদয়ত চাকি বন্তি জ্বলাব লাগিব।
▪️Prof Amalendu Chakraborty, Vice Chancellor Rabindranath Tagore University Hojai.

19/03/2024

আনৰ হৃদয়ত জুই জ্বলাবলৈ হ'লে নিজৰ হৃদয়ত চাকি বন্তি জ্বলাব লাগিব।
🔹শিক্ষকৰ ৫ পাঁচটা বিশেষ গুণ +

18/03/2024

🔹 পবিত্ৰ ৰমজান মাহত আজিজুৰ দাৰ মহান পদক্ষেপ।
🔹বৰা ছাৰক উপহাৰ এখন ধুনীয়া ঘৰ ।
🔹মৌলানা আজাদ উচ্চ মাধ্যমিক বিদ্যালয়ললৈ ছাৰৰ নিঃস্বাৰ্থ সেৱাৰ বাবে এই বৃহৎ উপহাৰ।

18/03/2024

আজিও এনে মানুহ আছেনে ?

17/03/2024

🔺SAS International Model School ত চলিত শিক্ষাবৰ্ষত পৰা অন্তৰ্ভুক্ত কৰা হৈছে - 'হিফজ-উল-কোৰআন' পাঠ্যক্ৰম।।
🔹সাধাৰণ‌ পাঠ্যক্ৰমৰ লগত সংযোজিত হ'ব কোৰআন হিফ্জৰ পাঠ্যক্ৰম।

16/03/2024

▪️পোন প্ৰথম বাৰৰ বাবে অসমীয়া কণ্ঠত পবিত্ৰ কোৰআন তৰ্জমাৰ YouTube Channel উন্মোচন।
▪️ আজি কেইবাগৰাকী যশস্বী ইচলামিক পণ্ডিতৰ পৃষ্ঠপোষকতাত বাস্তৱ ৰূপ দিলে মৌলানা নুৰুল আমিন কাছিমী চাহাবে।

Channel link - https://youtube.com/?si=BzocN68MMAFMwq7I

15/03/2024

▪️অসমৰ ইছলামিক সাহিত্য জগতলৈ মৌঃকফিল উদ্দিন কাছিমী চাহাবৰ অনবদ্য অৱদান।
▪️যি গৰাকী ব্যক্তিয়ে অসমৰ ইছলামিক সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে অতি গোপনে।
🔹কিন্তু কোনেও নাজানে তেখেতৰ এই নীৰৱ সাধনাৰ কথা।

Want your business to be the top-listed Media Company in Hojai?
Click here to claim your Sponsored Listing.

Happy Rangali Bihu

সকলো লৈ বিহুৰ শুভকামনা জনালোঁ।।

Videos (show all)

Free eye treatment camp organized by ERS and Ambari Jatiya Vidyalaya .  Treatment of hundreds of patients.
Traditional food and its importance during the holy month of Ramadan.  Ramadan Mubarak.  Eid Mubarak
#GoodNews - - Free চকুৰ চিকিৎসা শিবিৰ।- আমবাৰী জাতীয় বিদ্যালয়ৰ উদ্যোগত।
In this Ramadan May Allah bless all of Us, Forgive us #ramadan2024 #ramadankareem #ramadhankareem2024
Pub Jaruni Khankahe Ahmodia , Hojai Assam. Islamic Video . Ramadan Mubarak. Ramadan news. Local News Update
বাংলা ইসলামিক গজল
Maulana Azad Higher Secondary School, Hojai celebrated its 30th anniversary. House-to-house recognition of those who con...
Easy way to stay healthy and strong.  Physical exercise and its benefits.
অতিৰিক্ত ইফতাৰি দিলে অপচয় হয় বেছি। Ramadan Mubarak . Sehrir Mubarak . Traditional iftari. Social Awareness . Food Cons...
14 Million View ! Heart Touching Viral Azaan | Bangladeshi beautiful Azaan | Viral Azaan | Islamic Video Trending | Azaa...
Moulana Abdul Kadir কোৰআনৰ ভুল ব্যাখ্যাৰ শাস্তি।।
Moulana Abdul Kadir কোৰআনৰ ভুল ব্যাখ্যাৰ শাস্তি।।

Category

Telephone

Address


Hojai
782445

Other Digital creator in Hojai (show all)
SK on Wheels SK on Wheels
Hojai, 782429

�——�——� �――――� ◥◣��◢◤ ◥◣◢◤ ◥◤ ��FB�� ��King�� ◢◣ ◢◤◥◣ ◢◤��◥◣ �————� �――�――�

Muslim Tv India Muslim Tv India
Hojai

I'm video reels

88pinkivlog 88pinkivlog
Hojai, 782442

𝑨𝒔𝒔𝒂𝒎𝒆𝒔𝒆 𝑩𝒍𝒐𝒈𝒈𝒆𝒓 𝒇𝒓𝒐𝒎 𝑯𝒐𝒋𝒂𝒊🙂𝑴𝒐𝒓𝒐𝒎 𝒅𝒊𝒃𝒂 𝒃𝒖𝒍𝒊 𝑨𝒙𝒂 𝒌𝒐𝒓𝒊𝒍𝒖

bodrul alom 01 bodrul alom 01
Hojai
Hojai

Assam saxe girls Assam saxe girls
Lanka
Hojai, 782446

beautiful Assamese girl

JUBER ASSAM 786 JUBER ASSAM 786
Marjag Pathar
Hojai, 782439

UniqueVlogg UniqueVlogg
Hojai
Hojai

I am harun

Aftar__00 Aftar__00
Hojai
Hojai, 782435

EditZ123 EditZ123
Jurapukhri
Hojai, 782442

I'm Ariyan

S jann S jann
Pub Jugijan Hojai
Hojai, 782429

hol Dosto es page apko facebook es paise kamane ke bare me bataunga...keep follow thank you

Basit Bhai Boss Basit Bhai Boss
Peer Bazar
Hojai, 782439

Instagram reels videos