Abdul Ahad Jalil

This is the Official page of Mr Abdul Ahad.

President of Students Production Force (Hojai District Committee) and the Journalist of Doorniti Dorpon (Newspaper)

04/01/2023
04/01/2023

জমিয়ত উলামাৰ সাধাৰণ সম্পাদক হজৰত মৌলানা মহম্মদ কলিম উদ্দিন চাহাব ডাঙৰীয়া ক শুভ আদৰণি

01/11/2022

📷 ফটো প্ৰতিযোগিতা 📷

নাম :-Salman Ahmed
ঠিকনা:- Pabijuri
মোবাইল নম্বৰ:-
প্ৰতিযোগি ক্ৰমিক নং:-227

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আপোনাৰ এখনি সুন্দৰ ফটো আমালৈ নাম আৰু ঠিকনাৰ সৈতে তলৰ নম্বৰত পঠিয়াব লাগিব ।

আমাৰ WhatsApp No - 9372416517
ফটো সমূহ 06 অক্টোবৰ তাৰিখৰ পৰা 07 নৱেম্বৰ তাৰিখৰ ভিতৰত পঠিয়াব লাগিব ।

নিয়মাৱলী :-

১. প্ৰতিযোগীসকলে সামাজিক সাজপাৰ পৰিধান কৰা ফটোহে পঠিয়াব পাৰিব ।

২. যিকোনো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব ।

৩. ফটোৰ লাইক, কমেন্ত আৰু শ্বেয়াৰৰ মানদণ্ডৰ ওপৰত পইন্ট দিয়া হব

১ লাইক = ১ পইণ্ট
১ কমেণ্ট =২ পইন্ট
১ শ্বেয়াৰ = ৪ পইণ্ট
এজনে এটাত কৈ অধিক শ্বেয়াৰ কমেণ্ট কৰিলে পইন্ট বাতিল কৰা হব।
৪. সৰ্বাধিক পইন্ট পোৱা ৪ গৰাকীক বিজয়ী ঘোষণা কৰা হব।
আমাৰ পুৰুষ্কাৰ

-(ক) লৰা-ছোৱালী উভয়ৰে পৰা দুজনকৈ মুঠ চাৰিগৰাকী প্ৰতিযোগীক বিজয়ী ঘোষণা কৰা হব।
(খ) যদি প্ৰতিযোগিতাত ছোৱালী নাথাকে তেন্তে চাৰিও জন লৰাৰ মাজৰে পৰা বিজয়ী ঘোষণা কৰা হব।

৫. বিজয়ী প্ৰতিযোগীক নিজৰ ঠিকনাত পুৰস্কাৰ পঠিওৱা হব ।

আমাৰ পেইজটো লাইক কৰিবৰ বাবে তলৰ লিংকটোত ক্লিক কৰক
#ফটোপ্ৰতিযোগিতা
https://www.facebook.com/JamunamukhLIVE
আমাৰ পুৰুষ্কাৰ সমূহ হল-

১ম বিজয়ী জনৰ ৩ মাহৰ মোবাইল ৰিচাৰ্জ(৭১৯) লগতে থাকিব এখন কিতাপ ( সাফল্য আপোনাৰ)

২য় বিজয়ী জনৰ ৩ মাহৰ মোবাইল ৰিচাৰ্জৰ (৬৬৬) লগতে থাকিব এখন উপন্যাস।

৩য় বিজয়ী জনৰ ১ মাহৰ মোবাইল ৰিচাৰ্জৰ (৪৯৯)লগতে থাকিব এখন ডায়েৰী।

8 নাম্বাৰ জনৰ থাকিব এটি উন্নতমানৰ পিঠ বেগ।

Photos from Student Protection Union - Assam's post 13/04/2022
12/04/2022

ছাত্ৰ সুৰক্ষা বাহিনী হোজাই জিলা সমিতি এই বিশেষ অনুষ্ঠান।

Photos from Abdul Ahad Jalil's post 11/04/2022

SLUG :- ছাত্ৰ সুৰক্ষা বাহিনীৰ সম্বৰ্ধনা অনুষ্ঠান।
ছাত্ৰ সুৰক্ষা বাহিনীৰ হোজাই জিলা সমিতিৰ সম্বৰ্ধনা অনুষ্ঠান। শিক্ষা লগতে সমাজিক
বিভিন্ন কাম কাজত জড়িত হৈ ৰাইজৰ সেৱা আগবঢ়োৱা ৫ জন আইনৰ শিক্ষাৰ্থীক সম্বৰ্ধনা। তেখেত সকলৰ সাৰ্বাংগীন ব্যক্তিত্বক সন্মান জনাই আয়োজন কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠান। হোজাই জিলা ছাত্ৰ সুৰক্ষা বাহিনীৰ মুখ্য সম্পাদক প্ৰিন্স ফাহিমৰ নেতৃত্বত আয়োজন কৰা হয় সম্বৰ্ধনা অনুষ্ঠান। একোখন কৈ ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰে শিক্ষাৰ্থী সকলকক।অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ সুৰক্ষা বাহিনী হোজাই জিলা সমিতিৰ সভাপতি আব্দুল আহাদ, মুখ্য সম্পাদক প্ৰিন্স ফাহিম, সাধাৰণ সম্পাদক আতাবুৰ ৰহমান, উপ সভাপতি অভিজিৎ বৰুৱা , উপ সভানেত্ৰী দিলনেৱাজ পাৰবিন চৌধুৰী আৰু শিক্ষা সম্পাদক নচিৰ আহমেদৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী সকল। অসম জাতীয় সেনাৰ অধীনত থকা ছাত্ৰ সুৰক্ষা বাহিনীৰ বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীৰ সেৱা আৰু সুৰক্ষা স্বাৰ্থত কাম কৰি আহিছে। সেয়েহে আজি ছাত্ৰ সুৰক্ষা বাহিনীৰ হোজাই জিলা সমিতিৰ তৰফৰ পৰা শিক্ষা লগতে সমাজৰ বিভিন্ন কাম কাজত জড়িত হৈ ৰাইজৰ সেৱা আগবঢ়োৱা ৫ জন শিক্ষাৰ্থীক সম্বৰ্ধনা দিয়া হয়। সম্বৰ্ধনা দিয়া ছাত্ৰ ছাত্ৰী ত্ৰুমে হৈছে নিখিল কুমাৰ মুন্দ্ৰা, ফাৰমিন বেগম, দেবযানী দাস অর্জুন বর্ধন আৰু আফছানা বেগম।
সম্বৰ্ধনা দিয়া লগতে তেখেত সকলৰ উজ্জ্বল ভবিষ্যত কামনা কৰে।

Want your public figure to be the top-listed Public Figure in Hojai?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Hojai
782435

Other Journalists in Hojai (show all)
Mr Sufian Mr Sufian
Doboka
Hojai, 782428

Saari umar bas aik hi sabaq yeed rakhen Rishtey or ibadat main neeyat saaf rakhen

Dr sukur Ali Dr sukur Ali
Hojai

See your self

ASSAM NE ASSAM NE
Hojai
Hojai, 782446

This Is My page

MR PRINCE FAHIM MR PRINCE FAHIM
Hojai, 782445

𝐀𝐜𝐭𝐢𝐯𝐢𝐬𝐭 - 𝐀𝐥𝐥 𝐀𝐬𝐬𝐚𝐦 𝐒𝐭𝐮𝐝𝐞𝐧𝐭𝐬' 𝐔𝐧𝐢𝐨𝐧.

Adarsha Jatiya Vidyalaya students club , Chowdhury Bazar Adarsha Jatiya Vidyalaya students club , Chowdhury Bazar
Hojai, 782439

The best among you are those who have the best manners and best character

its_rahim_official_07 its_rahim_official_07
Hojai, RAHIM

https://www.instagram.com/reel/Cf54RIijRZx/?igshid=YmMyMTA2M2Y=

YNA news YNA news
Hojai, 782435

HOJAI LIVE 24 is a comprehensive digital news platform conceived to deliver seamless news and information services, using video-centric and Web Portals.

Fast gaming Sonari assam Fast gaming Sonari assam
Doboka
Hojai, 782440

অসমৰ ৰাজনীতি axom r politics

Sundar Ali Blog Sundar Ali Blog
Pub Samarali
Hojai, 782439

Sundar Bangla

Abdul Gafur vlogs Abdul Gafur vlogs
Hojai

abdulgafur bloge

Reporter Pronab Sarma Reporter Pronab Sarma
New Market
Hojai, 782435

Ajhar ahmed Ajhar ahmed
Hojai

আজহাৰ আহমেদ