BORHAWAR LIVE, Hojai Videos

Videos by BORHAWAR LIVE in Hojai. সত্যৰ সদায় জয়। সঠিক বাতৰি প্ৰচাৰ কৰাৰ উদ্দেশ্যে আমাৰ এটি ক্ষুদ্ৰ চ্যানেল. Borhawar Live

হোজাই জিলাৰ ৰৌৱাৰপাৰ তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা/গাৰ নোম শিহৰি উঠা ঘটনা/ BORHAWAR LIVE @followers #Rowarparaccident

Click to enable sound Next

Other BORHAWAR LIVE videos

হোজাই জিলাৰ ৰৌৱাৰপাৰ তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা/গাৰ নোম শিহৰি উঠা ঘটনা/ BORHAWAR LIVE @followers #Rowarparaccident

আছুৰ প্ৰতিবাদৰ পিছত বিধায়ক উপস্থিত প্ৰতিবাদ স্থলিত। বিদেশত থকা বিধায়ক...
আছুৰ প্ৰতিবাদৰ পিছত বিধায়ক উপস্থিত প্ৰতিবাদ স্থলিত। বিদেশী বিধায়ক। বিধানসভাৰ দিন চমু চাপিছে ৰাইজ .. #Binnakandi #Ajmal #Election

মছজিদৰ ইমাম সকলে কোৰবানি নিদিয়াৰ কাৰণ আপুনি জানেনে?
মছজিদৰ ইমাম সকলে কোৰবানি নিদিয়াৰ কাৰণ আপুনি জানেনে?? BORHAWAR LIVE #eiduladha #bakraeid2024

দেৱস্থান বজাৰৰ কিছু দৃশ্য BORHAWAR LIVE কেমেৰাত ৰেকৰ্ড ...
দেৱস্থান বজাৰৰ কিছু দৃশ্য BORHAWAR LIVE কেমেৰাত ৰেকৰ্ড #Debosthanbazar #DebosthanoldMarket

পূব জাৰুনী হাই স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত খেলাধূলা।

চৰকাৰ গঠনৰ কুচকাৱাজ I.N.D.I.A মিত্ৰজোঁটৰ ! আশা এৰি দিয়া নাই I.N.D.I.A ই,নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে যোগাযোগ কৰিছে I.N.D.I.Aৰ কেইবাগৰাকীও নেতাই । যিকোনো মুহুৰ্ততে সলনি হ'ব নেকি চৰকাৰ গঠনৰ প্ৰেক্ষাপট?

বানপীড়িত লোক সকলক সহায় কৰক/9394100997

পবিত্ৰ জুম্মাৰ নামাজৰ বাবে চাৰমিনাৰত আহিছোঁ/

পবিত্ৰ জুম্মাৰ নামাজৰ বাবে চাৰমিনাৰত আহিছোঁ/

কিছুদিন পূৰ্বে এই কেচু ওৰফে ৰমজানে চাপৰৰ ৰঙামাটিস্থিত CBF ইটাৰ ভাটাত তিনি কয়লাৰ ব্যৱসায়ীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল । আকৌ সেই কেচু নামৰ গুণ্ডাজনে নিজৰ কিছু ভাড়াটিয়া গুণ্ডা বাহিনীৰ সহায়ত CBF ইটা ভাটাৰ স্বত্বধিকাৰী আজিজুল হকক হত্যা কৰাৰ বাবে চলায় চেষ্টা, তাৰে সমগ্ৰ ভিডিও বন্দী হয় মোবাইল কেমেৰাত ।

মোৰাঝাৰ আৰক্ষীৰ বৃহৎ সফলতা আঠজন কৈ যোৱাৰীক আটক।...
মোৰাঝাৰ আৰক্ষীৰ বৃহৎ সফলতা আঠজন কৈ যোৱাৰীক আটক।

NATIONAL COMPUTER চেন্টাৰৰ পৰা LIVE চাওঁক

NATIONAL COMPUTER চেন্টাৰৰ পৰা LIVE চাওঁক

দেশৰ প্ৰধান মন্ত্ৰী ৰাস্তাৰে গৈ থকা দৃশ্য(হায়দৰাবাদ) নৰেন্দ্ৰ মোদী @topfans ##pm #PMOIndia #narendramodi_primeminister

এইবাৰ আকৌ চৰ্চাৰ পাত্ৰ SAS INTERNATIONAL MODEL SCHOOL হোজাই জিলাৰ ভিতৰত উজলি উঠিছে ।

এখন ব্যক্তিগত বিদ্যালযয় জিলিকি উঠিছে আজি।

স্বাধীনতাৰ আগৰ এখন বিদ্যালয়ত এক ভাল পদক্ষেপ। অহা ২৫ আৰু২৬ মে' তাৰিখত শশ ছাত্ৰ-ছাত্ৰী একত্ৰিত হ'ব।

২ নং ধুবুৰীত লোক সভা সমষ্টিত এ,আই,ইউ ডি এফ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধেও ভোট নিদিবলৈ আহ্বান জেষ্ঠ কংগ্ৰেছ নেতা শ্বাহ আলম খানৰ।