BORHAWAR LIVE

সত্যৰ সদায় জয়। সঠিক বাতৰি প্ৰচাৰ কৰাৰ উদ্দেশ্যে আমাৰ এটি ক্ষুদ্ৰ চ্যানেল. Borhawar Live

28/06/2024

হোজাই জিলাৰ ৰৌৱাৰপাৰ তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা/গাৰ নোম শিহৰি উঠা ঘটনা/ BORHAWAR LIVE

25/06/2024

আছুৰ প্ৰতিবাদৰ পিছত বিধায়ক উপস্থিত প্ৰতিবাদ স্থলিত। বিদেশী বিধায়ক। বিধানসভাৰ দিন চমু চাপিছে ৰাইজ ..

17/06/2024

মছজিদৰ ইমাম সকলে কোৰবানি নিদিয়াৰ কাৰণ আপুনি জানেনে?? BORHAWAR LIVE

17/06/2024

ঈদ হৈছে আনন্দৰ উৎসৱ/যি আমাৰ মাজত ভাতৃত্ববোধৰ এনাজৰী ডাল জীয়াই ৰখাত সহায় কৰে
পবিত্ৰ ঈদুল আজহাৰ হিয়া ভৰা ওলগ অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছো।
এই পবিত্ৰ ঈদে আমাৰ মাজলৈ বৈ আনক সুখ শান্তি আৰু সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই আনক জীৱনত চিৰ শান্তি। আৰু হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িকতা আতৰাই দিয়ক এই পবিত্ৰ ঈদে। আমি সকলো হাতে হাত ধৰি আগুৱাই যোৱাৰ বতৰা প্ৰেৰণ কৰে যেন এই পবিত্ৰ ঈদে 🤲🤲🤲🤲
BORHAWAR LIVE

17/06/2024
Photos from BORHAWAR LIVE's post 15/06/2024

বিক্ৰীৰ বাবে একদম 18,000লাগিব আৰু এটা কথা মাথো RCখন আছে গাড়ীৰ / Good Condition/for sale last rate 18,000 WhatsApp Now +91 99676 98109 /9394100997 Let's chat on WhatsApp! It's a fast, simple, and secure app we can use to message and call each other for free. Get it at https://whatsapp.com/dl/

15/06/2024

দেৱস্থান বজাৰৰ কিছু দৃশ্য BORHAWAR LIVE কেমেৰাত ৰেকৰ্ড

13/06/2024

পূব জাৰুনী হাই স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত খেলাধূলা।

05/06/2024

চৰকাৰ গঠনৰ কুচকাৱাজ I.N.D.I.A মিত্ৰজোঁটৰ ! আশা এৰি দিয়া নাই I.N.D.I.A ই,নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে যোগাযোগ কৰিছে I.N.D.I.Aৰ কেইবাগৰাকীও নেতাই । যিকোনো মুহুৰ্ততে সলনি হ'ব নেকি চৰকাৰ গঠনৰ প্ৰেক্ষাপট?

05/06/2024

দেশৰ প্ৰধান মন্ত্ৰী আপোনালোকে কাক বিচাৰে?? (১)ৰাহুল গান্ধী (২)নিতীশ কুমাৰ (৩) নৰেন্দ্ৰ মোদী

04/06/2024

এই চকী খনত বহিব কোন জনাওক আপোনাৰ মতামত?? ৰাহুল গান্ধী (Congress) নৰেন্দ্ৰ মোদী (NDA)BJP

31/05/2024

বানপীড়িত লোক সকলক সহায় কৰক/9394100997

29/05/2024

যমুনা নদীৰ পানীত ডুব গৈছে দেৱস্থান আৰু কাৰ্বি আংলং সংযোগী দলং/গৰাখহনীয়াই লৈ গ'ল দলং/ BORHAWAR LIVE

24/05/2024

পবিত্ৰ জুম্মাৰ নামাজৰ বাবে চাৰমিনাৰত আহিছোঁ/

16/05/2024

কিছুদিন পূৰ্বে এই কেচু ওৰফে ৰমজানে চাপৰৰ ৰঙামাটিস্থিত CBF ইটাৰ ভাটাত তিনি কয়লাৰ ব্যৱসায়ীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল ।

আকৌ সেই কেচু নামৰ গুণ্ডাজনে নিজৰ কিছু ভাড়াটিয়া গুণ্ডা বাহিনীৰ সহায়ত CBF ইটা ভাটাৰ স্বত্বধিকাৰী আজিজুল হকক হত্যা কৰাৰ বাবে চলায় চেষ্টা,
তাৰে সমগ্ৰ ভিডিও বন্দী হয় মোবাইল কেমেৰাত ।

13/05/2024

হায়দৰাবাদৰ চাৰমিনাৰ/চাওঁক এক মনোমোহা দৃশ্য/

12/05/2024

মোৰাঝাৰ আৰক্ষীৰ বৃহৎ সফলতা আঠজন কৈ যোৱাৰীক আটক।

12/05/2024

NATIONAL COMPUTER চেন্টাৰৰ পৰা LIVE চাওঁক

09/05/2024

এইবাৰ আকৌ চৰ্চাৰ পাত্ৰ SAS INTERNATIONAL MODEL SCHOOL হোজাই জিলাৰ ভিতৰত উজলি উঠিছে ।

09/05/2024

এখন ব্যক্তিগত বিদ্যালযয় জিলিকি উঠিছে আজি।

09/05/2024

এইবাৰ আকৌ উজলি উঠিছে SAS INTERNATIONAL MODEL SCHOOL
বিজ্ঞান শাখাত ৯১% শতাংশ সৰ্বোচ্চ নম্বৰ। লগতে ৬ জনে Star নম্বৰ পাই উত্তীৰ্ণ হয়। মুঠ অবতীৰ্ণ ৯০ ইয়াৰ ভিতৰত ৩৮ জনে প্ৰথম স্থান দখল কৰি হোজাই জিলাৰ ভিতৰত উজলি উঠিছে (SIMS)
CONGRATULATIONS 🎉🎊 OUR HS STUDENTS.

07/05/2024

স্বাধীনতাৰ আগৰ এখন বিদ্যালয়ত এক ভাল পদক্ষেপ। অহা ২৫ আৰু২৬ মে' তাৰিখত শশ ছাত্ৰ-ছাত্ৰী একত্ৰিত হ'ব।

04/05/2024

মাত্ৰ ১০০ টকাত হ'ব পাৰে আপুনিও এখন বিলাসী বাহনৰ গৰাকী এতিয়াই অনলাইন টিকট লওঁক: 8822344863

03/05/2024

২ নং ধুবুৰীত লোক সভা সমষ্টিত এ,আই,ইউ ডি এফ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধেও ভোট নিদিবলৈ আহ্বান জেষ্ঠ কংগ্ৰেছ নেতা শ্বাহ আলম খানৰ।

Want your business to be the top-listed Media Company in Hojai?
Click here to claim your Sponsored Listing.

Videos (show all)

হোজাই জিলাৰ ৰৌৱাৰপাৰ তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা/গাৰ নোম শিহৰি উঠা ঘটনা/ BORHAWAR LIVE @followers #Rowarparaccident
আছুৰ প্ৰতিবাদৰ পিছত বিধায়ক উপস্থিত প্ৰতিবাদ স্থলিত। বিদেশত থকা বিধায়ক...
মছজিদৰ ইমাম সকলে কোৰবানি নিদিয়াৰ কাৰণ আপুনি জানেনে?
দেৱস্থান বজাৰৰ কিছু দৃশ্য BORHAWAR LIVE কেমেৰাত ৰেকৰ্ড ...
পূব জাৰুনী হাই স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত খেলাধূলা।
চৰকাৰ গঠনৰ কুচকাৱাজ I.N.D.I.A মিত্ৰজোঁটৰ ! আশা এৰি দিয়া নাই I.N.D.I.A ই,নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে যোগাযোগ ক...
বানপীড়িত লোক সকলক সহায় কৰক/9394100997
পবিত্ৰ জুম্মাৰ নামাজৰ বাবে চাৰমিনাৰত আহিছোঁ/
পবিত্ৰ জুম্মাৰ নামাজৰ বাবে চাৰমিনাৰত আহিছোঁ/
কিছুদিন পূৰ্বে এই কেচু ওৰফে ৰমজানে চাপৰৰ ৰঙামাটিস্থিত CBF ইটাৰ ভাটাত তিনি কয়লাৰ ব্যৱসায়ীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল ...
মোৰাঝাৰ আৰক্ষীৰ বৃহৎ সফলতা আঠজন কৈ যোৱাৰীক আটক।...

Telephone

Website

Address


Hojai

Other Media/News Companies in Hojai (show all)
Az News point Az News point
Hojai, 782435

স্বাগতম জনাইছোঁ আপোনাক "AZ News Point" লৈ। আমাৰ Channel টো এবাৰ visit কৰিব আৰু চাব, Follow কৰিব l

HOJAI LIVE HOJAI LIVE
Hojai

new video uploaded

ASSAM TIME 24 ASSAM TIME 24
Changmaji
Hojai, 782440

সোতৰ বিপৰীতে ৰাইজৰ স্বার্থত সদায় আমি আগত

Joynagar LIVE Joynagar LIVE
Hojai
Hojai

NO NEWS ONLY VIEWS

B LIVE ASSAM 24×7 B LIVE ASSAM 24×7
Doboka
Hojai

সৎ‌ পথ সৎ চিন্তা লৈ ৰাইজৰ কাষত B LIVE ASSAM 24X7

Hojai Assam News Live Hojai Assam News Live
Time's Hojai
Hojai, TIME'SHOJAI

Time's Hojai

Green Assam Blog Green Assam Blog
Pub Jaruni Doboka
Hojai, 782440

The prime platform where you can find everything what you need to know. It's a continuous process.

Sylheti News Assam Sylheti News Assam
Chowdhury Bazar
Hojai, 782439

ঘটনাৰ লগে লগে খবৰ পাইবেন। (Sylheti News Assam)

North East Media North East Media
Hojai
Hojai, 782435

we always give you true information

Faltu tv 24 Faltu tv 24
Hatikhali Hojai
Hojai, 8011337845

Faltu tv 24

Jamal uddin vlogs Jamal uddin vlogs
Hojai

Please follow me

Islamic Multi Media Hojai Islamic Multi Media Hojai
Hojai
Hojai, HOJAI

Islamic Multi Media Hojai