TIMES Doboka, Hojai Videos

Videos by TIMES Doboka in Hojai. We will be looking for neutrals

TIMES Doboka

কি সুন্দৰ কণমাণিৰ প্ৰতিভা ।

Click to enable sound Next

Other TIMES Doboka videos

TIMES Doboka
কি সুন্দৰ কণমাণিৰ প্ৰতিভা ।

অন্ন সেৱা সপ্তাহৰ দিন সলনি ।
জানি লওঁক এতিয়াৰে পৰা প্ৰতিমাহে ১-১০ তাৰিখলৈ উপলব্ধ হ'ব অন্ন সেৱাৰ সুবিধা।

কণমাণিৰ প্ৰতিভা - - -

এক আচৰিত বিৱাহ ।
এক আচৰিত বিৱাহ । মন্ত্ৰী আহে এই বিৱাহত,টম টমত নিব দশগৰাকী দৰা-কইনা ।

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ অভিযন্তাসহ Computer Assistent ।
হোজাইত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ অভিযন্তাসহ Computer Assistent । উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ অভিযন্তাসহ Computer Assistent ।

এতিয়াৰে পৰা বিমান আশা এৰি দিয়ক আপুনি ।
এতিয়াৰে পৰা বিমান আশা এৰি দিয়ক আপুনি । কম সময়ত কৰিব নোৱাৰিব দীঘলীয়া যাত্ৰা ।

ঔ এইটো কি ট্ৰেইন নে গাড়ী ।
ঔ এইটো কি ট্ৰেইন নে গাড়ী । ইয়া মই কেতিয়াও দেখা নাই কি আচৰিত ।

চালান নথকা ডাম্পাৰ জব্দ কৰিছে বন বিভাগে ।
চালান নথকা ডাম্পাৰ জব্দ কৰিছে বন বিভাগে । অব্যাহত ৰাখিছে তদন্ত ।

এই কথা কোনে সমৰ্থন কৰিব শুক্কুৰ আলীক ।
ছোৱালী পলায় নাযায়, বোৱাৰী পলায় যায় । এই কথা কোনে সমৰ্থন কৰিব শুক্কুৰ আলীক ।

হোজাই আৰক্ষীয়ে ৫ জনকৈ গভাইট চুৰৰ গেং আটক ।
হোজাই আৰক্ষীয়ে ৫ জনকৈ গভাইট চুৰৰ গেং আটক । হোজাই আৰক্ষীৰ বৃহৎ সফলতা ।

আজমলৰ এনে কামে ভাল লাগিব আপোনাৰ ।
আজমলৰ এনে কামে ভাল লাগিব আপোনাৰ । ওমানৰ পৰা উদ্ধাৰ কৰি আনিলে মহিলাক ।

কি কলে' কতকাতাৰ পৰা আহি ।
কিতামত'ৰ দিন কি হব ভাৱিছে নে ? অৱহেলা নকৰি জানক সকলো কথা । কি কলে' কতকাতাৰ পৰা আহি । #bangala #kolkata #kolkatawaz

আমি ৰাজনৈতিক কৰা মানুহ নিৰ্বাচন খেলিমেই ।
আমি ৰাজনৈতিক কৰা মানুহ নিৰ্বাচন খেলিমেই । মুখ্যমন্ত্ৰীয়ে কৈছে দুৰ্নীতি বন্ধ কৰিছো কিন্তু এতিয়াও বন্ধ হোৱা নাই দুৰ্নীতি ।

এই পৃথিৱীত আৰু নাই জামিনা বেগম ।
এই পৃথিৱীত আৰু নাই জামিনা বেগম । আচলতে কি হৈছিল পোহৰলৈ আহিব লাহে-লাহে ।

মুখ্যমন্ত্ৰীক উচিত তদন্তৰ দাবী একাংশ মহিলাৰ ।
মুখ্যমন্ত্ৰীক উচিত তদন্তৰ দাবী একাংশ মহিলাৰ । ঋণ পৰিষোণ কৰিব পৰা নাই এই সকল লোকে ।

মহাত্মা গান্ধীৰ হত্যাকাৰীৰ মতে কংগ্ৰেছ দল পৰিচালিত নহয় ৷
মহাত্মা গান্ধীৰ হত্যাকাৰীৰ মতে কংগ্ৰেছ দল পৰিচালিত নহয় ৷ যিসকলে নাতুৰাম গডছেক পূজা কৰে সেই সকলৰ কথাত গুৰুত্ব নিদিয়ে কংগ্ৰেছে ৷

এক আকৰ্ষণীয় বেটমিণ্টন খেল । যিখন খেল উপভুগ কৰিবলৈ আহিছে শ-শ লোক ।
এক আকৰ্ষণীয় বেটমিণ্টন খেল । যিখন খেল উপভুগ কৰিবলৈ আহিছে শ-শ লোক ।

ডবকা বাসীৰ বাবে ভাল খবৰ ।
ডবকা বাসীৰ বাবে ভাল খবৰ । ডবকাত মুকলি কৰা হৈছে কে,পি অট'মোৱাইলচ্‌ ।

ক্ৰিকেট দলৰ বিজৰ লক্ষ্যৰে মহান আল্লাহৰ ওচৰ দোৱা ।
ক্ৰিকেট দলৰ বিজৰ লক্ষ্যৰে মহান আল্লাহৰ ওচৰ দোৱা । এখন মাদ্ৰাছাত লৈছে এই সিদ্ধান্ত ।

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ সফল অভিযান ৷
হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ সফল অভিযান ৷ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ বাইক চুৰি চক্ৰৰ তিনি সদস্য ৷

বাইক আৰোহীক খুন্দিয়াই পলায়ন কৰে এল্ট চালক ।
বাইক আৰোহীক খুন্দিয়াই পলায়ন কৰে এল্ট চালক । ডবকাত এই ঘটনা ।

অত্যাধুনিক পদ্ধতিৰে পাঠদান কৰিব শিক্ষক-শিক্ষয়েত্ৰীয়ে ।
অত্যাধুনিক পদ্ধতিৰে পাঠদান কৰিব শিক্ষক-শিক্ষয়েত্ৰীয়ে । পঞ্চম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীক বাধ্যতামূলক কৰা হব কম্পিউটাৰ শিক্ষা ।

কাজিৰঙাত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব ভুপেন বৰা ।
ডবকাত কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ মন্তব্য - মই কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ হোজাইৰ ৰাইজে বিচাৰিছে । কাজিৰঙাত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব ভুপেন বৰা ।

TIMES Doboka
ইচ্ছুক খেলুৱৈ সকল আঁহক ।

আজমলক কিছুমান কামৰ বাবে ভাল পাব লাগিব আপুনি ।
আজমলক কিছুমান কামৰ বাবে ভাল পাব লাগিব আপুনি । দৃশ্যটো চাওঁক কি সুন্দৰ ।

কি মজা কণমাণিৰ কণ্ঠ - - -
কি মজা কণমাণিৰ কণ্ঠ - - -

কাৰ্টনে-কাৰ্টনে অৰুণাচলী সুৰা জব্দ কৰে আৰক্ষীয়ে ।
কাৰ্টনে-কাৰ্টনে অৰুণাচলী সুৰা জব্দ কৰে আৰক্ষীয়ে । আটক তিনিজনকৈ লোক ।

চাইকেল উপহাৰ দিয়াত চকুপানী পেলাইছে এগৰাকী সাংবাদিকে ।
চাইকেল উপহাৰ দিয়াত চকুপানী পেলাইছে এগৰাকী সাংবাদিকে । কাৰণ জানিলে দুখ প্ৰকাশ কৰিব ।