TIMES Doboka

We will be looking for neutrals

24/11/2023

কি সুন্দৰ কণমাণিৰ প্ৰতিভা ।

23/11/2023

জানি লওঁক এতিয়াৰে পৰা প্ৰতিমাহে ১-১০ তাৰিখলৈ উপলব্ধ হ'ব অন্ন সেৱাৰ সুবিধা।

23/11/2023

এক আচৰিত বিৱাহ । মন্ত্ৰী আহে এই বিৱাহত,টম টমত নিব দশগৰাকী দৰা-কইনা ।

23/11/2023

হোজাইত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ অভিযন্তাসহ Computer Assistent । উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ অভিযন্তাসহ Computer Assistent ।

22/11/2023

এতিয়াৰে পৰা বিমান আশা এৰি দিয়ক আপুনি । কম সময়ত কৰিব নোৱাৰিব দীঘলীয়া যাত্ৰা ।

22/11/2023

ঔ এইটো কি ট্ৰেইন নে গাড়ী । ইয়া মই কেতিয়াও দেখা নাই কি আচৰিত ।

22/11/2023

গৰুৰ কথা মনত পেলাই আবেগিক মহিলা । সন্তানৰ দৰে মৰম কৰিছিল গৰুক ।

22/11/2023

চালান নথকা ডাম্পাৰ জব্দ কৰিছে বন বিভাগে । অব্যাহত ৰাখিছে তদন্ত ।

21/11/2023

ছোৱালী পলায় নাযায়, বোৱাৰী পলায় যায় । এই কথা কোনে সমৰ্থন কৰিব শুক্কুৰ আলীক ।

21/11/2023

হোজাই আৰক্ষীয়ে ৫ জনকৈ গভাইট চুৰৰ গেং আটক । হোজাই আৰক্ষীৰ বৃহৎ সফলতা ।

21/11/2023

আজমলৰ এনে কামে ভাল লাগিব আপোনাৰ । ওমানৰ পৰা উদ্ধাৰ কৰি আনিলে মহিলাক ।

20/11/2023

কিতামত'ৰ দিন কি হব ভাৱিছে নে ? অৱহেলা নকৰি জানক সকলো কথা । কি কলে' কতকাতাৰ পৰা আহি ।

20/11/2023

আমি ৰাজনৈতিক কৰা মানুহ নিৰ্বাচন খেলিমেই । মুখ্যমন্ত্ৰীয়ে কৈছে দুৰ্নীতি বন্ধ কৰিছো কিন্তু এতিয়াও বন্ধ হোৱা নাই দুৰ্নীতি ।

20/11/2023

এই পৃথিৱীত আৰু নাই জামিনা বেগম । আচলতে কি হৈছিল পোহৰলৈ আহিব লাহে-লাহে ।

20/11/2023

মুখ্যমন্ত্ৰীক উচিত তদন্তৰ দাবী একাংশ মহিলাৰ । ঋণ পৰিষোণ কৰিব পৰা নাই এই সকল লোকে ।

19/11/2023

মহাত্মা গান্ধীৰ হত্যাকাৰীৰ মতে কংগ্ৰেছ দল পৰিচালিত নহয় ৷ যিসকলে নাতুৰাম গডছেক পূজা কৰে সেই সকলৰ কথাত গুৰুত্ব নিদিয়ে কংগ্ৰেছে ৷

19/11/2023

কাৰ্য্যালয় মুকলি

আজি(19/11/2023)হোজাই জিলাৰ ডবকাস্থিত হাজী আনফৰ আলী মহাবিদ্যাল'ৰ Alumni Associationৰ মুখ্য কাৰ্য্যালয় আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

উল্লেখিত অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয় প্ৰাংগনৰ শৈক্ষিক পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি কিছু পদক্ষেপ হাতত লোৱা হয়।

19/11/2023

এক আকৰ্ষণীয় বেটমিণ্টন খেল । যিখন খেল উপভুগ কৰিবলৈ আহিছে শ-শ লোক ।

19/11/2023

ডবকা বাসীৰ বাবে ভাল খবৰ । ডবকাত মুকলি কৰা হৈছে কে,পি অট'মোৱাইলচ্‌ ।

19/11/2023

ক্ৰিকেট দলৰ বিজৰ লক্ষ্যৰে মহান আল্লাহৰ ওচৰ দোৱা । এখন মাদ্ৰাছাত লৈছে এই সিদ্ধান্ত ।

18/11/2023

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ সফল অভিযান ৷ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ বাইক চুৰি চক্ৰৰ তিনি সদস্য ৷

18/11/2023

বাইক আৰোহীক খুন্দিয়াই পলায়ন কৰে এল্ট চালক । ডবকাত এই ঘটনা ।

18/11/2023

অত্যাধুনিক পদ্ধতিৰে পাঠদান কৰিব শিক্ষক-শিক্ষয়েত্ৰীয়ে । পঞ্চম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীক বাধ্যতামূলক কৰা হব কম্পিউটাৰ শিক্ষা ।

18/11/2023

ডবকাত কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ মন্তব্য - মই কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ হোজাইৰ ৰাইজে বিচাৰিছে । কাজিৰঙাত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব ভুপেন বৰা ।

18/11/2023

ইচ্ছুক খেলুৱৈ সকল আঁহক ।

17/11/2023

আজমলক কিছুমান কামৰ বাবে ভাল পাব লাগিব আপুনি । দৃশ্যটো চাওঁক কি সুন্দৰ ।

17/11/2023

কি মজা কণমাণিৰ কণ্ঠ - - -

17/11/2023

কাৰ্টনে-কাৰ্টনে অৰুণাচলী সুৰা জব্দ কৰে আৰক্ষীয়ে । আটক তিনিজনকৈ লোক ।

17/11/2023

চাইকেল উপহাৰ দিয়াত চকুপানী পেলাইছে এগৰাকী সাংবাদিকে । কাৰণ জানিলে দুখ প্ৰকাশ কৰিব ।

17/11/2023

শুকবাৰীয়া দিনত পিতৃহাৰা নবীৰ এটি দুখ লগা গজল । আবেগিক কৰি পেলাৱ সকলোকে ।

16/11/2023

হোজাই জিলা সাহিত্য সভাৰ অন্যতম স্বৰ্ণ শাখা যমুনাপৰীয়া সাহিত্য সভাৰ ব্যৱস্থাপনাত মোৰাঝাৰৰ পদুমনি জাতীয় বিদ্যালয় প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে জিলা ভিত্তিত শিশু সকলৰ মাজত বিভিন্ন প্ৰতিভামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়৷

16/11/2023
16/11/2023

ক্লান্তি বিহীন যাত্রাৰ প্ৰতিজন সৈনিকলৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনাইছোঁ---

16/11/2023

ডবকাত পথ দুৰ্ঘটনা । আহত ৯ জনকৈ লোক । আটাই কেইজন ভৰ্তি হৈ আছে হাম হস্পিতালত ।

15/11/2023

কি মজাৰ গজল - - -

15/11/2023

বাল্য বিৱাহ,বহু বিৱাহ,ড্ৰাগছ্‌,মদ আৰু গাঞ্জাৰ সজাগতা সভা । উপস্থিত থাকে BJP বিধায়ক ।

14/11/2023

নিউজ চেনেলৰ নাম বিশ্বজিৎ এফ.বি পেজ । মালিকৰ নাম বিশ্বজিৎ বিশ্বাস । মহিলাৰ ঘৰত সোমাই কৰে লাইভ টেলিকাষ্ট ।

14/11/2023

গৰম হৈ পৰিছে ড্ৰাগছ্‌ আসক্ত লোকৰ বিৰুদ্ধে

14/11/2023

আৰক্ষী বিষয়াই কি কয় ড্ৰাগছ্‌ৰ কথা

14/11/2023

ড্ৰাগছ্‌,বাল্য বিৱাহ আৰু বহু বিৱাহৰ বিৰুদ্ধে বিধায়কৰ মন্তব্য

Want your business to be the top-listed Media Company in Hojai?
Click here to claim your Sponsored Listing.

Videos (show all)

TIMES Doboka
অন্ন সেৱা সপ্তাহৰ দিন সলনি ।
কণমাণিৰ প্ৰতিভা - - -
এক আচৰিত বিৱাহ ।
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ অভিযন্তাসহ Computer Assistent  ।
এতিয়াৰে পৰা বিমান আশা এৰি দিয়ক আপুনি ।
ঔ এইটো কি ট্ৰেইন নে গাড়ী ।
চালান নথকা ডাম্পাৰ জব্দ কৰিছে বন বিভাগে ।
এই কথা কোনে সমৰ্থন কৰিব শুক্কুৰ আলীক ।
হোজাই আৰক্ষীয়ে ৫ জনকৈ গভাইট চুৰৰ গেং আটক ।

Telephone

Website

Address


Hojai

Other Media/News Companies in Hojai (show all)
Az News point Az News point
Hojai, 782435

স্বাগতম জনাইছোঁ আপোনাক "AZ News Point" লৈ। আমাৰ Channel টো এবাৰ visit কৰিব আৰু চাব, Follow কৰিব l

HOJAI LIVE HOJAI LIVE
Hojai

new video uploaded

ASSAM TIME 24 ASSAM TIME 24
Changmaji
Hojai, 782440

সোতৰ বিপৰীতে ৰাইজৰ স্বার্থত সদায় আমি আগত

Joynagar LIVE Joynagar LIVE
Hojai
Hojai

NO NEWS ONLY VIEWS

B LIVE ASSAM 24×7 B LIVE ASSAM 24×7
Doboka
Hojai

সৎ‌ পথ সৎ চিন্তা লৈ ৰাইজৰ কাষত B LIVE ASSAM 24X7

Hojai Assam News Live Hojai Assam News Live
Time's Hojai
Hojai, TIME'SHOJAI

Time's Hojai

Green Assam Blog Green Assam Blog
Pub Jaruni Doboka
Hojai, 782440

The prime platform where you can find everything what you need to know. It's a continuous process.

Sylheti News Assam Sylheti News Assam
Chowdhury Bazar
Hojai, 782439

ঘটনাৰ লগে লগে খবৰ পাইবেন। (Sylheti News Assam)

North East Media North East Media
Hojai
Hojai, 782435

we always give you true information

Faltu tv 24 Faltu tv 24
Hatikhali Hojai
Hojai, 8011337845

Faltu tv 24

Jamal uddin vlogs Jamal uddin vlogs
Hojai

Please follow me

Islamic Multi Media Hojai Islamic Multi Media Hojai
Hojai
Hojai, HOJAI

Islamic Multi Media Hojai