Azmir Network

ইছলামিক সকলো ধৰণৰ আপডেট পাবলৈ পেজ টো Follow কৰি ৰাখিব। ধন্যবাদ,

04/04/2024

🌙
─༅༎ৰমজান মাহ কেনে চলি আছে আপোনাৰ?🌺💚

17/03/2024

#মঙলদৈত কে’বাটাও ইছলামিক সংস্থাৰ বৈঠক, ২০২৪ বৰ্ষৰ ৰমজানৰ ফিৎৰা ৭২ টকা ঘোষণা।

25/02/2024

আছতাগফিৰুল্লাহ!
আহলে হাদিছ সকলে কি কয়? শ্ববে বৰাতৰ ৰাতি মছজিদত নকটাই বেশ্যাখানাত যদি কটায় ভাল হ’লহেঁতেন! তৌবাতৌবা!
এই আহলে হাদিছ সকলৰ আকিদা কিমান বেয়া ভিডিঅ'টো চালেই গম পোৱা যায়।

22/02/2024

"আলহামদুলিল্লাহ!
সন্মানৰ মালিক একমাত্ৰ আল্লাহ,আজি মোডাছা কোৰ্টৰ পৰা মুফতি ছলমান আজহাৰী চাহাবৰ জামিন মঞ্জুৰ কৰা হৈছে।

لبیــــــــــــک یَارَسُـــوْل ﷲﷺ🙌

16/02/2024

যে সব বক্তা ওয়াজের নামে ভূয়া কিচ্চা কাহিনী শোনায় তাদের কে কি বললেন?
📌 মাওলানা আজিবুর রহমান হাসানী।

15/02/2024

বর্তমান ওয়াজ মাহফিলের পরিস্থিতি নিয়ে মুফতি অলিউদ্দীন মিসবাহীর ওয়াজ।

07/02/2024

মুফতি ছলমান আজহাৰী চাহাবক জুনাগড়ৰ আদালতে জামিন প্ৰদান কৰিছে যদিও কুচত আন এক FIR পঞ্জীয়ন কৰা হৈছে গতিকে তেওঁ কুচ আৰক্ষীৰ জিম্মাত থাকিব আৰু কাইলৈ কুচ্চৰ আদালতত হাজিৰ হ’ব।
সকলোৱে মুফতি চাহাবৰ কাৰণে দোৱা কৰিব।

06/02/2024

মুফতি ছলমান আজহাৰীক জুনাগড় আদালতে ১০ দিনৰ পুলিচ ৰিমাণ্ডত প্ৰেৰণ কৰে।
সকলোৱে মুফতি চাহেবৰ মুক্তিৰ বাবে দোৱা কৰিব।

Photos from Azmir Network's post 05/02/2024

অসমৰ এটা ফটোৱা নিউজ প'ৰ্টেলে অলপ সময় আগতে এটা নিউজ প্ৰচাৰ কৰিলে যত নেকি কোৱা হৈছে হিন্দু সম্প্ৰদায়ক কুকুৰৰ সৈতে তুলনা কৰাৰ অভিযোগত মুফতি ছালমান আজহাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
কিন্তু সেই ভিডিঅ'ৰ ফুটেজ খিনি দেখোৱাৰ সৎসাহস নহ'ল কাৰণ মুফতি ছাহাবে কোনো সম্প্ৰদায়ৰ নাম উল্লেখ কৰাই নাছিল।
এই নিউজ প'ৰ্টেলেবোৰে ভুৱা নিউজ প্ৰচাৰ কৰি হিন্দু মুছলমানৰ মাজত এটা বিভ্ৰান্ত মূলক পৰিবেশ সৃষ্টি কৰাৰ চেষ্টা কৰি আছে।

👉 সকলোৱে এইবোৰ নিউজ চেনেল Boycott কৰা প্ৰয়োজন।

04/02/2024

পির কে তিন তালাক কেনো দিতে বললেন, মাওলানা মাজম আলী সিরাজী।

02/02/2024

কোরআনুল কারীমের মর্যাদা সম্পর্কে ওয়াজ করলেন,
হাফিজ ফাইজুদ্দীন আহমেদ।

20/01/2024

অসমৰ বিতৰ্কিত মৌলৱী মুস্তাফা কামালে
জয় শ্ৰী*ৰা*ম ধ্বনিক কেন্দ্ৰ কৰি মুছলমান সমাজত যি এটা বিভ্ৰান্ত (কুফৰী) মন্তব্য দিছিলে, সেই বিষয় টো লৈ অসমৰ মৌলানা Muzammil Hussain Alimi চাহাবে, মোস্তাফা কামালৰ শিক্ষক আৰু Al-Jamiatul Ashrafia Arabic University (উত্তৰ প্ৰদেশ) ৰ Principal মুফতি বদৰে আলম মিছবাহী চাহাবক অৱগত কৰে,
মুফতি বদৰে আলম মিছবাহী চাহাব কৈ যে, যিয়ে কুফৰীত লিপ্ত হ'ব, তেওঁ জামিয়া আশ্ৰফিয়াৰ পৰা ডিগ্ৰী লাভ কৰক বা আন কোনো মাদ্ৰাছাৰ পৰাই হওক, তেওঁৰ বিৰুদ্ধে কুফৰীৰ ফতোৱা জাৰি কৰা হ’ব। এই বিষয়ক লৈ আপোনালোকে বেৰেলী শ্বৰীফ আৰু আমাৰ মাদ্ৰাছা জামিয়া আশ্ৰফিয়া ৰ পৰা ফতোৱা লৈ ৰাইজক জনাওক। শ্বৰীয়তৰ ৰায় প্ৰকাশ কৰক। ইয়াত মোৰ কোনো ভূমিকা নাই। মুফতীসকলৰ পৰামৰ্শ লওক। কাকো ৰক্ষা কৰাৰ মোৰ কোনো আগ্ৰহ নাই।

13/01/2024

SYS and SSF Program Kadanga

12/01/2024

শামীম রেজা কাদেরী বাংলাদেশ, জিকির সামা।

07/01/2024

আজাহৰীয়ে জানে মোৰ সভাত এই দুজনৰ বাদে আৰু মানুহ নাহে । তেওঁ এইটো ভালকৈ জানে মোৰ শিক্ষাৰ অভিজ্ঞতা এই দুজনে হে বুজিব। কাৰণ তাৰ যিটো কৰ্মৰ পৰিচয় সমাজৰ আগত দিছে। আজিৰ সভাত উপস্থিত হোৱা দুজন ব্যক্তি হল এজন আয়ুব আলি শৰ্মা নাস্তিক আৰু এজন ব্যক্তি যি জনক হিন্দু সমাজে বৰ্জন কৰা ব্যক্তি কুটুম বৰা। আহজাৰী আজিহে আপুনি আমাৰ মানুহক দেখুৱাই দিলে যিটো কামত কুটুম বৰাই ইমান দিনে কষ্ট কৰি কৰি পলাই পলাই থাকি আমাৰ মানুহৰ মুখেৰে ওলাব পৰা নাই ...........এই শব্দ এই ধ্বনি আজি আপুনি নিজকে নিজে প্ৰমাণ কৰি দিলে আপুনি local Ahjari । আজিৰ সভাৰ পৰা বুজিব পাৰিচো আপুনি সচাই মিশৰত শিক্ষা লাভ কৰা নাই । আপোনাৰ সৰ্গীয়া দেউতা ই নিজৰ মুৰিদান সকলক লৈ ধৰ্মীয় জ্ঞানৰ বিষয়ে জ্ঞান দিছিল। আৰু আপুনি আজি............ । আৰু বেছিকৈ নকওঁ খালি এটা দুৱা কৰোঁ আল্লাহ আপোনাক হেদায়াত কৰক ।আমিন

05/01/2024

বাংলাদেশী মৌলানাৰ অসমত ওৱাজ মেহফিল!
শামীম ৰেজা কাদেৰী, বাংলাদেশ।
মেহফিল: ধূলা,দৰং, অসম।

02/01/2024

ডেকে নাও রাসূলুল্লাহ সাঃ র‌ওজা পাকের কিনারে!
📌 গজল: মুফতি অলিউদ্দীন মিসবাহী।

02/01/2024

Sticker কমেন্টৰ প্ৰয়োজন সকলোৱে বেছি বেছিকৈ Sticker কমেন্ট কৰিবচোন।🙏

02/01/2024

আল্লাহর রাসূল সাঃ এবং হজরত খাদিজাতুল কুবরা রাঃ র মাঝে কেমন ভালোবাসা ছিলো।❤️

📌 মুফতি অলিউদ্দীন মিসবাহী দরং

26/12/2023

ভাৰতীয় ছাত্ৰ আহলে চুন্নত ৱা জামাতৰ দ্বিতীয় বৃহত্তম সংগঠন Muslim Students Organization of India ( MSO ) ৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিৰ্বাচিত হোৱা অসমৰ শোণিতপুৰ জিলা ৰ বাসিন্দা মৌলানা মুজামিল হুছেইন আলিমি চাহাবক আমি আন্তৰিক অভিনন্দন জনাইছো।

13/12/2023

যিযন মানুহৰ লক্ষ্য লক্ষ্য ভক্ত।
তেখেতৰ পুৰণি এটি ভিডিঅ'আপোনালৈ আগবঢ়ালোঁ।

পীৰে তৰিকত ৰাহবৰে শ্বৰীয়ত হজৰত আল্লামা মৌলানা আব্দুল গণী ৰহঃ
তেখেতৰ মাজাৰ শ্বৰীফ বৰ্তমান ৰোহিনীকাষ দলগাঁ‌ও অবস্থিত আছ।

04/12/2023

╭──────────────────╮
❤️ 𝐄𝐯𝐞𝐫𝐲 𝐌𝐮𝐬𝐥𝐢𝐦𝐬 𝐈𝐝𝐞𝐧𝐭𝐢𝐭𝐲 ❤️
╰──────────────────╯

𝙽𝚊𝚖𝚎 : 𝐌𝐮𝐬𝐥𝐢𝐦.
𝙵𝚊𝚝𝚑𝚎𝚛'𝚜 𝙽𝚊𝚖𝚎 : 𝐀𝐝𝐨𝐦 (আ:)
𝙲𝚛𝚎𝚊𝚝𝚘𝚛 : 𝐀𝐥𝐥𝐚𝐡
𝙸𝚍𝚎𝚊𝚕 : 𝐌𝐮𝐡𝐚𝐦𝐦𝐚𝐝 (সা.)
𝙷𝚘𝚕𝚢 𝙱𝚘𝚘𝚔 : 𝐐𝐮𝐫𝐚𝐧
𝚁𝚎𝚕𝚒𝚐𝚒𝚘𝚗 : 𝐈𝐬𝐥𝐚𝐦
𝙸𝚍𝚎𝚗𝚝𝚒𝚝𝚢 : لَا إِلٰهَ إِلَّا الله مُحَمَّدٌ رَسُولُ الله‎
𝙷𝚘𝚋𝚋𝚒𝚎𝚜 : 𝐍𝐚𝐦𝐚𝐳 𝟓 𝐭𝐢𝐦𝐞𝐬 𝐚 𝐝𝐚𝐲
𝙿𝚛𝚎𝚜𝚎𝚗𝚝 𝙰𝚍𝚍𝚛𝚎𝚜𝚜 : 𝐃𝐮𝐧𝐢𝐲𝐚
𝙿𝚎𝚛𝚖𝚊𝚗𝚎𝚗𝚝 𝙰𝚍𝚍𝚛𝚎𝚜𝚜 : 𝐉𝐚𝐧𝐧𝐚𝐭 (𝐈𝐧 𝐬𝐡𝐚 𝐚𝐥𝐥𝐚𝐡)

02/12/2023

দয়ার নবী সাঃ এই দুনিয়ায় তাশরীফ আনার পরে শ‌ইতানের খেলা খতম!

📌 মুফতি অলিউদ্দীন মিসবাহী

25/11/2023

সকল সমস্যার সমাধান পবিত্র আল- কোরআন,
মাওলানা আলী হুসেইন রেজবী।

11/11/2023

ইয়ামিনের বাদশ্বাহর প্রশ্নের উত্তরে কি বলছিলেন আল্লাহর রাসূল সাঃ । মুফতি মুখতার হুসাইন কাদেরী

07/11/2023

উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছুৰ কেন্দ্রীয় সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি পোৱা হাফিজ গিয়াছউদ্দিন আহমেদ ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

07/11/2023

মুফতি মুখতার হুসাইন মাজহারী সম্পূর্ণ ওয়াজ ইউটিউব চ্যানেলে আপলোড করা হবে। চ্যানেল লিংক কমেন্টে দেওয়া আছে।

02/11/2023

📌 মুস্তাফা কামালৰ পুজা সৌন্দৰ্ভত দিয়া মন্তব্যৰ প্ৰতিউত্তৰ দিলে মুফতি ছাইফুল ইছলাম কাদেৰী ।

📌 ফেচ টো ফেচ আলোচনাত বহাৰ চ্যালেঞ্জ কৰিলে।

30/10/2023

মিলাদুন্নবী সাঃ মাহফিল যেমন গজল তেমন ওয়াজ । মুফতি মুখতার হুসাইন মাজহারী।

Want your business to be the top-listed Advertising & Marketing Company in Mangaldai?
Click here to claim your Sponsored Listing.

Videos (show all)

#মঙলদৈত কে’বাটাও ইছলামিক সংস্থাৰ বৈঠক, ২০২৪ বৰ্ষৰ ৰমজানৰ ফিৎৰা ৭২ টকা ঘোষণা।#ahlesunnatwaljamat #Assam #azmirnetwork
আছতাগফিৰুল্লাহ!আহলে হাদিছ সকলে কি কয়? শ্ববে বৰাতৰ ৰাতি মছজিদত নকটাই বেশ্যাখানাত যদি কটায় ভাল হ’লহেঁতেন! তৌবাতৌবা!এই আহলে...
এমনও তো হতে পারে তোমার জোহরে জানাজা Diluwar Shahi Assam#azmirnetwork #fypシ #islamicbayan #bangla #assam #shorts #stotas ...
যে সব বক্তা ওয়াজের নামে ভূয়া কিচ্চা কাহিনী শোনায় তাদের কে কি বললেন?📌 মাওলানা আজিবুর রহমান হাসানী।#azmirnetwork #islam...
বর্তমান ওয়াজ মাহফিলের পরিস্থিতি নিয়ে মুফতি অলিউদ্দীন মিসবাহীর ওয়াজ।#azmirnetwork #banglawaz #muftiwaliuddinmisbahi #S...
পির কে তিন তালাক কেনো দিতে বললেন, মাওলানা মাজম আলী সিরাজী।#banglawaaz #maulanamajomalisiraji #azmirnetwork
কোরআনুল কারীমের মর্যাদা সম্পর্কে ওয়াজ করলেন, হাফিজ ফাইজুদ্দীন আহমেদ।#azmirnetwork #BanglaWaz #fypシ゚ #Suggested #foryou
SYS and SSF Program Kadanga
শামীম রেজা কাদেরী বাংলাদেশ, জিকির সামা।#azmirnetwork #shamimrezaqaderi #fypシ゚ #Suggested #foryou
বাংলাদেশী মৌলানাৰ অসমত ওৱাজ মেহফিল!       শামীম ৰেজা কাদেৰী, বাংলাদেশ।             মেহফিল: ধূলা,দৰং, অসম।#shamimrezaqade...
ডেকে নাও রাসূলুল্লাহ সাঃ র‌ওজা পাকের কিনারে!📌 গজল: মুফতি অলিউদ্দীন মিসবাহী।#azmirnetwork #muftiwaliuddinmisbahi #Gojol  ...
আল্লাহর রাসূল সাঃ এবং হজরত খাদিজাতুল কুবরা রাঃ র মাঝে কেমন ভালোবাসা ছিলো।❤️📌 মুফতি অলিউদ্দীন মিসবাহী দরং#azmirnetwork #M...

Category

Telephone

Address


Dhansirikash Mangaldai
Mangaldai
784146

Other Media Agencies in Mangaldai (show all)
Babu seikh Babu seikh
Village. Pania Khat Po. Dhula Ps. Dhula District. Darrang
Mangaldai, 784146