UD News Assam

UD News Assam

You may also like

Islamic Tv24H
Islamic Tv24H

Daily news update

24/04/2024

মঙ্গলদৈত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কলে, সবিশেষ চাওক Ud News Assam ত।।।

23/04/2024

মঙ্গলদৈত BJP , UPPAL আৰু AGP ৰ মনোনীত পাৰ্থী দিলীপ শইকীয়া ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সবিশেষ LIVE...

23/04/2024

মঙ্গলদৈত লোক সভা নিৰ্বাচনৰ BJP, UPPAL, আৰু AGP ৰ মনোনীত পাৰ্থী দিলীপ শইকীয়া, সবিশেষ LIVE..

21/04/2024

কলাই গাঁও উদমাৰীত ডিম্বেশ্বৰ কলিতা নামৰ এজন লোকক বাটামেৰে মৰিয়াই হত্যা, সবিশেষ চাওক Ud News Assam ত।।।

21/04/2024

বিহু চলি থকা অৱস্থাত হঠাতে অহা এজাক ধুমুহা বতাহ বৰষুণে ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিলে । এই দৃশ্য নামখলাৰ কালজুৰিৰ, সবিশেষ চাওক Ud News Assam ত।।।

20/04/2024

মঙ্গলদৈ কেন্দ্ৰীয় ৰঙালী বিহুত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান , সবিশেষ চাওক Ud News Assam ত ।।।

20/04/2024

মঙ্গলদৈত দুটাকৈ ময়ুৰ উদ্ধাৰ।
স্হানীয় ৰাইজৰ খবৰৰ ভিত্তিত ময়ুৰ পক্ষী দুটাক বন বিভাগে প্ৰাথমিক চিকিৎসা কৰি বৰনদী অভয়াৰণ্যত এৰি দিয়ে, সবিশেষ চাওক Ud News Assam ত।।।

20/04/2024
20/04/2024

মঙ্গলদৈ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহুত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানে হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিলে, সবিশেষ চাওক Ud News Assam ত।।।

20/04/2024

কলাই গাওঁ সমিপৰ আম্বাচকত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বড়াই, সবিশেষ চাওক।।।

19/04/2024

মঙ্গলদৈত হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিলে অংগৰাগ পাপন মহন্ত ৰ গীতে , সবিশেষ চাওক Ud News Assam ত।।।

19/04/2024

কলাই গাওঁত প্ৰাক্তন সাংসদ দিলীপ শইকীয়া ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।।।

19/04/2024

মঙ্গলদৈত অংগৰাগ পাপন মহন্ত ৰ গীতে মুহিলে দৰ্শকক , সবিশেষ চাওক Ud News Assam ত ।।।।

18/04/2024

ওদালগুৰি ৰ ঝাৰগাঁৱত আজিৰে পৰা দুদিনীয়াকৈ শৰণীয়া কচাৰি জনগোষ্ঠীৰ
কেন্দ্রীয় বাঁহ-গোসায় উৎসৱ অনুষ্ঠিত হয়, সবিশেষ চাওক Ud News Assam ত।।।

17/04/2024

মঙ্গলদৈত হজ যাত্ৰীৰ প্ৰশিক্ষণ। এইবাৰ দৰং আৰু ওদালগুৰি জিলাৰ পৰা সৰ্বমুঠ ১৯৫ গৰাকী লোক হজলৈ যাব। সবিশেষ চাওক Ud News Assam ত।।।

17/04/2024

কলাইগাওঁত ৰাম নৱমী উপলক্ষে উলিওৱা সোভাযাত্ৰা , সবিশেষ চাওক।।।

16/04/2024

কলাই গাঁও ভোলাবাৰীত মিলি জুলি যুৱক সংঘই অনুষ্ঠিত কৰা ঈদ উৎসৱ ত কণ্ঠদান কৰে জনপ্ৰিয় কণ্ঠশিল্পী ময়ুৰী দত্তই, সবিশেষ চাওক।।।

16/04/2024

পৰম্পৰাগত দৌল উৎসৱ,এই দৃশ্য দৰং ৰ জাৱৰীকুচিৰ, সবিশেষ চাওক Ud News Assam ত।।।

15/04/2024

৭৩ সংখ্যক সদৌ টংলা ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক সোভাযাত্ৰা, সবিশেষ চাওক Ud News Assam ত।।।

14/04/2024

৬৬ সংখ্যক দৰং ৰ উদমাৰী ৰঙালী বিহু সন্মিলনীৰ জেষ্ঠ্য জনক বিহুৱান প্ৰদান অনুষ্ঠান , সবিশেষ চাওক Ud News Assam ত।।।

13/04/2024

বিস্তৃত আৰু বৰ্নীল কাৰ্যক্ৰমনিকাৰে আজিৰে পৰা ৬৬ সংখ্যক উদমাৰী ৰঙালী বিহু উদযাপন, সবিশেষ চাওক Ud News Assam ত।।।

12/04/2024

ওদালগুৰি ৰ কলাই গাওঁত দুজন জেষ্ঠ্য সাংবাদিক সহ কেইবাজনো বি পি এফ কৰ্মীৰ বি জে পিত যোগদান, সবিশেষ চাওক Ud News Assam ত।।।

11/04/2024

নিউজ লাইভ ৰ ওদালগুৰি ৰ জেষ্ঠ্য সাংবাদিক কন্দেশ্বৰ ডেকাৰ বি জে পিত যোগদান , সবিশেষ চাওক Ud News Assam ত।।।

11/04/2024

কলাই গাওঁত বহিৰাগত গামোচাৰ বিৰুদ্ধে বীৰ লাচিত সেনা কলাই গাওঁ আঞ্চলিক সমিতিৰ অভিযান ।।

10/04/2024

Press Conference at the Udalguri District Commissioner's office

09/04/2024

নিৰ্বাচনী প্ৰচাৰ সভাত বি জে পিৰ মিত্ৰজোঁট ৰ মনোনীত পাৰ্থী দিলীপ শইকীয়া, সবিশেষ চাওক Ud News Assam ত।।।

09/04/2024

IISER ত ২০২২-২০২৩বৰ্ষৰ আটাইতকৈ মেধাৱী ছাত্ৰ হিচাপে পৰিগণিত হৈছে দৰং ৰ সু সন্তান ধৃতিৰাজ বাস্তৱ কলিতা ।।।

09/04/2024

প্ৰাক্তন দৰং বি পি এফ ৰ উপ-সভাপতি তথা বৰ্তমান বি জে পি কৰ্মী তীৰ্থ বড়োৱে সংবাদ মাধ্যমৰ আগত কি কলে, সবিশেষ চাওক Ud News Assam ত।।।

Want your business to be the top-listed Media Company in Mangaldai?
Click here to claim your Sponsored Listing.

Videos (show all)

মঙ্গলদৈত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কলে, সবিশেষ চাওক Ud News Assam ত।।।
মঙ্গলদৈত BJP , UPPAL আৰু AGP  ৰ মনোনীত পাৰ্থী দিলীপ শইকীয়া ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শ...
মঙ্গলদৈত লোক সভা নিৰ্বাচনৰ BJP, UPPAL, আৰু AGP ৰ মনোনীত পাৰ্থী দিলীপ শইকীয়া, সবিশেষ LIVE..
কলাই গাঁও উদমাৰীত ডিম্বেশ্বৰ কলিতা নামৰ এজন লোকক বাটামেৰে মৰিয়াই হত্যা, সবিশেষ চাওক Ud News Assam ত।।।
বিহু চলি থকা অৱস্থাত হঠাতে অহা এজাক ধুমুহা বতাহ বৰষুণে ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিলে । এই দৃশ্য নামখলাৰ কালজুৰ...
মঙ্গলদৈ কেন্দ্ৰীয় ৰঙালী বিহুত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান , সবিশেষ চাওক Ud News Assam ত ।।।
মঙ্গলদৈত দুটাকৈ ময়ুৰ উদ্ধাৰ।স্হানীয় ৰাইজৰ খবৰৰ ভিত্তিত ময়ুৰ পক্ষী দুটাক বন বিভাগে প্ৰাথমিক চিকিৎসা কৰি বৰনদী অভয়াৰণ্...
মঙ্গলদৈ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহুত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানে হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিলে, সবিশেষ চাওক Ud Ne...
কলাই গাওঁ সমিপৰ আম্বাচকত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অসম প...
মঙ্গলদৈত হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিলে অংগৰাগ পাপন মহন্ত ৰ গীতে , সবিশেষ চাওক Ud News Assam ত।।।
কলাই গাওঁত প্ৰাক্তন সাংসদ দিলীপ শইকীয়া ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।।।
মঙ্গলদৈত অংগৰাগ পাপন মহন্ত ৰ গীতে মুহিলে দৰ্শকক , সবিশেষ চাওক Ud News Assam ত ।।।।

Website

Address

Darrang
Mangaldai
784525

Other Media/News Companies in Mangaldai (show all)
𝗔 𝗡𝗘𝗪𝗦 𝗔𝗫𝗢𝗠 𝗔 𝗡𝗘𝗪𝗦 𝗔𝗫𝗢𝗠
Darrang
Mangaldai, 784190

"সদায় নতুনত্বলৈ এখোজ"

Hasly india Hasly india
Mangaldai

all letest & breaking news updates

Prime DNews Prime DNews
Mangaldai, 784190

news,media& entertainment.

News Guide Assam News Guide Assam
Dalgaon
Mangaldai, 784116

M.NEWS M.NEWS
MANGALDAI
Mangaldai, 784115

SL Dhar news network SL Dhar news network
Pachim Darrang
Mangaldai, 784148

Daily News Axom Daily News Axom
Mangaldai, 784146

সদায় সত্যৰ সন্ধানত ৰাইজৰ পক্ষত। Daily News Axom য়ে ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ খবৰ প্ৰকাশ কৰে।

Live News Assam 24 Live News Assam 24
Guwahati
Mangaldai, 784514

is one of the assam,s leading news channel. please follow up the page to watch live and breaking news

Trending news axom Trending news axom
PANIAKHAT, DHULA, DARRANG
Mangaldai, 784146

Hello friends, i will try to provide latest trending news of Assam

News D24 Assam News D24 Assam
Vill, Barkhat P. O, Shyamtila Pin
Mangaldai, 784190

Simple living high thinking is my fanda

Report Daily Report Daily
Mangaldai, Kharupetia Bus Stand
Mangaldai

সত্যৰ সন্ধান....!

Page Assam YouTube channel. Page Assam YouTube channel.
Mangaldai

https://youtube.com/channel/UCGFFKv0MANcLF6ALy9gNfoA .https://www.facebook.com/profile.php?id=1000717