Daily News Axom

সদায় সত্যৰ সন্ধানত ৰাইজৰ পক্ষত।
Daily News Axom য়ে ভাৰতৰ লগতে
অসমৰ বিভিন্ন প্ৰান্তৰ খবৰ প্ৰকাশ কৰে।

26/03/2024

জাহাজে খুন্দা মৰাৰ ফলত ভাঙি পৰিল দলং। কেমেৰাত বন্দী সেই দৃশ্য। ঘটনাৰ স্থান আমেৰিকাৰ মেৰিলেণ্ডৰ।

07/03/2024

পিজুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত প্ৰাণ হেৰুৱালে ৩০ বছৰীয়া এজন যুৱকৰ।
প্ৰাণ হেৰুৱা ব্যক্তিৰ হয় মাত মাতিলে ankuman bordoloi নামৰ এইজন যুৱক।






#কনভয়

06/03/2024

লক্ষীমপুৰত হাজাৰ _হাজাৰ লোকৰ উপস্থিতিত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল জনসভা!

05/03/2024

এটা শিহৰণকাৰী ঘটনা! মোবাইলৰে ফটো তোলা সময়তে ব্ৰহ্মপুত্ৰত পৰিল এজনী যুৱতী।
please follow us....Daily News Axom

03/03/2024

Hiya's লাইফ ৰ এটা facebook post সম্পূৰ্ণ video টো এবাৰ চাবচোন। কি কলে hiya's life য়ে।

01/03/2024

হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ গণিত পৰীক্ষাই
চেঁচা _পানী পেলাব নেকি বহু ছাত্ৰ _ছাত্ৰীৰ আশাত!

29/02/2024

সংগঠনৰ নামত ডকাইতিত নামিল বীৰ লাচিত সেনা।

28/02/2024

ৰাজগড়স্থিত পাৰ্লালৰ CCTV ৰ ভিজুৱেল ভিত্তিত পৰ্টেল কৰ্মী ৰুমী নায়কক আটক কৰে মহানগৰ আৰক্ষীয়ে।

Follow Us... Daily News Axom

28/02/2024

`কা, ৰোধীবলৈ সাজু হৈছোঁ আমিও, কোনো কাৰণতে কম্পমাইজঃ কৰা নহব, সংগ্ৰাম হব.... শৃংখল চলিহা

25/02/2024

সন্তানক শিকাওক কেৱল এই দহটা কথা।
নহলে এদিন কান্দিব লাগিব আপুনিও।

25/02/2024

Shout out to my newest followers! Excited to have you onboard! Nerswn Basumtry, Arif Khan, Hussain Ahmed, Chand Miya, Medini Saikia, Ahammad Ali, Gani Ahmed, Siddik Ahmed Mazarbhuiya, Sultan Mamud, Sorifuddin Uddin, Achehlal Ray, Abdul Hamid, Kamal Mia, Abdul Latif, Jweel Laskar, Faruk Ahmed, Chand Mohammad Ali, Ratul Mandal, Sabir Hussain, Prsuram Rabha, Jonny Khan, Anam Uddin Laskar, Rajib Morang, Sirazul Mondal, Najrul Islam, Uttam Saha, Yakub Ali, Romoni Das, Kusum Thakuria, Hemanta Lahon, Hassan Hassan, Lakshman Dutta, It'z Saki Bur, Mina Gogoi, Barak Ali, Abdul Jolil, Dilwar Hussain Mozumdar, Amiya Duwari, Idrish Ali, Jyotish Baidya Baidya Jyotish, Habibur Islam, Foyjul Ali, Halim Mazumdar, Sabir Ahmed, Nijamul Islam, Bishnutantabai Bishnutantabai, Nizam Barbhuiya
Thanks for all followers

04/02/2024

গুৱাহাটী খানাপাৰাত মোদীৰ সভাত ৰাইজৰ সমাগম।
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এইসকল লোক।

02/02/2024

আজি কাজিৰঙাত মাদ্ৰাছাৰ ছাত্ৰৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

16/01/2024

আলফা স্বাধীনৰ শিবিৰত ভোগালী বিহু উদযাপন।
পৰম্পৰা ৰক্ষা কৰি অৰণ্যৰ মাজত আলফা (স্বঃ) ৰ ভোগালী বিহু পালন।

09/01/2024

please follow us daily news axom

31/12/2023

ড্ৰাগছ আৰু বাল্যবিবাহৰ বিৰুদ্ধে গোলকগজ্বৰ ছাগলীয়াত AAMSU ৰ বিশাল সজাগতা সভা।

17/12/2023

Arijit Singh live in Guwahati

16/12/2023

সাংবাদিকৰ আগত "কা" ৰ বিৰুদ্ধে কি কলে অভিনেতা ৰবি শৰ্মা।

12/12/2023

ছয় দিনৰ মূৰত ঘৰ পালে খাৰুপেটিয়াৰ দুই যুৱ শ্ৰমিকৰ মৃতদেহ।

08/12/2023

দৰঙৰ #মঙ্গলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত অধিবক্তা প্ৰেমেশ্বৰ শৰ্মা।

উল্লেযোগ্য যে মৃত অধিবক্তা প্ৰেমেশ্বৰ শৰ্মা অসম আন্দোলনৰ এগৰাকী সাহসী নেতা আছিল।






follow us daily news axom

01/12/2023

তিনিচুকীয়াত অনুষ্ঠিত অসম কেবিনেট বৈঠকৰ অন্তত। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংবাদ মেলৰ যোগেদি জনালে এই কথা।
👉 গো ব্যৱসায়ী সকলৰ বাবে সুখবৰ। এতিয়াৰ পৰা অসমত চলিব গো সৰবৰাহ।
👉 এতিয়াৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত ৰপ্তানি কৰা হব গৰু।
👉 অসমৰ গৰু ৰপ্তানি নহয় বাংলাদেশ লৈ।







follow us daily news axom 👇

01/12/2023

দিল্লীৰ যন্ত_মন্ত্ৰ কপালে এবিএমছো।
অসমৰ সংখ্যালঘু জনগণৰ ন্যায় , নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত কৰাৰ দাবীৰে এবিএমছোৰ বিশাল প্ৰতিবাদ কাৰ্যসূচী ।

30/11/2023

বাল্য বিবাহৰ বিৰুদ্ধে অব্যহত আছে মঙলদৈ আৰক্ষীৰ অভিযান। গাওঁ প্ৰধান সহ বিয়াৰ দৰা জেল হাজোতলৈ।
#নিশা মঙ্গলদৈ আটক কৰে দৰা , কইনাৰ লগতে গাধোৱা গাওঁৰ প্ৰধান মিনহাৰ আলিক।


#বাল্যবিবাহ

24/11/2023

কৰ্কট ৰোগত আক্ৰান্ত যাদু ৰাণী সুস্মিতা তালুকদাৰ আজি সু চিকিৎসাৰ বাবে ৰাওনা হৈছে মুম্বাইলৈ।

22/11/2023

অন কেমেৰাত ঠিকেদাৰক ধমক শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ৰ।
কাম বেয়া হোৱাৰ বাবেই ঠিকেদাৰক ধমক দিলে অখিল গগৈয়ে।

21/11/2023

দৰঙৰ ধূলাত উদ্ধাৰ বহু কেইটা গৰু।
ওন্দোলাঝাৰ গাঁওৰ ৰাইজে উদ্ধাৰ কৰিলে গৰু ভৰ্তি ট্ৰাক।
#গৰু_ছিন্টিকেট

20/11/2023

🏏ফাইনেলত ভাৰত পৰাস্ত হল টিভিও চুৰমাৰ হল। এয়াই ভাৰতীয় ক্ৰিকেট প্ৰেমিকৰ আৱেগ।

19/11/2023

আশাত ১৪০কোটি ভাৰতীয়।বিশ্বকাপত টীম ইণ্ডিয়াৰ পৰাজয়ৰ পাছতে আৱেগিক অনুৰাগী।
টীম ইণ্ডিয়াই কি কাৰণত পৰাজয় হব লগা হল কমেণ্ট কৰি জনাওক আপোনাৰ মতামত।

19/11/2023

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টেলিয়াৰ খেলুৱৈ ট্ৰেভিচ হেডক কৰিলে প্ৰশংসা।
Narendra Modi Virat Kohli Team India Himanta Biswa Sarma Daily News Axom

19/11/2023

ভাৰত পৰাজয় হোৱাৰ মূল কাৰণ কি বুলি ভাৱে আপুনি? কমেণ্টত জনাওক আপোনাৰ মতামত।

Want your business to be the top-listed Media Company in Mangaldai?
Click here to claim your Sponsored Listing.

Videos (show all)

জাহাজে খুন্দা মৰাৰ ফলত ভাঙি পৰিল দলং। কেমেৰাত বন্দী সেই দৃশ্য। ঘটনাৰ স্থান আমেৰিকাৰ মেৰিলেণ্ডৰ।
পিজুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত প্ৰাণ হেৰুৱালে ৩০ বছৰীয়া এজন যুৱকৰ।
লক্ষীমপুৰত হাজাৰ _হাজাৰ লোকৰ উপস্থিতিত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল জনসভা!#Daily_News_Axom #NewsUpdate #BigBr...
এটা শিহৰণকাৰী ঘটনা! মোবাইলৰে ফটো তোলা সময়তে ব্ৰহ্মপুত্ৰত পৰিল এজনী যুৱতী।
মই অসমত থাকি অসমীয়া নকয় বাংলা ভাষা হিন্দী ভাষা কম নেকি। hiya's life
হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ গণিত পৰীক্ষাইচেঁচা _পানী পেলাব নেকি বহু ছাত্ৰ _ছাত্ৰীৰ আশাত!
সংগঠনৰ নামত ডকাইতিত নামিল বীৰ লাচিত সেনা।
ৰাজগড়স্থিত পাৰ্লালৰ CCTV ৰ ভিজুৱেল ভিত্তিত পৰ্টেল কৰ্মী ৰুমী নায়কক আটক কৰে মহানগৰ আৰক্ষীয়ে।
`কা, ৰোধীবলৈ সাজু হৈছোঁ আমিও, কোনো কাৰণতে কম্পমাইজঃ কৰা নহব, সংগ্ৰাম হব.... শৃংখল চলিহা#dailynewsaxom #NoCAA #BigBreakin...
সন্তানক শিকাওক কেৱল এই দহটা কথা। নহলে এদিন কান্দিব লাগিব আপুনিও।
গুৱাহাটী খানাপাৰাত মোদীৰ সভাত ৰাইজৰ সমাগম।

Address


Mangaldai
784146

Other Media/News Companies in Mangaldai (show all)
𝗔 𝗡𝗘𝗪𝗦 𝗔𝗫𝗢𝗠 𝗔 𝗡𝗘𝗪𝗦 𝗔𝗫𝗢𝗠
Darrang
Mangaldai, 784190

"সদায় নতুনত্বলৈ এখোজ"

Hasly india Hasly india
Mangaldai

all letest & breaking news updates

Prime DNews Prime DNews
Mangaldai, 784190

news,media& entertainment.

News Guide Assam News Guide Assam
Dalgaon
Mangaldai, 784116

UD News Assam UD News Assam
Darrang
Mangaldai, 784525

Daily news update

M.NEWS M.NEWS
MANGALDAI
Mangaldai, 784115

SL Dhar news network SL Dhar news network
Pachim Darrang
Mangaldai, 784148

Live News Assam 24 Live News Assam 24
Guwahati
Mangaldai, 784514

is one of the assam,s leading news channel. please follow up the page to watch live and breaking news

Trending news axom Trending news axom
PANIAKHAT, DHULA, DARRANG
Mangaldai, 784146

Hello friends, i will try to provide latest trending news of Assam

News D24 Assam News D24 Assam
Vill, Barkhat P. O, Shyamtila Pin
Mangaldai, 784190

Simple living high thinking is my fanda

Report Daily Report Daily
Mangaldai, Kharupetia Bus Stand
Mangaldai

সত্যৰ সন্ধান....!

Page Assam YouTube channel. Page Assam YouTube channel.
Mangaldai

https://youtube.com/channel/UCGFFKv0MANcLF6ALy9gNfoA .https://www.facebook.com/profile.php?id=1000717