Deepjyoti Vidyapith senior secondary school
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Deepjyoti Vidyapith senior secondary school, School, Nagaon.
Deepjyoti Vidyapith is a private institute,and we are working hard to grow the futures of poor children of our rural locality,and we want support from all of you.And the page is to store the memorible moments of the school.
#আজি ঘোষণা কৰা #উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৪ বৰ্ষৰ #দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফলাফল এনে ধৰনৰ-
#প্ৰথম বিভাগ- ০৪
#দ্বিতীয় বিভাগ-০৫
#তৃতীয় বিভাগ-০২
#উত্তীৰ্ণৰ হাৰ- ১০০%
Admission going on
https://www.facebook.com/deepjyotividyapith2015?mibextid=ZbWKwL
Deepjyoti Vidyapith senior secondary school Deepjyoti Vidyapith is a private institute,and we are working hard to grow the futures of poor child
New class room opening ceremony (Nursery class)
New class room opening ceremony Nursery class
❣️❣️❣️❣️❣️❣️❣️
Education - to educate a child in minds, to educate in morals and in social environment. Now it needs to educate a child to be patriotism, social relationship with his follows with High attitude and skills. In this regards, progressive education makes us dynamic and active in our daily life. So. Education is a " light post" to our society for enlightening us. Hence Vidyapith senior secondary school.Nagaon Assam welcomes everyone for better education For a better future.....
Sariful Islam
Asst. Teacher sariful Islam M.a . B.ed persuing....
এগৰাকী প্ৰকৃত নাৰীৰ,
আপোনাৰ টকা-সম্পত্তিৰ ওপৰত
এক শতাংশ ও আশা নাথাকে।
এগৰাকী প্ৰকৃত নাৰীয়ে আপোনাৰ পৰা মাথোঁ,
সচাঁ মৰম, সময় আৰু বিশ্বাস বিচাৰে।
সেইবাবে, টকা সম্পত্তিৰে ধনী হোৱাৰ আগত
এজন প্ৰকৃত পুৰুষ হ’ব চেষ্টা কৰক।।
#দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰপৰ পৰা প্ৰতিগৰাকী নাৰীক #আন্তজাৰ্তিক নাৰী দিৱসৰ #শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।
This video created by my student mahzen wahid❣️❣️❣️
#দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত
#অংকুৰ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ নামভৰ্তি চলি আছে।। সকলোৱে কাৰ্যালয়ত যোগযোগ কৰক।।
#সকলোৱে অলপ সময় উলিয়াই এই ক্ষুদ্ৰ ভিডিঅ' টো চাবচোন।।
শ্ৰদ্ধাৰ,
শিক্ষা প্ৰেমী ৰাইজ,
ছালাম ও অভিবাদন গ্ৰহণ কৰিব।। আপোনালোকক জনাবলৈ পাই সুখী যে সংখ্যালঘু জনগোষ্ঠীটোৰ ভবিষ্যত প্ৰজন্মক শৈক্ষিক ক্ষেত্ৰ খনত আগুৱাই নিয়াৰ উদ্দেশ্যে ২০১৫ চনত অসম চৰকাৰৰ দ্বাৰা অনুমতি প্ৰাপ্ত SEBA আৰু AHSEC দ্বাৰা স্বীকৃতি প্ৰাপ্ত #দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী
স্কুল" খন প্ৰতিষ্ঠা কৰা হৈছিল।। বিদ্যালয়খন গঢ়ি উঠাৰ পৰা বৰ্তমান লৈকে আপোনালোকৰ পৰোক্ষ ও প্ৰত্যক্ষ সহায় সহযোগিতাত আমাৰ এই প্ৰতিষ্ঠানটোৱে বহু ঘাত -প্ৰতিঘাতৰ মাজেৰে ইতিমধ্যে আমাৰ বিদ্যালয় খনে ৯ টা বছৰ অতিক্ৰম কৰিছে।। এনে কঠিন পৰিস্থিতিৰ মাজতো আমাৰ এই #দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনে শৈক্ষিক ক্ষেত্ৰখনত সফলতাৰে আগুৱাই যাবলৈ সক্ষম হৈছে।। বিগত #হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু #উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা সমূহত সফলতাৰে ভাল ফলাফল কঢ়িয়াই আমাৰ এই পিছপৰা অঞ্চললৈ গৌৰৱ বুটলি আনিবলৈ সক্ষম হৈছে।।
এনে ক্ষেত্ৰত অনাগত দিনবোৰত আপোনাসৱৰ দিহা-পৰামৰ্শ আৰু সহযোগিতাত আৰু নতুন নাম ভৰ্তিৰ ক্ষেত্ৰত প্ৰত্যক্ষ ভাৱে সহায় আগবঢ়ায় আমাৰ এই #দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল খনক আৰু অধিক শক্তিশালী কৰাৰ লগতে এই #কাছখাইতী অঞ্চলৰ পিছপৰা সংখ্যালঘু জনগোষ্ঠীটোৰ ভবিষ্যত প্ৰজন্মক প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত তিষ্টি থাকিব পৰাকৈ গঢ় দিয়াৰ মানসেৰে এক সুন্দৰ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত সকলোকে একতা আৰু ভাতৃত্ববোধৰ মাজেৰে কাম কৰাৰ বাবে আগুৱাই আহিবলৈ কামনা কৰিলোঁ।।
২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ আমাৰ #দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকান্ডাৰী স্কুলত অসম চৰকাৰৰ তৰফৰ পৰা কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা লাভ কৰিবলৈ সক্ষম হয়।। এই ছাত্ৰ ছাত্ৰী সকলক আমাৰ #দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকান্ডাৰী স্কুলৰ পৰিয়ালৰ তৰপৰ পৰা সকলোকে অভিনন্দন জনালোঁ।।
আমি আশা কৰোঁ অনাগত দিনবোৰতো তেওঁলোকে আৰু ভাল ফলাফলৰ মাধ্যমেৰে নিজৰ ভবিষ্যত গঢ়ি তুলিব পাৰে।। সমাজত এগৰাকী আদৰ্শবান ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে।। এখন সুস্থ, নিকা সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগায়।।
আজি আমি নথৈ আনন্দিত ।।আজি ঘোষিত হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত (APSC) ত Assistant Accounts Officer হিচাপে আমাৰ দ্বীপ জ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকান্ডাৰী স্কুলৰ এগৰাকী শিক্ষকে নিযুক্তি পাইছে।। ছাৰক আমাৰ দ্বীপ জ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকান্ডাৰী স্কুলৰ পৰিয়ালৰ তৰপৰ পৰা অভিনন্দন জনালোঁ।।
Happy Kati bihu
আজিৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হিচাপে আমি প্ৰতিগৰাকী ভাৰতবাসী আজি গৌৰৱান্বিত ।।
জোনবাইৰ দেশত এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে আমাৰ দেশ ভাৰতবৰ্ষই।।
#আজিৰ এই ঐতিহাসিক ক্ষনত #ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ৰ বিজ্ঞানী সকলক
#দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা অভিনন্দন জনালোঁ।।
যিসকল মহান ব্যক্তিৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, আজিৰ এই দিনটোত সেইসকল স্বাধীনতা সংগ্ৰামী ব্যক্তিক স্মৰণ কৰি আজি ৰাতিপুৱাই #দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দিনজোৰা কাৰ্যসূচীৰে ৭৭ সংখ্যক #স্বাধীনতা দিৱস উদযাপনৰ কৰা হয়।।
আজিৰ এই গৌৰৱময় দিনটোত সমূহ ভাৰতবাসীক ৭৭তম স্বাধীনতা দিৱসৰ #শুভেচ্ছা জনালোঁ।।
Happy independence day 2023
#দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা #সমূহ অসমবাসীলৈ পৱিত্র #ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জনালোঁ।। আশা কৰিছোঁ এই পৱিত্ৰ ঈদে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক প্ৰগতিৰ দিশত আগুৱাই লৈ যোৱাৰ লগতে বিভিন্ন জাতি – জনগোষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলোকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলো।।
#আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ২০২৩ ৰ দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (কাছখাইতি )ফলাফল এনেধৰণৰ
প্ৰথম বিভাগ : ০৩
দ্বিতীয় বিভাগ : ০৫
তৃতীয় বিভাগ : ১২
মুঠ লেটাৰৰ সংখ্যা : ৮
সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী - উমে ছালমা -
( চাৰিটা বিষয়ত লেটাৰ)
মাচুমা খাতুন ( তিনিটা বিষয়ত লেটাৰ)
সমূহ ছাত্ৰ-ছাত্ৰী সকলৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।।
আজি ঘোষণা কৰা #হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ - ২০২৩ বৰ্ষৰ দ্বীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেন্ডাৰী স্কুল ( কাছখাইতি) ফলাফল এনে ধৰণৰ: -
#প্ৰথম বিভাগ : ১০ জন
#দ্বিতীয় বিভাগ :২০ জন
#তৃতীয় বিভাগ : ১২ জন
#অনুৰ্ত্তীণ :৩জন
উৰ্ত্তীণৰ হাৰ - ৯৩.৩৩%
সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।।
দ্বীপজ্যোতি বিদ্যাপীঠ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা
সমূহ অসমবাসীলৈ পবিত্ৰ ঈদ-উল-ফিটৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
আশা কৰো ঈদে সকলাে শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব।।
লগতে বিভিন্ন জাতি - জনগােষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলােকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলাে।।
ধন্যবাদেৰে
দ্বীপজ্যোতি বিদ্যাপীঠ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the school
Telephone
Website
Address
782140
Opening Hours
Monday | 9am - 3pm |
Tuesday | 9am - 3pm |
Wednesday | 9am - 3pm |
Thursday | 9am - 3pm |
Friday | 9am - 3pm |
Saturday | 9am - 1pm |
Telia Bebejia Pathar
Nagaon, 782124
Adarsha Vidyalaya Juria, Nagaon. An English medium government school under CBSE curriculum RMSA Ass
RRB Road, Haiborgaon
Nagaon, 782002
This is an official page of Department of Herbal Science and Technology, Anandaram Dhekial Phookan College, situated at Haiborgaon, Nagaon.
37 Road
Nagaon, 782001
Kidsbuddy School is a pre primary and extracurricular school. We have a more extracurricular program for children.
Kadamoni Pather, Juria
Nagaon, 782124
Senior Secondary School (Class VI to Class XII) SCIENCE Stream Only
Nagaon
বিদ্যা-ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠান।
Bebejia Chariali
Nagaon
Assamese Medium HS School with modern method of education
Singimari, Rupahi, Nagaon
Nagaon
Singimari, PO- Singimari,PS- Rupahi hat ,Dist - Nagaon,Assam