ফটামুখৰ বাইক

'ফটামুখৰ বাইক'।অনেক কথা,অনেক বতৰা,কাৰো অন্তৰ আৰু আত্মসন্মানত নলগা।

13/07/2023

দুখীয়া হলে ভাৰ্য্যাই নিচিন্তে
হিত ।
বাটত লগ পালে মিতিৰেও নোসোধে,
দিব লাগে বুলি কিবা বিত ।।

18/04/2023

Making of bricks

14/04/2023

#কেইজনমান দুষ্ট প্ৰকৃতিৰ লোকে এবাৰ এটা ঘোঁৰাক কিবা কাৰণত জীৱন্তে গাঁতত পুতিবলৈ চেষ্টা কৰিছিল।তাৰ কাৰণে ঘোঁৰাটোক দকৈ খন্দা গাঁত এটাত পেলাই দিয়া হ'ল আৰু গাঁতটোত মাটি দি তাক পুতিবলৈ চেষ্টা কৰা হ'ল।ফলত গাঁতৰ তলিত গৈ পৰি থকা ঘোঁৰাৰ গাত মাটিবোৰ পৰেগৈ।ঘোঁৰাই তাৰ পিঠিত পৰা মাটিবোৰ জোকাৰি জোকাৰি তললৈ পেলাই আৰু এনেকৈ যিমানে তাৰ গাত মাটি পৰে সিমানে গাঁতটো বাম হৈ গৈ থাকে...লগে লগে ঘোঁৰাটোও ওপৰলৈ উঠি আহি থাকে....পিছৰখিনি নিশ্চয় নক'লেও হয় যে এনেকৈ শেষত ঘোঁৰাই নিজক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।...মানুহৰ ক্ষেত্ৰতো প্ৰায়ে এনেকুৱা হয় বা হ'ব পাৰে।বিভন্ন প্ৰতিকূল পৰিস্থিতিয়ে আমাক শিৰনত কৰিবলৈ প্ৰায়েই প্ৰৰোচিত (provoke ) কৰি থাকে।কিন্তু দুৰ্যোগক সুযোগলৈ সলনি কৰিব পৰাৰ বিচক্ষণতা অথবা আন্তৰিক ইচ্ছাইহে আমাক তেনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰে। #
(share কৰিব পাৰে)

14/04/2023

সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক ওলগ।
PC:UB Photoes

12/04/2023

কোনে কোনে পঢ়িছিলা ?

12/04/2023

ধনেৰে সোণ কিনিব পাৰি,সুখ কিনিব নোৱাৰি।

14/03/2022

সাঁথৰ
হাবিত কাহে
ওলাই নাহে

08/03/2022

নাৰী দিৱসৰ শুভেচ্ছা

27/01/2022

নৰকত এতিয়া কোনো নাই
সকলো দগাবাজ ইয়াতেই আছে
-----শ্বেক্সপীয়েৰ

Want your public figure to be the top-listed Public Figure in Nagaon?
Click here to claim your Sponsored Listing.

Videos (show all)

#work #creation #bricks
#bridge #breaks
Making of bricks

Telephone

Website

Address


Nagaon
782003

Other Motivational Speakers in Nagaon (show all)
Atchi Baaten Atchi Baaten
1No Kaki 7No Gaon
Nagaon, 782442

HAMARE IS PAGE ME APKO SIRF ATCHI ATCHI BAAT AUR HAR DIN KE CALENDER MILEGA

HANIF GTD HANIF GTD
Nagaon, 782002

hi friends my first page Hindi. following kijiye

Mastermind Ansarul Mastermind Ansarul
Hatijujuwa, Nagaon(assam)
Nagaon, 782122

Ds Motivation Axom Ds Motivation Axom
Laokhowa
Nagaon

Bâhar Kiñg Bâhar Kiñg
Sailmari Kutayoni
Nagaon, 782003

This is a Official page Bharat Kiñg

Nasir09 Nasir09
Nagaon, 782427

Hlw my frends �

Toibur Vhai Toibur Vhai
Sonaibera
Nagaon, 782124

Hello guys my name is Toibur vhai

Ariful llslam Ariful llslam
Nagaon

AR

Janardan Borah Janardan Borah
Nagaon
Nagaon, 782141

আপোনালোক সকলোকে আমাৰ page " JANARDAN BORAH" লৈ স্বাগতম জনাইছো �

Colors Axom Colors Axom
Nagaon

Colorful Writing ৰ সৈতে ছবি বিভিন্ন ধৰণৰ ৰঙীন চি?

Let's_write02 Let's_write02
Nagaon, 782003

M.S Siddiq 876 M.S Siddiq 876
Laogaon
Nagaon

Motivation and shayari all