Bartaabs
শিপাক খামুচি বিশ্বক বিচাৰি
সকলো সাপেই বিষাক্ত নহয়৷
#এনেবহু
হায়ৰে মহানগৰ ! এজাক বৰষুনতে হেৰাই যায় আভিজাত্য৷
#এনেবহু #পিতৃ বৰ্তমানেও #আছে*
সন্তান- দেউতা আহিব, খোৱাবস্তু আনিব৷(বিশ্বাস)
পত্নী-ইমান বৰষুণত মানুহটো ক'তবা আছে ? কেনেকৈ যোগাৰ কৰিব ? (দুঃচিন্তা)
পিতৃ- খালী হাতেৰে উভতি আহিছো, সন্তানৰ বিশ্বাস ভংগ কৰো কেনেকৈ ? (বেদনা)
ইটো সিটো বহুটোৰ মায়াজালত এইদৰে বৰষুনত তিতি আছে উপায়হীন এজন পিতৃ-স্বামী৷
মতামত আগবঢ়াৱক৷
বুজিবলৈ আপুনিও হয়তু অসুবিধা পাব৷ বিয়ানামেৰে কি কৰিছে ? প্ৰতিবাদ নে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে৷
পাৰিজাত হৰণ৷
প্ৰতিভাই আপোনাকো মুহিত কৰিব৷
IPS আনন্দ মিশ্ৰৰ টুইনষ্টিক সঞ্চালন ৷ চকু থৰ হৈ যাব আপোনাৰো৷
মহাপুৰুষ গুৰুজনাৰ জন্মোৎসৱৰ দিনটোত তাৰাসৃষ্ট ভাওঁনাৰ কিয়দাংশ আগবঢ়ালো৷
দুখ সকলোৰে আছে৷.
এজনী কণমানিৰ কবিতাই তোলপাৰ লগাইছে সামাজিক মাধ্যম৷ কি আছে কবিতাটোত ?
এটা পিঠা কিমাজন লোকে খাব পাৰে ?
ভকুৱা (ভাপঁত দিয়া) পিঠা চিনি পাইনে ?
কিয়দাংশ আজি আমি দেখুৱাম এই প্ৰতিবেদনত৷
পুনৰ ভাইৰেল এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক৷
হাতত এডাল দীঘল লাঠি লৈ কি কৰে শিক্ষকগৰাকীয়ে ?
সত্তৰোৰ্ধৰ মাতৃক কিয় অকলে এৰি থৈ আহে শিক্ষকগৰাকীয়ে ?
চৰকাৰ-প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ?
শিক্ষকগৰাকীৰ সতে বিশ্বজিৎ দাসৰ কথোপকথন৷
সাংবাদিকতাৰ অ-আ, ক-খ জানিব লাগে৷
সাংবাদিকৰ শ্ৰম কেতিয়া অসাৰ্থক হয় ?
সততাই কেতিয়াবা মচকিল হৈ থিয় দিয়ে কিয় ?
কলং সম্পৰ্কে কি কলে ?
সংবাদৰত্ন বঁটাপ্ৰাপক হেমেন দাসৰ সতে বিশ্বজিৎ দাসৰ এক কথোপকথন৷
ফুটবলপ্ৰেমীৰ বাবে এটি ভাল খবৰ৷
https://youtu.be/8tGEDfip06g?si=CzviywxVN0So2Mru
সাংবাদিকতাৰ অ-আ, ক-খ জানিব লাগে৷ সাংবাদিকৰ শ্ৰম কেতিয়া অসাৰ্থক হয় ? সততাই কেতিয়াবা মচকিল হৈ থিয় দিয়ে কিয় ?কলং সম্পৰ্কে কি কলে ?সংবাদৰত্ন বঁটাপ্ৰাপক হেমেন দাসৰ সতে বিশ্বজিৎ দাসৰ এক কথ...
কঠোৰ পৰিশ্ৰম কৰি কোনোমতে জীৱন চলোৱা এজন যুৱক৷
বৰ্তমান মাহেকীয়া উপাৰ্জন প্ৰায় ৮০/৯০ হাজাৰ টকা৷
নগাঁও মুকুট শৰ্মা চাৰিআলিত কৰে ব্যৱসায়৷
কৰ্মই ধৰ্ম যুৱকজন, বহু যুৱক-যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে৷
এটা চুঙাৰে কথা পাতিলো, প্ৰকৃত অসমীয়াগিৰি দেখুৱা এগৰাকী গাড়ীচালকৰ সতে৷
✍️এজন গাড়ীচালক, চিনাকি পালে সমগ্ৰ বিশ্বত৷
✍️কোনে, কিয় বেয়াকৈ গালি পাৰিছিল সাধাৰণ যুৱক বুলি ?
✍️কোনে ইতিকিং কৰিছিল ড্ৰাইভাৰ বুলি?
✍️কিয় বাহৰ সাজ পিন্ধাইছিল সন্তানক ?
✍️যুৱকজনে পতুৰ্গালৰ বিৰুদ্ধে চলাইছে প্ৰস্তুতি৷ কিন্তু কিয়, কেনেকৈ ?
কোনো প্ৰশিক্ষণ নোলোৱাকৈ এইয়া কেনেকৈ সম্ভৱ ?
শিৱসাগৰৰ এটি প্ৰতিভাৰ সতে বিশ্বজিৎ দাসৰ এক কথোপকথন৷
ফটো প্ৰকাশ কৰিবলৈ মডেলে দিব লাগে টকা৷
টকা লৈও একাংশই প্ৰকাশ নকৰে মডেলৰ ফটো৷
প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ পৰা কিবা উপকাৰ আছেনে ?
যুগ্মজীৱনৰ পাছতো কিদৰে নিজৰ সপোনত ব্যস্ত হয় মডেলগৰাকী?
বোৱাৰী হিচাপে সাজসজ্জা পৰিধানত বাধা পাইছিল নেকি ?
অভিজ্ঞতা প্ৰকাশ কৰিলে ইনফ্লুৱেঞ্চ বুক অৱ ৱল্ড ৰেকৰ্ড গঢ়া মডেল বাবলিয়ে৷
দেখিবলৈ প্ৰায় স্বৰ্ণকন্যা হীমা দাসৰ দৰে...
কঠোৰ অনুশীলনত ব্যস্ত জ্যোতিকাৰ কি সপোন আছে ?
"চব নিলে, উশাহটোহে নিয়া নাই" লুৰিণজ্যোতি গগৈক কিয় কলে এগৰাকী আইতাই ?
আপোনাৰ সন্তানৰ ম'ৱাইল আসক্তি কেনেকৈ কমাব ?
কেনেকুৱা স্থানত প্ৰশিক্ষণ দিব শিশুটিক ?
ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ে কি কলে প্ৰশিক্ষক জন বড়োৱে ?
সচাঁকৈয়ে নাইনেকি এনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰ ?
সকলোবোৰৰ উত্তৰ পাবলৈ চাৱঁক আমাৰ এই প্ৰতিবেদন৷
মহাবিদ্যালয়ৰ ক্ৰীড়া সম্পাদিকা নীলাক্ষি কেনেকৈ BOXER হ'ল ?
নীলাক্ষিক চিনি পাইনে আপুনি ?
COLLEGE
মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু বুদ্ধদেৱৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক'ত ৰাখিছে এগৰাকী শিল্পীয়ে ?
আপোনাৰ এটা শ্বেয়াৰে সপোন পূৰণ কৰিব পাৰে শিল্পীগৰাকীৰ৷ কিন্তু কিয় ? চাৱঁক এই প্ৰতিবেদন৷
এখন ফটো আৰু এটা প'ষ্ট৷ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে৷ বিষয়টো সম্পৰ্কে আপোনাৰ মতামত কি ?
একাদশ ইণ্ডিয়া চিনে চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা "ব্ৰাছ ষ্ট্ৰ'ক" তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা (জুৰি) আজুৰি আনিবলৈ সক্ষম হ'ল। তথ্যচিত্ৰখনে ইতিমধ্যে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি চিনেমা মহোৎসৱতো শ্ৰেষ্ঠ পৰিচালকৰ বটাঁ লাভ কৰিছিল৷
#ৰেনেঁচা
প্ৰাক্তন ছাত্ৰনেতা তথা সৰবৰহী যুৱক মিত্ৰদেৱ মহন্তৰ বিয়োগ৷ মহন্তৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ৷
আমিনুল ইছলামক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ৷
প্ৰেম হৈছিলনে, সাহিত্য-সংস্কৃতিৰ সাধক গৰাকীৰ ?
কিয় কলম এৰিম বুলি ভাৱে, এগৰাকী সাংবাদিকে ?
বিশ্বজিৎ দাসৰ এক সুকীয়া কথোপকথন৷
Happiness
Click here to claim your Sponsored Listing.
Category
Contact the organization
Telephone
Website
Address
Nagaon-Guwahati
Nagaon
Pamila Jarani, Simaluguri, Kachua,, Nagaon(Assam)
Nagaon, 782426
Mr.� IRFAN � �I.A� UPSC IS MY LOVE � LBSNAA IS MY CRUSH � IAS IS MY DREAM ��
Barhompur Bamuni
Nagaon
অসমীয়া মোৰ প্ৰথম পৰিচয় _____________________ সকলোৰে ভাল দিন আহিব, কেৱল সপোন দেখিবলৈ বাদ নিদিব 🙏
Nagaon
Mausam Entertainment Group organizing different kinds of games and cultural events.